C-and-Cpp/C4/Understanding-Pointers/Assamese

From Script | Spoken-Tutorial
Revision as of 13:30, 7 August 2015 by Dhrubaghy (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 পইন্টাৰচ ইন C এন্দ C++ (Pointers in C and C++ )ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:06 এই টিউটৰিয়েলটোত আমি শিকিম,
00:08 পইন্টাৰচ(Pointers)
00:10 পইন্টাৰচ(Pointers) নিৰ্মান কৰিবলৈ
00:12 আৰু পইন্টাৰচ( Pointers) ত অপাৰেচন( operations)
00:14 আমি এইটো এটা উদাহৰণৰ সহায়ত কৰিম
00:18 এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবৰ বাবে মই Ubuntu(উবুন্তো) অপাৰেটিং চিষ্টেম তাঙৰণ 11.10 ব্যৱহাৰ কৰিছো
00:25 Ubuntu(উবুন্তো)ত gcc আৰু g++ কম্পাইলাৰ(Compiler) তাঙৰণ 4.6.1
00:31 আহক আমি পইন্টাৰচ (pointers)ৰ এটা পৰিচয়ৰে আৰম্ভ কৰো
00:34 পইন্টাৰচ(Pointers)এ মেমৰী( memory)ৰ স্থান( location) সমূহলৈ ইঙ্গিত( point) দি থাকে
00.38 পইন্টাৰচ(Pointers)এ মেমৰী( memory) এদ্ৰেচ( address)টো জমা কৰে
00:41 ই লগতে সেই এদ্ৰেচ( address)টোত জমা হৈ থকা মান দিয়ে
00:45 এতিয়া, আহক আমি পইন্টাৰচ (Pointers)ৰ এটা উদাহৰণ চাওঁ
00:48 লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে pointers_demo.c
00:54 আহক এতিয়া ক’ড(code)টোৰ সহায়ত আগবাঢ়ো
00:56 এইটো আমাৰ header file(হেদাৰ ফাইল) stdio.h
01:00 এইটো আমাৰ main()(মেইন) ফাংচন( function)
01:03 ইয়াত আমাৰ ওচৰত 10 মান সংযুক্ত long integer num(লং ইন্টিজাৰ নাম)আছে
01:09 তাৰপাচত আমি এটা পইন্টাৰ( pointer) ptr ডিক্লেয়াৰ(declare) কৰিছো
01:12 এটা পইন্টাৰ( pointer) ডিক্লেয়াৰ(declare)কৰিবলৈ এষ্টেৰিস্ক(Asterisk sign) চিহ্ন ব্যৱ্হাৰ কৰা হয়
01:16 এই পইন্টাৰ( pointer)টোৱে long intধৰণ(type)ক ইঙ্গিত(point) কৰিব পাৰে
01:20 Printf ষ্টেতমেন্ত(statement)টোত ভেৰিয়েবল (variable) টোৰ মেমৰী এদ্ৰেচ ( memory address) উদ্ভাবন কৰিবলৈ এম্পাৰচেন্ড(ampersand) ব্যৱ্হাৰ কৰা হয়
01:28 গতিকে এম্পাৰচেন্ড(ampersand) num এ num ৰ মেমৰী এদ্ৰেচটো দিব
01:33 এই ষ্স্টেতমেন্ত(statement)টোৱে ভেৰিয়েবল( variable) num ৰ এদ্ৰেচ(address)টো ছপা কৰিব
01:37 ইয়াত ptr এ num ৰ এদ্ৰেচ( address)টো জমা কৰিব
01:41 এই ষ্স্টেতমেন্ত(statement)টোৱে ptr ৰ এদ্ৰেচ(address)টো ছপা কৰিব
01:45 Sizeof ফাংচন( function)টোৱে ptr ৰ আকাৰটো দিব
01:49 ই ptr ৰ মানটো দিব
01:51 সেইটো হৈছে num ৰ মেমৰী এদ্ৰেচ( memory address)
01:54 আৰু ইয়াত এষ্টেৰিস্ক (asterisk)ptr এ এদ্ৰেচ(address)টোত মান দিব
01:59 গতিকে এষ্টেৰিস্ক( asterisk)ৰ ব্যৱহাৰে মেমৰী এদ্ৰেচ( memory address)টো নিদিয়ে
02:03 তাৰসলনি ই মানটো দিয়ে
02:06 %ld হৈছে long int ৰ বাবে ফৰমেট স্পেচিফাইয়াৰ(format specifier)
02:10 এতিয়া, আহক আমি প্ৰোগ্ৰাম (program)টো কাৰ্যকৰী কৰো
02:13 আপোনাৰ কীবৰ্ডত Ctrl+Alt আৰু T কীছ( keys)একেলগে টিপি তাৰমিনেল(terminal )উইন্দো খোলক
02:21 কম্পাইল কৰিবলৈ, লিখকgcc space(স্পেছ) pointers underscore demo dot(পইন্টাৰচ আন্দাৰস্ক’ৰ দেমো দত) c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) point(পইন্ট)
02:32 এন্টাৰ(Enter) টিপক
02:34 এন্টাৰ(Enter) টিপক
02:39 আউতপুত(output)টো দৰ্শিত হৈছে
02:42 আমি দেখিছো যে num এদ্ৰেচ(address) আৰু ptr মানটো একে
02:48 য’ত num আৰু ptr ৰ মেমৰী এদ্ৰেচ(memory address)টো বেলেগ
02:53 তেতিয়া পইন্টাৰ(pointer)ৰ আকাৰটো হৈছে 8 bytes(বাইত্চ)
02:57 লগতে ptr এ ইঙ্গিত কৰা মানটো হৈছে 10 যাক num'লৈ সংযুক্ত কৰা হৈছিল
03:03 এতিয়া আমি একেটা প্ৰোগ্ৰাম C++ ত চাম
03:07 লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে pointer underscore demo(পইন্টাৰ আন্দাৰস্ক’ৰ দেমো).cpp
03:13 ইয়াত আমি কিছু সলনি কৰিম যেনে হেদাৰ ফাইল( header file)টো iostream
03:19 তাৰপাছত আমি std namespaceটো ব্যৱ্হাৰ কৰিছো
03:23 আৰু আমাৰ ওচৰত printf ফাংচন(function)ৰ সলনি cout ফাংচন(function) আছে
03:28 বাকী থকা সকলো বস্তু একেধৰণৰ
03:30 আমাৰ টাৰ্মিনেল(Terminal)লৈ ঘূৰি আহক
03:34 কম্পাইল কৰিবলৈ, লিখকg++ space(স্পেছ) pointers_demo(পইন্টাৰচ আন্দাৰস্ক’ৰ দেমো).cpp space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) point1, এন্টাৰ(Enter) টিপক
03:50 লিখক dot slash(দত শ্লাচ) point1, এন্টাৰ(Enter) টিপক
03:55 আমি দেখিছো যে আউতপুতটো (output)আমাৰ C প্ৰোগ্ৰামৰ সৈতে একেধৰণৰ
04:00 ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
04:03 আমাৰ শ্লাইডসমূহলৈ ঘূৰি যাওঁ
04:05 আহক আমি মূলভাৱ চাওঁ
04:06 এই টিউটৰিয়েলত, আমি শিকিলো:
04:08 পইন্টাৰৰ বিষয়ে (About the pointer)
04:10 পইন্টাৰ(Pointer)এটা নিৰ্মান কৰিবলৈ
04:12 আৰু পইন্টাৰত অপাৰেচন (operation on pointer)
04:14 এটা অনুশিলনী হিচাবে, এটা C and C++ প্ৰোগ্ৰাম লিখক,
04:18 এটা ভেৰিয়েবল( variable) আৰু পইন্টাৰ( pointer) ডিক্লেয়াৰ কৰিবলৈ
04:21 পইন্টাৰ( pointer)টোত ভেৰিয়েবল( variable)ৰ এদ্ৰেচটো জমা কৰিবলৈ
04:24 আৰু পইন্টাৰ( pointer)টোৰ মানটো ছপা কৰিবলৈ
04:27 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
04:30 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
04:33 আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
04:37 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
04:39 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
04:43 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
04:47 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
04:53 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
04:58 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
05:06 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
05:10 মই কৃষ্ণ কমল দুৱৰা
05:14 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Dhrubaghy, Mousumi