Difference between revisions of "C-and-Cpp/C3/String-Library-Functions/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border = 1 |'''Time''' |'''Narration''' |- | 00:01 |ষ্ট্ৰিং লাইব্ৰেৰী ফাংচনচ ইন C ('''String Library Functions in C''')ৰ...")
 
Line 78: Line 78:
 
|-
 
|-
 
| 01:42
 
| 01:42
|ই string 2 ৰ প্ৰথম n কেৰেক্টাৰচ string 1ৰ সৈতে তুলনা কৰিব
+
|ই string(ষ্ট্ৰিং) 2 ৰ প্ৰথম n কেৰেক্টাৰচ string(ষ্ট্ৰিং) 1ৰ সৈতে তুলনা কৰিব
  
 
|-
 
|-
Line 178: Line 178:
 
|-
 
|-
 
| 03:26
 
| 03:26
|'''string = Ashwini, Length = 7 '''
+
|'''string(ষ্ট্ৰিং) = Ashwini(অশ্বিনী), Length(লেংঠ) = 7 '''
  
 
|-
 
|-
Line 234: Line 234:
 
|-
 
|-
 
| 04:26
 
| 04:26
|'''source string = Ice '''
+
|'''source(চৌৰ্চ) string(ষ্ট্ৰিং) = Ice(আইচ) '''
  
 
|-
 
|-
 
| 04:29
 
| 04:29
|'''target string = Ice '''
+
|'''target(টাৰ্গেত) string(ষ্ট্ৰিং) = Ice(আইচ) '''
  
 
|-
 
|-

Revision as of 17:48, 28 November 2015

Time Narration
00:01 ষ্ট্ৰিং লাইব্ৰেৰী ফাংচনচ ইন C (String Library Functions in C)ৰ স্প’কেন টিউটৰিয়েললৈ স্বাগতম
00:07 এই টিউটৰিয়েলটোত আমি শিকিম,
00:09 ষ্ট্ৰিং লাইব্ৰেৰী ফাংচনচ(String Library Functions)
00:11 আমি কিছু উদাহৰণৰ দ্বাৰা ইয়াক কৰিম
00:15 এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবলৈ, মই ব্যৱহাৰ কৰিছো
00:18 Ubuntu(উবুন্তো)অপাৰেটিং চিষ্টেম (Operating System)ৰ তাঙৰণ 11.10
00:22 gcc কম্পাইলাৰ(Compiler)ৰ তাঙৰণ 4.6.1
00:27 আহক আমি ষ্ট্ৰিং লাইব্ৰেৰী ফাংচনচ (String Library Functions)ৰ এটা উদাহৰণেৰে আৰম্ভ কৰো ।
00:31 এই বিলাক হৈছে ষ্ট্ৰিঙত অপাৰেচন সম্পাদন কৰা ফাংচনৰ সংহতি
00:36 বিভিন্ন ধৰণৰ অপাৰেচনচ যেনে ক’পিইং(copying), কনকাটিনেচন(concatenation), চাৰ্চিং(searching) আদি সমৰ্থন কৰে
00:44 আহক আমি ষ্ট্ৰিং লাইব্ৰেৰী ফাংচন (String Library Functions)সমূহৰ কিছুমান চাওঁ
00:48 ইয়াত আমাৰ strncpy ফাংচনটো আছে
00:52 ইয়াৰ বাবে গাঠণিটো হৈছে strncpy(char str1, char str2, আৰু int n )
01:02 ই ষ্ট্ৰিং str2 ৰ প্ৰথম n টা কেৰেক্টাৰচ ( characters) ষ্ট্ৰিং str1লৈ প্ৰতিলিপি(copies) কৰে
01:09 উদাহৰণ, char strncpy( char hello, char world, 2)
01:16 আউতপুত(output)টো হ’ব Wollo
01:21 ইয়াত আমাৰ ওচৰত string(ষ্ট্ৰিং) 2 ৰ পৰা Wo আছে আৰু বাকী থকা কেৰেক্টাৰচ বিলাক string(ষ্ট্ৰিং) 1 ৰ পৰা
01:29 এতিয়া আমি দেখিম strncmpফাংচন(function), ইয়াৰ বাবে গাঠণিটো হৈছে strncmp(char str1, char str2, আৰু int n)
01:42 ই string(ষ্ট্ৰিং) 2 ৰ প্ৰথম n কেৰেক্টাৰচ string(ষ্ট্ৰিং) 1ৰ সৈতে তুলনা কৰিব
01:48 উদাহৰণ int strncmp(char ice, char icecream, আৰু 2);
01:55 আউতপুতটো হ’ব 0
01:58 এতিয়া আমি কেনেকৈ ষ্ট্ৰিং লাইব্ৰেৰী ফাংচনচ (string library functions)টো ব্যৱ্হাৰ কৰা হয় চাম
02:02 মই আপোনাক কিছুমান সাধাৰণতে ব্যৱ্হাৰ হোৱা ষ্ট্ৰিং ফাংচনচ (string functions)দেখোৱাবলৈ লৈছো
02:07 মই ইতিমধ্যে প্ৰোগ্ৰাম ( program) টো এদিটৰ (editor)ত লিখি থৈছো,
02:10 মই এইটো খুলিম
02:12 ইয়াত আমাৰ ষ্ট্ৰিং লেংঠ ফাংচনচ (string length functions)টো আছে
02:15 মন কৰিব যে আমাৰ ফাইলনামটো হৈছে strlen.c.
02:20 এইটোত আমি ষ্ট্ৰিং( string)টোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিম
02:23 তাত হেদাৰ ফাইল বিলাক হৈছেstdio.h আৰু string.h.
02:29 এইটো আমাৰ মেইন ফাংচন(main function)
02:31 ইয়াত আমাৰ এটা কেৰেক্টাৰ ভেৰিয়েবল (character variable) আছে 'arr',
02:35 ই এটা মান জমা কৰে 'Ashwini'
02:38 তাৰপাছত আমাৰ এটা ইন্তিজাৰ ভেৰিয়েবল (integer variable) আছে len1
02:42 ইয়াত আমি strlen ফাংচন(function) ব্যৱহাৰ কৰি ষ্ট্ৰিং(string)টোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিম
02:48 ফলাফলটো len1 ত জমা হ’ব
02:52 তাৰপাছত আমি ষ্ট্ৰিং(string)টো আৰু ষ্ট্ৰিংটোৰ দৈৰ্ঘ্য ছপা কৰো
02:56 আৰু এইটো আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত (return statement)
02:59 এতিয়া আহক প্ৰোগ্ৰাম(program)টো কাৰ্যকৰী কৰো
03:01 টাৰ্মিনেল উইন্দ’(terminal window)খন খোলক টিপি
03:04 আপোনাৰ কীবৰ্ড (keyboard)ত একেলগে Ctrl, Alt আৰু Tকীজ(keys)
03:09 কম্পাইল (compile) কৰিবলৈ লিখক: "gcc" space(স্পেছ) "strlen.c" space(স্পেছ) “-o” space(স্পেছ) “str1” । এন্টাৰ(Enter) টিপক
03:19 লিখক (দত শ্লাছ) ./str1 । এন্টাৰ(Enter) টিপক
03:24 আউতপুত (output)টো দৰ্শিত হৈছে যে
03:26 string(ষ্ট্ৰিং) = Ashwini(অশ্বিনী), Length(লেংঠ) = 7
03:30 আপুনি ইয়াত হিচাব কৰিব পাৰে 1,2,3,4,5,6, আৰু 7
03:37 আহক আমি অন্য ষ্ট্ৰিং ফাংচন (string function) চাওঁ
03:40 ইয়াত আমাৰ string copy(ষ্ট্ৰিং ক’পি) ফাংচন(fuction)টো আছে
03:43 মন কৰিব যে আমাৰ ফাইলনাম(filename)টো হৈছে strcpy.c
03:48 এইটোত আমি চৌৰ্চ ষ্ট্ৰিং(source string)টো টাৰগেত ষ্ট্ৰিং(target string)লৈ প্ৰতিলিপি (copy) কৰিম
03:53 ইয়াত আমাৰ চৌৰ্চ ষ্ট্ৰিং( source string) ত Ice আছে , এইটো টাৰগেত ষ্ট্ৰিং(target string)লৈ প্ৰতিলিপি হ’ব
03:59 এইটো আমাৰ strcpy ফাংচন(function)
04:02 ইয়াত আমি চৌৰ্চ ষ্ট্ৰিং( source string)টো আৰু টাৰগেত ষ্ট্ৰিং(target string)টো ছপা কৰিম
04:07 আহক আমি কাৰ্যকৰী কৰো আৰু চাওঁ
04:09 আমাৰ টাৰ্মিনেললৈ ঘূৰি আহো
04:11 কম্পাইল কৰিবলৈ লিখক, gcc space(স্পেছ) strcpy.c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) str2 । এন্টাৰ(Enter)টিপক
04:20 লিখক(দত শ্লাছ)./str2 । এন্টাৰ(Enter)টিপক
04:24 আউতপুত(output)টো দৰ্শিত হৈছে যে
04:26 source(চৌৰ্চ) string(ষ্ট্ৰিং) = Ice(আইচ)
04:29 target(টাৰ্গেত) string(ষ্ট্ৰিং) = Ice(আইচ)
04:32 এতিয়া আহক অন্য ষ্ট্ৰিং ফাংচন( string function) চাওঁ
04:34 এতিয়া আমি ষ্ট্ৰিং কম্পেয়াৰ ফাংচন(string compare function)টো চাম
04:37 মন কৰিব যে আমাৰ ফাইলনাম(filename)টো হৈছেstrcmp.c
04:42 এইটোত আমি দুটা ষ্ট্ৰিং (string) তুলনা কৰিম
04:46 ইয়াত আমাৰ কেৰেক্টাৰ ভেৰিয়েবলচ(character variables) আছে str1 আৰু str2 হিচাবে
04:52 str1এ মানটো 'Ice' বুলি জমা কৰে আৰু str2 এ মানটো 'Cream' বুলি জমা কৰে
04:58 ইয়াত আমাৰ ইন্তিজাৰ ভেৰিয়েবলচ( interger variables) আছে i আৰু j হিচাবে
05:03 এইটোত আমি strcmp ফাংচন ব্যৱ্হাৰ কৰি ষ্ট্ৰিংটো তুলনা কৰিম
05:08 ইয়াত আমি তুলনা কৰো str1 যি টো: 'Ice' ৰ সৈতে 'Hello'
05:14 ফলাফলটো i ত জমা হৈছে
05:16 এইটোত আমি তুলনা কৰো string(ষ্ট্ৰিং)2 যি টো: 'Cream' ৰ সৈতে 'Cream'
05:23 ফলাফলটো j ত জমা হৈছে
05:25 তাৰপাছত আমি দু্য়োটা ফলাফল ছপা কৰো
05:28 আৰু এইটো আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত( return statement)
05:31 আহক প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
05:33 আমাৰ টাৰ্মিনেললৈ ঘূৰি আহো
05:35 কম্পাইল কৰিবলৈ লিখক gcc space(স্পেছ) strcmp.c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) str3
05:46 এন্টাৰ(Enter) টিপক
05:47 লিখক (দত শ্লাছ) ./str3
05:50 আউতপুতটো দৰ্শিত হৈছে যে 1,0
05:54 আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহো
05:56 ইয়াত আমি পাওঁ 1 আৰু ইয়াত আমি পাওঁ যে 0
06:01 আহক আমাৰ শ্লাইডবোৰ(slides)লৈ ঘূৰি আহো
06:04 আহক আমি মূলভাৱ চাওঁ,
06:06 এই টিউট’ৰিয়েলটোত আমি শিকিলো,
06:07 ষ্ট্ৰিং লাইব্ৰেৰী ফাংচনচ (String library functions)
06:09 strlen()
06:11 strcpy()
06:13 strcmp()
06:14 strncpy()
06:16 আৰু strncmp()
06:19 এটা অনুশিলনী হিচাবে,
06:21 ষ্ট্ৰিং বেষ্ট(String best) আৰু ষ্ট্ৰিং বাচ( String bus)ক কনকাটিনেট(concatenate) কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক
06:25 সংকেত: strcat(char str1, char str2);
06:32 লগতে অন্য ফাংচন সমূহ ষ্ট্ৰিং লাইব্ৰেৰীত বিশ্লেষণ কৰক
06:36 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
06:39 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
06:42 আপোনাৰ যদি বেন্ডউইথ (bandwidth) ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব
06:46 স্পকেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
06:49 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
06:52 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
06:56 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
07:03 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয়
07:08 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
07:15 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
07:20 মই কৃষ্ণ কমল দুৱৰা
07:24 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Dhrubaghy, Mousumi