Difference between revisions of "C-and-Cpp/C4/Working-With-Structures/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border = 1 |Time |Narration |- | 00:01 | ষ্ট্ৰাক্তচাৰ ইন '''C এন্দ C++'''('''Structures''' in '''C and C++''') ৰ স্পকেন...")
 
Line 134: Line 134:
 
|-
 
|-
 
| 02:03
 
| 02:03
|ষ্ট্ৰাক্তচাৰৰ তলত সূচিত কৰা ভেৰিয়েবলচ বিলাকক ষ্ট্ৰাক্তচাৰটোৰ মেম্বাৰচ (members) বুলি কোৱা হয়
+
|ষ্ট্ৰাক্তচাৰ(structure)ৰ তলত সূচিত কৰা ভেৰিয়েবলচ(Variables) বিলাকক ষ্ট্ৰাক্তচাৰ(structure)টোৰ মেম্বাৰচ (members) বুলি কোৱা হয়
  
 
|-
 
|-
 
|02:09
 
|02:09
|এইটো আমাৰ মেইন ফাংচন
+
|এইটো আমাৰ মেইন ফাংচন(main function )
  
 
|-
 
|-
Line 197: Line 197:
 
|-
 
|-
 
| 03:20
 
| 03:20
|Total is 210  
+
|Total is(ট’টেল ইজ) 210  
  
 
|-
 
|-
Line 305: Line 305:
 
|-
 
|-
 
| 05:05
 
| 05:05
|'''Total is 210'''
+
|'''Total is(ট’টেল ইজ) 210'''
  
 
|-
 
|-
Line 345: Line 345:
 
|-
 
|-
 
| 05:33
 
| 05:33
|উদাহৰণঃ '''total(ট’তেল) = stud.english(ইংলিছ)+ stud. maths(মেঠচ) + stud.science(চাইনচ); '''
+
|উদাহৰণঃ '''total(ট’টেল) = stud.english(ইংলিছ)+ stud. maths(মেঠচ) + stud.science(চাইনচ); '''
  
 
|-
 
|-
Line 365: Line 365:
 
|-
 
|-
 
| 05:52
 
| 05:52
|এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
+
|এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ  
+
 
 
|-
 
|-
 
| 05:54
 
| 05:54
Line 401: Line 401:
 
|-
 
|-
 
| 06:29
 
| 06:29
|মই কৃষ্ণ কমল দুৱৰা  
+
|মই কৃষ্ণ কমল দুৱৰা
 
+
 
|-
 
|-
 
| 06:33
 
| 06:33
 
|সংযোগ কৰাৰ বাবে ধন্যবাদ
 
|সংযোগ কৰাৰ বাবে ধন্যবাদ

Revision as of 17:59, 28 November 2015

Time Narration
00:01 ষ্ট্ৰাক্তচাৰ ইন C এন্দ C++(Structures in C and C++) ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:06 এই টিউটৰিয়েলটোত আমি শিকিম,
00:08 এটা ষ্ট্ৰাক্তচাৰ(Structure ) কি হয়
00:10 ষ্ট্ৰাক্তচাৰ(Structure )এটাৰ ডিক্লেৰেচন
00:13 আমি এটা উদাহৰণৰ দ্বাৰা ইয়াক কৰিম
00:15 এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবলৈ, মই ব্যৱহাৰ কৰিছো,
00:18 Ubuntu(উবুন্তো)অপাৰেটিং চিষ্টেম (Operating System)ৰ তাঙৰণ 11.04,
00:22 gcc আৰু g++ কম্পাইলাৰ(Compiler)ৰ তাঙৰণ 4.6.1
00:28 আহক আমি ষ্ট্ৰাক্তচাৰ(Structure )ৰ এটা উদাহৰণেৰে আৰম্ভ কৰো
00:31 যেতিয়া এটা নামৰ ভিতৰত এটা বা ততোধিক ভেৰিয়েবল দলবদ্ধ(grouped) হয় ইয়াক ষ্ট্ৰাক্তচাৰ হিচাবে জনা যায়
00:37 বিভিন্ন দাতাক এটা অবজেক্তত দলবদ্ধ (group) কৰিবলৈ ষ্ট্ৰাক্তচাৰ ব্যৱ্হাৰ কৰা হয়
00:42 ইয়াক compound data-type(কম্পাউন্দ দাতা টাইপ)বুলি কোৱা হয়
00:45 ইয়াক সম্বন্ধীয় তথ্যক একেলগে দলবদ্ধ (group)কৰিবলৈ ব্যৱ্হাৰ কৰা হয়
00:49 এতিয়া আমি এটা ষ্ট্ৰাক্তচাৰ(structure)ডিক্লেয়াৰ কৰাৰ গাঠনি্টো চাম
00:52 ইয়াত structকীৱৰ্ডটোৱে কম্পাইলাৰক কয় যে এটা ষ্ট্ৰাক্তচাৰ ডিক্লেয়াৰ হ’ল
00:59 strcut_name টো হৈছে ষ্ট্ৰাক্তচাৰ(structure) টোৰ নাম
01:02 উদাহৰণঃ struct employee(এমপ্লই);
01:04 আপুনি যিকোনো নাম দিব পাৰে
01:07 এতিয়া আমি কেনেকৈ এটা ষ্ট্ৰাক্তচাৰ ভেৰিয়েবল(structure variable ) ডিক্লেয়াৰ কৰা হয় চাম
01:10 ইয়াৰ বাবে গাঠনিটো হৈছে
01:13 struct struct_name আৰু struct_var;
01:17 struct_var টো হৈছে struc_name ধৰণৰ ভেৰিয়েবল
01:21 উদাহৰণ, struct employee(এমপ্লই) addr;
01:26 addr টো হৈছে employee(এমপ্লই) ধৰণৰ ভেৰিয়েবল(variable)
01:30 আহক আমাৰ উদাহৰণটোলৈ যাওঁ
01:33 মই ইতিমধ্যে প্ৰোগ্ৰাম (program) টো এদিটৰ (editor)ত লিখি থৈছো গতিকে মই এইটো খুলিম
01:37 মন কৰিব আমাৰ ফাইলনামটো হৈছে structure(ষ্ট্ৰাক্তচাৰ).c.
01:41 এই প্ৰোগ্ৰামটোত আমি ষ্ট্ৰাক্তচাৰ ব্যৱ্হাৰ কৰি তিনিটা বিষয়ৰ মুঠ নম্বৰ গণনা কৰিম
01:48 মই ক’ডটো বৰ্ণনা কৰিম
01:51 এইটো আমাৰ হেদাৰ ফাইল
01:53 ইয়াত আমি এটা structure(ষ্ট্ৰাক্তচাৰ) কstudent(ষ্টুডেন্ত) বুলি ডিক্লেয়াৰ কৰিছো
01:57 তাৰপাছত আমি তিনিটা ইন্তিজাৰ ভেৰিয়েবলচ( integer variables) english(ইংলিছ), maths(মেঠচ) আৰু science(চাইনচ) বুলি ডিক্লেয়াৰ কৰিছো
02:03 ষ্ট্ৰাক্তচাৰ(structure)ৰ তলত সূচিত কৰা ভেৰিয়েবলচ(Variables) বিলাকক ষ্ট্ৰাক্তচাৰ(structure)টোৰ মেম্বাৰচ (members) বুলি কোৱা হয়
02:09 এইটো আমাৰ মেইন ফাংচন(main function )
02:11 ইয়াত আমি এটা ইন্তিজাৰ ভেৰিয়েবল total(ট’তেল) ডিক্লেয়াৰ কৰিছো
02:16 এতিয়া আমি এটা ষ্ট্ৰাক্তচাৰ ভেৰিয়েবল ডিক্লেয়াৰ কৰিছো stud, stud টো হৈছে ষ্টুদেন্ত(student) ধৰণৰ ভেৰিয়েবল,ইয়াক ষ্ট্ৰাক্তচাৰ মেম্বাৰ(members) বিলাকক প্ৰৱেশ (access) আৰু পৰিৱৰ্তন (modify) কৰিবলৈ ব্যৱহাৰ কৰা হয়
02:28 ইয়াত আমি মেম্বাৰ (members) বিলাকক পৰিৱৰ্তন কৰিছো
02:31 সিহঁতৰ মানসমূহ 75, 70 আৰু 65 ধাৰ্য কৰি
02:37 ইয়াত আমি তিনিটা বিষয়ৰ মুঠ(total) টো গণনা কৰো
02:41 তাৰপাছত আমি ফলাফলটো ছপা কৰিম
02:44 এইটো আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত
02:46 এতিয়া ছেভত টিপক
02:48 আহক প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
02:50 অনুগ্ৰহ কৰি টাৰ্মিনেল উইন্দ’ খন খোলক টিপি
02:54 আপোনাৰ কী বৰ্ডত একেলগে Ctrl, Alt আৰু Tকীজ
02:59 কম্পাইল কৰিবলৈ লিখক gcc space(স্পেছ) structure(ষ্ট্ৰাক্তচাৰ).c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) struct আৰু এন্টাৰ টিপক
03:12 কাৰ্যকৰী কৰিবলৈ লিখক (দত শ্লাছ)./struct. এন্টাৰ টিপক
03:17 আউতপুতটো দৰ্শিত হ’ব এইদৰে:
03:20 Total is(ট’টেল ইজ) 210
03:22 এতিয়া আমি একেটা প্ৰোগ্ৰাম C++ ত কাৰ্যকৰী কৰিম
03:26 আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহো
03:28 মই একেটা ক’ডক এদিত(edit) কৰিম
03:30 প্ৰথমতে কী বৰ্ডত একেলগে shift, Ctrl আৰু S কী্জ টিপক
03:37 এতিয়া ফাইলটো এটা এক্সটেনচন .cpp ৰে ছেভ( save) কৰক
03:41 আৰু ছেভ(save)ত টিপক
03:43 আহক হেদাৰ ফাইলটো iostreamৰে সলনি কৰো
03:47 এতিয়া using(ইউজিং) ষ্টেতমেন্তটো সংলগ্ন কৰক
03:53 আৰু ছেভ(save)ত টিপক
03:56 C++ ত ষ্ট্ৰাক্তচাৰ(Structure) ডিক্লেয়াৰেচন(declaration) C ৰ সৈতে একে
04:01 গতিকে ইয়াত একো সলাবৰ প্ৰয়োজন নাই
04:05 শেষৰফালে আমি printf ষ্টেতমেন্তটো cout ষ্টেতমেন্ত্টোৰে সলনি কৰিম
04:12 ফৰমেট স্পেচিফাইয়াৰটো আৰু (বেক শ্লাছ)\n নাইকীয়া কৰক
04:15 এতিয়া ক’মা নাইকীয়া কৰক
04:17 দুটা আৰম্ভণি কোণবন্ধনী লিখক
04:20 ইয়াত সামৰণি বন্ধনী নাইকীয়া কৰক
04:22 আৰু দুটা আৰম্ভণি কোণবন্ধনী লিখক
04:25 আৰু দ্বৈত উৰ্ধকমাৰ ভিতৰত \n লিখক
04:29 এতিয়া ছেভ(save)ত টিপক
04:31 আহক প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
04:33 আমাৰ টাৰ্মিনেললৈ ঘূৰি আহো
04:35 কম্পাইল কৰিবলৈ লিখক g++ space(স্পেছ) structure(ষ্ট্ৰাক্তচাৰ).cpp space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) struct1
04:46 ইয়াত আমাৰ struct1 আছে কাৰণ আমি structure(ষ্ট্ৰাক্তচাৰ).c ফাইলৰ বাবে আউতপুত পেৰামিতাৰচ struct ক অভাৰৰাইত কৰিব বিচৰা নাই
04:55 এতিয়া এন্টাৰ টিপক
04:57 কাৰ্যকৰী কৰিবলৈ লিখক (দত শ্লাছ) ./struct1 এন্টাৰ(Enter) টিপক
05:03 আউতপুতটো দৰ্শিত হৈছে যে:
05:05 Total is(ট’টেল ইজ) 210
05:08 আপুনি চাব পাৰে যে আউতপুতটো আমাৰ C ক’ডৰ সৈতে একে
05:12 এতিয়া আমাৰ শ্লাইডবোৰলৈ ঘূৰি যাওঁ
05:14 আহক আমি মূলভাৱ চাওঁ, এই টিউট’ৰিয়েলটোত আমি শিকিলো:
05:18 ষ্ট্ৰাক্তচাৰ(Structure)
05:19 ষ্ট্ৰাক্তচাৰৰ গাঠণি
05:20 উদাহৰণঃ struct struct_name;
05:23 এটা ষ্ট্ৰাক্তচাৰৰ মেম্বাৰ বিলাক প্ৰৱেশ (access) কৰিবলৈ
05:25 উদাহৰণঃ stud.maths(মেঠচ) = 75;
05:30 আৰু ষ্ট্ৰাক্তচাৰ ভেৰিয়েবলটো সংযুক্ত কৰিবলৈ
05:33 উদাহৰণঃ total(ট’টেল) = stud.english(ইংলিছ)+ stud. maths(মেঠচ) + stud.science(চাইনচ);
05:40 এটা অনুশিলনী হিচাবে,
05:41 এজন এমপ্লই(employee) ৰ ৰেকৰ্ডচ (records) বিলাক দৰ্শিত কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক
05:44 যি দৰে name(নে’ম), address(এদ্ৰেচ), designation(দেজিগনেচন), আৰু salary(চেলাৰি)
05:49 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
05:52 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
05:54 আপোনাৰ যদি বেন্ডউইথ (bandwidth) ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব
05:59 স্পকেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
06:01 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
06:04 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
06:08 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
06:15 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয়
06:18 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
06:25 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
06:29 মই কৃষ্ণ কমল দুৱৰা
06:33 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Dhrubaghy, Mousumi