Difference between revisions of "C-and-Cpp/C2/Logical-Operators/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 || Time || Narration |- | 00:02 | '''Logical operators in (ল’জিকেল অপাৰেতৰচ ইন) C ''' '''C++''' ৰ স্পকেন টিউ...")
 
Line 340: Line 340:
 
|-
 
|-
 
| 06:24
 
| 06:24
| আমি এই টিউটৰিয়েল( tutorial)ত শিকিলো Logical AND eg. '''((a > b) && (a > c)) '''
+
| আমি এই টিউটৰিয়েল( tutorial)ত শিকিলো Logical AND উদাহৰণ '''((a > b) && (a > c)) '''
  
 
   
 
   
Line 346: Line 346:
 
| 06:32
 
| 06:32
 
|Logical OR
 
|Logical OR
eg.(উদাহৰণ) '''(a == 0 || b == 0 || c == 0) '''
+
উদাহৰণ(eg.) '''(a == 0 || b == 0 || c == 0) '''
  
  

Revision as of 01:50, 24 December 2014

Time Narration
00:02 Logical operators in (ল’জিকেল অপাৰেতৰচ ইন) C C++ ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো
00:08 এই টিউট’ৰিয়েল ( tutorial)ত আমি ল’জিকেল অপাৰেতৰচ( Logical operators) যেনে ল’জিকেল(Logical) ANDৰ বিষয়ে শিকিম উদাহৰণ expression1 && expression2
00:16 ল’জিকেল OR(Logical OR )

উদাহৰণ expression1 or expression2

00:21 ল’জিকেল NOT(Logical NOT)

উদাহৰণ not (Expression1)

00:25 এইটো আমি উদাহৰণৰ সহায়ত কৰিম
00:28 মই এই শিকনিতো( tutorial) বাণীবদ্ধ( record) কৰোতে ব্যৱহাৰ‍‌কৰিছো উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) 11.10 তাঙৰণ(version)
00:33 উবুনটোত gcc আৰু g++ কমপাইলাৰৰ( Compiler) 4.6.1 তাঙৰণ( version)
00:39 আহক আমি logical operators(ল’জিকেল অপাৰেতৰচ)ৰ পৰিচয়ৰে( introduction) আৰম্ভ কৰো
00:43 C আৰু C++,true হৈছে 0ৰ বাদে আন যিকোনো মান
00:48 শুণ্যৰ( zero) বাদে আন যিকোনো মানে true
00:50 আৰু শুণ্য( zero) মানে false (অসত্য)
00:53 ল’জিকেল অপাৰেতৰচ( logical operators) ব্যৱ্হাৰ কৰা সমীকৰণে(Expressions) trueৰ বাবে 1 আৰু false'ৰ বাবে 0 ঘূৰাই দিয়ে
00:58 এতিয়া মই এটা উদাহৰণৰ জৰিয়তে ল’জিকেল অপাৰেতৰচ( logical operators)ৰ বিষয়ে বৰ্ণনা(explain) কৰিম .
01:03 এইটো হ’ল Clogical operators' (ল’জিকেল অপাৰেতৰচ)ৰ বাবে প্ৰোগ্ৰাম(program)
01:08 প্ৰ্ধান ব্ল’ক( main block)ৰ ভিতৰত
01:10 এই ষ্টেটমেন্তত(statement)টোৱে a,b আৰু c ভেৰিয়েবলক( variables) ইন্তিজাৰ (integer) ৰূপে ঘোষণা (declare) কৰে
01:16 printf ষ্টেটমেন্তত(statement)টোৱে ব্যৱ্হাৰ কৰোতাক( user) a,b আৰু cৰ মানসমূহ( values) এন্টাৰ কৰিবলে কয়
01:21 scanfষ্টেটমেন্তত(statement)টোৱে a,b আৰু c ভেৰিয়েবল (variable)ৰ বাবে ব্যৱ্হাৰ কৰোতাৰ( user) পৰা ইনপুট (input) লয়
01:28 ইয়াত,আমি সকলোতকৈ ডাঙৰটো( greatest) পাবৰ বাবে a ৰ মান b আৰু c ৰ লগত তুলনা( comparing) কৰিছো
01:33 ক্ৰমান্বয়ে( simultaneously) তুলনা( compare) কৰিবলে, আমি logical AND অপাৰেতৰ(operator)ব্যৱহাৰ কৰিছো
01:38 ইয়াত, এটা true মান ঘুৰাই দিবলে logical AND ৰ কাৰণে সকলোবিলাক চৰ্ত (conditions)সত্য(true) হ’ব লাগিব.
01:43 সমীকৰণ(Expression) টো আগলৈ সমাধান(evaluate) ন’হব যদিহে এটা ভূল চৰ্ত অৱস্থাপন( encountering) হয়
01:49 সেইকাৰণে, সমীকৰণ(expression) (a>c) টো সমাধান(evaluated) হ’ব মাত্ৰ যদিহে (a>b)টো সত্য হয়
01:56 যদি a, bত্কৈ সৰু হয়, তেতিয়া সমীকৰণ (expression) টো আগলৈ সমাধান ন’হব
02:02 সমীকৰণ(expression) টো আগলৈ সমাধান হ’ব যদিহে আগৰ চৰ্তটো (conditions) সত্য (true) হয়
02:07 তাৰপাছত' (b>c) সমাধান(evaluate) হ’ব
02:10 যদিহে চৰ্তটো(conditions)সত্য(true) হয়, তেতিয়া b is greatest বুলি পৰ্দাত দৰ্শিত হব
02:16 অন্যথা 'c is greatest বুলি পৰ্দাত দৰ্শিত হব
02:21 এতিয়া আমি logical OR অপাৰেতৰ (operator)লৈ ঘূৰি আহোঁ
02:24 ইয়াত, এটা শুদ্ধ মান ঘূৰাই দিবলৈ logical OR ৰ যিকোনো এটা চৰ্ত(conditions) সত্য(true) হ’বই লাগিব
02:30 সমীকৰণ(expression) টো আগলৈ সমাধান(evaluate) ন’হব যদিহে এটা শুদ্ধ কাৰণ অৱস্থাপন( encountering) হয়
02:35 গতিকে,যদি a == zero, তেতিয়া বাকী থকা সমীকৰণ(expression) দুটা সমাধান (evaluate) ন’হব
02:43 এই printfষ্টেটমেন্তত(statement)টো কাৰ্যকৰী হ’ব যদিহে ইয়াৰে a, b বা c টো 0 হয়
02:49 প্ৰোগ্ৰামৰ শেষলৈ আহক ।return 0 লিখক আৰু মাজুবন্ধনি( ending curly bracket) শেষ কৰক
02:54 এতিয়া প্ৰোগ্ৰামটো ছেভ কৰক.
02:57 ইয়াক এষ্টেনচন(extension) .c বুলি ছেভ কৰক
03:00 মই মোৰ ফাইলটো logical.cহিচাবে ছেভ কৰিছো
03:03 তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ একেলগে 'Ctrl, Alt আৰু T কীছ( keys) টিপক
03:08 ক’ডটো কম্পাইল (compile) কৰিবলৈ লিখক gcc space(স্পেছ) logical dot c space (স্পেছ) minus o space(স্পেছ) log এন্টাৰ টিপক
03:23 কাৰ্যকৰী( execute) কৰিবলৈ লিখক ./log
03:27 Enter.(এন্টাৰ)টিপক


03:29 মই মান সমূহ এন্টাৰ কৰিম এনেদৰে

0 34 567

03:39 আউতপুতটো দেখুৱাব যে,
03:42 c is greatest.
03:45 The product of a, b and c is zero.
03:50 আপুনি এই প্ৰোগ্ৰামটো কাৰ্যকৰী কৰিবলৈ বিভিন্ন যোৰীয়া(set) ইনপুট(input)ৰে চেষ্টা কৰি চাব
03:55 এতিয়া একেটা প্ৰোগ্ৰামকে C++ ত লিখো আহক
03:59 মই প্ৰোগ্ৰামটো আগতেই তৈয়াৰ কৰি থৈছো আৰু ইয়াৰ সহায়েৰে আপুনাক লৈ যাম
04:03 ইয়াত এইটো C++ৰ ক’ড
04:06 এতিয়া একেটা প্ৰোগ্ৰামকে C++ ত লিখিবলৈ, আমি কিছু সলনি( changes) কৰিম
04:11 তাত হেডাৰ ফাইল( header file)ত সলনি হব
04:14 Using statement (ইউজিং ষ্টেতমেন্ত)টো ব্যৱহাৰ হৈছে
04:18 লগতে তাত আউত্পুট আৰু ইনপুত ষ্টেতমেন্তট ( output and input statements.)ৰ পাৰ্থক্য থাকিব
04:21 অপাৰেটৰ(operator) বিলাকে Cৰ দৰে একে ধৰণে পৰিদৰ্শন(behave) কৰিব


04:25 'Save (ছেভ)ত টিপক.
04:27 ফাইলটো .cpp extension(এষ্টেনচন) ৰে ছেভ কৰাটো প্ৰয়োজনীয়
04:31 তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ একেলগে 'Ctrl, Alt আৰু T কীছ( keys) টিপক.
04:36 প্ৰোগ্ৰামটো কম্পাইল (compile) কৰিবলৈ লিখক g++ logical.cpp space(স্পেছ) minus o space(স্পেছ) log1এন্টাৰ টিপক
04:49 কাৰ্যকৰী( execute)কৰিবলৈ লিখক ./log1
04:53 Enter.(এন্টাৰ)টিপক


04:56 মই মান সমূহ এন্টাৰ কৰিম এনেদৰে

0 34 567

05:02 গতিকে আমি দেখিছো যে আউত্পুট(output) টো C প্ৰোগ্ৰামৰ সৈতে একেবাৰে একে
05:05 আপুনি এই প্ৰোগ্ৰামটো কাৰ্যকৰী( executing) কৰিবলৈ বিভিন্ন যোৰীয়া ইনপুটৰে চেষ্টা কৰি চাব
05:10 এতিয়া আমি এটা ভূল( error) চাম যিটো আমি সচৰাচৰ পাই আহিছো
05:12 এদিতৰ( editor)লৈ যাওঁ আহক
05:16 ধৰাহল আমি ইয়াত বন্ধনী(bracket)টো দিবলৈ পাহৰিলো
05:20 এইটো আৰু এইটো নাইকীয়া( Delete) কৰক
05:26 এতিয়া কি হয় চাওঁ আহক,প্ৰোগ্ৰামটো ছেভ কৰক
05:30 তাৰ্মিনেল(terminal)লৈ ঘূৰি আহক
05:32 আগতে কৰাৰ দৰে ক’ম্পাইল আৰু কাৰ্যকৰী( Compile and execute) কৰক
05:38 আমি ভূলটো দেখিছো
05:41 Expected identifier before '(' token.
05:45 ইয়াৰ কাৰণ হৈছে আমি ইয়াত দু্টা ভিন্ন সমীকৰণ(expression) পাইছো
05:48 আমি AND operator(অপাৰেটৰ) ব্যৱ্হাৰ কৰি সিহঁতক এটা সমীকৰণ(expression) হিচাবে সমাধান( evaluate) কৰিব লাগিব
05:53 আহক আমি এতিয়া প্ৰোগ্ৰামটোলৈ ঘূৰি যাওঁ আৰু ভুলটো ঠিক( fix) কৰো
05:57 আহক ইয়াত আৰু ইয়াত বন্ধনি(bracket) ব্যৱহাৰ কৰো
06:04 'Save (ছেভ)ত টিপক
06:06 তাৰ্মিনেললৈ ঘূৰি আহো
06:09 আগৰ দৰে কম্পাইল আৰু কাৰ্যকৰী( Compile and execute) কৰো
06:14 গতিকে এইটোৱে এতিয়া কাম কৰিছে
06:22 আহক আমি টিউটৰিয়েল( tutorial)ৰ মূলভাব( summarize) চাওঁ
06:24 আমি এই টিউটৰিয়েল( tutorial)ত শিকিলো Logical AND উদাহৰণ ((a > b) && (a > c))


06:32 Logical OR

উদাহৰণ(eg.) (a == 0 || b == 0 || c == 0)


06:39 অনুশিলনী
06:41 এটা প্ৰোগ্ৰাম লিখক যি ব্যৱহাৰ কৰোতা( user)ৰ পৰা দুটা সংখ্যা ইনপুত( input) হিচাবে লয়
06:44 NOT অপাৰেটৰ (operator) ব্যৱ্হাৰ কৰি দুটা সংখ্যা সমান হ্য় নে নহয় পৰীক্ষা কৰক. সংকেতঃ(a != b)
06:54 এই কথা চিত্ৰটো( video) তলত দেখুওৱা সংযোজন (ink)ত দেখিবলৈ পাব
06:57 এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ
06:59 আপোনাৰ যদি বেণ্ডউইথ (bandwidth)ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download)কৰি চাওঁক


07:03 স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও (workshop) পাতে
07:07 “অনলাইন পৰীক্ষাত”( online test) উত্তীৰ্ন সকলক প্ৰমান পত্ৰ দিয়ে
07:11 অধিক জানিবলৈ অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org লৈ লিখক
07:18 স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয়
07:21 ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷
07:27 ইয়াৰ বিষয়ে অধিক দেখা পাব৷
07:30 spoken hyphen tutorial dot org slash NMEICT hyphen Intro


07:37 মই কৃষ্ণ কমল দুৱৰা

উপভোগ কৰাৰ বাবে ধন্যবাদ ।

Contributors and Content Editors

Dhrubaghy, Mousumi