C-and-Cpp/C2/First-Cpp-Program/Assamese

From Script | Spoken-Tutorial
Revision as of 14:41, 15 September 2014 by Dhrubaghy (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time' Narration
00.02 প্রথম C++ প্ৰোগ্ৰাম ( program)ৰ স্পকেন টিউট’ৰিয়েললৈ( Spoken Tutorial) আদৰণি জনাইছো
00.07 এই টিউট’ৰিয়েল( tutorial) ত মই ব্যাখ্যা কৰিবলৈ লৈছো
00.10 C++ ৰ প্ৰোগ্ৰাম (program) এটা কেনেকৈ লিখিব লাগে
00.13 কেনেকৈ কমপাইল(compile) কৰে
00.14 কেনেকৈ কাৰ্যকৰী(execute) কৰে
00.17 কিছুমান সচৰাচৰ ভুল(error) আৰু তাৰ সমাধানৰ( solution) বিষয়ে আমি আলোচনা কৰিম
00.22 মই এই শিকনিতো( tutorial) বাণীবদ্ধ( record) কৰোতে ব্যৱহাৰ‍‌কৰিছো উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) ১১.১০(11.10) তাঙৰণ(version) আৰু
00.29 উবুনটোত( Ubuntu) G++ কমপাইলাৰৰ( Compiler) ৪.৫.২(4.5.2) তাঙৰণ(version)
00.35 এই টিউট’ৰিয়েল(tutorial) টো অভ্যাস কৰিবলৈ
00.37 উবুনটো অপাৰেটিং ছিচটেম( Ubuntu Operating System) আৰু এটা এদিটৰ ( Editor) বিষয়ে আপুনি জানিব লাগিব
00.44 কিছুমান এদিটৰ(editor) হৈছে vim আৰু gedit
00.48 এই টিউট’ৰিয়েল(tutorial) টোত মই gedit ব্যৱহাৰ কৰিছো
00.50 সঙ্গত টিউট’ৰিয়েলৰ( relevant tutorials) বাবে অনুগ্রহ কৰি আমি দেখুওৱা ৱেবচাইত( website) পৰিদৰ্শন কৰক
00.56 মই আপোনাক উদাহৰণৰ যোগেদি এটা C++ প্ৰোগ্ৰাম(program) কেনেকৈ লিখা হয় তাক ক’বলৈ লৈছো
01.01 তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ আপোনাৰ কিবৰ্ডত একেলগে 'Ctrl, Alt আৰু T কীছ( keys) টিপক
01.09 টেক্চট এদিটৰ( text editor) খুলিবলৈ তাৰমিনেল(terminal) ত লিখক
01.13 “gedit” স্পেছ(space) “talk” “.cpp” স্পেছ(space) “&” চিহ্ন(sign).


01.21 আমি প্রম্পট( prompt)খালি কৰিবলৈ এমপাৰচেণ্ড(&)ব্যৱহাৰ কৰোঁ
01.25 অনুগ্রহ কৰি মন কৰিব যে সকলো C++ ফাইল(file) একষ্টেনচন( extension.cpp) “.cpp”হব লাগিব
01.31 এতিয়া এন্টাৰ(enter) টিপক
01.33 টেক্চট এডিতৰ( text editor) খোলা গৈছে
01.35 এতিয়া আমি এটা প্ৰোগ্ৰাম( program) লিখিবলৈ আৰম্ভ কৰিম
01.38 দুটা চ্লেচ “//” আৰু স্পেছ(space)এৰি লিখক “My first C++ program”


01.44 ইয়াত এটা শাৰীত কমেন্ত( comment) কৰিবলৈ দুটা চ্লেচ( double slash) ব্যৱহাৰ কৰা হৈছে
01.49 প্ৰোগ্ৰাম( program)টো কেনেকৈ আগবাঢ়িছে বুজাবলৈ কমেন্ত( comment)দিয়া হৈছে
01.52 ই ডকোমেন্তেচনৰ(documentation) বাবে উপযোগী
01.55 ই আমাক প্ৰোগ্ৰাম( program) টোৰ বিষয়ে কয়
01.59 দুটা চ্লেচে( double slash) এটা শাৰীৰ কমেন্ত( comment) বুজায় ৷এতিয়া এন্টাৰ(enter) টিপক
02.05 হেচ “#include” স্পেছ( space) এৰি আৰম্ভনি কোণবন্ধনী( opening angle bracket),সামৰণি কোণবন্ধনী(closing angle bracket) লিখক


02.13 সদায় আগতিয়াকৈ বন্ধনী(bracket) দুটা লিখি পাচত সিহঁতৰ ভিতৰত লিখা এটা ভাল অভ্যাস হয়
02.20 এতিয়া বন্ধনীৰ(bracket) ভিতৰত iostream লিখক
02.23 ইয়াত iostream টো হেদাৰ ফাইল(header file) হয়
02.26 এতিয়া এন্টাৰ(enter) টিপক
02.35 “using”স্পেছ(space)“namespace”স্পেছ(space) “std” আৰু এটা চেমিকলন (semicolon)(;) লিখক
02.45 “using” ষ্টেটমেন্তে( statement) কম্পাইলাৰ(compiler) ক “std namespace” ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে
02.52 “namespace” ৰ প্ৰধান কাম হ’ল নামৰ মাজৰ অন্তৰ্কন্দল ( collisions)আতঁৰোৱা
02.56 আইডেন্তিফায়াৰ(Identifier) বোৰৰ নামবোৰ নীৰ্দিষ্ট ঠাইত বহুৱাই এই কাম কৰা হয়
03.00 ই এক ব্যাখ্যাসূচক অংশ( declarative region) বনাই সীমা( scope) নিৰোপণ কৰে
03.05 “namespace” ৰ ভিতৰত ব্যাখ্যা কৰা সকলোবোৰে “namespace” ৰ সীমা( scope) নিৰ্ধাৰণ কৰে
03.11 এতিয়া এন্টাৰ(enter) টিপক


03.20 “int” লিখি স্পেছ(space)এৰি “main” লিখি আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক


03.26 main' এটা বিশেষ ফাংচন(function)হয়
03.30 ই এই শাৰীটোৰ পৰা এটা প্ৰোগ্ৰাম( program) কাৰ্যকৰী(execute) হোৱাটো বুজায়
03.34 আৰম্ভনি বন্ধনী( opening bracket) আৰু সামৰণি বন্ধনীক(closing bracket)পেৰেন্ঠেছিচ (parenthesis) বোলে৷
03.39 main ৰ পাচৰ পেৰেন্ঠেছিচয়ে(Parenthesis) ব্যৱ্হাৰ কৰোতা(user) ক কয় যে মেইন(main) টো এটা ফাংচন('function.)
03.45 ইয়াত int' main function য়ে কোনো আৰগুমেন্ত্চ(arguments) নলয় আৰু ই ইন্তিজাৰ(integer) ধৰণৰ এটা মান(value) ঘুৰাই দিয়ে
03.52 আমি দাতা টাইপ (data types)ৰ বিষয়ে বেলেগ টিউটৰিয়েলত( tutorial) শিকিম
03.56 এতিয়া আমি মেইন(main) ফাংচন (function) ৰ বিষয়ে অধিক জানিবলৈ শ্লাইড(slide) কেইখনলৈ গৈছো
04.02 সকলো “প্ৰোগ্ৰাম”(program)ৰ এটা মেইন(main) ফাংচন(function) থাকিব লাগিব
04.04 এটাতকৈ বেছি মেইন(main) ফাংচন(function) থাকিব নোৱাৰে
04.09 নহলে কম্পাইলাৰে(compiler) প্ৰোগ্ৰামটো কত আৰম্ভ হৈছে ধৰিব নোৱাৰিব
04.13 খালী পেৰেন্ঠেছিচ( parentheses) যোৰাই মেইন(main) ৰ কোনো আৰগুমেন্ত্চ (arguments) নোহোৱাটো বুজায়
04.19 আৰগুমেন্ত্চৰ(Arguments) ধাৰণাৰ বিষয়ে আমি আহিব লগীয়া টিউটৰিয়েলত( tutorials) বহলকৈ বুজিম.
04.24 এতিয়া আমি আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ এন্টাৰ(enter) টিপক
04.29 আৰম্ভনি মাজু বন্ধনী( opening curly bracket)“{” লিখক
04.32 আৰম্ভনি মাজু বন্ধনীয়ে( opening curly bracket)'“{” mainfunctionটোৰ আৰম্ভণিক সূচায়
04.37 তাৰ পাছত সামৰণি মাজু বন্ধনী( closing curly bracket) “}” লিখক
04.40 সামৰণি মাজু বন্ধনীয়ে ( closing curly bracket) “}”' mainfunction টোৰ শেষলৈ সূচায়
04.45 এতিয়া বন্ধনীৰ( bracket) ভিতৰত এন্টাৰ(enter) টো দুবাৰ টিপক
04.49 কাৰচাৰ( cursor) এটা শাৰীৰ ওপৰলৈ নিয়ক
04.51 অলংকৰণ(indentation)এ ক’ড( code) পঢ়া সহজ কৰি তোলে
04.54 ভুল (error)বোৰৰ অৱস্থান উলিওৱাতো ই সহায় কৰে
04.58 সেইকাৰনে ইয়াত এটা স্পেছ(space) দিয়া হৈছে
05.01 “cout স্পেছ(space) ” দুটা আৰম্ভনি কোণবন্ধনী( opening angle bracket)লিখক
05.07 ইয়াত টাৰ্মিনেল(terminal) ত আউত্পুত(output)ছ্পা( print) কৰিবলৈ cout এটা বিশেষ( standard) c++ ফাংচন( function).


05.14 এতিয়া বন্ধনী(bracket) ৰ পিছত দ্বৈত উৰ্দ্ধ ক’মাৰ (double quotes) ৰ ভিতৰত লিখিব লাগে
05.18 “cout” ফাংচনত(function) দ্বৈত উৰ্দ্ধ ক’মাৰ (double quotes) ভিতৰত থকা সকলোখিনি ছ্পা( print) হয়.
05.24 এতিয়া উৰ্দ্ধ ক’মাৰ (quotes) ভিতৰত “talk to a teacher backslash n”(/n)লিখা হ’ল
05.31 ইয়াত “\n” য়ে নতুন শাৰী সূচায়
05.35 ফলাফল( result) হিচাপে “cout function”ৰ কাৰ্যকৰণ(execution) ৰ পিছত কাৰচৰ(cursor) টো নতুন শাৰীলৈ গতি কৰে


05.41 প্ৰত্যেক c++ ষ্টেটমেন্তত(statement) এটা চেমিকলন(semicolon) ৰ পিছত শেষ হ’ব লাগে


05.45 গতিকে ইয়াক এই শাৰীৰ শেষত টাইপ(type) কৰিব লাগে
05.48 এতিয়া এন্টাৰ(enter) টিপক
05.53 ইয়াত এটা স্পেছ(space) দিয়ক আৰু “return” খালী ঠাই(space) “0” আৰু এটা চেমিকলন(“;”) লিখক
06.00 এই ষ্টেটমেন্ত(statement) টোৱে ইন্তিজাৰ(integer) 0 টো ঘুৰাই দিয়ে


06.03 এই ফাংচনটোৰ(function) কাৰণে এটা ইন্তিজাৰ(integer) ঘুৰাব লাগে কাৰণ ফাংচনটোৰ(function) ধৰণ(type) হ’ল int


06.10 return ষ্টেটমেনতটোৱে( statement) কাৰ্যকৰণীয়(executable) ষ্টেটমেনতবোৰ( statement) শেষ হোৱাতো চিহ্নিত কৰে


06.14 বেলেগ এটা টিউটৰিয়েলত( tutorial) আমি ঘুৰাই দিয়া(returned) মান(value) বোৰৰ বিষয়ে আলোচনা কৰিম
06.20 এতিয়া ফাইলটো সংৰক্ষণ কৰিবলৈ ছেভ("Save") বুটামটো টিপক


06.23 ফাইলবোৰ মাজে মাজে সংৰক্ষণ( save) কৰাটো এটা ভাল অভ্যাস হয়


06.26 ই আপোনাক আকষ্মিক যান্ত্রিক বিজুতিৰ পৰাও ৰক্ষা কৰিব


06.30
06.34 আমি এতিয়া প্ৰোগ্ৰামটো কম্পাইল( compile) কৰিম
06.36 আমাৰ এটা প্রান্তলৈ( terminal) ঘুৰি আহক


06.39 “g++” স্পেছspace) “talk.cpp” স্পেছ(space) হাইফফেন “-o” স্পেছ(space) “output”লিখক
06.49 ইয়াত c++ প্ৰোগ্ৰামখিনি( programs) কম্পাইল( compile) কৰিব’লৈ g++ হৈছে এটা কম্পাইলাৰ( compiler)


06.55 Talk.cpp হৈছে আমাৰ ফাইলটোৰ নাম( filename)
06.59 hyphen -o output এ কয় যে কাৰ্যকৰণীয়টো( executable) আউত্পুত(output) ফাইলত যোৱা উচিত
07.05 এতিয়া এন্টাৰ(Enter) টিপক
07.07 আমি দেখিলো যে প্ৰোগ্ৰামটো কম্পাইল( compile) হৈ গ’ল
07.10 ls space hyphen lrt লিখিলে আমি দেখিম যে শেষত নিৰ্মান কৰিবলগীয়া ফাইলটো আউত্পোত(output')'হয়
07.19 প্ৰোগ্ৰামটো কাৰ্যকৰী(execute) কৰিবলৈ “./output” (dot slash output) লিখক


07.24 আৰু এন্টাৰ(Enter) টিপক
07.27 ইয়াত আউতপুটটো( output) “Talk To a Teacherবুলি দৰ্শিত হৈছে
07.30 এতিয়া ইয়াৰ ভিতৰত হোৱা কিছুমান সাধাৰণ ভুল চোৱা যাওক


07.35 আমাৰ টেক্স্ট এডিটৰ(text editor) টোলৈ আকৌ ঘূৰি যোৱা হৈছে
07.38 ধৰা হওক ইয়াত আমাৰ “}”(সামৰণি মাজু বন্ধনী) টো দিবলৈ থাকি গৈছে
07.42 এতিয়া ফাইল(file) টো ছেভ(save) কৰা হৈছে
07.44 এতিয়া আমি কাৰ্যকৰী( execute) কৰিম প্রান্তলৈ( terminal) ঘূৰি আহোঁ
07.48 এতিয়া আগতে ব্যৱহৃত কমান্ড(command) ব্যৱহাৰ কৰি আমি প্ৰোগ্ৰাম্(program) টো কম্পাইল(compile) আৰু ৰান(run) কৰিছো,আমি এটা ভুল দেখিবলৈ পাইছো
07.55 আমি দেখিবলৈ পাইছো যে talk.cpp ফাইলৰ ৭ নম্বৰ শাৰী (line) ত এটা ভুল আছে যে আশাকৰা মাজু বন্ধনী(curly bracket) টো ইন্পুত(input) ৰ শেষত দিব লাগে


08.07 এতিয়া আমাৰ টেক্স্ট এডিটৰ(text editor) লৈ ঘূৰি আহিছো.
08.09 যিহেতু মই আগতে কৈ আহিছো যে সামৰণী মাজু বন্ধনী(closing curly bracket) য়ে main ফাংচন(function) ৰ শেষলৈ চিহ্নিত কৰে


08.14 এতিয়া ফাইল(file) টো ছেভ(save) কৰা হ’ল


08.19 ইয়াক আকৌ কাৰ্যকৰী(execute) কৰা হ’ল


08.21 আপোনালোকে আপ এৰো (up arrow) কী ব্যৱহাৰ কৰি আগতে লিখা কমান্ড(command) বোৰ পুনৰ মাতিব(recall) পাৰে


08.26 এইটোৱেই মই এতিয়া কৰিলো
08.30 হয় এইটোৱে কাম কৰিছে


08.32 মই আপুনাক বেলেগ এটা সাধাৰণ ভুল দেখুৱাইছো


08.35 আমাৰ টেক্স্ট এডিটৰ(text editor) লৈ ওভটি আহিছো
08.37 এতিয়া ধৰা হ’ল ইয়াত আমি “std” দিয়া নাছিলো
08.41 এতিয়া ফাইল(file) টো ছেভ(save) কৰা হ’ল


08.44 আমাৰ প্ৰান্তলৈ(terminal) ওভটি আহিছো
08.46 কম্পাইল(Compile) কৰা হৈছে
08.48 আমি দেখিছো যে talk.cpp ফাইলৰ ৩ নম্বৰ শাৰী(line)আৰু ৬নম্বৰ শাৰী(line)ত এটা ভুল

দেখা পোৱা গৈছে


08.56 নীৰ্ধাৰিত সীমাৰ ভিতৰত চেমিকলন(Semicolon) আৰু 'coutৰ আগত আশাকৰা আইদেন্তিফায়াৰ(identifier) টো ঘোষণা(declare) কৰা হোৱা নাই
09.05 যিহেতু cout টো বিশেষ (standard) C++ লাইব্ৰেৰী(library)ফাংচন (function) হয়


09.09 আৰু গোটেই C++ লাইব্ৰেৰী(library)ফাংচন(function)টো “std namespace” ৰ তলত নীৰ্ধাৰিত কৰা থাকে


09.15 গতিকে ই এটা ভুল দেখুৱাই আছে
09.18 এতিয়া ভুলটো ভালদৰে চোৱা যাওক


09.19 ইয়াত std টাইপ(Type) কৰা হ’ল
09.23 এইটো ছেভ(Save) কৰা হ’ল
09.25 ইয়াক আকৌ কম্পাইল(compile) কৰা হ’ল
09.29 হয়,ই কাম কৰিছে


09.32 অনুশিলনী হিচাপে


09.33 আপোনাৰ আৰু চহৰখনৰ নাম ছপা( print) কৰিবলৈ এটা প্ৰোগ্ৰাম (program) লিখক


09.37 এই টিউটৰিয়েল(tutorial) টোত আমি একক শাৰীৰ মন্তব্য(single line comment) ব্যৱহাৰ কৰিছো


09.40 এতিয়া এটা বহু শাৰীৰ মন্তব্য(multiline comment) দিবলৈ যত্ন কৰক



09.44 তলত দেখুওৱা সংযোজন(link)ত দেখিবলৈ পোৱা কথাচিত্রটো( video) চাব
09.46 এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ


09.48 আপুনাৰ যদি বেণ্ডউইথ(bandwidth) ভাল নহয় তেন্তে এই কথাচিত্রটো দাউনল’দ( download) কৰি চাওক
09.53 স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ দলে


09.55 স্পকেন টিউট’ৰিয়েল(Spoken Tutorial) ব্যৱ্হাৰৰ কৰ্মশালাও পাতে


09.58 অনলাইন পৰীক্ষাত উৰ্ত্তিন সকলক প্রমাণপত্র দিয়ে


10.01 অধিক জানিবলৈ অনুগ্রহ কৰি contact @spoken-tutorial.org লৈ লিখক
10.10 স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয়


10.14 ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷


10.20 ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজন(link)ত দেখা পাব৷
10.25 মই কৃষ্ণ কমল দুৱৰা


10.28 উপভোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Dhrubaghy, Mousumi, PoojaMoolya