Difference between revisions of "BASH/C3/Recursive-function/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border= 1 | '''Time''' | '''Narration''' |- | 00:01 |মৰমৰ বন্ধুসকল, ৰিকাৰ্চিভ ফাংচন(''' Recursive function''')ৰ স...")
 
Line 21: Line 21:
 
|-
 
|-
 
|00:15
 
|00:15
|এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ চেল স্ক্ৰিপতিং ইন বেচ ('''Shell Scripting''' in''' BASH''')জ্ঞান থাকিব লাগিব
+
|এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ বেচত চেল স্ক্ৰিপতিঙৰ ('''Shell Scripting''' in''' BASH''') জ্ঞান থাকিব লাগিব
  
 
|-
 
|-

Revision as of 03:07, 7 April 2015

Time Narration
00:01 মৰমৰ বন্ধুসকল, ৰিকাৰ্চিভ ফাংচন( Recursive function)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:07 এই টিউটৰিয়েলটোত, আমি শিকিম,
00:10 ৰিকাৰ্চিভ ফাংচন ( Recursive function) এটা কি হয়?
00:12 কিছু উদাহৰণৰ সহায়ত
00:15 এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ বেচত চেল স্ক্ৰিপতিঙৰ (Shell Scripting in BASH) জ্ঞান থাকিব লাগিব
00:20 যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক http://www.spoken-tutorial.org
00:27 এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো
00:29 Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System)
00:33 আৰু GNU BASH(বেচ) তাঙৰণ 4.2
00:37 অনুগ্ৰহ কৰি মন কৰিব,GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে
00:44 আহক আমি চাওঁ এটা ৰিকাৰ্চিভ ফাংচন ( Recursive function) কি হয়?
00:48 এটা ৰিকাৰ্চিভ ফাংচন (recursive function) হৈছে যি নিজকে কল কৰে
00:52 ৰিকাৰ্চন (Recursion ) হৈছে জটিল এলগৰিথিমক সৰল কৰিবলৈ এটা সহায়্কাৰী কৌশল
00:59 মই factorial(ফেক্তৰিয়েল).sh নামৰ ফাইল এটা খুলিম
01:04 মই কডটো এই ফাইলটোত লিখি থৈছো
01:07 এইটো হৈছে চিবেং শাৰী
01:10 ফেক্তৰিয়েল (factorial )টো হৈছে ফাংচন নেম (function name)
01:12 ইয়াৰ ভিতৰত,আমি “Inside factorial function” বাৰ্তা এটা ছপা কৰিম
01:19 এই ষ্টেতমেন্তটোৱে ইউজাৰৰ ইনপুত পঢ়িব আৰু মানটো ভেৰিয়েবল 'n' ত জমা কৰিব
01:26 ইয়াত আমাৰ ইফ-এলছ চৰ্ত (if-else condition) আছে
01:30 ইফ (If ) চৰ্তটোৱে 'n' ৰ মানটো শূণ্যৰ সমান হয় নেকি পৰীক্ষা কৰে
01:36 যদি সত্য হয়, ই "factorial value of n is 1" বাৰ্তাটো দৰ্শিত কৰিব
01:42 এইটো হৈছে ইফ (if) ষ্টেতমেন্তটোৰ এলছ (else) অংশ
01:46 ই ফেক্তৰিয়েল ফাংচন (factorial function)টোক কল কৰে
01:50 আৰু fi হৈছে ইফ-এলছ (if-else ) ষ্টেতমেন্তটোৰ শেষ
01:55 আহক আমি factorial(ফেক্তৰিয়েল).sh ফাইলটো ৰান কৰো
01:59 আপোনাৰ কীবৰ্ডত CTRL+ALT+T কীছ( keys) একেলগে টিপি টাৰমিনেল(terminal)টো খোলক
02:07 লিখক: chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) factorial(ফেক্তৰিয়েল) dot(দত) sh
02:15 এন্টাৰ(Enter) টিপক
02:17 লিখক dot(দত) slash(শ্লাছ) factorial(ফেক্তৰিয়েল).sh
02:21 এন্টাৰ(Enter) টিপক
02:24 আমি দেখিম "Enter the number"
02:26 মই 0 এন্টাৰ কৰিম
02:29 আউতপুত(output)টো দৰ্শিত হৈছে যে:
02:31 factorial value of 0 is 1
02:35 এতিয়া আপ এৰো (uparrow)কী টিপক । আগৰ কমান্ডটো পুনৰ মাতক
02:40 এন্টাৰ(Enter) টিপক
02:42 এইবাৰ,মই 5 এন্টাৰ কৰিম
02:45 এতিয়া আউতপুত(output)টো দৰ্শিত হৈছে যে:
02:47 Inside factorial function
02:51 আহক আমি ফেক্তৰিয়েল ফাংচন (factorial function)টোত কিছু অধিক যুক্তি সংযুক্ত কৰো
02:56 আমি সংখ্যা এটাৰ ফেক্তৰিয়েল (factorial)টো গণনা কৰিম
03:01 আমাৰ ক’ডটোলৈ ঘূৰি আহো
03:03 এতিয়া আহক আমি ফেক্তৰিয়েল ফাংচন (factorial function)টোৰ ভিতৰত থকা ইক’ ষ্টেতমেন্ত (echo statement )টো ক’ড ব্লকটোৰ সৈতে সলনি কৰো
03:10 ছেভ(Save)ত টিপক
03:13 temp (টেম্প)টো হৈছে এটা ভেৰিয়েবল আৰু ইউজাৰে এন্টাৰ কৰা মানটো জমা কৰে
03:19 ইফ (If ) চৰ্তটোৱে ভেৰিয়েবলটোৰ মানটো '1'ৰ সমান হয় নেকি পৰীক্ষা কৰে
03:25 যদি সত্য হয়, ই 1 ছপা কৰিব
03:29 এইটো হৈছে ইফ (if) ষ্টেতমেন্তটোৰ এলছ (else) অংশ
03:33 ই টেম্প(temp) ভেৰিয়েবলৰ মানৰ পৰা এক হ্ৰাস কৰে
03:37 আৰু ফলাফলটো ভেৰিয়েবল 'f'ত জমা কৰে
03:42 Variable(ভেৰিয়েবল) f এ ফেক্তৰিয়েল ফাংচন (factorial function)টোৰ আউতপুতটো জমা কৰে
03:46 এইটো এটা ৰিকাৰ্চিভ কল (recursive call)
03:50 ভেৰিয়েবল f আৰু tempৰ মান পূৰণ হয় আৰু f ত জমা হয়
03:57 তাৰপাছত আমি fৰ মানটো ছপা কৰো
04:00 ইফ­-এলচ (if-else) ষ্টেতমেন্ত আৰু ফাংচন (function)ৰ শেষ
04:05 এতিয়া আমাৰ শ্লাইডসমূহলৈ ঘূৰি আহো
04:08 আহক আমি প্ৰোগ্ৰামটোৰ প্ৰবাহ বুজো
04:12 #n মানটো ইউজাৰৰ পৰা লোৱা হৈছে যি হৈছে n
04:17 #যদি এন্টাৰ কৰা মানটো শূন্যৰ সমান হয়,তেন্তে ই এটা বাৰ্তা ছপা কৰে
04:24 #অন্যথা ই ফেক্তৰিয়েল (factorial) ফাংচনটোলৈ যায়
04:29 #ইয়াত,যদি মানটো একৰ সমান হয় ,তেন্তে ই মান এক বুলি ছপা কৰে
04:36 #যদি নহয়,ই এটা ৰিকাৰ্ছিভ কল (recursive call ) নিৰ্মান কৰে যেতিয়ালৈকে মানটো একৰ সমান নহয়
04:44 # তাৰপাছত,সকলো বিলাক মান পূৰণ হয় আৰু দৰ্শিত হয়
04:49 এতিয়া আমাৰ টাৰ্মিনেল (Terminal)লৈ ঘূৰি আহো
04:52 আপ এৰো (uparrow) কীটো টিপক
04:54 আগৰ কমান্ড ./factorial(ফেক্তৰিয়েল).sh ক পুনৰ মাতক
04:58 এন্টাৰ(Enter) টিপক
05:00 এতিয়া মই ইনপুট মান হিচাবে 5 এন্টাৰ কৰিম
05:05 আমি সংখ্যা 5 ৰ ফেক্তৰিয়েলটো (factorial ) পাম
05:08 সেইটো হৈছে 120
05:11 আমি টাৰ্মিনেলত প্ৰোগ্ৰামটোৰ প্ৰবাহটো চাব পাৰো । প্ৰোগ্ৰামটোৰ গতিটো বিশ্লেষণ আৰু চিহ্নিত কৰো
05:18 আমাৰ শ্লাইডসমূহলৈ ঘূৰি আহো
05:20 আহক আমি মূলভাৱ চাওঁ
05:21 এই টিউটৰিয়েলত, আমি শিকিলো,
05:23 ৰিকাৰ্চিভ ফাংচন ( Recursive function)
05:25 কিছু উদাহৰণৰ সহায়ত
05:28 এটা অনুশিলনী হিচাবে,
05:29 এটা প্ৰোগ্ৰাম লিখক য’ত ৰিকাৰ্চিভ ফাংচনটোৱে N টা সংখ্যাৰ যোগফলটো গণনা কৰে
05:36 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
05:39 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
05:43 আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
05:47 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
05:53 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
05:58 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
06:06 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
06:10 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
06:18 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org\NMEICT-Intro
06:24 স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দলসমূহে অৱ্দান(contributed) দিছে
06:29 মই মৌচম হাজৰিকা
06:33 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9