Difference between revisions of "C-and-Cpp/C2/Relational-Operators/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with " {| border=1 !Time !Narration |- |00:01 | '''Relational Operators''' in (ৰিলেচনেল অপাৰেতৰচ ইন) C ''' '''C++''' ৰ স্পকেন...")
 
Line 78: Line 78:
 
|-
 
|-
 
| 01:15
 
| 01:15
|  প্ৰথমে,আমি '''a '''আৰু '''b''' ভেৰিয়েবলক (variable)ঘোষণা(declare) কৰিম
+
|  প্ৰথমে, আমি '''a '''আৰু '''b''' ভেৰিয়েবলক (variable) ডিক্লেয়াৰ(declare) কৰিম
  
 
|-
 
|-
Line 122: Line 122:
 
|-
 
|-
 
|01:57
 
|01:57
|যদি '''a''', '''b'''ত্কৈ সৰু(less)হয় ই  ''True''' '''returns'''(ৰিটাৰ্ণ) কৰে
+
|যদি '''a''', '''b'''ত্কৈ সৰু(less)হয় ই  ''True''' ঘূৰাই দিয়ে ('''returns''')
  
 
|-
 
|-
Line 138: Line 138:
 
|-
 
|-
 
|02:13
 
|02:13
|প্ৰথমে উল্লেখিত্ধৰণে মন্তব্য(comment) কৰক
+
|প্ৰথমে উল্লেখিত্ধৰণে কমেন্ত(comment) কৰক
  
 
|-
 
|-
Line 175: Line 175:
 
|-
 
|-
 
| 02:56
 
| 02:56
| মই '''a'''ৰ বাবে 8 আৰু '''b '''ৰ বাবে  3 এন্টাৰ( enter) কৰিম
+
| মই '''a'''ৰ বাবে 8 আৰু '''b '''ৰ বাবে  3 ভৰ্তি( enter) কৰিম
  
 
|-
 
|-
Line 210: Line 210:
 
|-
 
|-
 
| 03:33
 
| 03:33
|  যদি '''a''', '''b'''ত্কৈ সৰু বা সমান(less than or equal)হয় ই  ''True''' '''returns'''(ৰিটাৰ্ণ) কৰে
+
|  যদি '''a''', '''b'''ত্কৈ সৰু বা সমান হয় ই  ''True''' ঘূৰাই দিয়ে ('''returns''')
  
 
|-
 
|-
 
|03:38
 
|03:38
| এই'''printf''' ষ্টেটমেন্তত(statement)টো কাৰ্যকৰী(execute) হ’ব যদিহে ওপৰৰ চৰ্তটো(conditions) সত্য (true) হয়
+
| এই'''printf''' ষ্টেটমেন্ত(statement) টো কাৰ্যকৰী(execute) হ’ব যদিহে ওপৰৰ চৰ্তটো(conditions) সত্য (true) হয়
  
 
|-
 
|-
 
| 03:42
 
| 03:42
|  যদিহে ওপৰৰ চৰ্তটো(conditions) '''false ''' (অসত্য) হয় তেন্তে এইটো এৰি দিব
+
|  যদিহে ওপৰৰ চৰ্তটো(conditions) অসত্য('''false ''' ) হয় তেন্তে এইটো এৰি দিব
  
 
|-
 
|-
Line 271: Line 271:
 
|-
 
|-
 
| 04:33
 
| 04:33
|  ইয়াৰ পৰা বহু মন্তব্য(multiline comments) নাইকীয়া( Delete) কৰক
+
|  ইয়াৰ পৰা মাল্টিলাইন কমেন্ত্চ(multiline comments) নাইকীয়া( Delete) কৰক
  
 
|-
 
|-
Line 352: Line 352:
 
|-
 
|-
 
| 05:56
 
| 05:56
|  গাঠনি(syntax)ত কিছু পাৰ্থক্য(difference) (difference) আছে
+
|  গাঠনি(syntax)ত কিছু পাৰ্থক্য(difference)আছে
  
 
|-
 
|-
Line 428: Line 428:
 
|-
 
|-
 
| 07:13
 
| 07:13
| ধৰাহ’ল আমি ইয়াত দুটা সমান চিহ্ন( double equal to sign)এটা সমান( equal)ৰে সলনি( replace) কৰিলো
+
| ধৰাহ’ল আমি ইয়াত দুটা সমান চিহ্ন( double equal to sign)এটা সমান চিহ্ন( equal)ৰে সলনি( replace) কৰিলো
  
 
|-
 
|-
Line 540: Line 540:
 
|-
 
|-
 
| 08:51
 
| 08:51
It summarizes the Spoken Tutorial project  
+
এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ
 
|-
 
|-
 
| 08:54
 
| 08:54
এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ
+
আপোনাৰ যদি বেণ্ডউইথ (bandwidth) ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download) কৰি চাওঁক
  
 
|-
 
|-

Revision as of 01:47, 24 December 2014

Time Narration
00:01 Relational Operators in (ৰিলেচনেল অপাৰেতৰচ ইন) C C++ ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো
00:06 এই টিউট’ৰিয়েল(tutorial)ত আমি শিকিম
00:09 ৰিলেচনে(Relational)ল অপাৰেতৰচ যেনে
00:11 লেচ দেন( Less than) : উদাহৰণ a < b
00:14 গ্ৰেটাৰ দেন(Greater than) :উদাহৰণ a > b
00:17 লেচ দেন( Less than) বা(or) ইকুৱেল তু(equal to) :উদাহৰণ a <= b
00:22 গ্ৰেটাৰ দেন(Greater than) বা(or) ইকুৱেল তু(equal to) :উদাহৰণ a >= b
00:27 ইকুৱেল তু(equal to) :উদাহৰণ a == b
00:30 নট ইকুৱেল তু( Not equal to) :

উদাহৰণ a != b

00:37 এই শিকনিতো( tutorial)বাণীবদ্ধ (record)কৰোতে, মই উবুনটো( Ubuntu) 11.10 অপাৰেটিং ছিচটেম( operating system) ব্যৱহাৰ‍‌কৰিছো
00:42 উবুনটোত gcc আৰু g++ কমপাইলাৰ (Compiler)ৰ ৪.৬.১(4.6.1) তাঙৰণ

( version)


00:50 আহক আমি এটা পৰিচয়ৰে( introduction) আৰম্ভ( begin) কৰো
00:53 ইন্তিজাৰ( integer) আৰু ফ্ল’তিং পইন্ট নাম্বাৰৰ(floating point number)তুলনা( compare) কৰিবলৈ ৰিলেচনেল অপাৰেতৰচ (Relational operators)ব্যৱহাৰ কৰা হয়
00:57 ৰিলেচনেল অপাৰেতৰচ (Relational operators)ব্যৱহাৰ কৰা সমীকৰণে (Expressions) false'ৰ বাবে 0 আৰু trueৰ বাবে 1 return (ঘূৰাই) দিয়ে
01:04 এতিয়া মই এটা C প্ৰোগ্ৰামৰ সহায়্ত ৰিলেচনেল অপাৰেতৰচ (Relationaloperators)ৰ বিষয়ে উপস্থাপন(demonstrate) কৰিম
01:09 মই প্ৰোগ্ৰাম( program)টো আগতেই তৈয়াৰ( made) কৰি থৈছো.
01:11 গতিকে,মই এদিতৰ( editor)টো খুলিম আৰু ক’ড(code)টো বৰ্ণনা( explain) কৰিম.
01:15 প্ৰথমে, আমি a আৰু b ভেৰিয়েবলক (variable) ডিক্লেয়াৰ(declare) কৰিম
01:20 এইprintf ষ্টেটমেন্তত(statement)টোৱে ব্যৱ্হাৰ কৰোতাক( user) a আৰু b ৰ মানসমূহ( values) এন্টাৰ কৰিবলৈ কয়
01:26 এই'scanfষ্টেটমেন্তত(statement)টোৱে aআৰু b ভেৰিয়েবল (variable)ৰ বাবে ইনপুট (input) লয়
01:32 এতিয়া আমাৰ ওচৰত গ্ৰেটাৰ দেন(Greater than) অপাৰেতৰ( operator)টো আছে
01:35 এই অপাৰেতৰ( operator)টোৱে অপাৰেন্দ(operand) দুটাক অপাৰেতৰ( operator)টোৰ অন্য এটা কাষত তুলনা(compare) কৰে.
01:38 যদি a', bত্কৈ ডাঙৰ( greater)হয় ই True(ত্ৰো) returns(ৰিটাৰ্ণ) কৰে
01:43 এইprintf ষ্টেটমেন্তত(statement)টো কাৰ্যকৰী(execute) হ’ব যদিহে ওপৰৰ চৰ্তটো(conditions) সত্য (true) হয়
01:47 যদিহে ওপৰৰ চৰ্তটো(conditions) false (অসত্য) হয় তেন্তে এইটো এৰি দিব
01:50 তেতিয়া ক’ন্ট্ৰোল(control)টো পাছৰ ষ্টেটমেন্তত(statement)টোলৈ গতি কৰিব
01:53 এতিয়া আমাৰ ওচৰত লেচ দেন (less than) অপাৰেতৰ(execute)টো আছে
01:56 ইও অপাৰেন্দ(operand)ক তুলনা (compare) কৰে
01:57 যদি a, bত্কৈ সৰু(less)হয় ই True ঘূৰাই দিয়ে ('returns)
02:02 এই printfষ্টেটমেন্তত(statement)টো কাৰ্যকৰী(execute) হ’ব যদিহে ওপৰৰ চৰ্তটো (conditions)সত্য(true) হয়
02:06 অন্যথা( otherwise) ই এৰি দিব
02:09 আহঁক ইয়ালেকে ক’ড(code)টো কাৰ্যকৰী(execute) কৰো.
02:13 প্ৰথমে উল্লেখিত্ধৰণে কমেন্ত(comment) কৰক
02:16 লিখক /*
02:21 */
02:24 'Save (ছেভ)ত টিপক
02:26 মই মোৰ ফাইল( file)টো relational.c হিচাবে ছেভ কৰিছো
02:29 তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ ক্ৰ্মান্বয়ে(simultaneously) 'Ctrl, Alt আৰু T কীছ( keys) টিপক
02:35 কম্পাইল (compile) কৰিবলৈ, তাৰমিনেলত লিখক gcc space(স্পেছ) relational dot c space(স্পেছ) -o space(স্পেছ) rel
02:49 Enter(এন্টাৰ)টিপক
02:51 কাৰ্যকৰী( execute) কৰিবলৈ লিখক ./rel . Enter(এন্টাৰ) টিপক


02:56 মই aৰ বাবে 8 আৰু b ৰ বাবে 3 ভৰ্তি( enter) কৰিম
03:01 আউতপুত( output)টো দেখুৱাব যে
03:03 8 is greater than 3.
03:07 আপুনি a আৰু bৰ বিভিন্ন( different) মানৰে এই ক’ড(code)টো কাৰ্যকৰী(execute) কৰিবলৈ চেষ্টা কৰি চাব
03:11 ক’ড(code)টো্লৈ ঘূৰি আহোঁ
03:14 ইয়াৰ পৰা মন্তব্য ( comment)টো নাইকীয়া(Delete) কৰক
03:18 আৰু ইয়াত থওক( put)
03:24 এতিয়া আমাৰ ওচৰত লেচ দেন( Less than) বা(or) ইকুৱেল তু(equal to) অপাৰেতৰ( operator)টো আছে
03:28 এই অপাৰেতৰ( operator)টোৱে অপাৰেন্দ(operand) দুটাক অপাৰেতৰ( operator)টোৰ অন্য এটা কাষত তুলনা(compare) কৰে
03:33 যদি a, bত্কৈ সৰু বা সমান হয় ই True ঘূৰাই দিয়ে ('returns)
03:38 এইprintf ষ্টেটমেন্ত(statement) টো কাৰ্যকৰী(execute) হ’ব যদিহে ওপৰৰ চৰ্তটো(conditions) সত্য (true) হয়
03:42 যদিহে ওপৰৰ চৰ্তটো(conditions) অসত্য(false ) হয় তেন্তে এইটো এৰি দিব
03:45 তেতিয়া ক’ন্ট্ৰোল(control)টো পাছৰ ষ্টেটমেন্তত(statement)টোলৈ গতি কৰিব
03:49 তাৰপাছ্ত গ্ৰেটাৰ দেন(Greater than) বা(or) ইকুৱেল তু(equal to) অপাৰেটৰ( operator) আহিব.
03:52 a আৰু b ক তুলনা কৰে আৰু যদি a', bত্কৈ ডাঙৰ বা সমান( greater than or equal)হয় ই True returns (ৰিটাৰ্ণ) কৰে
04:00 যদিহে চৰ্তটো(conditions) সত্য (true)হয় তেন্তে এইprintf ষ্টেটমেন্তত(statement)টো কাৰ্যকৰী(execute) হ’ব
04:05 এতিয়া আহঁক ইয়ালৈকে ক’ড(code)টো কাৰ্যকৰী( execute) কৰো
04:07 'Save (ছেভ)ত টিপক
04:09 তাৰমিনেল( terminal)লৈ ঘূৰি যাঁও
04:12 আগৰ দৰে কম্পাইল( Compile) আৰু কাৰ্যকৰী( execute) কৰো


04:17 মই aৰ বাবে 8 আৰু b ৰ বাবে 3 এন্টাৰ কৰিম
04:22 আউতপুত( output)টো দেখুৱাব( displayed) যে
04:25 8 is greater than or equal to 3
04:30 এতিয়া বাকী থকা ক’ডলৈ ঘূৰি আহোঁ
04:33 ইয়াৰ পৰা মাল্টিলাইন কমেন্ত্চ(multiline comments) নাইকীয়া( Delete) কৰক
04:39 আৰু ইয়াত
04:43 এতিয়া আমাৰ ওচৰত ইকুৱেল তু(equal to) অপাৰেতৰ( operator)টো আছে
04:47 ইয়াক দুটা equal(ইকুৱেল) (==) চিহ্ন(sign)ৰে পৰিদৰ্শন(denote) কৰা হয়
04:50 এই অপাৰেটৰ( operator)টোৱে True' returns (ৰিটাৰ্ণ) কৰে যেতিয়া দুয়োটা অপাৰেন্দ (operand)এটা আনটোৰ সমান( equal) হয়
04:57 এইprintf ষ্টেটমেন্তত(statement)টো কাৰ্যকৰী(execute) হ’ব যেতিয়া a ,bৰ সমান( equal) হ’ব
05:00 যদি নহয়,তেন্তে ক’ন্ট্ৰোল(control)টো পাছৰ ষ্টেটমেন্তত(statement)টোলৈ গতি(jump) কৰিব.
05:06 একেদৰে,আমাৰ ওচৰত নট ইকুৱেল তু( Not equal to) অপাৰেটৰ (operator)আছে
05:08 এই অপাৰেটৰ( operator)টোৱে True' returns (ৰিটাৰ্ণ) কৰে যেতিয়া অপাৰেন্দ(operand) কেইটা এটা আনটোৰ সমান নহয়( not equal)
05:15 এইprintf ষ্টেটমেন্তত(statement)টো কাৰ্যকৰী হ’ব যেতিয়া a ,bৰ সমান নহয়( not equal)
05:20 প্ৰোগ্ৰাম( program)টোৰ শেষলৈ যাওঁ Return 0;
05:24 'Save (ছেভ)ত টিপক
05:26 তাৰ্মিনেল( terminal)লৈ ঘূৰি আহো
05:28 আগৰ দৰে কম্পাইল( Compile) আৰু কাৰ্যকৰী( execute) কৰো


05:32 aৰ বাবে 8 আৰু b ৰ বাবে 3 এন্টাৰ কৰক
05:38 আউতপুত( output)টো পৰ্দাত( screen) দেখুৱাব(display) যে
05:40 8 is not equal to 3
05:44 গতিকে,আমি দেখিলো যে কেনেদৰে ৰিলেচনেল অপাৰেতৰচ (Relational operators)য়ে কাম কৰে.
05:48 বিভিন্ন ধৰণৰ যোৰীয়া( set) ইনপুট(input)ৰ সহায়ত ক’ড( code)টো কাৰ্যকৰী(execute) কৰিবলৈ চেষ্টা কৰক
05:51 এতিয়া C++ ত একেধৰণৰ প্ৰোগ্ৰাম( program) এটা লিখিবলৈ একেবাৰে সহজ( quite easy)
05:56 গাঠনি(syntax)ত কিছু পাৰ্থক্য(difference)আছে
05:59 মই C++ত ক’ড( code)টো আগতীয়াকৈ( already) লিখি থৈছো
06:04 এইটো C++ত ৰিলেচনেল অপাৰেতৰচ (Relational operators)ৰ বাবে ক’ড( code)
06:08 লক্ষ্য(Notice) কৰিব যে হেডাৰ (header)টো বেলেগ
06:12 লগতে আমাৰ ওচৰত ইয়াত using (ইউজিং) ষ্টেটমেন্ত আছে.
06:15 C++ত আউতপুট ষ্টেটমেন্ত (output statement)টো হৈছে cout
06:19 আৰু C++ত ইনপুট ষ্টেটমেন্ত (input statement) টো হৈছে cin
06:22 গতিকে, এই পাৰ্থক্য(difference) দুটাৰ বাহিৰে, ক’ড দুটা যথেষ্ট একে(similar)
06:26 'Save (ছেভ)ত টিপক
06:28 অনুগ্ৰহ কৰি মন কৰিব যে ফাইলটো .cpp extension(এষ্টেনচন) ৰে ছেভ কৰাটো প্ৰয়োজনীয়
06:32 মই মোৰ ফাইলটো relational.cpp হিচাবে ছেভ কৰিছো
06:37 আহক ক’ডটো কম্পাইল( compile) কৰো
06:39 তাৰমিনেল খোলক আৰু g++ relational.cpp space minus o space rel1 লিখক
06:50 কাৰ্যকৰী( execute) কৰিবলৈ লিখক './ rel1, এন্টাৰ টিপক
06:56 মই aৰ বাবে 8 আৰু b ৰ বাবে 3 এন্টাৰ কৰিছো
07:00 আউতপুত( output)টো দেখুৱাব যে:
07:02 আমি দেখিছো যে আউতপুত( output)টো C প্ৰোগ্ৰামৰ সৈতে একেবাৰে একে.
07:07 এতিয়া আমি এটা ভূল( error) চাম যিটো আমি সচৰাচৰ পাই আহিছো.
07:10 প্ৰোগ্ৰামটোলৈ ঘূৰি আহো
07:13 ধৰাহ’ল আমি ইয়াত দুটা সমান চিহ্ন( double equal to sign)এটা সমান চিহ্ন( equal)ৰে সলনি( replace) কৰিলো
07:19 'Save (ছেভ)ত টিপক
07:21 তাৰ্মিনেল( terminal)লৈ ঘূৰি আহক
07:23 আগৰ দৰে ক’ম্পাইল( Compile) আৰু কাৰ্যকৰী( execute) কৰক.
07:33 ইয়াত আমি দেখিছো 3 is equal to 3 বুলি দেখাইছে(show)
07:37 আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘূৰি আহো
07:40 এইটো এইকাৰণেই যে ইয়াত আমাৰ ওচৰত এটা এচাইনমেন্ত অপাৰেটৰ(assignment operator) আছে.
07:43 সেয়ে bৰ মান aত জমা(assigne) হব
07:46 এতিয়া আহঁক আমি ভুল( error)টো ঠিক কৰো
07:49 এটা সমান চিহ্ন(equal to sign) লিখক
07:51 'Save (ছেভ)ত টিপক
07:54 তাৰ্মিনেল( terminal)লৈ উভতি আহো
07:56 আগৰ দৰে কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰো
08:04 এতিয়া আউতপুত( output)টো শুদ্ধ(correct) হৈছে
08:06 আহক টিউটৰিয়েল( tutorial)ৰ মূলভাব( summarize) চাওঁ.
08:08 এই টিউটৰিয়েল( tutorial)ত, আমি শিকিলো
08:10 ৰিলেচনেল অপাৰেতৰচ (Relational operators) যেনে
08:12 লেচ দেন( Less than) : উদাহৰণ a < b
08:14 গ্ৰেটাৰ দেন(Greater than) :উদাহৰণ a > b
08:17 লেচ দেন( Less than) বা(or) ইকুৱেল তু(equal to) :উদাহৰণ a <= b
08:22 গ্ৰেটাৰ দেন(Greater than) বা(or) ইকুৱেল তু(equal to) :উদাহৰণ a >= b
08:27 ইকুৱেল তু(equal to) :উদাহৰণ a==b
08:29 নট ইকুৱেল তু( Not equal to) :

উদাহৰণ a != b

08:34 অনুশিলনী( assignment) হিচাবে
08:35 এটা প্ৰোগ্ৰাম লিখক যি তিনিটা ছাত্ৰ (student)ৰ নম্বৰ(marks) ইনপুত( input) হিচাবে লয়.
08:39 নম্বৰসমূহ তুলনা( Compare) কৰক চাবলৈ যে কোনজন ছাত্ৰ(student)ই সৰ্বোচ্চ(highest) পাইছে
08:43 লগতে পৰীক্ষা( Check) কৰক যে দুই বা ততোধিক ছাত্ৰ(student)ই সমান নম্বৰ( marks) পাইছে নেকি
08:48 এই কথা চিত্ৰটো( video) তলত দেখুওৱা সংযোজন (ink)ত দেখিবলৈ পাব
08:51 এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ
08:54 আপোনাৰ যদি বেণ্ডউইথ (bandwidth) ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download) কৰি চাওঁক
08:58 স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে
09:00 স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও(workshop) পাতে
09:03 অনলাইন পৰীক্ষাত( online test) উত্তীৰ্ন সকলক প্ৰমানপত্ৰ( certificates) দিয়ে
09:06 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org লৈ লিখক


09:14 স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয়
09:18 ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে
09:24 ইয়াৰ বিষয়ে অধিক দেখা পাব
09:27 spoken hyphen tutorial dot org slash NMEICT hyphen Intro
09:34 মই কৃষ্ণ কমল দুৱৰা

উপভোগ কৰাৰ বাবে ধন্যবাদ ।

Contributors and Content Editors

Dhrubaghy, Mousumi