Drupal/C3/Drupal-Site-Management/Assamese

From Script | Spoken-Tutorial
Revision as of 18:25, 17 October 2016 by PoojaMoolya (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. দ্ৰোপল চাইত মেনেজমেন্টৰ ( Drupal Site Management) স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম :

ৰিপ’ৰ্ট (report) চাবলৈ দ্ৰোপল (Drupal) আপদেত কৰিবলৈ ম’দিউলচ (modules) আৰু থিমচ (themes) আপদেত কৰিবলৈ আৰু পূৰণা ভাৰ্চন এটা ৰিষ্ট’ৰ কৰিবলৈ

00:18 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:

উবোন্টো লিনাক্স (Ubuntu Linux) অপাৰেতিং চিষ্টেম দ্ৰোপল (Drupal) 8 আৰু ফায়াৰফক্স (Firefox) ওৱেব ব্ৰ’জাৰ আপুনি আপোনাৰ পচন্দ অনুসৰি যিকোনো ওৱেব ব্ৰ’জাৰ ব্যৱ্হাৰ কৰিব পাৰে

00:33 চাইত মেনেজমেন্ট কি হয়?

চাইত মেনেজমেন্ট (Site management) হৈছে : দ্ৰোপলৰ অন্তৰ্গত ক’ডক আপদেত কৰা যি হৈছে ক’ৰ (core), ম’দিউলচ (modules) আৰু থিমচ (themes)

00:44 এৰ’ৰসমূহক (error) নিৰীক্ষণ আৰু ঠিক কৰা

ইউজাৰচৰ আচৰণক লক্ষ্য কৰা ইত্যাদি

00:51 আমাৰ ওৱেবচাইত খোলো যি আমি আগতে বনাইছিলো
00:56 চাইত মেনেজমেন্টৰ (site management) আৰম্ভণী বিন্দুটো হৈছে ৰিপ’ৰ্টচ (Reports) মেনুখন । যদি আপোনাক আতিৰিক্ত সহায় লাগে, আপুনি লগতে হেল্প (Help) মেনুখন চাব পাৰে
01:07 ৰিপ’ৰ্টচত ( Reports) টিপক । আমি ৰিপ’ৰ্টচৰ তালিকা এখন দেখিছো যি আমি আমাৰ দ্ৰোপল চাইতত (Drupal site) পাব পাৰো
01:14 এভেইলেবল আপদেতচত ( Available Updates) টিপক
01:17 যদি কিহবা ৰঙা বেকগ্ৰাউন্দত আছে, সি বুজায় যে এটা চিকিউৰিতি আপদেত (security update) আছে আৰু আমি ইয়াক অতি সোনকালে আপদেত কৰা উচিত
01:25 যদি ই হালধীয়া হয়, তেন্তে ই এটা চিকিউৰিতি আপদেত (security update) নহয় কিন্তু এটা উন্নত ভাৰ্চন উপলদ্ধ
01:33 চেতিংগচ ( Settings) টেবত , আমি দ্ৰোপলক মাজে সময়ে কেনেকৈ আপদেতচৰ বাবে চাব লাগে ক’ব পাৰো
01:40 আমি লগতে ইয়াক আমালৈ e-mail এটা পঠাবলৈ ক’ব পাৰো, যদি আপদেতচ উপলদ্ধ হয় । এনে কৰাতো অতিশয় গুৰূত্বপূৰ্ণ
01:50 ৰিপ’ৰ্টচৰ (Reports) ভিতৰত, ৰিচেন্ট ল’গ মেচেজেচে আমাক দ্ৰোপলে পোৱা এৰ’ৰচৰ তালিকা এখন দিয়ে । মাজে সময়ে আমি এইবোৰ চোৱা উচিত
02:01 ৰিপ’ৰ্টচৰ (Reports) ভিতৰত, ষ্টেতাচ ৰিপ’ৰ্টে ( Status report) দ্ৰোপলে স্বীকৃত কৰা ইনষ্ট’লেচন বা কনফিগুৰেচন সমস্যাসমূহ দেখুৱায়
02:10 উদাহৰণস্বৰূপে -

মই MySQL 5.6.30ত আছো, মোৰ দ্ৰোপল ক’ৰ ষ্টেতাচ (Drupal Core status) টো আপ-তু-দেত নহয়, মোৰ দাতাবেচটো (database) আপ-তু-দেত হয়, ইত্যাদি

02:25 ৰিপ’ৰ্টচৰ (Reports) ভিতৰত, টপ এক্সেচ দিনাইদ এৰ’ৰচ (Top 'access denied' errors) আৰু টপ পেজ নত ফাউন্দ এৰ’ৰচ ( Top 'page not found' errors) ও লগতে গুৰূত্বপূৰ্ণ
02:34 এইবোৰ হৈছে আমাৰ চাইতটোৱে (site) সঠিকভাবে কাম কৰি আছেনে নাই তাক নিশ্বিত কৰিবলৈ সহজ পদ্ধতি
02:41 টপ চাৰ্চ ফ্ৰেজেচ (Top search phrases) এ আপোনাৰ চাইতৰ চাৰ্চ ফৰ্মচত সঘনাই ব্যৱহৃত শব্দসমূহ প্ৰদান কৰে
02:49 আমাৰ দ্ৰোপল ওৱেবচাইতৰ ৰিপ’ৰ্টিং চেকচনটো বুজাটো হৈছে আমাৰ চাইতটো প্ৰতিপালন কৰাৰ প্ৰথম প্ৰদক্ষেপ
02:57 পাছত, আহক আমি দ্ৰোপলক আপদেত কৰিবলৈ শিকো
03:01 এভেইলেবল আপদেতচত ( Available Updates) টিপক
03:04 আমি দেখিছো যে দ্ৰোপল ক’ৰৰ বৰ্তমান ভাৰ্চন হৈছে 8.1.0 আৰু পৰামৰ্শ কৰা ভাৰ্চনটো হৈছে 8.1.6
03:15 এইটো হৈছে ৰেকৰ্ডিঙৰ সময়ৰ অৱস্থাটো
03:20 আপুনি ইয়াত বেলেগ পৰামৰ্শ কৰা ভাৰ্চন দেখিব পাৰে
03:24 মন কৰিব যে দ্ৰোপলে বৰ্তমান পৰামৰ্শ কৰা ভাৰ্চনটো বিচাৰি উলিয়াবলৈ আপোনাক এটা ইন্টাৰনেত সংযোগ লাগিব
03:32 দ্ৰোপল ক’ৰক (Drupal core) আপদেত কৰিবলৈ ক’ড ফাইলচ মেনুৱেল দাউনল’দ কৰি ইয়াক আপোনাৰ চাইতত প্ৰয়োগ কৰাৰ প্ৰয়োজন
03:40 আমি আপগ্ৰেদিং প্ৰক্ৰিয়াটো ক্ৰমে ক্ৰমে চাম
03:45 প্ৰদত্ত ক্ৰমসমূহ বিতনামি দ্ৰোপল ষ্টাকত (Bitnami Drupal stack) প্ৰয়োগ হয়
03:50 কিন্তু সৰহখিনি ক্ৰম আন যিকোনো দ্ৰোপল (Drupal) ইনষ্ট’লেচনত প্ৰয়োগ হয়
03:57 ক্ৰম নং 1:

প্ৰথমে আপোনাৰ চাইতটো (site) মেন্তেইনেঞ্চ ম’দত (Maintenance mode) থওক

04:03 তাৰ বাবে, কনফিগুৰেচনলৈ (Configuration) যাওঁক আৰু দেভেল’পমেন্তৰ (Development) ভিতৰত মেন্তেইনেঞ্চ ম’দত (Maintenance mode) টিপক
04:11 পুত চাইত ইন্তু মেন্তেইনেঞ্চ ম’দ (" e") বিকল্পটো চাওঁক
04:16 ছেভ কনফিগুৰেচন (Save configuration) বুটামত টিপক
04:19 যেতিয়া মেন্তেইনেঞ্চ মুদটো (Maintenance mode) সক্ৰিয় হয়, মাত্ৰ এদমিনিষ্ট্ৰেতৰচ (administrators)এ ল’গিন কৰিব পাৰে
04:26 যদিহে আপুনি ভুলতে এদমিনক (admin) ল’গদ আউত কৰিলে, আপুনি আপোনাৰ হ’মপেজৰ URL ত ল’গিন কৰিব পাৰে /userৰ সৈতে
04:37 আনে বাৰ্তা এটা দেখিব যে চাইতটো মেন্তেইনেঞ্চত আছে
04:42 ক্ৰম নং 2:

আহক আমি বৰ্তমান ভাৰ্চনটোৰ দাতাবেচটো বেক আপ লওঁ

04:47 আপোনাৰ বিতনামি দ্ৰোপল ষ্টাক (Bitnami Drupal Stack) কনট্ৰ’ল উইন্দ’ খোলক
04:52 এই কনট্ৰ’ল উইন্দ’ কেনেকৈ খোলা হয় জানিবলৈ ইনষ্ট’লেচন অফ দ্ৰোপল (Installation of Drupal) টিউট’ৰিয়েলটো চাওঁক
05:00 অ’পেন (Open) PhpMyAdmin বুটামত টিপক
05:05 আমি phpmyadmin পৃষ্ঠাটোলৈ নিৰ্দেশিত হ’লো
05:10 দিফল্ট ইউজাৰনেমটো হৈছে ৰোত (root)
05:13 দ্ৰোপল এদমিন (Drupal admin) পাচৱৰ্দ আৰু phpmyadmin পাচৱৰ্দ দুয়োটা একেই
05:20 গতিকে, ইউজাৰনেমটো ৰোত (root) হিচাবে লিখক আৰু আপোনাৰ দ্ৰোপল এদমিন পাচৱৰ্দ (Drupal admin password) লিখক, তাৰপাছত গৌ (Go) বুটামত টিপক
05:29 বেক আপ এটা ল’বলৈ, প্ৰথমে এক্সপ’ৰ্ট (Export) বুটামত টিপক ওপৰফালে
05:36 তাৰপাছত এক্সপ’ৰ্ট মেথ’দটো (Export method) কাষ্টম (Custom) হিচাবে নিৰ্বাচিত কৰক
05:40 দাতাবেচ (Database) তালিকাখনৰ ভিতৰত bitnami_drupal8 নিৰ্বাচিত কৰক
05:45 আউতপুত (Output) চেকচনৰ ভিতৰত, ফাইলনেম টেম্পলেত (filename template) "drupal-8.1.0" হিচাবে দিয়ক আৰু কমপ্ৰেচন (Compression) টোক gzipped হিচাবে সজাওঁক
05:58 ফাইলনেমটো আপোনাৰ বৰ্তমান ভাৰ্চনটোৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ হ’ব পাৰে
06:03 অবজেক্ত ক্ৰিয়েচন অপচন (Object creation options) চেকচনৰ ভিতৰত, এদ দ্ৰপ দাতাবেচ ষ্টেতমেন্ত (Add DROP DATABASE statement) বিকল্পটোত চেক-মাৰ্ক এটা দিয়ক
06:12 এদ দ্ৰপ টেবল (Add DROP TABLE) বিকল্পত চেক-মাৰ্ক এটা দিয়ক
06:16 তললৈ যাওঁক আৰু শেষত গৌ (Go) বুটামত টিপক
06:21 ফাইলটো ছেভ (save) কৰিবলৈ OK বুটামত টিপক
06:25 আপোনাৰ দাউনল’দচ (Downloads) ফ’ল্দাৰলৈ যাওঁক আৰু "drupal-8.1.0.sql.gz" বেক আপ ফাইলটো বিচাৰক
06:36 ক্ৰম নং 3:

আমি সকলো চাৰ্ভাৰ বন্ধ কৰিব লাগিব

06:42 সকলো চলি থকা চাৰ্ভাৰ বন্ধ কৰিবলৈ, বিতনামি দ্ৰোপল ষ্টাক (Bitnami Drupal Stack) কনট্ৰ’ল উইন্দ’লৈ যাওঁক
06:49 মেনেজ চাৰ্ভাৰচ (Manage Servers) টেবত টিপক আৰু তাৰপাছত ষ্ট’প অল (Stop All) বুটামত টিপক
06:56 ক্ৰম নং 4:

ওৱেলকাম (Welcome) টেবত টিপক আৰু তাৰপাছত অপেন এপ্লিকেচন ফ’ল্দাৰ (Open Application Folder) বুটামত টিপক

07:04 ই ফাইল ব্ৰ’জাৰত খোল খাব
07:07 ফ’ল্দাৰচলৈ যাওঁক এপচ (apps), তাৰপাছত দ্ৰোপল (drupal) আৰু শেষত htdocs
07:15 ক্ৰম নং 5:

আমি দ্ৰোপলৰ (Drupal) বৰ্তমান ভাৰ্চনৰ বাবে ক’ডক বেক আপ কৰিবলৈ ফ’ল্দাৰ এটা বনাব লাগিব

07:24 এই ফ’ল্দাৰটোক বৰ্তমান ভাৰ্চন নাম্বাৰটোৰ সৈতে নাম দিয়ক
07:29 পাছত, বেক আপ দাতাবেচ ফাইলটো drupal-8.1.0 ফ’ল্দাৰটোলৈ নিয়ক
07:36 ক্ৰম নং 6:

htdocs ফ’ল্দাৰটোলৈ ঘূৰি যাওঁক

07:42 পাছত, ক’ৰ (core) আৰু ভেন্দৰ (vendor) ফ’ল্দাৰ দুটা আৰু আন সকলো ফাইলচ কাত আৰু পেষ্ট কৰি drupal-8.1.0 বেক আপ ফ’ল্দাৰটোলৈ নিয়ক
07:55 ই দাতাবেচ আৰু ক’ড দুয়োটাকে একে ঠাইতে থ’ব
08:00 এইটো হৈছে ক’ৰটোৰ পূৰণা ভাৰ্চনটোৰ এটা বেক আপ ক’পি, যদিহে আপুনি ঘূৰি যাব লগা হয়
08:07 ক্ৰম নং 7:

আমাৰ htdocs ফ’ল্দাৰলৈ ঘূৰি যাওঁ

08:13 পাছত, আমি দ্ৰোপলৰ শেহতীয়া ভাৰ্চনটো দাউনল’দ কৰিব লাগিব
08:18 আপোনাৰ ওৱেব ব্ৰ’জাৰটো খোলক আৰু প্ৰদত্ত সংযোজনটোলৈ যাওঁক: https://www.drupal.org/project/drupal
08:24 Drupal 8ৰ শেহতীয়া ভাৰ্চনটো দাউনল’দ কৰক
08:28 এই ৰেকৰ্ডিঙৰ সময়ত, এইটো দ্ৰোপল (Drupal) ক’ৰ (core) 8.1.6
08:35 আপুনি চোৱাৰ সময়ত এই ভাৰ্চনটো বেলেগ হ’ব পাৰে
08:40 ইয়াক খুলিবলৈ টিপক
08:43 দাউনল’দ কৰিবলৈ tar.gz বা জিপ (zip) ফাইলত টিপক
08:49 ইয়াক ছেভ (save) কৰিবলৈ OK বুটামত টিপক
08:53 এতিয়া, আপোনাৰ দাউনল’দচ (Downloads) ফ’ল্দাৰলৈ যাওঁক আৰু দ্ৰোপল জিপ (drupal zip) ফাইলটো আপোনাৰ htdocs ফ’ল্দাৰলৈ নিয়ক
09:01 দ্ৰোপল (drupal)-8.1.6.zip ফাইলটো এই টিউট’ৰিয়েলটোৰ ওৱেবপেজটোত ক’ড ফাইলচ (Code files) সংযোগত প্ৰদান কৰা হৈছে
09:11 যদি আপোনাৰ ইন্টাৰনেত সংযোগ নাই, অনুগ্ৰহ কৰি দাউনল’দ কৰক আৰু ইয়াক ব্যৱ্হাৰ কৰক
09:18 ক্ৰম নং 8:

ফাইলটো আনজিপ (Unzip) কৰক । ই htdocs ফ’ল্দাৰৰ ভিতৰত drupal-8.1.6 ফ’ল্দাৰ এটা বনাব

09:30 ইয়াক খুলিবলৈ দুবাৰ টিপক
09:34 নতুন দ্ৰোপল ফ’ল্দাৰটোৰ পৰা, ক’ৰ (core) আৰু ভেন্দৰ (vendor) ফ’ল্দাৰ দুটা আৰু আন সকলো নিয়মিত ফাইলচ htdocs ফ’ল্দাৰটোলৈ নিয়ক
09:44 ক্ৰম নং 9:

বিতনামি দ্ৰোপল ষ্টাক (Bitnami Drupal Stack) কনট্ৰ’ল উইন্দ’লৈ যাওঁক

09:51 এতিয়া, মেনেজ চাৰ্ভাৰচ (Manage Servers) টেবলৈ যাওঁক আৰু ষ্টাৰ্ট অল (Start All) বুটামত টিপি সকলো চাৰ্ভাৰ আৰম্ভ কৰক
10:00 ক্ৰম নং 10:

ওৱেলকাম (Welcome) টেব , গৌ তু এপ্লিকেচন (Go to Application) বুটাম আৰু এক্সেচ দ্ৰোপল (Access Drupal) সংযোগত টিপি আমাৰ চাইতটো (site) চাওঁক

10:12 ৰিপ’ৰ্টচ (Reports) আৰু ষ্টেতাচ ৰিপ’ৰ্ট (Status report)লৈ যাওঁক
10:17 ইয়াত, আমি দ্ৰোপল ভাৰ্চন নাম্বাৰটো নিশ্বিত কৰিব পাৰো আৰু এইটোৱেই হৈছে শেহতীয়াটো
10:24 কিন্তু আমাৰ দাতাবেচটো আউত-অফ-দেত
10:27 প্ৰতিবাৰে যেতিয়া এটা ক’ৰ (core), ম’দিউল (module) বা এটা থিম (theme) আপদেত কৰা হয়, দাতাবেচটোও আপদেত কৰিব লাগিব
10:36 ক্ৰম নং 11:

আহক আমি দাতাবেচটো আপদেত কৰিবলৈ শিকো

10:42 এক্সটেন্দ (Extend) মেনুলৈ যাওঁক আৰু আপদেত স্ক্ৰিপ্ত (update script) সংযোগত টিপক
10:47 কন্তিনিউ (Continue) বুটামত টিপক
10:51 ই কয় যে আমাৰ কিছু আপদেতচ আছে । আপোনাৰ বাবে, ই বেলেগ হ’ব পাৰে
10:58 এপ্লাই পেনদিং আপদেতচ (Apply pending updates) বুটামত টিপক
11:04 এতিয়া এদমিনিষ্ট্ৰেচন পেজেচ (Administration pages) সংযোগত টিপক
11:08 যদি কোনো এৰ’ৰচ নাই, তেন্তে আমি ক’ৰ (core)টো সফলভাবে আপদেত কৰিলো
11:14 ক্ৰম নং 12:

গৌ অনলাইন (Go online) সংযোগত টিপক

11:18 পুত চাইত ইন্তু মেন্তেইনেঞ্চ ম’দ ("Put site into maintenance mode") বিকল্পটোৰ পৰা চেক-মাৰ্কটো আতৰাওঁক
11:25 ছেভ কনফিগুৰেচন (Save configuration) বুটামত টিপক
11:29 ই সকলো ইউজাৰচৰ বাবে চাইত (site) টোক অনলাইন মুদলৈ ঘূৰাই আনিব
11:34 এতিয়ালৈকে আলোচনা কৰা ক্ৰমসমূহ, বিতনামি (Bitnami) ইনষ্ট’লেচনত কাম কৰে
11:40 যদি আপুনি অন্য পদ্ধতি ব্যৱ্হাৰ কৰিছে, বিতনামি (Bitnami) অংশসমূহৰ বাহিৰে সৰহখিনি ক্ৰম একে হ’ব
11:48 এতিয়া,আহক আমি থিমচ (themes) আৰু ম’দিউলচ (modules) আপদেত কৰিবলৈ শিকো
11:53 এইটো ক’ৰ (core) আপদেততকৈ তুলনামূলক ভাবে সহজ কাৰণ দ্ৰোপলে ইয়াক এটা বুটামৰ টিপতেই কৰিব
12:01 কেতিয়াবা আমাৰ কোনো ক’ৰ (core) আপদেতৰ অবিহনে মাত্ৰ ম’দিউলচ (modules) বা থিমচ (themes) আপদেত থাকে
12:09 ক্ৰম নং 1:

ৰিপ’ৰ্টচ (Reports) মেনু আৰু তাৰপাছত এভেইলেবল আপদেতচ (Available updates) ত টিপক

12:15 আপদেত (Update) টেবত টিপক
12:19 ইয়াত, আমি দেখিছো যে আমি কিছু থিমচ (themes) আৰু ম’দিউলচ (modules) আপদেত কৰিব লাগিব
12:25 সিহঁত সকলোকে নিৰ্বাচিত কৰক
12:28 তাৰপাছত দাউনল’দ দিজ আপদেতচ (Download these updates) বুটামত টিপক
12:33 পাৰফৰমিং আপদেতচ ইন মেইন্তেনেঞ্চ মুদ (performing updates in maintenance mode) ৰ বাবে চেক-বক্সটো অন থকাটো নিশ্বিত কৰক
12:39 আপদেতচ প্ৰয়োগ হ’বলৈ কন্তিনিউ (Continue) বুটামত টিপক
12:43 ই ক’ডক আপদেত কৰিব আৰু চাইত (site)টোক অনলাইন মুদ (online mode)লৈ ঘূৰাই আনিব
12:49 ক্ৰম নং 2:

ৰান দাতাবেচ আপদেতচ (Run database updates) সংযোগত টিপক

12:55 যদি আপুনি দাতাবেচটো বেক আপ লোৱা নাই, ইয়াক আমি আগতে কৰাৰ দৰে কৰক
13:01 কন্তিনিউ (Continue) বুটামত টিপক
13:04 ই দাতাবেচটো আপদেত কৰিব আমি ক’ৰ (core) আপদেতৰ বাবে কৰাৰ দৰে
13:09 এপ্লাই পেনদিং আপদেতচ (Apply pending updates) বুটামত টিপক
13:14 এদমিনিষ্ট্ৰেচন পেজেচ (Administration pages) সংযোগত টিপক
13:18 দ্ৰোপলে (Drupal) সাধাৰণভাবেই চাইতটোক অনলাইন মুদ (online mode)লৈ ঘূৰাই আনিব
13:24 যদি এনে নহয়, আপুনি পৃষ্ঠাটোৰ ওপৰত গৌ অনলাইন (Go online) বিকল্প এটা দেখিব
13:33 ক্ৰম নং 3:

শেষত, আহক আমি সকলোখিনি আপ তু দেত হয়নে চাওঁ

13:39 ৰিপ’ৰ্টচ (Reports) মেনু আৰু এভেইলেবল আপদেতচ (Available updates)ত টিপক
13:44 ইয়াত আমি আমাৰ দ্ৰোপল ক’ৰ (Drupal core), ম’দিউলচ (Modules) আৰু থিমচ (Themes) সকলো আপ-তু-দেত দেখিছো
13:51 পাছত, আহক আমি পূৰণা ভাৰ্চনটো ঘূৰাই আনিবলৈ শিকো
13:56 যদি আমাৰ আপদেত অসফল হয়, আপুনি নজনা কিবা কাৰণত, আমি আমাৰ পূৰণা ভাৰ্চনটোলৈ ঘূৰি যাব পাৰো
14:05 ইয়াৰ বাবে, আমি পূৰণা ক’ৰ (core) আৰু দাতাবেচটো পুনৰ জমা কৰিব লাগিব
14:10 ক্ৰম নং 1:

চাইতটো মেইন্তেনেঞ্চ মুদত (Maintenance mode) থওঁক

14:17 ক্ৰম নং 2:

দ্ৰোপল ষ্টাক কনট্ৰ’ল (Drupal Stack Control) উইন্দ’ৰ পৰা সকলো চাৰ্ভাৰ বন্ধ কৰক

14:25 ক্ৰম নং 3:

আমাৰ htdocs ফ’ল্দাৰটো খোলক

14:30 ক’ৰ (core) আৰু ভেন্দৰ (vendor) ফ’ল্দাৰ দুটা আৰু আন সকলো নিয়মিত ফাইলচ drupal-8.1.6 ফ’ল্দাৰটোলৈ নিয়ক
14:40 htdocs ফ’ল্দাৰটোলৈ যাওঁক আৰু আগৰ ভাৰ্চন ফ’ল্দাৰটো খোলক
14:44 তাৰপাছত ক’ৰ (core) আৰু ভেন্দৰ (vendor) ফ’ল্দাৰ দুটা আৰু আন সকলো নিয়মিত ফাইলচ drupal-8.1.0ৰ পৰা htdocs ফ’ল্দাৰটোলৈ নিয়ক
15:00 ক্ৰম নং 4:

দ্ৰোপল ষ্টাক কনট্ৰ’ল (Drupal Stack Control) উইন্দ’ৰ পৰা আপাচি (Apache) আৰু MySQL চাৰ্ভাৰচ (servers) আৰম্ভ কৰক

15:11 ক্ৰম নং 5:

পূৰণা দাতাবেচ পুনৰ জমা হৈছে

15:15 দ্ৰোপল ষ্টাক কনট্ৰ’ল (Drupal Stack Control) উইন্দ’ৰ পৰা phpMyAdmin পৃষ্ঠাটো খোলক
15:23 ওপৰ ফালে ইম্প’ৰ্ট (Import) বুটামত টিপক
15:27 ব্ৰৌজ (Browse) বুটামত টিপক
15:30 ইয়াত, বেক আপ দাতাবেচ ফাইলটো বাচক
15:34 তাৰপাছত তলত গৌ (Go) বুটামত টিপক
15:38 ক্ৰম নং 6:

শেষৰ ক্ৰমটো হৈছে আমি পূৰণা ভাৰ্চনটোলৈ আহিলোনে নাই পৰীক্ষা কৰাতো

15:45 আমাৰ দ্ৰোপল চাইত (Drupal site) লৈ যাওঁ
15:49 ৰিপ’ৰ্টচ (Reports) মেনু আৰু ষ্টেতাচ ৰিপ’ৰ্ট (Status report)ত টিপক
15:52 ইয়াত আপুনি চাব পাৰে যে এতিয়া আমাৰ দ্ৰোপল (Drupal) ভাৰ্চনটো হৈছে 8.1.0
15:59 মন কৰিব যে আমি মাত্ৰ ক’ৰ (core) আৰু দাতাবেচ (database)ক হে পূৰণা ভাৰ্চনটোলৈ ঘূৰাই আনিব পাৰো
16:05 ম’দিউলচ (modules) আৰু থিমচ (themes) সমূহ দ্ৰোপল (Drupal)ৰ দ্বাৰা আপদেত হয়
16:10 আমি ক্ৰম 6ত ইয়াৰ ক’পি কৰা নাছিলো, গতিকে আমি ইয়াত পূৰণা ভাৰ্চনচ নেদেখো
16:18 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
16:22 আহক আমি মূলভাব চাওঁ
16:25 এই টিউট’ৰিয়েলটোত,আমি চাইত মেনেজমেন্ত (Site management)ৰ গুৰূত্বপূৰ্ণ দৃষ্টিভঙ্গিৰ বিশয়ে শিকিলো:

ৰিপ’ৰ্টচ চোৱা আৰু বিশ্লেষণ কৰা দাতাবেচ আৰু ক’ডৰ বেক আপ লোৱা

16:39 দ্ৰোপল ক’ৰ (Drupal core) আপদেত কৰা

ম’দিউলচ (modules) আৰু থিমচ (themes) আপদেত কৰা আৰু বেক আপ লোৱা ভাৰ্চন এটা পুনৰ জমা কৰা

16:49 এই সংযোজনৰ কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায়
16:54 অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক
16:58 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমানপত্ৰ দিয়ে
17:03 অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
17:06 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত ভাৰত চৰকাৰৰ অৱদান
17:22 এই পাঠটি মৌচুম হাজৰিকা দ্ৱাৰা অনুবাদ কৰা হৈছে। আই আই টী বোম্বে পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, PoojaMoolya