Gedit-Text-Editor/C2/Introduction-to-gedit-Text-Editor/Assamese

From Script | Spoken-Tutorial
Revision as of 11:24, 3 April 2019 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search


Time Narration
00:01 Introduction to gedit Text Editor এৰ টোউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টোউটোৰিয়েলত, মই gedit Text Editor, উবুন্টু লিনাক্স আৰু উইন্ডোজ OS ত gedit সংস্থাপন কৰা শিকিম।
00:17 মই নতুন ফাইল বনোৱা, বিদ্যমান ফাইল খোলা, সংৰক্ষণ আৰু বন্ধ কৰাও শিকিম।
00:25 টোউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, মই Ubuntu Linux 14.04 অপাৰেটিং সিস্টেম, gedit 3.10 ব্যবহাৰ কৰিছো।
00:36 টোউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ যি কোনো এটা অপাৰেটিং সিস্টেমৰ সম্পর্কে জ্ঞান থাকিব লাগিব।
00:42 প্ৰথমে মই শিকিম gedit Text Editor সংস্থাপন কৰা।
00:47 আপোনি দেখোৱা লিঙ্কত গৈ, উইন্ডোজত gedit Text Editor কিভাবে সংস্থাপন কৰে তাৰ নির্দেশাবলী চাব পাৰে।
00:56 gedit Text Editor উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমত আগৰ পৰাই সংস্থাপিত।
01:02 এইটো উবুন্টু লিনাক্সেত Ubuntu Software Centre ব্যবহাৰ কৰি সংস্থাপিত কৰা যায়।
01:08 Ubuntu Software Centre সম্পর্কে অধিক জানিবলৈ আমাৰ সাইটত Linux স্পোকেন টোউটোৰিয়েল চাওক।
01:15 মোৰ সিস্টেমত gedit Text Editor আগৰ পৰাই সংস্থাপিত।
01:20 এতিয়া gedit Text Editor খুলো।
01:24 কম্পিউটাৰ ডেস্কটপৰ উপৰত বাও কোণত Dash Home ত টিপক।
01:29 সার্চ বাক্সত gedit লিখক। text Editor আইকন দেখায়। ইয়াতে ক্লিক কৰক।
01:37 এইটোৱে নতুন gedit Text Editor উইন্ডো খুলিব।
01:41 বিকল্পৰুপে, আপোনি Terminal ব্যবহাৰ কৰিও Text Editor খুলিব পাৰে।
01:47 এতিয়া মই এই উইন্ডোটো বন্ধ কৰিম।
01:50 টার্মিনেল খুলিবলৈ, CTRL+ ALT+T কীস একেসৈতে টিপক।
01:56 gedit লিখি Enter টিপক।
02:00 এটা নতুন gedit Text Editor উইন্ডো খোলে।
02:04 সকলো মেনু সহ শীর্ষৰ বাৰক Menu bar বোলে.
02:09 পিছৰটো হল Tool bar, যত সর্বাধিক ব্যবহাৰ কৰা মেনুস, আইকনৰ ৰুপত উপস্থিত।
02:16 প্ৰদর্শিত এলাকা হৈছে যত সকলো কার্যকলাপ যেনে টাইপিং, এডিটিং কৰিব পাৰে।
02:23 আপোনি Untitled Document 1 নামৰ ট্যাব চাব পাৰে।
02:28 এইটো নতুনকৈ খোলা ডকুমেন্টক gedit Text Editor দ্বাৰা ডিফল্ট নাম দিয়া হৈছে।
02:35 টেক্সট এলাকাত, Welcome to Spoken Tutorial লিখক।
02:42 ইয়াৰ তলত, মই আৰো কিছু টেক্সট লিখিম যি ইয়াতে দেখোৱা হৈছে।
02:48 এতিয়া ট্যাবত, আপোনি ফাইলৰ নামৰ আগত এটা asterisk চাব পাৰে।
02:54 ইয়াৰ মানে হল ফাইলটো এতিয়াও সংৰক্ষণ হোৱা নাই।
02:59 তলতৰ বাৰটো হল Status bar, যি বর্তমান কার্যকলাপ সম্পর্কে তথ্য প্ৰদর্শন কৰে।
03:06 Status barএ লাইন সংখ্যা আৰু কলম সংখ্যাৰ ভিত্তিত কার্সাৰৰ স্থিতি প্ৰদর্শন কৰে।
03:13 এইটোৱে এয়াও দেখায় যে মোড ওভাৰৰাইট নে ইন্সার্ট হয়।
03:19 ডিফল্টৰুপে, এইটো INS, যি হৈছে insert mode.
03:24 মই বাকি দুটা সম্পর্কে পিছত শিকিম।
03:28 এতিয়া ফাইলটো সংৰক্ষণ কৰা চাও।
03:31 সেয়ে Menu bar ত File বিকল্পত টিপি তাৰপিছত Save ত ক্লিক কৰক।
03:37 Save ডায়ালগ বাক্স খোলে। মই ফাইলৰ নাম Student.txt লিখিম।
03:45 স্থান চয়ন কৰক যত আপোনি ফাইল সংৰক্ষণ কৰিব বিচাৰে।
03:49 মই Desktop চয়ন কৰিম।
03:52 Save বোতামত ক্লিক কৰক।
03:55 লক্ষ্য কৰক যে সংৰক্ষিত ফাইলৰ নাম এতিয়া ট্যাবত প্ৰদর্শিত হয়।
04:01 লগতে লক্ষ্য কৰক যে asterisk অদৃশ্য হৈ গৈছে।
04:06 এতিয়া ফাইলটো বন্ধ কৰক।
04:09 মেনু বাৰত File ত টিপি Close চয়ন কৰক।
04:14 মই File আৰু New ত ক্লিক কৰি উইন্ডোত নতুন ফাইলবোৰ খুলিব পাৰো।
04:21 নতুবা, আপোনি প্লাস সাইন সহ টুলবাৰত আইকনত টিপিব পাৰে।
04:27 এতিয়া চাও যে বিদ্যমান ডকুমেন্ট কিভাবে খোলে।
04:31 মেনু বাৰত File ত টিপি Open চয়ন কৰক।
04:36 Desktop ফোল্ডাৰ পৰা Students.txt ফাইলটো চয়ন কৰক, যত পূর্বৰ ফাইলটো সংৰক্ষণ কৰিছিলো।
04:44 Open বোতামত ক্লিক কৰক।
04:47 এতিয়া মই ছাত্রৰ আৰো কিছু বিবৰণ যোগ কৰিম।
04:52 ফাইলটো বাৰেবাৰে সংৰক্ষণ কৰা এটা ভাল অভ্যাস হয়। এইটোৱে পাওয়াৰ কাট বা সিস্টেম ক্র্যাশ হোৱাত ডেটা হেৰোৱাৰ পৰা ৰক্ষা কৰে।
05:02 Auto save বিকল্পৰ ব্যবহাৰ নির্দিষ্ট সময়ৰ ব্যবধানত স্বয়ংক্ৰিয়ভাবে ফাইল সংৰক্ষণ কৰা যাব পাৰে।
05:09 এতিয়া চাও যে auto save বিকল্পৰ ব্যবহাৰ কিভাবে কৰে।
05:14 মেনু বাৰত Edit ত ক্লিক কৰক। তাৰপিছত Preferences ত ক্লিক কৰক।
05:19 gedit Preferences ডায়লগ বাক্স দেখায়।
05:23 উইন্ডোৰ শীর্ষত Editor ট্যাবত ক্লিক কৰক।
05:27 File Saving বিকল্পৰ তলত, Autosave files চেকবাক্স চেক কৰক।
05:33 minutes বাক্সত 2 লিখক। Close ত ক্লিক কৰক।
05:39 এতিয়া আমাৰ ফাইল প্ৰতি 2 মিনিটৰ পিছত স্বয়ংক্ৰিয় সংৰক্ষণ হব।
05:44 আপোনি টাইপিং চালিয়ে যাব পাৰে কাৰণ এইটোৱে স্বয়ংক্ৰিয়ভাবে সংৰক্ষণ লাগিব।
05:49 নহলে পৰিবর্তনবোৰ সংৰক্ষণ কৰিবলৈ Toolbar ত তলৰ এৰো আইকনত ক্লিক কৰিব পাৰে।
05:56 gedit Text Editor উইন্ডোৰ পৰা প্ৰস্থান কৰিবলৈ File আৰু Quit ত ক্লিক কৰক।
06:03 মই টোউটোৰিয়েলৰ শেষলৈ আহিছো।
06:05 সংক্ষেপে:
06:08 ইয়াতে মই উবুন্টু লিনাক্স আৰু উইন্ডোজ অপাৰেটিং সিস্টেমত gedit সংস্থাপন কৰা শিকিছো।
06:16 মই এয়াও শিকিছো যে নতুন ফাইল কিভাবে বনায়, বিদ্যমান ফাইল কিভাবে খোলে, সংৰক্ষণ কৰে আৰু বন্ধ কৰে আৰু Text Editor কিভাবে বন্ধ কৰে।
06:27 তলৰ অনুশীলনীটো কৰক।
06:29 gedit Text Editor ত নতুন উইন্ডো খুলক।
06:33 এটা আমন্ত্ৰণ পত্ৰ লিখক।
06:36 এইটোক Invitation.txt ৰ নামত সংৰক্ষণ কৰক।
06:39 এতিয়া ফাইলটো বন্ধ কৰক।
06:42 একেই ফাইলটো খুলে তাতে কিছু পৰিবর্তন কৰক।
06:46 ফাইলটো সংৰক্ষণ কৰিবলৈ Save as বিকল্প ব্যবহাৰ কৰক আৰু ফাইলৰ নাম Invitation1.txt দিয়ক।
06:54 Invitation.txt আৰু Invitation1.txt ফাইলসত পৰিবর্তিত বিষয়বস্তু লক্ষ্য কৰক।
07:02 নিম্ন লিঙ্কত দিয়া ভিডিওটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক ডাউনলোড কৰি চাওক।
07:10 স্পোকেন টোউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষায় পাস কৰিলে সার্টিফিকেট দিয়ে।
07:19 অধিক তথ্যৰ বাবে, আমালৈ লিখক।
07:23 আপোনাৰ স্পোকেন টোউটোৰিয়েলৰ সম্পর্কে কোনো প্ৰশ্ন থাকিলে এই সাইটত যাওক।
07:26 মিনিট আৰু সেকেন্ড চয়ন কৰক যত প্ৰশ্ন আছে। আপোনাৰ প্ৰশ্ন সংক্ষেপে ব্যাখ্যা কৰক।
07:35 আমাৰ দলৰ কোনো এজনে ইয়াৰ উত্তৰ দিব।
07:39 এই টোউটোৰিয়েলত নির্দিষ্ট প্ৰশ্নৰ বাবে স্পোকেন টোউটোৰিয়েল ফোৰাম আছে।

ইয়াতে অসম্পর্কিত আৰু সাধাৰণ প্ৰশ্ন পোস্ট নকৰিব, এইটোৱে অব্যবস্থতা কমোৱাত সহায়তা কৰিব। কম অব্যবস্থতাৰ সৈতে আমি এই আলোচনা নির্দেশমূলক তথ্য ৰুপে ব্যবহাৰ কৰিব পাৰো।

07:58 স্পোকেন টোউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত। এই মিশন সম্পর্কে আৰো তথ্য এই লিঙ্কত উপলব্ধ।
08:11 আইআইটো বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi