Firefox/C2/Tabbed-Browsing-Blocking-Pop-ups/Assamese

From Script | Spoken-Tutorial
Revision as of 18:16, 22 July 2014 by Gaurav (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 Mozilla Firefox ৰ এই স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছো৷
00:04 এই টিউটৰিয়েলত আমি শিকিব পাম টেবদ ব্ৰাউজিং চটিং কনটেনত অফলাইন ব্লকিং পপ-আপচ’ৰ বিষয়ে৷


00:13 এই টিউটৰিয়েলত আমি ব্যৱহাৰ কৰিম Firefox Version 7.0 Ubuntu 10.04.


00:21 Mozilla Firefox এ আপোনাক বিডিন্ন ৱেব পেজেচ পৃথক টেবচ’ৰ সৈতে একে

ব্ৰাউজাৰ উইন্দো ল’ব কৰিবলৈ অনুমতি দিব৷


00:29 টেবদ ব্ৰাউজিংৰ আটাইতকৈ ডাঙৰ সুবিধশ হল ই বিডিন্ন ব্ৰাউজাৰ উইন্দোজৰ প্ৰ্ৰয়োজন প্ৰদৰ্শন কৰিবলৈ অগ্ৰাধিকাৰ দিয়ে৷


00:36 আপোনাৰ desktop ক্লাটাৰ-ফ্লি কৰাত ই সহায় কৰে৷


00:40 প্ৰত্যেক টেবত আছে ব্ৰাউজাৰচ প্ৰদশিত ঠাই ঘেতিয়া প্ৰদৰ্শন কা হয়৷


00:45 ইয়ে প্ৰয়োজন সমনাই ৰিচাইজ আৰু ওপেনদ ব্ৰাউজাৰ উইন্দোচ পুন:স্থাপনত এলিমিনেটচ কৰে৷


00:52 টেবদ ব্ৰাউজিং এ কম মেমৰি কণজিউম কৰে আৰু টাইলদ্-উইন্দো ব্ৰাউজিং তকৈ অপাৰেটিং চিচটেম

ৰিচোৰ্চ কৰে৷


01:00 একে সময়তে ব্যৱহাৰকৰীয়ে বহুত বেছি টেব খুলি নোৱাৰে৷


01:05 কব পাৰি, আপুনি এটা পৃথক ৱেবপেজত আছে৷


01:08 ফাইয়াৰফক্স ফৰ ডেক্সটপ নামৰ এটা লিংকইয়াত আছে৷


01:11 আপুনি এই লিংক এটা নতুন টেবত খুলিব পাৰিব৷


01:14 এইটো কৰিবলৈ লিংকৰ সোফালে ক্লিক কৰক৷


01:17 কনটেক্সত মেনুপপ্ত ওপেন লিংক ইন নিউ টেবত ক্লিক কৰক৷


01:21 আপুনি লক্ষ্য কৰিব ঘে এক্সিচটিংগ টেবৰ সোঁফালে এটা নতুন টেব খুলিব, একেদৰে চেইম ব্ৰাউজাৰ উইন্দো৷


01:28 আপোনাৰ উইন্দো বন্ধ বা নুখউৰুবাকৈ, আপোনি একে উইন্দোত অন্য ৱেবপেজ খুলিব পাৰিব৷


01:34 আপুনি ফাইল আৰু নতুন টৰ ক্লিক কৰিও এটা নতুন টেব খুলিব পাৰে৷


01:40 ইয়াৰ চুটি কি হ’ল CTRL+T


01:40 ঘেতিয়া এটা নতুন টেব খুলিব লক্ষ্য কৰিব ঘে, ন্তুন টেব ত্যক্ষনাৎ সক্ৰিয় হৈ পৰিব৷


01:50 এতিয়া URL বাৰলৈ ঘাওক টাইপ কৰক www.google.com.


01:56 আপোনাৰ এতিয়া থাকিব ৩টেবচ, প্ৰত্যেকট পৃথক ৱেব পেজ৷


02:01 ৰাইটমোস্ত টেবৰ "+' বাটম ক্লিক কৰিও এটা নতুন টেব খুলিব পাৰে৷


02:08 আমাৰ প্ৰয়োজনীয়তা অনুসৰি আমি টেবচ এৰেন্জ কৰিব পাৰো৷


02:11 মাউচ বাটম ৰিলিচ নকৰাকৈ টেব ক্লিক কৰক, আৰু ইয়াক প্ৰয়োজনীয় স্থানলৈ লৈ ঘাওক


02:17 মাউচ বাটম ৰিলিজ কৰক৷


02:20 টেব টো এতিয়া বিচৰা লোকেচনত৷


02:23 Mozilla Firefox এ আমাক পাৰ্ফম কৰিব অনুমতি দিয়া কিছুমান বেচিক অপাৰেচনচ চাও৷


02:29 এতিয়া চাৰ্চ ইন্জিন google লৈ সলনি কৰক৷


02:32 চাৰ্চবাৰ ত টাইপ ইমেলই উইকিপেডিয়া, চাৰ্চচ বাৰৰ সোঁফালে মেগনিফাইং গ্লাচত ক্লিক কৰক৷


02:40 ৰিলেডেন্ট উইকিপেডিয়া পেজ হ’ল প্ৰথম বিচৰা ফলাফল৷


02:44 এই লিংকত ক্লিক কৰি এই পেজ খুলক৷


02:48 এতিয়া ফাইল ক্লিক কৰক, আৰু পিছত চেড পেজ এচ’ত৷


02:52 ‘search.html’. নামেৰে এই ফাইল Desktop ত চেড কৰক৷


02:59 ব্ৰাউজাৰ উইন্ডোত এটা নতুন টেব খুলিবলৈ প্ৰথমে ফাইল আৰু পিছত নতুন টেব ক্লিক কৰক৷


03:05 নতুন টেব উইন্ডোত আমাৰ চেডত পেজ খুলক৷


03:10 ফাইলত ক্লিক কৰক আৰু ওপেন ফাইল৷


03:12 ব্ৰাউজ আৰু চেডত ফাইল খুলক৷


03:17 URLবাবত আপুনি দেখিব এদ্ৰেচটো ইন্টাৰনেট ইদ্ৰেচ নহয়, কিন্তু আপোনাৰ কম্ পিউটাৰস্থানীয় লোকেচন৷


03:25 আপুনি অফলাইনত থাকিলও এই পেজ পঢ়িব পাৰিব৷


03:29 পপচ আপছ বোৰ উইন্ডোচ ঘি আহিৰ আপোনাৰ পাৰ্মিচন নোহোৱাকৈ স্বয়ংক্ৰিয় ডাবে৷


03:34 Firefox এ ৱামাৰ পপচ আপচ আৰু পপ আন্দাৰচ থ্ৰো দা কনটেনত টেব প্ৰিফাৰেনচেচ উইন্ডো উডয়ে নিয়ন্ত্ৰণ কৰাৰ অনুমিত দিয়ে৷


03:42 Windows ত ইয়ে অপচন উইন্ডোৰ ডিতৰত হব৷


03:46 পপ-আপ ক্লিক ডিফলটৰ দ্বাৰা টাৰ্নদ ওন হব৷


03:50 এদিটেনদ প্ৰিফাৰেনচেচেত ক্লিক কৰক৷


03:52 উইন্ডোচ ব্যবহাৰ কৰীয়ে অনুগ্ৰহ কৰি টুলচ আৰু অপচন’ত ক্লিক কৰক৷


03:56 কনটেনটটেৰ প্ৰথম অপচন ব্লক-পপ-আপ উইন্ডোচ দিফলটৰ দ্বাৰৰা পৰীক্ষা কৰক৷


04:02 ঘদি নগয়, তেতিয়া অনুগ্ৰহ কৰি এই অপচন পৰীক্ষা কৰক৷


04:05 এই ‘দাইলগ বক্স’ৰ বিডিন্ন বিকল্পবোৰ অন্য টিউট্ৰিয়েলত আলোচনা কৰা হব৷


04:11 ক্লজ বটম’ত ক্লিক কৰক৷


04:13 এই টিউট্ৰিয়েলৰ শেষ অংশলৈ আমাক লৈ আনিশে৷


04:16 ইয়াত আমি কি শিকিলো তাৰ সংক্ষিপ্ত বৰ্ননা থাকিব৷


04:19 টেবদ ব্ৰাউজিং এ ব্লকিং পপ আপচ ত অফলাইন কনটেনট স্তৰিং কৰিব৷


04:25 এই কমিপ্ৰহেনচন টেস্ত এচাইনমেন্ত ট্ৰাই কৰক৷


04:29 নতুন টেব এটা খুলক৷


04:30 এই চাৰ্চ ইন্জিন google সলনি কৰক৷


04:33 ‘দি হস্তৰি অফ ইমেইল’ চাৰ্চ কৰক৷


04:36 প্ৰথমত ফলাফল চেড কৰক আৰু ইয়াক এটা অফলাইন দকুমেনটচ নিচিনা এটা নতুন টেব’ত খুলক৷


04:43 $চাৰ্চ ইন্জিন বিং লৈ সলনি কৰক৷


04:46 পুনৰ দি হস্তৰি অফ ইমেইল চাৰ্চ কৰক৷


04:49 হিস্তৰি অফ ইমেইল এন্ড ৰে টমলিচন’, লিংকটো চেড কৰক আৰু ইয়াক এটা নতুন টেব’ত খুলক

এটা অফলাইন দকুমেন্টচৰ নিচিনা চাবলৈ৷


04:58 http://spoken-tutorial.org/What_is_a_Spoken_Tutorial ত উপলব্দ ডিডিও প্ৰত্যক্ষ কৰক৷


05:02 ইয়ে স্পকেন টিউটাৰিয়েলৰ প্ৰজেক্টৰ সবিশেষ দেখুৱাব৷


05:04 আপোনাৰ ঘদি ডাল বেন্দউইন্দফথ নাইব ডাউনলোড কৰি চাব পাৰে৷


05:09 ‘স্পকেন টিউটৰিয়েল প্ৰজেক্ট’ টিম,স্পকেন টিউটৰিয়েলচ ব্যৱহাৰ কৰি ৱৰ্কচপ অনুষ্ঠিত কৰে৷


05:14 অনলাইন টেস্ত পাচ কৰা সকলক এখন চাৰ্টিফিকেট দিয়া হয়৷


05:18 সবিশেষৰ বাবে contact@spoken-tutorial.org লৈ লিখক৷


05:25 স্পকেন টিউটৰিয়েল প্ৰজেক্ট’ টক তি এ টিচাৰ প্ৰজেক্টৰ এটা নংগ৷


05:29 ইয়াক এডুকেশ্বন থ্ৰ ICT, MHRD, ৰ নেচনেলে মিচলে সহায় কৰে৷


05:37 এই মিচকনৰ অধিক তথ্য ‘স্পকেন হাইফেন টিউটৰিয়েল দট অৰগ স্লেচ NMEICT হাইফেন ইন্ট্ৰোত উপল৷


05:48 এই টিউটৰিয়েল DesiCrew Solutions Pvt. Ltd. www.desicrew.inৰ দ্বাৰা অৰিহনা প্ৰাপ্ত৷


05:53 ঘোগদানৰ বাবে অশেষ ধন্যবাদ৷

Contributors and Content Editors

Gaurav, Mousumi, Nancyvarkey, Pratik kamble