C-and-Cpp/C3/Strings/Assamese

From Script | Spoken-Tutorial
Revision as of 13:14, 28 November 2015 by Dhrubaghy (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 ষ্ট্ৰিংচ ইন C এন্দ C++(Strings in C and C++)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:06 এই টিউটৰিয়েলটোত আমি শিকিমঃ
00:08 ষ্ট্ৰিং(string) এটা কি হয়
00:10 string (ষ্ট্ৰিং) এটাৰ ডিক্লেয়াৰ হোৱা (declaration)
00:13 string (ষ্ট্ৰিং) এটাৰ প্ৰাৰম্ভণ (Initialization)
00:15 ষ্ট্ৰিং(string)ৰ কিছু উদাহৰণ
00:17 আমি লগতে কিছুমান সচৰাচৰ হোৱা ভুল আৰু সিহঁতৰ সমাধান চাম
00:22 এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবৰ বাবে, মই ব্যৱহাৰ কৰিছো
00:25 Ubuntu(উবুন্তো) অপাৰেটিং চিষ্টেম তাঙৰণ 11.04,
00:29 gcc আৰু g++ কম্পাইলাৰ(Compiler) তাঙৰণ 4.6.1
00:35 আহক আমি ষ্ট্ৰিং(string)ৰ পৰিচয়ৰে আৰম্ভ কৰো
00:38 ষ্ট্ৰিং হৈছে কেৰেক্টোৰ্চৰ এটা অনুক্ৰম যাক একক দাতা আইতেম হিচাবে গণ্য কৰা হয়
00:44 ষ্ট্ৰিং(string )ৰ আকাৰ =ষ্ট্ৰিং(string )ৰ দৈঘ্য + 1
00:49 আহক ষ্ট্ৰিং(string ) এটাৰ ডিক্লেয়াৰ কেনেকৈ কৰে মই আপোনাক কওঁ
00:52 ইয়াৰ গাঠণিটো হৈছেঃ
00:55 char,ষ্ট্ৰিং( string)ৰ নাম আৰু আকাৰ(size)
00:59 charটো হৈছে দাতা টাইপ( data type),নেম অফ দা ষ্ট্ৰিং( name of the string) টো হৈছে ষ্ট্ৰিংৰ নাম,আৰু ইয়াত আমি আকাৰ( size)টো দিব পাৰো
01:06 উদাহৰণ: ইয়াত আমি আকাৰ(size)10ৰ সৈতে এটা কেৰেক্টাৰ ষ্ট্ৰিং নেম( a character string names) ডিক্লেয়াৰ কৰিছো
01:13 এতিয়া আমি এটা উদাহৰণ চাম
01:15 মই ইতিমধ্যে প্ৰোগ্ৰামটো লিখি থৈছো,মই এইটো খুলিম
01:19 লক্ষ্য কৰিব যে আমাৰ ফাইল নামটো হৈছে string.c
01:23 এই প্ৰোগ্ৰামত, আমি ইউজাৰৰ পৰা ইনপুত হিচাবে এটা ষ্ট্ৰিং(string') ল’ম আৰু ইয়াক ছপা কৰিম
01:29 আহক এতিয়া মই ক’ডটো বৰ্ণনা কৰো
01:32 এইবিলাক আমাৰ হেদাৰ ফাইল( header files)
01:34 ইয়াত string.h ত ষ্ট্ৰিং হেন্দলিং ইউটিলিতিজ(string handling utilities) ৰ ডিক্লেয়াৰেচনচ(declarations), ফাংচনচ(functions),কনষ্টেন্তচ( constants) অন্তর্ভুক্ত
01:43 ষ্ট্ৰিং ফাংচনচ(string functions)ৰ ওপৰত কাৰ্য্য কৰাৰ সময়ত আমি এই হেদাৰ ফাইল( header file) অন্তৰ্ভুক্ত কৰা উচিত
01:47 এইটো আমাৰ মেইন ফাংচন(main() function)
01:49 ইয়াত আমি string(ষ্ট্ৰিং) strname টো আকাৰ(size) 30 ৰ সৈতে ডিক্লেয়াৰ কৰিছো
01:55 ইয়াত আমি উপভোক্তাৰ পৰা এটা ষ্ট্ৰিং(string) গ্ৰহণ কৰিছো
01:58 এটা ষ্ট্ৰিং পঢ়িবলৈ, আমি scanf() ফাংচন ব্যৱহাৰ কৰিব পাৰো ফৰমেত স্পেচিফাইয়াৰ %s ৰ সৈতে
02:05 ষ্ট্ৰিংৰ লগত স্পেছ অনৰ্ভুক্ত কৰিবলৈ আমি কেৰেট( caret) চিহ্ন আৰু \n ব্যৱহাৰ কৰিছো
02:11 তাৰপাছত আমি ষ্ট্ৰিং(string)টো ছপা কৰিম
02:13 আৰু এইটো আমাৰ ৰিটাৰ্ণ(return) ষ্টেতমেন্ত
02:16 এতিয়া ছেভ(Save)ত টিপক
02:18 আহক প্ৰোগ্ৰামটো কাৰ্য্যকৰী কৰো
02:20 অনুগ্ৰহ কৰি আপোনাৰ কীবৰ্ডত Ctrl+Alt আৰু T কীছ( keys)একেলগে টিপি তাৰমিনেল(terminal )উইন্দো খোলক
02:30 সম্পূৰ্ণ কৰিবলৈ, লিখক gcc space(স্পেছ) string.c space(স্পেছ) -o space(স্পেছ) str
02:37 আৰু এন্টাৰ(Enter) টিপক
02:40 কাৰ্য্যকৰী কৰিবলৈ, লিখক ./str (দত শ্লাছ str)
02:43 এতিয়া এন্টাৰ(Enter) টিপক
02:46 ইয়াত এইটো Enter the string (এন্টাৰ দা ষ্ট্ৰিং) বুলি দৰ্শিত হয়
02:49 মই লিখিম "Talk To A Teacher"(টক টু এ টিছাৰ)
02:56 এতিয়া এন্টাৰ(Enter) টিপক
02:58 আউতপুতটো দৰ্শিত হৈছে যে The string is Talk To A Teacher(দা ষ্ট্ৰিং ইজ টক টু এ টিছাৰ)
03:03 এতিয়া আহক আমাৰ শ্লাইড( slides) সমূহলৈ ঘূৰি আহো
03:06 এতিয়ালৈকে আমি এটা ষ্ট্ৰিং(string)ৰ ডিক্লেয়াৰেছন( declaration)ৰ বিষয়ে আলোচনা কৰিছিলো
03:10 এতিয়া আমি কেনেকৈ এটা ষ্ট্ৰিং (string)প্ৰাৰম্ভণ( initialize) কৰা হয় আলোচনা কৰিম
03:13 ইয়াৰ বাবে গাঠণিটো হৈছে,
03:16 char var_name(নেম)[size(চাইজ)] = “string”(ষ্ট্ৰিং);
03:20 উদাহৰণ: ইয়াত আমি এটা কেৰেক্টাৰ ষ্ট্ৰিং নেমচ(character string “names”) ক আকাৰ(size) 10ৰ সৈতে ডিক্লেয়াৰ(declare) কৰিছো আৰু ষ্ট্ৰিং(string)টো হৈছে প্ৰিয়া(“Priya”")
03:28 অন্যটো গাঠণি হৈছে,
03:31 char var_name[ ] = {'S', 't', 'r', 'i', 'n', 'g'} একক উৰ্ধকমাৰ ভিতৰত
03:36 উদাহৰণchar names[10] = {'P', 'r', 'i', 'y', 'a'} একক উৰ্ধকমাৰ ভিতৰত
03:42 আহক প্ৰথম গাঠণিটো কেনেকৈ ব্যৱহাৰ কৰা হয় উদাহৰণৰ সৈতে দেখুৱাওঁ
03:48 আমাৰ এদিটৰ( Editor)লৈ ঘূৰি আহো । আমি একেটা উদাহৰণকে ব্যৱহাৰ কৰিম
03:52 প্ৰথমে,আপোনাৰ কীবৰ্ডত shift, ctrl আৰু s বুটাম একেলগে টিপক
03:58 এতিয়া ফাইলটো stringinitialize(ষ্ট্ৰিংইনিচিয়েলাইজ)নামেৰে ছেভ( save) কৰক
04:03 এতিয়া ছেভ(Save)ত টিপক
04:06 আমি ষ্ট্ৰিং( string)টো প্ৰাৰম্ভণ কৰো
04:08 সেইবাবে, পঞ্চম শাৰীত, লিখক
04:11 = আৰু দ্বৈত উৰ্ধকমাৰ ভিতৰত “Spoken-Tutorial”(স্পকেন টিউটৰিয়েল);
04:20 এতিয়া, ছেভ(Save )ত টিপক
04:22 এতিয়া এই শাৰী দুটা নাইকীয়া কৰক, যিহেতু আমি মাত্ৰ ষ্ট্ৰিং(string)টো ছপা কৰিব লৈছো
04:27 ছেভ(Save)ত টিপক
04:30 আহক কাৰ্যকৰী কৰো
04:31 আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহো
04:33 কম্পাইল( compile) কৰিবলৈ, লিখক
04:35 gcc space(স্পেছ) stringinitialize(ষ্ট্ৰিংইনিচিয়েলাইজ).c space(স্পেছ) -o space(স্পেছ) str2
04:44 ইয়াত আমাৰ str2 আছে কাৰণ আমি string.c ফাইলৰ বাবে আউতপুত( output) পেৰামিটাৰ( parameter) str ক অভাৰৰাইট( overwrite) কৰিব বিচৰা নাই
04:54 এতিয়া এন্টাৰ(Enter ) টিপক
04:56 কাৰ্য্যকৰী কৰিবলৈ, লিখক ./str2
05:00 আউতপুতটো দৰ্শিত হৈছে যে "The string is Spoken-Tutorial"(দা ষ্ট্ৰিং ইজ স্পকেন-টিউতৰিয়েল)
05:06 এতিয়া আহক আমি সচৰাচৰ হব পৰা ভুল সমূহ চাওঁ
05:09 আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহক
05:11 ধৰাহ’ল, আমি ইয়াত ষ্ট্ৰিং( string)ৰ বানানটো ষ্টিং(sting) বুলি লিখিলো
05:16 এতিয়া ছেভ(Save)ত টিপক
05:18 আহক কাৰ্যকৰী কৰো
05:19 আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহো
05:21 এতিয়া আগৰ দৰে কম্পাইল( compile) কৰক
05:23 আমি এটা ফাতাল এৰৰ( fatal error) দেখিছো
05:25 sting.h: No such file or directory (ন’ চাছ ফাইল অৰ দাইৰেক্তৰী)
05:28 compilation terminated(কম্পাইলেচন টাৰ্মিনেতেদ)
05:30 আমাৰ প্ৰোগ্ৰামলৈ ঘূৰি আহো
05:32 এইটো এইকাৰণেই যে কম্পাইলাৰ( compiler)টোৱে sting.h নামৰ হেদাৰ ফাইল( header file)টো বিচাৰি পাবলৈ সক্ষম নহ’ল
05:39 সেইবাবে ই এটা ভুল দিছে
05:41 আহক ভুলটো ঠিক কৰো
05:43 ইয়াত r লিখক
05:45 এতিয়া ছেভ(Save)ত টিপক
05:46 আহক পুনৰ কাৰ্যকৰী কৰো
05:47 আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহো
05:50 আগৰ দৰে কম্পাইল কৰক, আগৰ দৰে কাৰ্যকৰী কৰক
05:54 হয়, ই কাম কৰিছে !
05:56 এতিয়া, আহক অন্য সাধাৰণ ভুল চাওঁ
05:59 আমাৰ প্ৰোগ্ৰামলৈ ঘূৰি আহো
06:02 ধৰাহ’ল,মই ইয়াত charৰ ঠাইত int লিখিম
06:06 এতিয়া ছেভ( Save)ত টিপক
06:07 আহক কি হয় চাওঁ
06:09 আমাৰ টাৰ্মিনেললৈ ঘূৰি আহো
06:11 মই প্ৰমপ্ত খালি কৰো
06:15 আগৰ দৰে কম্পাইল কৰো
06:17 আমি এটা ভুল দেখিছো
06:19 Wide character array initialized from non-wide string (ওৱাইদ কেৰেক্তাৰ এৰে ইনিচিয়েলাইজদ ফ্ৰম নন-ওৱাইদ ষ্ট্ৰিং)
06:24 format %s expects argument of type 'char' but argument 2 has type 'int' (ফৰমেত %s এক্সপেক্ত্চ আৰগুমেন্ত অফ টাইপ 'char' বাত আৰগুমেন্ত 2 হেজ টাইপ 'int' )
06:32 আমাৰ প্ৰোগ্ৰামলৈ ঘূৰি আহো
06:36 ইয়াৰ কাৰণ হৈছে আমি ষ্ট্ৰিং(string)ৰ বাবে ফৰমেট স্পেচিফাইয়াৰ(format specifier) হিচাবে  %s ব্যৱহাৰ কৰিছো
06:42 আৰু আমি ইয়াক এটা ইন্তিজাৰ দাতা টাইপ(integer data type) হিচাবে প্ৰাৰম্ভণ কৰিছো
06:47 আহক ভুলটো ঠিক কৰো
06:49 ইয়াত char লিখক
06:51 ছেভ(Save )ত টিপক
06:53 আহক কাৰ্যকৰী কৰো । আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহো
06:56 আগৰ দৰে কম্পাইল কৰো,আগৰ দৰে কাৰ্যকৰী কৰো
07:00 হয়, ই কাম কৰিছে !
07:03 এতিয়া আমি একেটা প্ৰোগ্ৰাম C++ত কেনেকৈ কাৰ্যকৰী হয় চাম
07:08 আমাৰ প্ৰোগ্ৰামলৈ ঘূৰি আহো
07:11 আহক আমাৰ ফাইল string.c খুলো
07:15 আমি ইয়াত ক’ডটো সম্পাদন কৰিম
07:18 প্ৰথমে, আপোনাৰ কীবৰ্ডত shift, ctrl আৰু S কীছ( keys)একেলগে টিপক
07:25 এতিয়া ফাইলটো এটা এক্সটেনচন .cpp(দত cpp)ৰে ছেভ কৰক
07:29 আৰু ছেভ(Save)ত টিপক
07:33 এতিয়া আমি হেদাৰ ফাইলটো iostream ৰে সলনি কৰিম
07:38 ইউজিং ষ্টেতমেন্ত(using statement )টো সংযুক্ত কৰক
07:43 এতিয়া ছেভ (Save)ত টিপক
07:47 এতিয়া আমি এই ডিক্লেয়াৰেচন( declaration)টো নাইকীয়া কৰিম
07:50 'আৰু এটা ষ্ট্ৰিং ভেৰিয়েবল(string variable) ডিক্লেয়াৰ কৰিম
07:53 লিখক string(ষ্ট্ৰিং) space(স্পেছ) strname আৰু এটা চেমিকলন( semicolon)
07:59 ছেভ(Save)ত টিপক
08:02 printf ষ্টেতমেন্তটো coutষ্টেতমেন্তৰে প্ৰতিস্থাপিত কৰক
08:07 ইয়াত সামৰনী বন্ধনীটো নাইকীয়া কৰক
08:11 scanf ষ্টেতমেন্ত( statement)টো নাইকীয়া কৰক আৰু লিখক getline আৰম্ভণি বন্ধনী সামৰনী বন্ধনী বন্ধনীৰ ভিতৰত লিখক (cin, strname)
08:24 একেবাৰে শেষত লিখক চেমিক’লন(semicolon )
08:28 এতিয়া পুনৰ, printfষ্টেতমেন্ত( statement)টো coutৰে প্ৰতিস্থাপিত কৰক
08:36 ফৰমেত স্পেচিফাইয়াৰ(format specifier)টো আৰু \n নাইকীয়া কৰক
08:40 এতিয়া কমা(comma)টো নাইকীয়া কৰক
08:42 দুটা আৰম্ভনি কোণ বন্ধনী লিখক, ইয়াত বন্ধনিটো নাইকীয়া কৰক
08:49 দুটা আৰম্ভনি কোণ বন্ধনী লিখক আৰু দ্বৈত উৰ্ধকমাৰ ভিতৰত ' \n লিখক
08:54 আৰু ছেভ(Save)ত টিপক
08:58 ইয়াত আমি এটা ষ্ট্ৰিং ভেৰিয়েবল ('string variable ) 'strname' দিক্লেয়াৰ কৰিছো
09:03 যিহেতু আমি C++ ত ফৰমেত স্পেচিফাইয়াৰ(format specifier)টো ব্যৱহাৰ নকৰো, কম্পাইলা্টোৱে জনা উচিত যে 'strname' টো এটা ষ্ট্ৰিং ভেৰিয়েবল(string variable)
09:13 ইয়াত আমি ইনপুত ক্ৰমৰ পৰা কেৰেক্তাৰচ( characters) নিস্কাশিত কৰিবলৈ getline ব্যৱহাৰ কৰো
09:18 ই সিহঁতক ষ্ট্ৰিং(string) হিচাবে জমা কৰে
09:22 এতিয়া আহক প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো । আমাৰ টাৰ্মিনেললৈ ঘূৰি আহক
09:27 মই প্ৰমপ্ত খালি কৰো
09:30 কম্পাইল কৰিবলৈ, লিখক
09:32 g++ space(স্পেছ) string(ষ্ট্ৰিং).cpp space(স্পেছ) -o space(স্পেছ) str3
09:39 আৰু এন্টাৰ(Enter ) টিপক
09:41 কাৰ্যকৰী কৰিবলৈ, লিখক ./str3 (দত শ্লাছ str3)
09:46 এন্টাৰ(Enter ) টিপক
09:47 ই দৰ্শিত হ’ব যে Enter the string(এন্টাৰ দা ষ্ট্ৰিং)
09:50 মই ভৰ্তি কৰিম যে Talk To A Teacher (টক টু এ টিছাৰ)
09:55 এতিয়া এন্টাৰ(Enter) টিপক
09:57 আউতপুতটো দৰ্শিত হ’ব যে
09:59 "The string is Talk To A Teacher" (দা ষ্ট্ৰিং ইজ টক টু এ টিছাৰ)
10:03 আমি চাব পাৰো যে আউতপুতটো আমাৰ C ক’ডৰ সৈতে একে
10:07 এতিয়া আমাৰ শ্লাইড(slide) বোৰলৈ ঘূৰি আহো
10:10 আহক আমি মূলভাৱ চাওঁ
10:11 এই টিউটৰিয়েলটোত আমি শিকিলো:
10:13 *Strings (ষ্ট্ৰিংচ)
10:14 ষ্ট্ৰিং(string ) এটা ডিক্লেয়াৰ( Declaration) হোৱা
10:16 উদাহৰণ: char strname[30]
10:20 ষ্ট্ৰিং (string )এটা প্ৰাৰম্ভণ( Initialization) হোৱা
10:21 উদাহৰণ: char strname[30] = “Talk To A Teacher”(টক টু এ টিছাৰ)
10:26 এটা অনুশিলনী হিচাবে,
10:28 দ্বিতীয় গাঠনি( syntax)টো ব্যৱহাৰ কৰি এটা ষ্ট্ৰিং(string)ছপা কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক
10:34 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
10:37 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
10:40 আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
10:44 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে:
10:46 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
10:49 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
10:54 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
11:01 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
11:04 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
11:12 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
11:16 মই কৃষ্ণ কমল দুৱৰা
11:20 দৰ্শন কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Dhrubaghy, Mousumi, PoojaMoolya