Difference between revisions of "Firefox/C4/Add-ons/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "Add-ons/ {| border=1 || '''Time''' || '''Narration''' |- || 00:01 || মোজিলা ফায়াৰফক্সত অ্যাডভান্সড (উন্নত)...")
 
 
(2 intermediate revisions by one other user not shown)
Line 1: Line 1:
Add-ons/
+
 
 
{| border=1
 
{| border=1
 
|| '''Time'''
 
|| '''Time'''
Line 6: Line 6:
 
|-
 
|-
 
|| 00:01
 
|| 00:01
|| মোজিলা ফায়াৰফক্সত অ্যাডভান্সড (উন্নত) ফায়াৰফক্স বৈশিষ্ট্য এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
+
|| নম্সকাৰ দৰ্শক সকল. মোজিলা ফায়াৰফক্সত অ্যাডভান্সড (উন্নত) ফায়াৰফক্স বৈশিষ্ট্য এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
  
 
|-
 
|-
Line 186: Line 186:
 
|-
 
|-
 
|| 05:10
 
|| 05:10
|| আপোনাৰ '''sync''' की ভৰাওক। '''finish''ত' টিপক।***
+
|| আপোনাৰ '''sync''' কী ভৰাওক। '''finish''ত' টিপক।
  
 
|-
 
|-
Line 364: Line 364:
 
|-
 
|-
 
||09:36
 
||09:36
||মই অনামিকা মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো। অংশগ্রহনৰ বাবে ধন্যবাদ।
+
||আই আই টি বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Latest revision as of 10:15, 7 July 2015

Time Narration
00:01 নম্সকাৰ দৰ্শক সকল. মোজিলা ফায়াৰফক্সত অ্যাডভান্সড (উন্নত) ফায়াৰফক্স বৈশিষ্ট্য এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:08 এই টিউটোৰিয়েলত আমি অ্যাডভান্সড ফায়াৰফক্স বৈশিষ্ট্য সম্পর্কে শিকিম।

Quick find link

Firefox Sync

Plug-ins

00:19 ইয়াত আমি উবুন্টু 10.04 ত ফায়াৰফক্স 7.0 ব্যবহাৰ কৰিছো।
00:26 এতিয়া ফায়াৰফক্স ব্রাউজাৰ খোলক।
00:29 ডিফল্টৰুপে Yahoo হোম পেজ খোলে।
00:33 এতিয়া ফায়াৰফক্সত লিঙ্ক চাবলৈ শিকো।
00:37 ফায়াৰফক্সে আপোনাক ওয়েব পৃষ্ঠাত সার্চ বাৰ আৰু  লিঙ্ক বিছাৰিবলৈ অনুমতি দিয়ে.
00:43 address বাৰত, লিখক WWW. Google.co.in আৰুenter টিপক।
00:51 লক্ষ্য কৰক যে কার্সাৰ এতিয়া Google সার্চ বাৰত আছে।
00:58 ইয়াৰ পিছত, সার্চ বাৰৰ বাহিৰত কার্সাৰদাল পৃষ্ঠাৰ কোনো এটা ঠাইত টিপক।
01:04 এতিয়া কীবোর্ডত apostrophe কী টিপক।
01:09 উইন্ডোৰ তলৰ বাওকোণত, সার্চ বাক্সত quick find links  প্রদর্শিত হয়।
01:16 এই বাক্সত লিখক Bengali. লক্ষ্য কৰক যে Bengali লিঙ্ক লক্ষনীয় হয়।
01:25 আপোনি ওয়েব পৃষ্ঠাত লিঙ্কৰ বাবে দ্রুত আৰু সহজে অনুসন্ধান কৰিবলৈ পাৰিব।
01:31 ধৰক, আপোনি অন্য কোনো কম্পিউটাৰ বা মোবাইল ফোন নচিনা ডিভাইসৰ পৰা আপোনাৰ সেটিং আৰু প্রেফেৰেন্সেসৰ সৈতে ফায়াৰফক্চ ব্রাউজাৰ অ্যাক্সেস কৰিবলৈ বিছাৰে। এইটো কি সম্ভব হয় নে!
01:43 হ্য়! firefox sync featuresএ মোজিলা সার্ভাৰত bookmarks, history আৰুinstalled extensions ৰ নিচিনা আপোনাৰ সকলো ব্রাউজাৰৰ তথ্য সঞ্চিত কৰে।
01:55 আপোনি এই সার্ভাৰৰ সৈতে আপোনাৰ কম্পিউটাৰক sync কৰিবলৈ পাৰিব আৰু আপোনি আপোনাৰ ব্রাউজাৰ তথ্য অ্যাক্সেস কৰিবলৈ পাৰিব।
02:02 এতিয়া sync features (বৈশিষ্ট্য) সক্রিয় কৰক।
02:06 Menu বাৰ পৰা tools আৰুset up sync ত টিপক। Firefox sink setup ডায়লগ বাক্স প্রদর্শিত হয়।
02:15 যিহেতু আমি প্রথমবাৰৰ বাবে sync এৰ ব্যবহাৰ কৰিছো, create a new accountত টিপক।
02:21 account details ডায়লগ বাক্স প্রদর্শিত হয়।
02:24 এই টিউটোৰিয়েলৰ উদ্দেশ্যেৰ বাবে, আমি ইতিমধ্যে এটা gmail একাউন্ট বনাইছো।
02:30 ST.USERFF@gmail.com email address ক্ষেত্রত ST.USERFF@gmail.com লিখক।
02:42 choose a password ক্ষেত্রত, পাসওয়ার্ড লিখক।
02:47 confirm password ক্ষেত্রত, আৰু এবাৰ পাসওয়ার্ড লিখক।
02:52 ডিফল্টৰুপে সার্ভাৰ, firefox sync সার্ভাৰ নির্বাচিত হয়।
02:58 আমি সেটিংস পৰিবর্তন নকৰো। “terms of service” আৰু“privacy policy” বাক্স ছেক কৰক।
03:08 “next”ত টিপক। ফায়াৰফক্সে sync কী প্রদর্শন কৰে।
03:11 সেই মেশিনৰ পৰা sync অ্যাক্সেস কৰিবলৈ এইটোৱে কী হয় যি আপোনি আপোনাৰ  সিস্টেমত ভৰাব লাগিব ।
03:18 “save” বোতামত টিপক। প্রদর্শিত save sync কী ডায়লগ বাক্সত,
03:24 ডেস্কটপত ব্রাউজ কৰক। “save”ত টিপক।
03:28 firefox sync key.html ফাইলটো ডেস্কটপত HTML ফাইল হিসাবে সংৰক্ষিত হয়।
03:35 এই কীটো মন কৰক আৰু নম্বৰটো তাত সংৰক্ষণ কৰক, যৰ পৰা আপোনি সহজে পাব পাৰিব।
03:41 আপোনি এই কীটো নভৰোৱাকে অন্য কম্পিউটাৰ পৰা আপোনাৰ sync account এক্সেস কৰিবলৈ সক্ষম নহব।
03:48 nextত টিপক। confirm you are not a Robot ডায়লগ বাক্সত,
03:53 প্রদর্শিত শব্দ লিখক। সেটআপ সম্পূর্ণ  হৈছে।
03:59 “firefox sync” সেটআপ ডায়লগ বাক্সৰ বাওফালে Sync Options বোতামত টিপক।
04:06 ইয়াত আপোনি আপোনাৰ Sync Options সেট কৰিবলৈ পাৰিব।
04:09 এই টিউটোৰিয়েলৰ উদ্দেশ্যে বাবে, আমি ডিফল্ট বিকল্প পৰিবর্তন নকৰো। “done”ত টিপক।
04:17 Nextত টিপক firefox বিষয়বস্তু পৰীক্ষা কৰক, ইয়াৰ পিছত finish বোতাম প্রদর্শিত হয়, “finish”ত টিপক।
04:25 আপোনি আপোনাৰ কম্পিউটাৰত ফায়াৰফক্স Sync সেটআপ কৰিছে
04:29 আৰু এতিয়া অন্য কম্পিউটাৰ পৰা ব্রাউজাৰ তথ্য কিভাবে এক্সেস কৰিব।
04:35 আপোনাৰ অন্য কম্পিউটাৰ বা ডিভাইস টুলত sync এৰ প্রয়োজন হব।
04:40 এই টিউটোৰিয়েলৰ উদ্দেশ্যেৰ বাবে, আমি স্লাইডত নির্দেশাবলী সূচীবদ্ধ কৰিম।
04:46 আপোনি আপোনাৰ অন্যান্য কম্পিউটাৰ বা ডিভাইসত sync কৰিবলৈ এই নির্দেশাবলী অনুসৰণ কৰিব পাৰিব।
04:52 অন্য কম্পিউটাৰ বা ডিভাইসত ফায়াৰফক্স ব্রাউজাৰ খোলক।
04:57 Menu বাৰ পৰা tools আৰুSetup Firefox Syncত টিপক।
05:03 I have a firefox sync accountত টিপক। আপোনাৰ email ID আৰুpassword লিখক।
05:10 আপোনাৰ sync' কী ভৰাওক। finishত' টিপক।
05:15 অন্য কম্পিউটাৰও sync হৈছে এতিয়া। আপোনি অন্য কম্পিউটাৰ টুলসৰ পৰা ব্রাউজাৰ তথ্য অ্যাক্সেস কৰিব পাৰিব।
05:23 আপোনি নতুন bookmark ও সংৰক্ষণ কৰিবলৈ পাৰিব আৰু ইয়াত আপোনাৰ preferences সলাব পাৰিব।
05:28 এই পৰিবর্তনবোৰ স্বয়ংভাবে sync managerত আপডেট হৈ যাব।
05:34 অবশেষত, শিকো যে sync manager'ত আপডেট কৰা তথ্য দি ' কিভাবে এটা মূল কম্পিউটাৰ sync কৰে।
05:42 এতিয়া Menu বাৰ পৰা, toolsত টিপক।
05:46 লক্ষ্য কৰক যে sync option এতিয়া sync now হিসাবে প্রদর্শিত হয়।
05:51 Sync manager ৰ সৈতে তথ্যক sync কৰিবলৈ, আপোনি এইটোত টিপিব পাৰিব।
05:55 আপোনি আপোনাৰ firefox sync account মুছি পেলাবলৈ বা sync data পৰিস্কাৰ কৰিবলৈ বিছাৰিব পাৰে।
06:02 আপোনি এইটো কিভাবে কৰিব? এইটো অত্যন্ত সহজ।
06:06 এটা নতুন ব্রাউজাৰ খোলক। এড্রেস বাৰত লিখক, https://account.services.mozilla.com. Enter টিপক।
06:21 UsernameST.USERFF@gmail.com লিখক।
06:28 এতিয়া Password লিখক। loginত টিপক।
06:33 Firefox Sync ওয়েবপেজ খোলে।
06:36 এতিয়া আপোনি ফায়াৰফক্স সেটিংস আৰু তথ্য পৰিবর্তন কৰিব পাৰিব।
06:40 এতিয়া এই পৃষ্ঠাৰ পৰা  log out কৰো।
06:43 এতিয়া plug-ins সম্পর্কে শিকো। Plug-ins কি?
06:49 plug-in এটা সফটওয়্যাৰ প্রোগ্রাম হয়, যি ফায়াৰফক্স ব্রাউজাৰত নির্দিষ্ট বৈশিষ্ট্য যুক্ত কৰে।
06:57 যদিও, plug-ins, extensionsৰ পৰা ভিন্ন।
07:00 plug-ins হল অন্যান্য কোম্পানিৰ দ্বাৰা নির্মিত প্রোগ্রাম।
07:04 Plug-insএ, ফায়াৰফক্স ব্রাউজাৰত অন্য পক্ষৰ প্রোগ্রাম সম্পূৰ্ণ কৰে।
07:10 Plug-insএ আপোনাক ভিডিও চলাব দিয়ে, মাল্টি মিডিয়া কন্টেন্ট দেখায়, ভাইৰাস স্ক্যান সঞ্চালন আৰু ফায়াৰফক্সত অ্যানিমেশন ৰান কৰাৰ অনুমতি দিয়ে।
07:21 উদাহৰণস্বৰপে, Flash এটা plug-in হয়, যি আপোনি ভিডিও চাবলৈ আপোনাৰ ফায়াৰফক্স ব্রাউজাৰত সংস্থাপিত কৰিছিলো।
07:28 এতিয়া plug-ins চাও, যি ফায়াৰফক্সত সংস্থাপিত আছে।
07:33 Menu বাৰ পৰা tools আৰুAdd-onsত টিপক।
07:38 Add-ons Manager ট্যাব খোলে। বাওপ্যানেলৰ পৰা plug-insত টিপক।
07:45 এতিয়া সো প্যানেলে কম্পিউটাৰত সংস্থাপিত হোৱা plug-ins প্রদর্শন কৰে।
07:50 আৰুplug-ins কিভাবে সংস্থাপিত কৰে?
07:53 প্রতিটো plug-ins, প্রাসঙ্গিক ওয়েবসাইটৰ পৰা ডাউনলোড কৰ আৰু তাৰপিছত কম্পিউটাৰত সংস্থাপিত কৰক।
08:01 প্রত্যেক plug-ins ৰ বাবে ভিন্ন সংস্থাপন প্রক্রিয়া হব পাৰে।
8:05 মোজিলা ফায়াৰফক্সৰ বাবে উপলব্ধ plug-ins আৰু তাৰ সংস্থাপনৰ নির্দেশাবলী সম্পর্কে আৰো জানিবলৈ আনুগ্ৰহ কৰি mozilla ওয়েবসাইটত যাওক।
08:16 এই browser বন্ধ কৰক।
08:19 plug-ins অক্ষম কৰিবলৈ, কেবল disable বোতামত টিপক।
08:24 টিউটোৰিয়েলৰ শেষলৈ আহিছো।
08:27 এই টিউটোৰিয়েলত আমি শিকিছো;

Quick find link

Firefox Sync আৰুPlug-ins

08:36 নির্দেশিত কাম।
08:38 ফায়াৰফক্সৰ বাবে তিনটা plug-ins ডাউনলোড আৰু সংস্থাপিত কৰক।
08:43 ফায়াৰফক্স sync account তৈয়াৰ কৰক। অন্য কম্পিউটাৰ পৰা ফায়াৰফক্স ব্রাউজাৰ অ্যাক্সেস কৰক।
08:50 এই লিঙ্কত উপলব্ধ ভিডিও-টি চাওক। এইটোৱে Spoken Tutorial প্রকল্পৰ  সাৰংস বোঝায়।
08:56 যদি ভাল ব্যান্ডউইডথ নাই, তেনেহলে আপোনি ভিডিও-টো ডাউনলোড কৰিও চাব পাৰিব।
09:01 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে, স্পোকেন টিউটোৰিয়েল-বোৰ ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
09:06 যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্রশংসাপত্র দিয়ে।
09:10 এই বিষয় বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
09:16 স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
09:21 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
09:28 এই বিষয় বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
09:31 spoken hyphen tutorial dot org slash NMEICT hyphen Intro
09:36 আই আই টি বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi, PoojaMoolya