BASH/C3/More-on-functions/Assamese

From Script | Spoken-Tutorial
Revision as of 03:23, 16 March 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 ম’ৰ অন ফাংচনচৰ (More on functions ) স্প’কেন টিউটৰিয়েললৈ স্বাগতম
00:06 এই টিউটৰিয়েলটোত, আমি শিকিম
00:09 function(ফাংচন) এটালৈ আৰগুমেন্ত (argument) এটা পঠাবলৈ
00:11 এটা function(ফাংচন)ৰ ভিতৰত local variable(ল’কেল ভেৰিয়েবল) সূচিত কৰিবলৈ আৰু
00:16 এটা function(ফাংচন)ত global variable(গ্ল’বেল ভেৰিয়েবল) সূচিত কৰিবলৈ
00:19 কিছু উদাহৰণৰ সহায়ত
00:23 এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ চেল স্ক্ৰিপতিং ইন বেচ (Shell Scripting in BASH)ৰ জ্ঞান থাকিব লাগিব
00:28 যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক, (http://www.spoken-tutorial.org)
00:35 এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো
00:37 Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম (Operating System)
00:42 GNU BASH(বেচ) তাঙৰণ 4.2
00:45 অনুগ্ৰহ কৰি মন কৰিব,GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় এই টিউট’ৰিয়েলটো অভ্যাসৰ বাবে
00:52 আহক আমি প্ৰথমে শিকো এটা ফাংচনলৈ আৰগুমেন্ত (argument) এটা কেনেকৈ পঠাব পাৰি আৰু ইয়াৰ ব্যৱ্হাৰ
00:59 মই এটা ফাইল 'function(ফাংচন)_(আন্দাৰস্ক’ৰ) parameters(পাৰামিটাৰচ).sh' খুলিম
01:05 এইটো হৈছে চিবেং শাৰী (shebang line)
01:08 আমাৰ ফাংচন নামটো (function name) হৈছে say_(আন্দাৰস্ক’ৰ) welcome(ওৱেলকাম)
01:13 আৰম্ভণি মাজু বন্ধনীয়ে ফাংচন দেফিনেচন (function definition)টো খোলে
01:18 $(ডলাৰ)1 টো হৈছে প্ৰথম প’জিচনেল পাৰামিটাৰ (positional parameter)
01:22 $(ডলাৰ)2 টো হৈছে দ্বিতীয় প’জিচনেল পাৰামিটাৰ (positional parameter)
01:26 সামৰণি মাজু বন্ধনীয়ে ফাংচন দেফিনেচন (function definition)টো বন্ধ কৰে
01:30 ইয়াত, 'say_welcome(ওৱেলকাম)' ফাংচনটো আৰগুমেন্তচ (arguments)ৰ সৈতে মতা হৈছে
01:35 গাঠণিটো হৈছে, function name(ফাংচন নেম) যিটো হৈছে say welcome(ওৱেলকাম) ... দ্বৈত উৰ্ধক’মাৰ ভিতৰত আৰগুমেন্তচ (arguments)ৰে অনুসৰণ কৰি যিটো হৈছে Bash(বেচ) আৰু learning(লাৰনিং)
01:49 এটা অনুৰূপ পদ্ধতিত, মই এযোৰা পৃথক আৰগুমেন্তচৰ সৈতে একেটা ফাংচনক মাতিম । গতিকে, মোৰ say_welcome(ওৱেলকাম) space(স্পেছ) দ্বৈত উৰ্ধকমাৰ ভিতৰত functions in(ফাংচনচ ইন) space(স্পেছ) আৰু দ্বৈত উৰ্ধকমাৰ ভিতৰত Bash(বেচ) আছে
02:05 ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেলটোলৈ যাওঁক
02:08 লিখক chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) function(ফাংচন) underscore(আন্দাৰস্ক’ৰ) parameters(পাৰামিটাৰচ) dot(দত) sh
02:17 এন্টাৰ (Enter) টিপক
02:19 লিখক dot(দত) slash(শ্লাচ) function(ফাংচন) underscore(আন্দাৰস্ক’ৰ) parameters(পাৰামিটাৰচ) dot(দত) sh
02:26 এন্টাৰ (Enter) টিপক
02:28 আমি দেখিছো যে প’জিচনেল পাৰামিটাৰচ (positional parameters) সমূহ ফাংচনটোলৈ পঠোৱা আৰগুমেন্তচৰ দ্বাৰা প্ৰতিস্থাপিত হৈছে
02:36 Dollar(ডলাৰ) 1($1)টো ষ্ট্ৰিং বেচৰ (Bash) দ্বাৰা আৰু Dollar(ডলাৰ) 2($2)টো learning(লাৰনিং)ৰে প্ৰতিস্থাপিত হৈছে
02:45 তাৰপাছত আকৌ, Dollar(ডলাৰ) 1($1)টো functions in(ফাংচনচ ইন)ৰ দ্বাৰা আৰু Dollar(ডলাৰ) 2($2)টো বেচ (Bash)ৰে প্ৰতিস্থাপিত হৈছে
02:55 বেচত (Bash), ভেৰিয়েবলচক local variables (ল’কেল ভেৰিয়েবলচ) আৰু global variables (গ্ল’বেল ভেৰিয়েবলচ) হিচাবে ডিক্লেয়াৰ কৰিব পাৰি
03:01 Local variable (ল’কেল ভেৰিয়েবল):
03:03 ইয়াৰ মানটো ফাংচনটোৰ ভিতৰত বৈধ হ’ব য’ত ইয়াক সূচিত কৰা হৈছে
03:10 Local variables(ল’কেল ভেৰিয়েবল) সমূহ local(ল’কেল) কীৱৰ্ড ব্যৱ্হাৰ কৰি ডিক্লেয়াৰ কৰা হয়
03:15 Global variable (গ্ল’বেল ভেৰিয়েবল)
03:17 global variable (গ্ল’বেল ভেৰিয়েবল) এটাৰ মানটো এটা বেচ স্ক্ৰিপ্তত সম্পূৰ্ণৰূপে প্ৰৱেশ কৰিব পাৰে
03:24 আহক আমি ফাংচন এটাৰ ভিতৰত ভেৰিয়েবল এটা ডিক্লেয়াৰ কৰিবলৈ এই পদ্ধতি দুটা শিকো
03:29 মই function(ফাংচন)_(আন্দাৰস্ক’ৰ)local(ল’কেল).sh' নামৰ ফাইল এটা খুলিম
03:35 এইটো হৈছে চিবেং শাৰী (shebang line)
03:39 ফাংচন নেম হৈছে say_(আন্দাৰস্ক’ৰ) hello(হেল্ল’)
03:43 ইয়াত, variable(ভেৰিয়েবল) first_name(ফাৰ্চত_নেম)ক local(ল’কেল) কীৱৰ্ডৰ সৈতে ডিক্লেয়াৰ কৰা হৈছে
03:49 যি বুজায়, ইয়াৰ মানটো কেৱল মাত্ৰ say_hello(হেল্ল’) ফাংচনটোৰ ভিতৰতহে বৈধ হ’ব
03:55 কোনো কীৱৰ্ড নোহোৱাকৈ ডিক্লেয়াৰ কৰা ভেৰিয়েবল এটাই, এটা Global variable (গ্ল’বেল ভেৰিয়েবল) হিচাবে আচৰণ কৰে
04:01 গতিকে, variable(ভেৰিয়েবল) last_name(লাষ্ট_নেম) টোৱে স্ক্ৰিপ্তটোত সম্পূৰ্ণৰূপে প্ৰৱেশ কৰিব পাৰে
04:08 এই echo(ইক’) শাৰীটোত, আমি ভেৰিয়েবলচৰ মানটো দৰ্শিত কৰিম
04:12 first_name(ফাৰ্চত_নেম),
04:14 middle_name (মিদল_নেম)
04:15 আৰু last_name(লাষ্ট_নেম)
04:17 ইয়াৰ পাছত, আমি ফাংচনটো বন্ধ কৰো
04:21 এতিয়া, ইয়াত ভেৰিয়েবল middle_name(মিদল_নেম)টো কীৱৰ্ড নোহোৱাকৈ ডিক্লেয়াৰ হৈছে । গতিকে, সম্পূৰ্ণ স্ক্ৰিপ্তটোত ইয়াত মানটো গ্ল’বেল (global) হ’ব
04:30 আকৌ এবাৰ, আমি ইয়াত ফাংচনটো মাতিম
04:34 আমি এই ফাংচন কল (function call)টোলৈ “Pratik”(প্ৰতিক) আৰু “Patil” (পাটিল) নামেৰে দুটা আৰগুমেন্তচ পঠাওঁ
04:41 এই echo statements(ইক’ ষ্টেতমেন্তচ)য়ে ভেৰিয়েবলচৰ মানটো দৰ্শিত কৰিব
04:45 $first_name(ফাৰ্চত নেম),
04:46 $middle_name(মিদল নেম) আৰু $last_name(লাষ্ট নেম)
04:51 অনুগ্ৰহ কৰি মনত ৰাখিব যে variable(ভেৰিয়েবল) first_name(ফাৰ্চত নেম) হৈছে এটা local variable (ল’কেল ভেৰিয়েবল)
04:57 ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেলটোলৈ যাওঁক
05:00 লিখক chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) function(ফাংচন) underscore(আন্দাৰস্ক’ৰ) local(ল’কেল) dot(দত) sh
05:09 এন্টাৰ (Enter) টিপক
05:11 লিখক dot(দত) slash(শ্লাচ) function(ফাংচন) underscore(আন্দাৰস্ক’ৰ) local(ল’কেল) dot(দত) sh
05:16 এন্টাৰ (Enter) টিপক
05:18 আউতপুতটোৰ প্ৰথম শাৰীটোৱে Hello(হেল্ল’) Pratik(প্ৰতিক) K Patil(পাটিল) বাৰ্তাটো দৰ্শিত কৰে
05:25 ইয়াত, Pratik(প্ৰতিক) মানটো ধৰি থকা first_name(ফাৰ্চত নেম) ভেৰিয়েবলটো local(ল’কেল) হয়
05:31 যি বুজায় মানটো ফাংচনটোলৈ সীমিত হয়
05:35 এতিয়া,আহক ফাংচনটোৰ বাহিৰত local variable (ল’কেল ভেৰিয়েবল)টোৱে কেনেকৈ আচৰণ কৰে চাওঁ
05:41 ইয়াত, first_name(ফাৰ্চত নেম)ত একো দৰ্শিত হোৱা নাই
05:44 এইটো এইকাৰণেই যে ফাংচনটোলৈ first_name(ফাৰ্চত নেম)ৰ মানটো হৈছে local(ল’কেল) আৰু ই ফাংচনটোৰ বাহিৰত উপলব্ধ নহয়
05:53 middle_name(মিদল নেম) আৰু last_name(লাষ্ট নেম) ছপা হয় যিহেতু সিহঁত global variables(গ্ল’বেল ভেৰিয়েবলচ) হয়
05:59 আশা কৰো পাৰ্থক্যটো আপোনালোকৰ বাবে স্পষ্ট হৈছে
06:02 আহক আমি এতিয়া মূলভাৱ চাওঁ
06:04 এই টিউটৰিয়েলত, আমি শিকিলো
06:07 function(ফাংচন) এটালৈ আৰগুমেন্তচ (arguments) পঠাবলৈ । এটা function(ফাংচন)ত local variable(ল’কেল ভেৰিয়েবল) ডিক্লেয়াৰ কৰিবলৈ
06:14 কিছু উদাহৰণৰ সহায়ত
06:20 এটা অনুশিলনী হিচাবে
06:22 এটা প্ৰোগ্ৰাম লিখক,
06:23 য’ত ফাংচনটোৱে দুটা আৰগুমেন্তচ গ্ৰহণ কৰে । ফাংচনটোৱে আৰগুমেন্তচ দুটাক পূৰণ কৰিব লাগিব
06:31 (1, 2), (2, 3) আৰু (3, 4) আৰগুমেন্তচৰ সৈতে তিনিটা function calls(ফাংচন কলচ) বনাওক
06:39 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
06:43 আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব
06:51 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
07:00 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
07:07 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
07:11 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org\NMEICT-Intro
07:26 স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দল সমূহে অৱ্দান(contributed) দিছে
07:31 মই মৌচম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi