Difference between revisions of "Blender/C2/Types-of-Windows-Properties-Part-1/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border=1 ||'''Time''' ||'''Narration''' |- |00:05 |ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স...")
 
 
Line 7: Line 7:
 
|-
 
|-
 
|00:05
 
|00:05
|ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম।
+
|নমস্কাৰ দৰ্শক সকল. ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম।
 
   
 
   
 
|-
 
|-
Line 15: Line 15:
 
|-
 
|-
 
|00:16
 
|00:16
|মই অনামিকা মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো।
+
|এই টিউটৰিয়েলটো অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে।
 
   
 
   
 
|-
 
|-
Line 542: Line 542:
 
   
 
   
 
|15:34
 
|15:34
|অংশগ্রহনৰ বাবে ধন্যবাদ।
+
| এই টিউটৰিয়েলটো অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে।
 
   
 
   
 
|-
 
|-
Line 548: Line 548:
 
|15:36
 
|15:36
 
   
 
   
|বিদায় লৈছো।
+
|আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। যোগ দানৰ বাবে ধনয়বাদ.

Latest revision as of 10:55, 6 July 2015

Time Narration
00:05 নমস্কাৰ দৰ্শক সকল. ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম।
00:09 এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত প্রোপার্টিস উইন্ডো সম্পর্কে।
00:16 এই টিউটৰিয়েলটো অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে।
00:29 এই টিউটোৰিয়েলটো চোৱাৰ পিছত, আমি প্রোপার্টিস উইন্ডো সম্পর্কে শিকিম;
00:35 প্রোপার্টিস উইন্ডোত ৰেন্ডাৰ প্যানেল( Render panel) কি;
00:39 প্রোপার্টিস উইন্ডোৰ ৰেন্ডাৰ প্যানেলত বিভিন্ন সেটিংস কি?
00:45 আমি ধৰি লও যে ব্লেন্ডাৰ ইন্টাৰফেসৰ মৌলিক উপাদান সম্পর্কে জানে।
00:50 নহলে আমাৰ আগৰ টিউটোৰিয়েল Basic Description of Blender Interface পড়ক।
00:58 প্রোপার্টিস উইন্ডোত বিভিন্ন প্যানেল আছে। এইটো আমাৰ স্ক্রিনৰ সো ফালে অবস্থিত।
01:08 প্রোপার্টিস উইন্ডোৰ শীর্ষত, আইকনৰ এটা সাৰি আছে।
01:14 এই আইকনে বিভিন্ন প্যানেলৰ প্রতিনিধিত্ব কৰে, যি প্রোপার্টিস ধাৰাৰ অধীনত আছে।
01:21 Render, Scene, World, Object ইত্যাদি
01:30 এই প্যানেলত বিভিন্ন সেটিংস আছে, যি ব্লেন্ডাৰত কাম কৰাৰ বাবে খুব দৰকাৰী।
01:37 ভালকে দেখিবলৈ আৰু বুঝিবলৈ, আমাৰ প্রোপার্টিস উইন্ডোৰ আকাৰ সলাব পাৰো।
01:43 প্রোপার্টিস উইন্ডোৰ বাও প্রান্তত বাও ক্লিক কৰক, ধৰি থাকক আৰু বাও ফালে ড্রেগ কৰক।
01:52 এতিয়া আমি বিকল্পবোৰ প্রোপার্টিস উইন্ডোত আৰু স্পষ্টৰুপে দেখিব পাৰো।
01:59 ব্লেন্ডাৰ উইন্ডোৰ আকাৰ কিভাবে পৰিবর্তন কৰে তাক শিকিবলৈ How to Change Window Types in Blender এই টিউটোৰিয়েলটো চাওক।
02:12 Render হল প্রোপার্টিস উইন্ডোত প্রথম প্যানেল।
02:16 ডিফল্টৰুপে, যিফালেই আমি ব্লেন্ডাৰ খুলো, এইটো ব্লেন্ডাৰ ইন্টাৰফেসত প্রদর্শিত হয়।
02:23 এই প্যানেলৰ সেটিংস, অ্যানিমেশনৰ শেষৰ আউটপুট নির্মাণ কৰিবলৈ ব্যবহৃত হয়।
02:31 Imageক সক্রিয়( active ) ক্যামেৰা ভিউৰ একক ফ্রেম ইমেজ ৰেন্ডাৰ কৰিবলৈ ব্যবহৃত হয়।
02:39 Image ত বাও ক্লিক কৰক। কীবোর্ড শর্টকাটৰ বাবে F12 টিপক।
02:48 সক্রিয়( active ) ক্যামেৰাভিউক একক ফ্রেম ইমেজ হিসাবে ৰেন্ডাৰ কৰা হৈছে।
02:55 আপোনাৰ কীবোর্ডত ESC টিপি, 3D ভিউলৈ উভতি যাওক।
03:03 Animationক ফ্রেমৰ এটা সম্পূর্ণ শৃঙ্খলাক বা ইমেজ ক্রমক ৰেন্ডাৰ কৰিবলৈ আৰু মুভি ফাইল বনাবলৈ ব্যবহৃত হয়।
03:13 ডিফল্টৰুপে, ফ্রেমৰ পৰিসীমা টাইমলাইনত 1 পৰা 250 পর্যন্ত হয়।
03:22 Animation ত বাও ক্লিক কৰক। সমগ্র ফ্রেম পৰিসীমা (frame range), ফ্রেম 1ৰ পৰা ফ্রেম 250 পর্যন্ত ৰেন্ডাৰ হৈছে।
03:39 ৰেন্ডাৰ অগ্রগতি ৰখাবলৈ Esc টিপক।
03:43 3D ভিউত উভতি যোৱাৰ বাবে Esc টিপক।
03:48 ৰেন্ডাৰ প্যানেলত Display লৈ যাওক।
03:52 Displayএ স্ক্রিনত ৰেন্ডাৰৰ অগ্রগতি দেখিবলৈ সাহায্য কৰে।
03:58 ডিফল্টৰুপে, ডিসপ্লে Image Editor মোডত আছে।
04:05 সক্রিয় ক্যামেৰাভিউ ৰেন্ডাৰ কৰিবলৈ F12 টিপক।
04:09 ৰেন্ডাৰ ডিসপ্লে UV/Image Editor হিসাবে প্রদর্শিত হয়।
04:15 3D ভিউ, UV/Image Editor লৈ সলনি হয়, আমি সর্বদা সক্রিয় ক্যামেৰাভিউ ৰেন্ডাৰ কৰাত।
04:22 UV/Image Editor সম্পর্কে জানিবলৈ, Types of windows - UV/Image Editor টিউটোৰিয়েল চাওক।
04:31 3D ভিউলৈ উভতি যোৱাৰ বাবে Esc টিপক।
04:36 Render প্যানেলত Display লৈ যাওক। image editor ত বাও ক্লিক কৰক।
04:44 এই ড্রপ ডাউন মেনুএ ৰেন্ডাৰ ডিসপ্লে বিকল্পৰ এখন তালিকা প্রদর্শন কৰে।
04:51 Full Screen নির্বাচন কৰিবলৈ বাও ক্লিক কৰক।
04:55 সক্রিয় ক্যামেৰাভিউ ৰেন্ডাৰ কৰিবলৈ F12 টিপক।
05:01 এতিয়া সম্পূর্ণ ব্লেন্ডাৰ স্ক্রিনখন UV/Image Editor দ্বাৰা পৰিবর্তিত হয়।
05:09 Full Screen ৰেন্ডাৰ মোডৰ পৰা প্রস্থান কৰিবলৈ Esc টিপি ব্লেন্ডাৰ কর্মপৰিসৰলৈ উভিত যাওক।
05:16 ৰেন্ডাৰ প্যানেলত display লৈ যাওক। Full screen ত বাও ক্লিক কৰক। তালিকাৰ পৰা New window নির্বাচন কৰক।
05:28 সক্রিয় ক্যামেৰাভিউ ৰেন্ডাৰ কৰিবলৈ F12 টিপক।
05:31 এতিয়া, ৰেন্ডাৰ ডিসপ্লে, ব্লেন্ডাৰ কর্মপৰিসৰৰ উপৰত নতুন উইন্ডো হিসাবে প্রদর্শিত হয়।
05:39 এইটো আপোনাৰ অ্যানিমেশন প্রাকদর্শনক ৰেন্ডাৰিং কৰাত খুব উপযোগী পাব।
05:44 এইটো কিভাবে কৰে তাক আমাৰ পৰবর্তী টিউটোৰিয়েলত চাম।
05:50 ৰেন্ডাৰ ডিসপ্লে উইন্ডোটো বন্ধ কৰক।
05:55 ৰেন্ডাৰ প্যানেলত display লৈ যাওক। New Window ত বাও ক্লিক কৰক।
06:01 Image editor মোড নির্বাচন কৰিবলৈ বাও ক্লিক কৰক। ডিসপ্লে Image editor মোডত আছে।
06:08 পৰবর্তী সেটিং আমি চাম Dimensions. ইয়াত আমি আমাৰ প্রয়োজনীয় আউটপুটৰ উপৰত নির্ভৰ কৰি বিভিন্ন ৰেন্ডাৰ প্রিসেট কাস্টমাইজ কৰিব পাৰো।
06:20 Render Presets ত বাও ক্লিক কৰক। এটা ড্রপ ডাউন মেনু প্রদর্শিত হয়।
06:27 ইয়াত সমস্ত প্রমুখ ৰেন্ডাৰ প্রিসেটৰ এটা সূচী আছে। DVCPRO, HDTV, NTSC, PAL ইত্যাদি।
06:41 এতিয়াৰ বাবে, আমি এইটো এৰি দিয়ো আৰু Render Dimension সেটিংসৰ বাবে অগ্রসৰ হও।
06:49 Resolution (ৰেজল্যুশন) হল ৰেন্ডাৰ ডিসপ্লে আৰু সক্রিয় ক্যামেৰা ভিউৰ প্রস্থ আৰু উচ্চতা।
06:56 ডিফল্টৰুপে, ব্লেন্ডাৰ 2.59 ত ৰেজল্যুশন 1920* by 1080 পিক্সেল হয়।
07:09 50% হল ৰেজল্যুশনৰ শতাংশ স্কেল।
07:14 ইয়াৰ মানে হল মাত্র 50% প্রকৃত ৰেজল্যুশনক ৰেন্ডাৰ কৰা হব।
07:22 সক্রিয় ক্যামেৰাভিউ ৰেন্ডাৰ কৰিবলৈ F12 টিপক। এইটো ডিফল্ট ৰেন্ডাৰ ৰেজল্যুশন হয়।
07:29 এইটো কেবল অর্ধক বা প্রকৃত ৰেজল্যুশনৰ 50%.
07:35 ৰেন্ডাৰ ডিসপ্লে উইন্ডো বন্ধ কৰক।
07:40 বাও ক্লিক কৰক আৰু ৰেন্ডাৰ প্যানেলত ৰেজোলিউশনৰ অধিনত 50% ধৰি থাকক আৰু সোফালে টানক।
07:50 শতাংশ 100% লৈ পৰিবর্তিত হয়। শতকৰা পৰিবর্তনৰ আৰো এটা উপায় হল -
08:00 100% ত বাও ক্লিক কৰক। এতিয়া কীবোর্ডত 100 টাইপ কৰক আৰু enter টিপক।
08:12 সক্রিয় ক্যামেৰাভিউক ৰেন্ডাৰ কৰিবলৈ F12 টিপক।
08:18 ইয়াত 1920*1080 পিক্সেলৰ সম্পূর্ণ 100% ৰেজল্যুশন ৰেন্ডাৰ আছে।
08:27 ৰেন্ডাৰ ডিসপ্লে উইন্ডো বন্ধ কৰক। এতিয়া, আমি ৰেজল্যুশন 720*576 পিক্সেললৈ পৰিবর্তন কৰিবলৈ ইচ্ছুক হয়।
08:38 1920 ত বাও ক্লিক কৰক। আপোনাৰ কীবোর্ডত 720 লিখক আৰু enter টিপক।
08:49 এবাৰ 1080 ত বাও ক্লিক কৰক। আপোনাৰ কীবোর্ডত 576 লিখক আৰু enter টিপক।
09:00 সক্রিয় ক্যামেৰাভিউ ৰেন্ডাৰ কৰিবলৈ F12 টিপক।
09:07 ইয়াত 720*576 পিক্সেলৰ সম্পূর্ণ 100% ৰেজল্যুশন ৰেন্ডাৰ আছে।
09:16 ৰেন্ডাৰ ডিসপ্লে উইন্ডো বন্ধ কৰক।
09:21 ৰেন্ডাৰ প্যানেলত ডাইমেনশনসৰ অধিনত Frame range লৈ যাওক।
09:26 Frame Rangeএ আপোনাৰ মুভিৰ বাবে ৰেন্ডাৰ কৰাৰ মতে অ্যানিমেশন দৈর্ঘ্য নির্ধাৰিত কৰে।
09:33 ডিফল্টৰুপে, ফ্রেম ৰেঞ্জ হল 1ৰ পৰা 250.
09:39 Start 1 ত বাও ক্লিক কৰক। আপোনাৰ কীবোৰ্দত 0 লিখক আৰু enter টিপক।
09:51 এইটো আমাৰ অ্যানিমেশন দৈর্ঘ্যৰ আৰম্ভৰ ফ্রেম বা প্রথম ফ্রেম।
09:57 End 250 ত বাও ক্লিক কৰক। আপোনাৰ কীবোর্ডত 100 লিখক আৰু enter টিপক।
10:08 এইটো আমাৰ অ্যানিমেশন দৈর্ঘ্য ইয়াৰ সমাপ্তিৰ ফ্রেম বা অন্তিম ফ্রেম।
10:16 এতিয়া আমাৰ উচৰত অ্যানিমেশনৰ বাবে এটা নতুন ফ্রেম ৰেঞ্জ আছে।
10:22 3D ভিউৰ তলৰ টাইমলাইনলৈ যাওক।
10:26 লক্ষ্য কৰক টাইমলাইন ডিসপ্লে কিভাবে পৰিবর্তিত হৈছে, কাৰণ আমি ৰেন্ডাৰ প্যানেলত ফ্রেম ৰেঞ্জ পৰিবর্তন কৰিছো।
10:35 টাইমলাইন উইন্ডো সম্পর্কে জানিবলৈ, Types of Windows - Timeline এই টিউটোৰিয়েলটো চাওক।
10:45 ৰেন্ডাৰ প্যানেলত ডাইমেনশনসৰ অধিনত Aspect Ratio লৈ যাওক।
10:53 লক্ষ্য কৰক যেতিয়া ৰেজল্যুশন পৰিবর্তন কৰিছো, Aspect Ratio পৰিবর্তিত হৈছে।
11:01 ফ্রেম ৰেটে আমাৰ মুভিত এক সেকেন্ডত এনিমেটিং কৰাৰ বাবে ফ্রেমৰ সংখ্যা নির্ধাৰিত কৰে।
11:09 ডিফল্টৰুপে, এইটো 24 fps বা ফ্রেমস প্রতি সেকেন্ডত হয়।
11:16 24 fps ত বাও ক্লিক কৰক। এটা ড্রপ ডাউন মেনু প্রদর্শিত হয়।
11:25 ইয়াত প্রদর্শিত frame rates ৰ সূচী অ্যানিমেশন মুভি তৈয়াৰৰ সময়ত ব্যবহৃত হয়।
11:31 আপোনি আপোনাৰ দৰকাৰ মতে যি কোনো এটা নির্বাচন কৰিব পাৰিব।
11:37 Fps 24 ত বাও ক্লিক কৰক। আপোনাৰ কীবোৰ্দত 15 লিখক আৰু enter টিপক।
11:48 এতিয়া আমাৰ ফ্রেম ৰেট 15 fps লৈ সলনি হৈ গৈছে।
11:55 পিছৰটো হল Output. আপোনি কি বাও ফালে tmp লিখিত এই অনুভূমিক বাৰ আৰু সো ফালে file browser আইকন দেখিব পাৰিছেনে?
12:07 ইয়াত ৰেন্ডাৰ ফাইলৰ বাবে আউটপুট ফোল্ডাৰ নির্দিষ্ট কৰিব পাৰো।
12:13 file browser আইকনত বাও ক্লিক কৰক।
12:18 ফাইল ব্রাউজাৰ সম্পর্কে জানিবলৈ, Types of Windows - File Browser and Info Panel টিউটোৰিয়াটো চাওক।
12:28 আউটপুট ফোল্ডাৰ নির্বাচন কৰক। আমি My Documents নির্বাচন কৰিছো।
12:35 Create new directory ত বাও ক্লিক কৰক। Output লিখক আৰু enter টিপক।
12:46 ফোল্ডাৰ খুলিবলৈ Output ত বাও ক্লিক কৰক।
12:51 এতিয়া Accept ত বাও ক্লিক কৰক। এতিয়া আমাৰ সকলো ৰেন্ডাৰ ফাইল My Documents ইয়াৰOutput ফোল্ডাৰত সংৰক্ষিত হব।
13:03 আউটপুট ফোল্ডাৰ বাৰৰ তলত ইমেজ ফৰম্যাট মেনু আছে।
13:08 ৰেন্ডাৰ ইমেজ আৰু মুভি ফাইলৰ বাবে আউটপুট ফৰম্যাট বাছিব পাৰো।
13:13 PNG ত বাও ক্লিক কৰক। ইয়াত ব্লেন্ডাৰত সমর্থিত সকলো ফৰম্যাটৰ সূচী আছে।
13:20 আমাৰ উচৰত image formats আৰু movie formats আছে।
13:25 আমি আমাৰ দৰকাৰ মতে যি কোনো এটা নির্বাচন কৰিব পাৰো।
13:30 PNG ইয়াৰ তলত তিনটা কালাৰ মোড আছে যি ব্লেন্ডাৰত ব্যবহৃত হৈছে। BW হল গ্রেস্কেল মোড।
13:38 RGB ডিফল্টৰুপে নির্বাচিত হয়। RGB হল কালাৰ মোড, যি RGB তথ্যৰ সৈতে ৰেন্ডাৰ ফাইল সংৰক্ষণ কৰে।
13:48 RGBAএ অতিৰিক্ত তথ্যৰ সৈতে Alpha channel নামৰ ৰেন্ডাৰ ফাইল সংৰক্ষণ কৰে।
13:54 এইটো নির্দিষ্ট ইমেজ ফৰমেটৰ সৈতে কাম কৰে যি আলফা চ্যানেল ৰেন্ডাৰিংক সমর্থন কৰে।
14:01 সেয়ে এইটো ৰেন্ডাৰ প্যানেল সম্পর্কে আছিল।
14:05 এই টিউটোৰিয়েলত আমি প্রোপার্টিস উইন্ডোত ৰেন্ডাৰ প্যানেল শিকিছো।
14:11 বাকি প্যানেল সম্পর্কে পৰবর্তী টিউটোৰিয়েত শিকিব।
14:17 এতিয়া, আগোৱাই যাওক আৰু নতুন ব্লেন্ড ফাইল তৈয়াৰ কৰক। ৰেন্ডাৰ ডিসপ্লে নতুন উইন্ডোলৈ সলাওক।
14:25 ৰেজল্যুশন 720*576 100% লৈ পৰিবর্তন কৰক। ফ্রেম ৰেঞ্জ 0 পৰা 100 লৈ পৰিবর্তন কৰক।
14:38 ফ্রেম ৰেট 15 fps লৈ সলাওক। ৰেন্ডাৰ ফাইলৰ বাবে এটা আউটপুট ফোল্ডাৰ তৈয়াৰ কৰক।
14:47 এই প্রকল্পটো ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশনৰ দ্বাৰা সমর্থিত।
14:57 ইয়াৰ উপৰত অধিক তথ্য এই লিঙ্কত উপলব্ধ oscar.iitb.ac.in আৰু spoken-tutorial.org/NMEICT-Intro.
15:17 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে,
15:19 টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
15:23 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়া হয়।
15:28 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
15:34 এই টিউটৰিয়েলটো অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে।
15:36 আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। যোগ দানৰ বাবে ধনয়বাদ.

Contributors and Content Editors

Anamika, Mousumi