Difference between revisions of "BOSS-Linux/C2/BOSS-Linux-Desktop/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 22: Line 22:
 
|-
 
|-
 
|00:28
 
|00:28
|আপোনি উপৰৰ বাও কোণত স্থিত মেইন মেনু দেখিব।
+
|আপোনি উপৰৰ বাও কোণত অবস্থিত মেইন মেনু দেখিব।
 
|-
 
|-
 
|00:33
 
|00:33

Revision as of 11:55, 30 January 2015

Time Narration
00:01 নমস্কাৰ দ্ৰ্শকল সকল. BOSS Desktop এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগত।
00:06 ইয়াত BOSS Desktop Environment এৰ সৈতে পৰিচিত হম।
00:12 ইয়াত অধিকতৰ ভাৰতীয় ভাষা সমর্থিত প্যাকেজেৰ সৈতেBOSS Linux 3.4.2 ব্যবহাৰ কৰিছো।
00:21 স্লাইড মিনিমাইজ কৰো।
00:24 ইয়াত আপোনি BOSS Desktop দেখিব।
00:28 আপোনি উপৰৰ বাও কোণত অবস্থিত মেইন মেনু দেখিব।
00:33 এইটোক খুলিবলৈ, কীবোর্ডত Alt আৰু F1 একলগে টিপক।
00:42 অথবা, Applications মেনুত টিপক।
00:46 Applications মেনুত শ্রেণীকৰণ পদ্ধতিত সংস্থাপিত সকলো অ্যাপ্লিকেশন আছে।
00:54 এই Applications মেনুত, কিছু গুৰুত্বপূর্ণ অ্যাপ্লিকেশন সম্পর্কে শিকো।
01:01 সেয়ে Applications, Accessories, Calculator লৈ যাও।
01:08 Calculatorএ গাণিতিক, সাইন্টিফিক বা ফাইনান্সিয়াল গণনা কৰিবলৈ সাহায্য কৰে।
01:16 ক্যালকুলেটৰ খুলিবলৈ এইটোত টিপক।
01:20 কিছু সহজ হিসাব চেষ্টা কৰো।
01:23 এতিয়া 5 গুণ 8 লিখি = (ইকুয়াল টু) চিহ্ন টিপক।
01:29 = চিহ্ন টিপাৰ সলনি আপোনি Enter কী ও টিপিব পাৰিব।
01:35 এতিয়া ক্যালকুলেটৰ বন্ধ কৰিবলৈ ক্লোস বোতামত টিপক।
01:40 এতিয়া আৰু এটা অ্যাপ্লিকেশন চাও।
01:43 এইটোক কৰিবলৈ Applications ত উভতি গৈ Accessories লৈ যাও।
01:49 Accessories ত, gedit Text Editor ত টিপি আৰু সেইটোক খোলক।
01:56 এতিয়া আপোনি স্ক্রিনত gedit Text Editor দেখিছে।
02:02 ইয়াত কিছু টেক্সট লিখি সংৰক্ষণ কৰো।
02:06 লিখক Hello World.
02:11 ফাইলটোক সংৰক্ষণ কৰিবলৈ Crtl আৰু S কী টিপক অথবা Fileত গৈ Save ত টিপক।
02:20 সেয়ে আমি File ত গৈ Save ত টিপক ।
02:26 Save As ডায়ালগ বাক্স খোলে।
02:29 এইটোক ফাইল সংৰক্ষণ কৰিবলৈ ফাইলৰ নাম আৰু স্থানএৰ বাবে জিজ্ঞাস কৰে।
02:36 সেয়ে Name ফীল্ডত hello ডট txt লিখি আৰু সংৰক্ষণৰ স্থান হিসাবে Desktop নির্বাচন কৰো।
02:47 Save ত টিপক ।
02:49 gedit উইন্ডো বন্ধ কৰো অৰু আমাৰ ফাইল Desktopত সংৰক্ষিত হৈছে নে নাই প্ৰশিক্ষন কৰক।
02:58 এতিয়া Desktop ত গৈ দেখিব পাৰি যে ইয়াত hello ডট txt ফাইল আছে।
03:05 সেয়ে টেক্সট ফাইল সফলভাবে সংৰক্ষিত হৈছে।
03:10 এই ফাইলটো খুলিবলৈ ইয়াত দুইবাৰ টিপক।
03:14 ইয়াত Hello World টেক্সট আছে।
03:18 gedit টেক্সট এডিটৰত একাধিক লোকেল ভাষাও লিখিব পাৰি।
03:24 এইটোক কিভাবে কৰে চাও।
03:27 gedit টেক্সট এডিটৰত CTRL আৰু Space Bar টিপক।
03:33 আপোনি তলৰ সো কোণত এটা সৰু বাক্স দেখিব পাৰিব।
03:39 এইটোত টিপক।
03:41 Hindi বাছনি কৰক
03:43 Inscript নির্বাচন কৰক।
03:45 আমি Hello World লিখিম।
03:49 টেক্সট হিন্দিলৈ পৰিবর্তিত হৈছে।
03:53 এতিয়া Hindi ত গৈ Phonetic নির্বাচন কৰিব।
03:59 আমি ফোনেটিক ব্যবহাৰ কৰিWelcome লিখিম।
04:03 ইয়াত Welcome শব্দটো হিন্দিত আছে।
04:08 এতিয়া Saveত টিপক।
04:11 এই টেক্সট এডিটৰ বন্ধ কৰি Accessoriesৰ পৰা আৰু এটা গুৰুত্বপূর্ণ এপ্লিকেশন Terminal দেখো।
04:20 সেয়ে Applications ত উভতি গৈ, Accessories আৰু Terminal লৈ যাও।
04:27 Terminal ক কমান্ড লাইন বোলে কাৰণ আপোনি ইয়াৰ পৰা কম্পিউটাৰক কমান্ড দিব পাৰিব। এইটোক GUI এৰ পৰাও অধিক শক্তিশালী।
04:40 Terminal সম্পর্কে আৰো জানিবলৈ এটা সহজ কমান্ড লিখো।
04:45 সেয়ে ls লিখক আৰু Enter টিপক।
04:50 এইটোয়ে বর্তমানৰ কর্ম ডিৰেক্টৰিত সকলো ফাইল আৰু ফোল্ডাৰক তালিকাভুক্ত কৰে।
04:57 এইটোক Home ফোল্ডাৰ পৰা ফাইল আৰু ফোল্ডাৰক প্রদর্শন কৰে।
05:02 Home ফোল্ডাৰ কি, তাক আসন্ন টিউটোৰিয়েলত চাম।
05:07 Terminal কমান্ডবোৰ পিছৰ লিনাক্স স্পোকেন টিউটোৰিয়েলত ভালোমতে ব্যাখ্যা কৰা হৈছে।
05:15 এতিয়া Terminal বন্ধ কৰো।
05:18 এতিয়া আৰু এটা এপ্লিকেশন চাও অর্থাৎ Iceweasel Web Browser
05:25 এইটো BOSS অপাৰেটিং সিস্টেমত ডিফল্ট ওয়েব ব্রাউজাৰ হয়।
05:30 Applications, Internet আৰু Iceweasel Web Browser ত টিপক।
05:36 Iceweasel হল Firefox এৰ পুনঃ-চিহ্নিত সংস্কৰণ।
05:41 এই ব্রাউজাৰ ব্যবহাৰ কৰি নেটত আপোনি আপোনাৰ ইমেল বা কিছু তথ্য চাব পাৰিব।
05:49 Google সাইটলৈ যাও।
05:51 এড্রেস বাৰত যাবলৈ শর্টকাট কী হল F6
05:56 অথবা আপোনি ইয়াত এড্রেস বাৰত টিপিব পাৰিব।
06:00 আমি www.google.co.in লিখিম।
06:07 লেখাৰ সময়ত, Iceweaselএ কিছু সম্ভাব্য বিকল্প দিয়ে.
06:11 আপোনি ইয়াৰ পৰা কোনো এটা বাছিব পাৰিব.
06:14 অথবা সম্পূর্ণ এড্রেস লিখি Enter টিপক।
06:19 এতিয়া Google সার্চ পেজত আছো। সার্চ বাৰতspoken tutorial লিখক।
06:27 Spoken tutorial প্রথম বিকল্প হিসাবে আছে। এইটোত টিপক।
06:34 এইটোৱে Spoken Tutorial হোম পেজ খুলিব।
06:38 এতিয়া এইটোক বন্ধ কৰি আৰু আগোৱাও।
06:42 এতিয়া Applications আৰু তাৰপিছত Office ত টিপক।
06:48 Office মেনুত LibreOffice বিকল্প যেনে Writer, Calc, Impress আছে।
06:57 এইবোৰ LibreOffice সংকলনৰ ওয়ার্ড প্রসেসৰ, স্প্রেডশিট আৰু প্রেসেন্টেশন কম্পোনেন্ট হয়।
07:04 Spoken Tutorial ওয়েবসাইটত এই বিষয়ৰ উপৰত টিউটোৰিয়েল আছে। আপোনি এইটোক অন্বেষণ কৰক।
07:12 এতিয়া Applications ত গৈ, Sound & Video মেনু অন্বেষণ কৰো।
07:19 এই বিকল্পয়ে BOSS OS ত উপলব্ধ বিভিন্ন প্লেয়াৰ বিকল্প প্রদর্শন কৰে।
07:27 ভিডিও বা অডিও ফাইল চলাবলৈ যি কোনো এটা বিকল্প ব্যবহাৰ কৰিবলৈ পাৰিব।
07:33 এতিয়া অন্যান্য কিছু গুৰুত্বপূর্ণ বিষয় চাও। Places মেনুলৈ যাও।
07:41 ইয়াত প্রথম বিকল্প হল Home folder.
07:45 এইটোক খুলো।
07:47 BOSS OS ত প্রত্যেক ইউসাৰৰ পৃথক Home ফোল্ডাৰ থাকে।
07:52 Home ফোল্ডাৰত আমি আমাৰ সকলো ফাইল আৰু ফোল্ডাৰ সংৰক্ষণ কৰিবলৈ পাৰো।
08:00 আমাৰ অনুমতি নোহোৱাকৈ, অন্যেবোৰে চাব নোৱাৰে।
08:04 ফাইল অনুমতি সম্পর্কে অধিক তথ্য স্পোকেন টিউটোৰিয়ােল ওয়েবসাইটৰ লিনাক্স স্পোকেন টিউটোৰিয়েলত প্রাপ্তিসাধ্য।
08:14 আমাৰ Home ফোল্ডাৰত, আমি Desktop, Documents, Downloads, Music ইত্যাদি ফোল্ডাৰ দেখিব পাৰো।
08:25 লিনাক্সত সকলোবোৰেই এটা ফাইল।
08:29 Desktop ফোল্ডাৰত দুইবাৰ টিপি এইটোক খোলক।
08:35 gedit টেক্সট এডিটৰত সংৰক্ষিত একেই hello ডট txt ফাইল ইয়াত আছে।
08:44 সেয়ে এই Desktop আৰু ফোল্ডাৰ অনুৰুপ হয়।
08:49 এতিয়া ফোল্ডাৰটো বন্ধ কৰো।
08:52 এতিয়া Desktopৰ থিম সলনি কৰা শিকো।
08:55 উপৰৰ সো কোণত যাওক আৰু তাত প্রদর্শিত ইউসাৰ নেমত টিপক।
09:02 আমাৰ ক্ষেত্রত ইউসাৰ নেম spoken হয়, আমি spokenত ক্লিক কৰিম।
09:09 এতিয়া System Settings বিকল্পত টিপক।
09:13 System Settings ডায়লগ বাক্স খোলে।
09:16 Background আইকনত টিপক।
09:19 তালিকাৰ পৰা যি কোনো এটা বাছক।
09:23 ই আপোনাৰ এটা নতুন ব্যাকগ্রাউন্ড হিসাবে দেখাব।
09:27 ডায়লগ বাক্স বন্ধ কৰক।
09:29 এতিয়া, Applications মেনুত উপলব্ধ System Tools বিকল্পলৈ আহক।
09:36 এই মেনুত থকা বিকল্পয়ে ডেস্কটপ আৰু বিভিন্ন অ্যাপ্লিকেশন পৰিচালনা কৰিবলৈ সাহায্য কৰে।
09:44 System Tools, Administration আৰু Synaptic Package Manager ত টিপক।
09:51 এইটোয়ে অবিলম্ব অনুমোদনৰ বাবে পাসওয়ার্ড লিখিব কয়।
09:57 পাসওয়ার্ড লিখি Authenticate ত টিপক।
10:02 সিন্যাপটিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ সম্পর্কে বিশদ বিবৰণ পৃথক টিউটোৰিয়েলত আছে।
10:10 আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো।
10:14 সংক্ষেপে,
10:15 ইয়াত শিকিছো:
10:18 BOSS Desktop,
10:19 Main মেনু
10:21 আৰু BOSS Linux OS এৰ গুৰুত্বপূর্ণ বৈশিষ্ট্য।
10:25 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
10:28 স্পোকেন টিউটোৰিয়াল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
10:31 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
10:36 স্পোকেন টিউটোৰিয়াল প্ৰকল্পৰ দলটিয়ে স্পোকেন টিউটোৰিয়াল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
10:41 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
10:45 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি 'contact@spoken-tutorial.org এই ঠিকনাত লিখক।
10:53 স্পোকেন টিউটোৰিয়াল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
10:57 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:05 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
11:11 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, RabiramN