C-and-Cpp/C4/Function-Call/Assamese

From Script | Spoken-Tutorial
Revision as of 13:16, 7 August 2015 by Dhrubaghy (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 ফাংচন ক’লচ ইন C এন্ড C++ (Function calls in C and C++)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:07 এই টিউটৰিয়েল(tutorial)টোত আমি ফাংচন ক’লচ(function calls)ৰ প্ৰকাৰৰ বিষয়ে শিকিম যিদৰে
00:13 ক’ল বাই ভেলো(call by value )
00:14 কল বাই ৰেফাৰেনচ(call by reference)
00:16 আমি এটা উদাহৰণৰ দ্বাৰা ইয়াক কৰিম
00:19 এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবলৈ, মই ব্যৱহাৰ কৰিছো *Ubuntu(উবুন্তো)অপাৰেটিং চিষ্টেম (Operating System)ৰ তাঙৰণ 11.10
00:26 gcc আৰু g++ কম্পাইলাৰ(Compiler)ৰ তাঙৰণ 4.6.1
00:31 আহক আমি ফাংচনচ ক’ল বাই ভেলো (functions call by value) ৰ উদাহৰণৰ সহায়ত আৰম্ভ কৰো
00:35 এইটো ফাংচনটোলৈ আৰগুমেন্টচ (arguments) পঠোৱাৰ এটা পদ্ধতি
00:40 যেতিয়া আমি ভেৰিয়েবল বাই ভেলো(variable by value) এটা পঠাওঁ(pass) ই ইয়াৰ প্ৰতিলিপি(copy) এটা বনায়
00:45 ফাংচন(function)টোলৈ পঠোৱা(pass)ৰ আগতে
00:48 ফাংচন(function)টোৰ ভিতৰত আৰগুমেন্ত(argument) সমূহৰ যি সলনি কৰা হয় সেয়া ফাংচন(function)টোত ৰৈ যায়
00:54 ই ফাংচন(function) টোৰ বাহিৰত একো প্ৰভাব নেপেলাব
00:58 আহক ফাংচন ক’ল বাই ভেলো(function call by value)ৰ এটা প্ৰোগ্ৰাম(program) চাওঁ
01:02 মই ইতিমধ্যে প্ৰোগ্ৰাম (program)টো এদিটৰ(editor)ত লিখি থৈছো । মই মাত্ৰ ইয়াক খুলিম
01:08 অনুগ্ৰহ কৰি মন কৰিব আমাৰ ফাইলনাম(filename)টো হৈছে callbyval.c
01:13 এই প্ৰোগ্ৰাম(program)টোত আমি এটা সংখ্যাৰ ঘনক(cube) গণনা কৰিম । এতিয়া মই ক’ডটো বৰ্ণনা কৰিম
01:19 এইটো আমাৰ হেদাৰ ফাইল(header file)
01:21 ইয়াত আমাৰ int x হিচাবে এটা আৰগুমেন্ত থকা cube ফাংচন( function) আছে
01:27 এই ফাংচন(function)টোত আমি x ৰ ঘনক(cube) গণনা(calculate) কৰো আৰু xৰ মানটো ঘূৰাই(return) দিওঁ
01:33 এইটো আমাৰ মেইন ফাংচন(main function)
01:36 ইয়াত আমি nৰ মান 8 বুলি দিম । nটো হৈছে এটা ইন্তিজাৰ ভেৰিয়েবল(integer variable)
01:43 তাৰপাছ্ত আমি cubeফাংচন(function)টো মাতিম
01:45 আৰু n ৰ মান আৰু n ৰ ঘনক(cube) ছপা কৰিম
01:49 আৰু এইটো হৈছে আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত(return statement)
01:52 এতিয়া প্ৰোগ্ৰাম(program)টো কাৰ্যকৰী( execute) কৰো আহক
01:54 আপোনাৰ কীবৰ্ড(keyboard)ত একেলগে Ctrl, Alt আৰু Tকীজ(keys) টিপি টাৰ্মিনেল উইন্দ’(terminal window)খন খোলক
02:02 কম্পাইল(compile) কৰিবলৈ, লিখক gcc space(স্পেছ) callbyval.c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) val ।এন্টাৰ(Enter)টিপক
02:12 এতিয়া লিখক ./ val (দত শ্লাচ) । এন্টাৰ (Enter) টিপক
02:16 আউতপুতটো দৰ্শিত হৈছে যেCube of 8 is 512
02:23 এতিয়া আমি চাম ফাংচন ক’ল বাই ৰেফাৰেনচ( function call by reference)
02:26 আহক আমাৰ শ্লাইডবোৰ(slides)লৈ ঘূৰি যাওঁ
02:29 এইটো হৈছে ফাংচন(function)টোলৈ আৰগুমেন্ত্চ(arguments) পঠোৱাৰ অন্য এটা পদ্ধতি( method)
02:33 এই পদ্ধতিটোৱে আৰগুমেন্ত(argument)ৰ এদ্ৰেচ(address)টো মানটোৰ বিপৰিতে প্ৰতিলিপি(copies) কৰে
02:39 এটা ফাংচনৰ ভিতৰত আৰগুমেন্তচ(arguments)ৰ পৰিবৰ্তন কৰিলে বাহিৰতো সিহঁতক প্ৰভাবিত কৰে
02:45 এইটোত আমি পইন্টাৰ প্ৰকাৰ(pointer type) হিচাবে আৰগুমেন্ত্চ(arguments) বিলাক ডিক্লেয়াৰ( declare) কৰিব লাগে
02:50 আহক ফাংচন(function) কল বাই ৰেফাৰেনচ( callbyreference) ৰ ওপৰত এটা উদাহৰণ চাওঁ
02:54 মন কৰিব যে আমাৰ ফাইলনামটো হৈছে callbyref.c
02:59 stdio.h হিচাবে এইটো আমাৰ হেদাৰ ফাইল
03:03 তাৰপাছত আমাৰ swap(ছোৱাপ)ফাংচন আছে
03:06 এই ফাংচন( function)টোৱে ভেৰিয়েবল(variable) বিলাকৰ মানসমূহ অদল বদল কৰিব
03:10 a ৰ মান b ৰ মানত জমা হ’ব আৰু বিপৰিত ভাবে(vice-versa)
03:15 আপুনি চাব পাৰে যে ফাংচন(function)টোত পঠোৱা আৰগুমেন্ত্চ (arguments) বিলাক পইন্টাৰ প্ৰকাৰ(pointer type)ৰ
03:21 ইয়াত আমি এটা ইন্তিজাৰ ভেৰিয়েবল(integer variable) t ক ডিক্লেয়াৰ(declare) কৰিছো
03:25 a ৰ প্ৰথম মান t ত জমা হৈছে
03:28 তাৰপাছত b ৰ মান a ত জমা হৈছে
03:32 আৰু তাৰপাছত t ৰ মান b ত জমা হৈছে
03:37 এনেদৰে মানবিলাক অদল বদল(exchange) হয়
03:40 এইটো আমাৰ মেইন ফাংচন(main function)
03:42 ইয়াত আমি দুটা ইন্তিজাৰ ভেৰিয়েবল(integer variable) i আৰু j ক ডিক্লেয়াৰ(declare) কৰিছো
03:49 তাৰপাছত আমি ইউজাৰ ইনপুটচ(user inputs)হিচাবে i আৰু j ৰ মানসমূহ লম
03:53 এম্পাৰচেন্দ (Ampersand) i আৰু এম্পাৰচেন্দ j এ i আৰু j ৰ মেমৰী এদ্ৰেচ( memory address) টো দিব
03:59 প্ৰথমে আমি সালসলনি(swap)ৰ আগতে মান বিলাক ছপা(print) কৰিম
04:04 তাৰ পাছত আমি swap(ছোৱাপ) ফাংচন( function)টো মাতো(call)
04:06 আৰু তাৰপাছত আমি সালসলনি(print)ৰ পাছৰ মান বিলাক ছপা(print) কৰো
04:10 আৰু এইটো হৈছে আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত( return statement)
04:13 এতিয়া আহক প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
04:16 আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহক
04:19 কম্পাইল কৰিবলৈ লিখক gcc space(স্পেছ) callbyref dot(দত) c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) ref । এন্টাৰ(Enter) টিপক
04:29 এতিয়া লিখক dot slash(দত শ্লাচ) ref । এন্টাৰ(Enter) টিপক
04:33 আমি দেখিছো,মান সমূহ ভৰ্তি কৰক মই ভৰ্তি কৰিম 6 আৰু 4
04:40 আউতপুতটো দৰ্শিত হৈছে যে, before swapping 6 and 4
04:44 সালসলনি (swapping)ৰ পাছত 4 আৰু 6
04:48 এতিয়া আহক আমি একেটা প্ৰোগ্ৰাম C++ ত কেনেকৈ কাৰ্য্যকৰী হয় চাওঁ
04:53 মোৰ ওচৰত ক’ড (code)টো আছে, আহক ইয়াৰ সহায়ত আগবাঢ়ো
04:57 এইটো হৈছে দ্বিতীয়টো প্ৰোগ্ৰাম(program) ফাংচন( function) কল বাই ৰেফাৰেনচ( callbyreference)
05:01 মন কৰিব যে আমাৰ ফাইলনামটো হৈছে callbyref.cpp
05:06 আহক আমি ক’ড (code)টোৰ সহায়ত আগবাঢ়ো
05:08 এইটো iostream হিচাবে আমাৰ হেদাৰ ফাইল(header file)
05:12 ইয়াত আমি std নেমস্পেছ(namespace) টো ব্যৱহাৰ কৰিছো
05:16 C++ ত ফাংচন ডিক্লেৰেচন(function declaration)টো একে হয়
05:19 এইটোত আমি এমপাৰ্চেন্ড(ampersand) x আৰু এমপাৰ্চেন্ড(ampersand) y হিচাবে আৰগুমেন্তচ(arguments) পঠাম
05:25 এইটোৱে x আৰু y ৰ মেমৰী এদ্ৰেচ (memory address)টো দিব
05:29 তাৰপাছত আমি মানবিলাক সাল সলনি (swap) কৰিম
05:32 বাকি থকা ক’ড (code)টো আমাৰ C ক’ডৰ সৈতে একে
05:36 printf ষ্টেতমেন্তটো (statement) cout ৰে সলনি হয় আৰু scanf ষ্টেতমেন্তটো(statement) cin ৰে সলনি হয়
05:44 এতিয়া প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো আহক. আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহো
05:48 কম্পাইল(compile) কৰিবলৈ লিখক; g++ space(স্পেছ) callbyref.cpp space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) ref1,এন্টাৰ টিপক
06:00 এতিয়া লিখক dot slash(দত শ্লাচ) ref1, এন্টাৰ টিপক
06:05 ইয়াত এইটো দৰ্শিত হৈছে যে:
06:07 a আৰু b ৰ মানবিলাক ভৰ্তি কৰক
06:10 মই 4 আৰু 3 বুলি ভৰ্তি কৰিম
06:13 আউত্পুত(output)টো দৰ্শিত হৈছে
06:15 Before swapping a and b 4 and 3
06:19 After swapping a and b 3 and 4
06:23 ইয়াৰদ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
06:26 আহক আমাৰ শ্লাইডবোৰ(slides)লৈ ঘূৰি যাওঁ
06:30 আহক আমি মূলভাৱ চাওঁ, এই টিউট’ৰিয়েলটোত আমি শিকিলো:
06:32 ফাংচন(Function) ক’ল বাই ভেলো(call by value)
06:34 আৰু ফাংচন(Function) ক’ল বাই ৰেফাৰেনচ(call by reference)
06:37 এটা অনুশিলনী হিচাবে,
06:38 এটা সংখ্যাৰ ঘনক গণনা কৰিবলৈ এটা একেধৰণৰ প্ৰোগ্ৰাম(program) লিখক
06:42 C++ ত ক’ল বাই ভেলো(call by value) ব্যৱ্হাৰ কৰি
06:46 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
06:49 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
06:52 আপোনাৰ যদি বেন্ডউইথ (bandwidth) ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
06:56 স্পকেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
06:58 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
07:01 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
07:05 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
07:11 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
07:15 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
07:23 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
07:27 মই কৃষ্ণ কমল দুৱৰা
07:31 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Dhrubaghy, Mousumi, PoojaMoolya