C-and-Cpp/C2/Tokens/Assamese

From Script | Spoken-Tutorial
Revision as of 14:43, 15 September 2014 by Dhrubaghy (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00.01 C আৰু C প্লাচ প্লাচৰ টোকেন(TOKENS –IN-C PLUS PLUS ) ৰ স্পকেন টিউট’ৰিয়েল (spoken tutorial) লৈ আদৰণি জনাইছো
00.06 এই টিউট’ৰিয়েলত( tutorial) আমি শিকিম
00.09 টোকেনচ(TOKENS )কেনেকৈ সংজ্ঞাবদ্ধ( Define) আৰু ব্যৱ্হাৰ কৰিব লাগে
00.12 উদাহৰণ( example)ৰ জৰিয়তে আমি এইয়া কৰিম
00.15 কিছুমান সাধাৰন( Common) ভুল( errors) আৰু সিহঁতৰ সমাধান(solution)
00.20 এই টিউট’ৰিয়েল( tutorial) বানিবদ্ধ( record) কৰিবলৈ
00.21 মই ব্যৱ্হাৰ( using) কৰিছো উবুন্টু অপাৰেটিং ছিষ্টেম(Ubuntu Operating system) ৰ ১১.১০ তাঙৰণ( version)
00.26 GCC আৰু G++ কম্পাইলাৰ(Compile)ৰ তাঙৰণ( version) ৪.৬.১
00.33 আহক আমি এতিয়া পৰিচয়( introduction)ৰ সৈতে আৰম্ভ( start) কৰো
00.36 “দাতা টাইপচ’’(Data types) “ভেৰিয়েবলচ”(Variables)“কনচটেন্টচ”( Constants) আৰু “আইদেন্তিফায়াৰচ”(Identifiers)ৰ সাধাৰনিকৃত( generic) নাম হ’ল টোকেন(Token)
00.46 আমাৰ প্ৰোগ্ৰামে( program)ৰে আৰম্ভ( start) কৰো
00.49 মই ক’ড( code)সমুহ ইতিমধ্যে এডিটৰ( editor)ত লিখি(type) থৈছো
00.53 এতিয়া এইতো খুলিছো( open)
00.56 লক্ষ্য কৰক ফাইলৰ নামটো( file name) Tokens .c
01.04 আমি এই প্ৰোগ্ৰাম( program)টোত “ভেৰিয়েবল”(variable) বিলাক প্ৰাৰম্ভণ( initialize) কৰিম আৰু তাৰ মান (value) বিলাক ছ্পা( print) কৰিম
01.09 এতিয়া মই ক’ড(code) বিলাক ব্যাখ্যা( explain) কৰিম
01.12 এইটো আমাৰ “হেদাৰ ফাইল”(header file).
01.16 এইটো আমাৰ “মেইন ফাংচন”(main function).
01.20 ইয়াত ' int এটা “কীৱৰ্ড”(keyword)হয়
01.22 কম্পাইলাৰে (compiler)“কীৱৰ্ডচ”(keywords)বিলাকৰ অৰ্থ( meaning) বুজি পায়
01.26 a এটা “ইন্তিজাৰ”(integer) “ভেৰিয়েবল”('variable)
01.28 ইয়াত আমি '2 নির্ধাৰিত( assigned) কৰিছো
01.32 ইয়াক প্ৰাৰম্ভণ(initialization) বুলি কোৱা হয়
01.35 যদি এটা মান( value) “ভেৰিয়েবল”ত (variable) নির্ধাৰিত( assigned)কৰা নহয় তেতিয়া ইয়াক “ভেৰিয়েবল” (variable) ঘোষণা( declaration) বুলি কোৱা হয়
01.43 ইয়াত b এটা কনষ্টেন্ত( constant)
01.46 ইয়াত আমি bৰ মান( value)৪ দি প্ৰাৰম্ভণ(initialize) কৰিছো
01.53 Const কীৱৰ্ড( keyword) টো কেৱ্ল পঢ়িব পৰা (read only) ভেৰিয়েবল( variable) নিৰ্মানত( create) ব্যৱ্হাৰ কৰা হয়
01.58 আমি কীৱৰ্ডচ(keywords) আৰু কনষ্টেন্ত( constant)ৰ বিষয়ে অধিক জানিবলে আগৰ শ্লাইড(slide) বোৰলৈ ঘূৰি যাওঁ
02.06 “কীৱৰ্ডচ” (Keywords) বিলাকৰ নিৰ্ধাৰিত( fixed) অৰ্থ(meaning) থাকে, তাক সলনি(change) কৰিব নোৱাৰি
02.11 “কীৱৰ্ডচ”(Keyword) বিলাকক “ভেৰিয়েবল”(variable) ৰ নাম হিচাবে ব্যৱহাৰ কৰিব নোৱাৰি
02.15 C ত ৩২ টা “কীৱৰ্ডচ”(Keywords) আছে
02.18 কিছুমান নাম হৈছে auto, break, case, char, enum, extern, ইত্যাদি
02.28 কনষ্টেন্তচ (constant),কনষ্টেন্ত (constant)বিলাকৰ নিৰ্দিষ্ট মান

(fixed value)থাকে

02.33 প্ৰোগ্ৰাম( program) টো কাৰ্যকৰী(execute) কৰাৰ সময়ত ইহঁত সলনি নহয়
02.38 ইয়াত ২ প্ৰকাৰৰ কনষ্টেন্ত( constant)থাকে । নিউমাৰিক কনষ্টেন্ত(Numeric Constants)আৰু কেৰেক্টাৰ কনষ্টেন্ত (Character Constants)
02.45 এতিয়া আমাৰ প্ৰোগ্ৰাম(program) টো লৈ ঘূৰি আহো
02.47 ইয়াত ফ্ল’ট(float) এটা “c” ভেৰিয়েবল(variable) ৰ দাতা টাইপ(data type
02.52 ইয়াক 1.5মান নিৰ্ধাৰন(assigne)কৰিছো
02.56 দাতা টাইপ(data type)হৈছে কিছুমান নিয়ম ৰ সংহতিৰ( set of rules) হৈতে সিমিত সংহতিৰ মান( finite set of values)
03.04 ইয়াত d এটা “ভেৰিয়েবল”(variable)
03.07 Char আৰু একক উৰ্দ্ধকমাই( single quotes) বুজাই যে আমি এটা কেৰেক্টাৰ (character) ৰ সৈতে কাম কৰি আছো
03.12 পৰিণামত d এটা 'A' মান ৰখা “কেৰেক্টাৰ ভেৰিয়েবল”(character variable )
03.20 এইটো চাবলৈ সহজ যে int, double ,float আৰু char বোৰ দাতা টাইপ(data type)
03.30 a, c আৰু d আদি “ভেৰিয়েবল” (variables)
03.35 এতিয়া আমি শ্লাইড (slides)বোৰলৈ ঘূৰি আহোঁ
03.37 আমি দাতা টাইপ(data type)আৰু ভেৰিয়েবল(variable)ৰ বিষয়ে আৰু অধিক জানিম
03.48 দাতা টাইপচ(Data types): আমি ইন্তিজাৰ দাতা টাইপ (integer data type) ৰ পৰা আৰম্ভ কৰো
03.50 এইটো int হিচাবে ঘোষনা( declared) কৰা হৈছে
03.53 আমি যদি এটা ইন্তিজাৰ দাতা টাইপ (integer data type) ছপা( print) কৰিব বিচাৰো,আমি ফৰ্মেট স্পেচিফাইয়াৰ(format specifier) হিচাবে %d ব্যৱ্হাৰ কৰিম
04.01 একেদৰে যদি আমি ফ্লটিং পইন্ট নাম্বাৰচ(floating point numbers) ব্যৱ্হাৰ কৰো তাৰ বাবে ফ্ল’ট(float) আৰু %f ব্যৱ্হাৰ কৰিম
04.09 কেৰেক্টাৰ দাতা টাইপ(character data type) ৰ বাবে আমি char আৰু  %c ব্যৱ্হাৰ কৰিম
04.15 আৰু ডাব’ল দাতা টাইপ(double data type) ৰ বাবে ফৰ্মেট স্পেচিফাইয়াৰ(format specifier) হিচাবে double আৰু %lf ব্যৱ্হাৰ কৰিম
04.24 এতিয়া আমি দাতা টাইপ(data type) ৰ পৰিসৰ( range) চাম
04.29 “ইন্তিজাৰ” দাতা টাইপ (Integer data type) ৰ বাবে পৰিসৰ( range) ইমান
04.34 “ফ্ল’টিং পইন্ট” (Floating point) ৰ বাবে পৰিসৰ(range) ইমান
04.39 “কেৰেক্টাৰ” (Character)ৰ বাবে পৰিসৰ (range) ইমান
04.42 আৰু “দাব’ল”(Double)ৰ বাবে পৰিসৰ(range) ইমান
04.47 ভেৰিয়েবল(Variable) ত ৰখা মান(valu) এই পৰিসৰ(range) তকৈ সৰু বা ডাঙৰ হব নোৱাৰিব
04.56 এতিয়া আমি ভেৰিয়েবল(Variable) লৈ যাওঁ
05.00 ভেৰিয়েবল(Variable)এটা দাতাৰ(data) নাম
05.02 ইয়াক দাতাৰ(data)মান( value) ৰখাত ব্যৱ্হাৰ কৰা হ্য়
05.06 প্ৰোগ্ৰাম(Program) এটা চলাৰ(run) সময়ত মান (value)বোৰ সলনি হয়
05.10 “ভেৰিয়েবল”(Variable) এটা ব্যৱ্হাৰ কৰাৰ আগতে ইয়াক ঘোষণা(declare)কৰিব লাগে
05.14 আমি “ভেৰিয়েবল”(Variable) বোৰক অৰ্থপূৰ্ণ( meaningful) নাম দিবলৈ চেষ্টা কৰিব লাগে
05.18 উদাহৰণ হিচাবে john, marks, sum ইত্যাদি
05.24 এতিয়া আমি প্ৰোগ্ৰাম (Program)টোলৈ ঘূৰি যাওঁ
05.27 ইয়াত printf টো ফাংচন(function) টোৰ আইদেন্তিফায়াৰ (identifier) ৰ নাম


05.32 আমাৰ শ্লাইড(slides) বোৰলৈ ঘূৰি আহো
05.35 আমি এতিয়া আইদেন্তিফায়াৰ(identifiers) ৰ বিষয়ে জানো আহক
05.38 “আইদেন্তিফায়াৰ“ (identifiers)বোৰ ব্যৱ্হাৰ কৰোতাই দিয়া নাম
05.41 এটা “আইদেন্তিফায়াৰ”(Identifier) ত আখৰ(letters) আৰু সংখ্যা(digit) থাকে
05.46 বৰফলা( uppercase) আৰু সৰুফলা(lowercase) দুয়োবিধ আখৰ(letters)কে অনু্জ্ঞা( permit) দিয়ে
05.51 প্ৰথম বৰ্ণটো( character) আখৰ( alphabet) বা “আন্দাৰস্ক’ৰ”(underscore) হব লাগিব
05.55 এতিয়া আমি প্ৰোগ্ৰাম(program) টোলৈ ঘূৰি যাওঁ
05.58 ইয়াত আমি ভেৰিয়েবল (variables) আৰু কনষ্টেন্ত (constants) বোৰ প্ৰাৰম্ভণ (initialized) কৰিছো
06.02 ইয়াত আমি সিহঁতক ছপা( print) কৰিছো
06.05 আৰু এইটো আমাৰ ৰিটাৰ্ণ(return) স্টেটমেন্ত( statement)
06.08 এতিয়া “ছেভ”(save) টিপক
06.10 এতিয়া প্ৰোগ্ৰাম(program) টো কাৰ্য্যকৰী( execute) কৰো
06.12 অনুগ্ৰহ কৰি আপোনাৰ “কীওবৰ্ড”(keyboard) ত একেলগে Ctrl, Alt আৰু T কী টিপি “টাৰ্মিনাল ঊইন্ডো”(terminal window) খোলক
06.21 কম্পাইল( compile) কৰিবলৈ লিখক gcc space tokens dot c space hyphen o tok' আৰু Enter টিপক
06.30 কাৰ্যকৰী কৰিবলৈ ./tok(ডট চ্লেছ তক)লিখক
06.35 আউত পুট( output) টো দেখিবলৈ পাব
06.39 আমি ইয়াত দশমিকৰ( decimal point) পাচত ছটা মান(value) দেখিবলৈ পাম
06.44 আৰু ইয়াত আমাৰ দুটা মান(value) আছে
06.48 এতিয়া আমি এইটো কেনেকৈ ঘটিল তাক উলিয়াম। প্ৰোগ্ৰাম(program)টোলৈ ঘূৰি আহো
06.54 এইটো এইবাবেই যে ইয়াত % point 2f আছে
06.59 ই ইয়াকে সুচাই(denotes) যে আমি দশমিকৰ(decimal point)পাচত কেৱল দুটা মান হে ছপা(print)কৰিব পাৰো


07.04 ইয়াত যদি আমি দশমিকৰ( decimal point) পাচত তিনিটা শূণ্য বিচাৰো
07.09 আমি % point 2f ৰ ঠাইত % point 3f লিখিব লাগিব
07.16 এতিয়া ‘‘ছেভ”(Save) টিপক
07.19 প্ৰোগ্ৰাম(program) টোৰ প্ৰান্তলৈ( terminal) ঘূৰি আহো
07.22 আগতে কৰাৰ দৰে কম্পাইল( Compile) আৰু কাৰ্য্যকৰী(execute) কৰক
07.28 আমি ইয়াত দশমিকৰ( decimal point) পাচত তিনিটা মান দেখিবলৈ পাইছো
07.33 আমি এতিয়া একেটা প্ৰোগ্ৰাম(program) কে c++ ত কাৰ্যকৰী ( execute) কৰিম
07.36 আমাৰ প্ৰোগ্ৰাম(program) টোলৈ ঘূৰি আহক
07.40 মই ইয়াত কিছুমান বস্তু সলনি কৰিম
07.42 প্ৰথমতে কীবৰ্ডত shift+ctrl+s কী একেলগে টিপক
07.50 এতিয়া ফাইল টো extension .cpp ত ছেভ( save) কৰি আকৌ ছেভ( save) টিপক
07.58 এতিয়া আমি “হেদাৰ ফাইল”(header file) টো“iostream” লৈ সলনি কৰো
08.03 এতিয়া “ইউজিং”ষ্টেটমেন্ত (using statement ) সংলগ্ন কৰক
08.08 আৰু “ছেভ”(Save) টিপক


08.11 এতিয়া printf ’' ষ্টেটমেন্ত (statement) cout ষ্টেটমেন্ত (statement) জৰিয়তে স্থানান্তৰ( replace) কৰক
08.15 যিহেটো আমি C++ ত ছপা ( print) কৰিবলৈ cout<< function' ব্যৱ্হাৰ কৰো
08.21 ছাৰ্চ(Search) টিপক আৰু টেস্কট অপচন(text option) টো স্থানান্তৰ (replace) কৰক
08.27 ইয়াত printf আৰু আৰম্ভণি সৰুবন্ধনী “(” লিখক
08.33 ইয়াত এইটো “কোলম”(column) ৰ কাৰণে cout আৰু দুটা আৰম্ভণি কোণ বন্ধনী“<<” লিখক
08.40 এতিয়া “Replace All” আৰু “Close” টিপক
08.45 আমাক “ফৰ্মেট স্পেচিফাইয়াৰ”(format specifier) আৰু /n ৰ প্ৰয়োজন নাই
08.50 আমি সিহঁতক নাইকীয়া( delete) কৰো
08.52 এতিয়া ক’মা (comma) নাইকীয়া কৰি দুটা আৰম্ভণী কোণ বন্ধনী( opening angle brackets) লিখক
09.01 ছেভ(Save) টিপক।এতিয়া সামৰণি বন্ধনী( closing bracket) নায়্কীয়া কৰক


09.04 আকৌ দুটা আৰম্ভণী কোণ বন্ধনী( opening angle brackets) লিখক


09.09 আৰু দুটা উৰ্দ্ধকমাৰ (double quotes)ভিতৰত \n লিখক
09.16 এতিয়া ছেভ(Save) টিপক
09.20 প্ৰোগ্ৰামটো আমি কাৰ্যকৰী( execute)কৰো।প্ৰান্তলৈ( terminal) ঘূৰি আহো ।
09.24 কম্পাইল( compile) কৰিবলৈ লিখক g++ স্পেছ(space) tokens (Dot)ড’ট cpp স্পেছ (space) hyphen o স্পেছ (space) tok 1


09.35 যিহেতু আমি tokens.c ফাইল ৰ কাৰনে “আউটপুট পেৰামিটাৰ” (output parameter) “তক”(Tok)ক অভাৰ ৰাইট(overwrite) কৰিব বিচৰা নাই,সেইবাবে tok1 লৈছো
09.46 এতিয়া “এন্টাৰ”(Enter) টিপক
09.48 কাৰ্যকৰী( execute) কৰিবলৈ ./tok1 লিখি “এন্টাৰ”(Enter) টিপক
09.55 “আউটপুট”(Output) টো দেখা গৈছে
09.59 এতিয়া আমি হব পৰা কিছুমান সাধাৰণ ভুলৰ বিষয়ে চাম
10.03 আমাৰ প্ৰোগ্ৰাম (program)টোলৈ ঘূৰি আহো
10.05 ধৰাহওঁক মই b ৰ এটা নতুন মূল্য ৮ ক স্থিৰ কৰিম
10.12 এতিয়া “ছেভ”(Save) টিপক আৰু কি হয় চাওঁ আহক
10.15 প্ৰান্তলৈ (terminal) ঘূৰি আহো
10.17 এতিয়া প্ৰম্পট( prompt)খালি কৰো
10.22 আগতে কৰাৰ দৰে কম্পাইল( compile) কৰক
10.26 আমি tokens. cpp ফাইল( file) ৰ ৭ নং শাৰীত ভুল দেখিবলৈ পাইছো
10.32 কেৱ্ল পঢ়িব পৰা ভেৰিয়েবল (variable) b ত দাখিল কৰিবৰ বাবে
10.36 প্ৰোগ্ৰামটোলৈ ঘূৰি আহো
10.39 যিহেতু b এটা কনষ্টেন্ত (constant), কনষ্টেন্ত (constant)বোৰ স্থিৰ হয়
10.45 প্ৰোগ্ৰাম কাৰ্যকৰী(execute) কৰাৰ সময়ত সিহঁত সলনি নহয়
10.49 সেইবাবে ইয়াত ভুল দেখাইছে।আমি এইটো শুদ্ধ কৰো
10.54 ইয়াক নাইকীয়া( Delete) কৰক, “ছেভ”(Save) টিপক
10.57 আমি আকৌ কাৰ্যকৰী( execut)কৰো।প্ৰান্তলৈ( terminal) ঘূৰি আহো
11.01 আগৰ দৰে কম্পাইল( Compile) কৰক
11.03 আগৰ দৰে কাৰ্যকৰী( Execute) কৰক ।হ্য় ই কাম কৰিছে
11.09 এতিয়া আমি আৰু সাধাৰণ ভুল লক্ষ্য কৰিম
11.12 প্ৰোগ্ৰাম( program)টোলৈ ঘূৰি আহো
11.15 ধৰাহওঁক মই ইয়াত একক উৰ্দ্ধকমা ( single quotes) নিলিখিলো ।লগতে ছেভ (Save) টিপিলো
11.21 কাৰ্যকৰী( execute) কৰো ।প্ৰান্তলৈ (terminal)ঘূৰি আহো
11.25 আগৰ দৰে কম্পাইল( Compile) কৰক
11.28 “Tokens.cpp” ফাইলৰ ৯ নং শাৰীত এটা ভুল দেখাইছে।
11.34 A ক “স্ক’প”(Scope) ত ঘোষণা কৰা নহ’ল।আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘূৰি আহো
11.40 এইটো এই বাবেই হৈছে যে একক উৰ্দ্ধকমাৰ (single quotes) ভিতৰত থকা সকলোকে কেৰেক্টাৰ (character) মান হিচাবে ধাৰ্য কৰে।
11.47 আৰু ইয়াত আমি d ক এটা “কেৰেক্টাৰ”(character) ভেৰিয়েবল হিচাবে ঘোষণা কৰিছো
11.53 ভুল( error)টো ঠিক কৰো । ৯ নং শাৰীত একক উৰ্দ্ধকমা লিখক
11.59 এতিয়া ছেভ(Save)টিপক আৰু কাৰ্যকৰী( execute) কৰো আহক
12.02 প্ৰান্তলৈ( terminal) ঘূৰি আহক
12.04 এতিয়া আগৰ দৰে কম্পাইল (Compile)কৰক
12.06 আগৰ দৰে কাৰ্যকৰী( Execute) কৰক । হয় ই ফলপ্ৰসু (work)হৈছে
12.13 এতিয়া “শ্লাইড”(slide) বোৰলৈ ঘূৰি আহো
12.15 এতিয়া থুল-মূলকৈ( summarize) আমি
12.16 এই টিউটৰিয়েল( tutorial)ত শিকিলো
12.18 দাতা টাইপ(Data type),উদাহৰণ int, double, float আদি
12.24 ভেৰিয়েবল(Variable)ৰ উদাহৰণ int a=2;
12.29 “আইদেন্তিফায়াৰ”(identifiers) ৰ উদাহৰণ printf() আৰু
12.34 কনষ্টেন্ত( constant)ৰ উদাহৰণ double const b=4;
12.40 অনুশিলনী( assignment) হিচাবে
12.41 সৰল সূত( simple interest) গণনা( calculate) কৰিবলৈ এটা প্ৰোগ্ৰাম( program) লিখক
12.45 সংকেতঃ মুলধন*শত্কৰা হাৰ*সময় /১০০
12.50 এই “কথা চিত্ৰটো”( video) তলত দেখুওৱা সংযোজন (ink)ত দেখিবলৈ পাব
12.54 এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ
12.56 আপোনাৰ যদি বেণ্ডউইথ (bandwidth)ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download)কৰি চাওঁক
13.01 স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে
13.03 স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালা(workshop)ও পাতে
13.07 অনলাইন পৰীক্ষাত( online test) উত্তীৰ্ন সকলক প্ৰমান পত্ৰ(certificate) দিয়ে
13.10 অধিক জানিবলৈ অনুগ্ৰহ কৰি contact @spoken-tutorial.org

লৈ লিখক

13.19 স্পকেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্প “টক টু এ টিছাৰ”(Talk to a Teacher) প্ৰকল্পৰ অংশ হয়
13.24 ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷
13.30 ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজন(link)ত দেখা পাব৷
13.35 মই কৃষ্ণ কমল দুৱৰা, উপভোগ কৰাৰ বাবে ধন্যবাদ ।


Contributors and Content Editors

Dhrubaghy, Mousumi