BASH/C3/Using-File-Descriptors/Assamese

From Script | Spoken-Tutorial
Revision as of 00:27, 15 May 2015 by Mausamh9 (Talk | contribs)

Jump to: navigation, search
Time Narration
00.01 মৰমৰ বন্ধুসকল, ইউজিং ফাইল দেচক্ৰিপটৰচ (Using file descriptors)ৰ স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম
00.08 এই টিউটৰিয়েলটোত, আমি শিকিম
00.11 * output file descriptor (আউতপুত ফাইল দেচক্ৰিপটৰ) এটা সংযুক্ত কৰিবলৈ
00.14 * input file descriptor (ইনপুত ফাইল দেচক্ৰিপটৰ) এটা সংযুক্ত কৰিবলৈ
00.17 * file descriptor(ফাইল দেচক্ৰিপটৰ) (fd) টো বন্ধ কৰিবলৈ
00.19 * কিছু উদাহৰণৰ সহায়ত
00.23 এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ বেচত চেল স্ক্ৰিপতিঙৰ (Shell Scripting in BASH) জ্ঞান থাকিব লাগিব
00.29 যদি নহয়, সঙ্গত শিকনিৰ (relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট (website) পৰিদৰ্শন কৰক, http://www.spoken-tutorial.org
00.35 এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো
00.38 * Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System)
00.43 * GNU BASH(বেচ) তাঙৰণ 4.2
00.46 অনুগ্ৰহ কৰি মন কৰিব,GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে
00.54 আহক আমি এটা পৰিচয়ৰ সৈতে আৰম্ভ কৰো
00.56 আমি ইতিমধ্যে পূৰ্বৰ টিউট’ৰিয়েলত file descriptors (ফাইল দেচক্ৰিপটৰচ)ৰ বিষয়ে অধ্যয়ন কৰি আহিছো
01.02 * 0, 1 আৰু 2 হৈছে stdin, stdout আৰু stderrৰ বাবে বিশিষ্ট file descriptors (ফাইল দেচক্ৰিপটৰচ)
01.15 * File descriptors (ফাইল দেচক্ৰিপটৰচ)বিলাক i/o redirection(ৰিদাইৰেকচনৰ)বাবে ব্যৱহাৰ হয়
01.20 এটা আউতপুত ফাইলত ফাইল দেচক্ৰিপটৰ এটা সংযুক্ত কৰাৰ গাঠণিটো হৈছে:
01.25 exec [ফাইল দেচক্ৰিপটৰ] গ্ৰেটাৰ দেন চিহ্ন ফাইলনেম
01.31 আহক এটা উদাহৰণ চাওঁ
01.33 মোৰ fdassign dot(দত) sh নামৰ ক’ড ফাইল এটা আছে
01.43 প্ৰথম শাৰীটো হৈছে shebang line(চিবেং শাৰী)
01.49 exec কমান্ডটোৱে বৰ্তমান shell process(চেল প্ৰচেচ)টোৰ স্থান পৰিবৰ্তন কৰে
01.56 ই এটা নতুন প্ৰক্ৰিয়া নিৰ্মান নকৰাকৈ বৰ্তমান চেল (shell )টোৰ স্থানত কাৰ্যকৰী হ’ব
02.04 আমি জানো যে 0, 1,আৰু 2 হৈছে বিশিষ্ট file descriptors (ফাইল দেচক্ৰিপটৰচ)
02.09 যি কোনো নতুনকৈ খোলা ফাইলৰ বাবে, আমাৰ ওচৰত অতিৰিক্ত file descriptors (ফাইল দেচক্ৰিপটৰচ) 3 ৰ পৰা 9লৈকে আছে
02.19 ইয়াত, 3 টো হৈছে file descriptor (ফাইল দেচক্ৰিপটৰ)
02.22 ই আউতপুতটো output(আউতপুত) dot(দত) txt ফাইলটোত লিখিব
02.30 "Welcome to BASH learning" (ওৱেলকাম টু বেচ লাৰনিং) ষ্ট্ৰিংটো output(আউতপুত) dot(দত) txt ফাইলটোলৈ পঠোৱা হৈছে
02.36 এইটো file(ফাইল) descriptor(দেচক্ৰিপটৰ) 3ৰ দ্বাৰা কৰা হয়
02.42 এইটো ফাইল এটালৈ ষ্ট্ৰিংগ এটা ৰিদাইৰেক্ত কৰাৰ সৈতে একে
02.49 প্ৰতিটো নতুন ষ্ট্ৰিংগ ফাইলটোলৈ সংযুক্ত হ’ব
02.52 উদাহৰণ স্বৰূপে:
02.54 আমি output(আউতপুত) dot(দত) txt ফাইলত বৰ্তমান system date (চিষ্টেম দেত)টো সংযুক্ত কৰিম
03.00 গাঠণিটো হৈছে: date(দেত) SPACE(স্পেছ) greater-than symbol(গ্ৰেটাৰ দেন চিহ্ন) ampersand sign(এম্পাৰচেন্দ চিহ্ন) 3
03.13 ইয়াত আমি file(ফাইল) descriptor(দেচক্ৰিপটৰ)টো বন্ধ কৰো
03.16 এই শাৰীটোৰ পাছত, descriptor (দেচক্ৰিপটৰ)টোৱে output(আউতপুত) dot(দত) txt ফাইলটোত একো লিখিব নোৱাৰিব
03.23 আহক ক’ডটো কাৰ্যকৰী কৰো আৰু আউতপুতটো চাওঁ
03.26 CTRL+ALT+T কীজ ব্যৱহাৰ কৰি টাৰ্মিনেলটো খোলক
03.34 লিখক: chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) fdassign dot(দত) sh
03.41 লিখক: dot(দত) slash(শ্লাচ) fdassign dot(দত) sh
03.46 এতিয়া আমি cat(কেত) space(স্পেছ) output(আউতপুত) dot(দত) txt লিখি আউতপুতটো পৰীক্ষা কৰো
03.56 আমি দেখিছো যে Welcome to BASH learnin(ওৱেলকাম টু বেচ লাৰনিং) আৰু বৰ্তমান system date(চিষ্টেম দেত)টো দৰ্শিত হৈছে
04.05 এদিতৰটোলৈ ঘূৰি যাওঁ আহক
04.11 এতিয়া মই দেচক্ৰিপটৰটো বন্ধ হোৱাৰ পাছত শেষত echo (ইক’) লিখিম
04.17 লিখক: echo(ইক’) দ্বৈত উৰ্ধকমাৰ ভিতৰত Hi উৰ্ধকমাৰ পাছত space(স্পেছ) greater than (গ্ৰেটাৰ দেন চিহ্ন) ampersand (এম্পাৰচেন্দ চিহ্ন) 3
04.31 ছেভত টিপক
04.35 আহক স্ক্ৰিপ্তটো আকৌ এবাৰ কাৰ্যকৰী কৰো আৰু কি হয় চাওঁ
04.38 টাৰ্মিনেলত, আপ এৰ’ কীটো দুবাৰ টিপি পূৰ্বৰ dot(দত) slash(শ্লাছ) fdassign dot(দত) sh কমান্ডটো পুনৰ মাতক
04.50 এন্টাৰ টিপক
04.52 আমি এটা ভুল দেখিম
04.55 Bad(বেদ) file(ফাইল) descriptor(দেচক্ৰিপ্তৰ)
04.58 আহক এই ভুলটো ঠিক কৰো
05.00 এদিতৰটোলৈ ঘূৰি আহক
05.03 মই ক’ডটোৰ শেষ শাৰীটো কাট কৰিম আৰু ইয়াক date command(দেত কমান্ড)টোৰ তলত পেষ্ট কৰিম
05.11 ছেভত টিপক
05.13 আহক ক’ডটো আকৌ এবাৰ কাৰ্যকৰী কৰো । টাৰ্মিনেলত
05.19 পূৰ্বৰ dot(দত) slash(শ্লাচ) fdassign.sh কমান্ডটো পুনৰ মাতক
05.24 এন্টাৰ টিপক
05.26 এতিয়া output(আউত্পুত) dot(দত) txt ফাইলটো খোলক
05.29 লিখক: cat(কেত) space(স্পেছ) output(আউতপুত) dot(দত) txt
05.41 আমি আউতপুতটো চাব পাৰো
05.43 ষ্ট্ৰিংগ Hi টো শেষত দৰ্শিত হৈছে
05.49 এতিয়া আমি ইনপুত ফাইলটোত file descriptor(ফাইল দেচক্ৰিপ্তৰ)টো সংযুক্ত কৰিম
05.54 আহক আমি উদাহৰণ এটা চাওঁ
05.56 মোৰ fdread dot(দত) shনামৰ ফাইল এটা আছে
06.03 আহক ইয়াৰ দ্বাৰা আগবাঢ়ো
06.07 এইটো হৈছে exec কমান্ড
06.13 ইয়াত আমি output(আউতপুত) dot(দত) txt ফাইলটো পঢ়িম
06.19 exec 3 lesser(লেচাৰ) than(দেন) symbol(চিম্বল) output(আউতপুত) dot(দত) txt শাৰীটোৱে পঢ়িবৰ বাবে ফাইলটো খুলিব
06.30 cat(কেত) কমান্ডটোৱে ফাইলটোৰ বিষয় বস্তুটো দৰ্শিত কৰিব
06.35 আৰু অৱশেষত আমি file descriptor (ফাইল দেচক্ৰিপ্তৰ)টো বন্ধ কৰিম
06.39 এতিয়া আহক এই shell script (চেল স্ক্ৰিপ্ত)টো কাৰ্যকৰী কৰো
06.42 টাৰ্মিনেলত, মই প্ৰমপ্তটো খালি কৰো
06.47 লিখক: chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) fdread dot(দত) sh
06.55 লিখক dot(দত) slash(শ্লাচ) fdread dot(দত) sh
07.01 আমি টাৰ্মিনেলত আউতপুতটো চাব পাৰো
07.05 output(আউতপুত) dot(দত) txtৰ বিষয় বস্তুটো দৰ্শিত হৈছে
07.10 ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
07.13 আমাৰ শ্লাইড সমূহলৈ ঘূৰি আহো
07.16 আহক আমি মূলভাৱ চাওঁ
07.17 এই টিউটৰিয়েলত আমি শিকিলো,
07.19 * output file descriptor (আউতপুত ফাইল দেচক্ৰিপটৰ)টো সংযুক্ত কৰিবলৈ
07.22 * input file descriptor (ইনপুত ফাইল দেচক্ৰিপটৰ)টো সংযুক্ত কৰিবলৈ
07.26 *file descriptor (ফাইল দেচক্ৰিপটৰ)টো বন্ধ কৰিবলৈ
07.28 এটা অনুশিলনী হিচাবে,
07.30 file descriptors (ফাইল দেচক্ৰিপটৰচ) ব্যৱহাৰ কৰি test(টেষ্ট) dot(দত) txtটোত কিছু শাৰী সংযুক্ত কৰিবলৈ চেষ্টা কৰক
07.36 file descriptors (ফাইল দেচক্ৰিপটৰচ) ব্যৱহাৰ কৰি ফাইলটোৰ বিষয় বস্তুটো দৰ্শিত কৰক
07.41 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
07.45 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
07.48 আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব
07.53 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
07.58 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
08.02 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
08.10 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
08.14 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
08.22 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org\NMEICT-Intro
08.28 স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দল সমূহে অৱ্দান(contributed) দিছে
08.33 মই মৌচুম হাজৰিকা
08.37 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi