Difference between revisions of "BASH/C3/More-on-Redirection/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| Border=1 |'''Timee''' |'''Narration''' |- | 00:01 |মৰমৰ বন্ধুসকল, ম’ৰ অন ৰিদাইৰেকচন ('''More on redirection''')ৰ...")
 
Line 21: Line 21:
 
|-
 
|-
 
| 00:19
 
| 00:19
| এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ চেল স্ক্ৰিপতিং ইন বেচ ('''Shell Scripting''' in''' BASH''')ৰ  জ্ঞান থাকিব লাগিব
+
|এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ বেচত চেল স্ক্ৰিপতিঙৰ ('''Shell Scripting''' in''' BASH''') জ্ঞান থাকিব লাগিব
  
 
|-
 
|-

Revision as of 03:11, 7 April 2015

Timee Narration
00:01 মৰমৰ বন্ধুসকল, ম’ৰ অন ৰিদাইৰেকচন (More on redirection)ৰ স্প’কেন টিউটৰিয়েললৈ স্বাগতম
00:07 এই টিউটৰিয়েলটোত, আমি শিকিম standard error(ষ্টেনদাৰ্দ এৰ’ৰ) আৰু output(আউতপুত) দুয়োটাৰে Redirection(ৰিদাইৰেকচন)
00:13 redirected(ৰিদাইৰেক্তেদ) output(আউতপুত)ৰ সংযোজন (Appending)
00:15 কিছু উদাহৰণৰ সহায়ত
00:19 এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ বেচত চেল স্ক্ৰিপতিঙৰ (Shell Scripting in BASH) জ্ঞান থাকিব লাগিব
00:25 যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক http://www.spoken-tutorial.org
00:30 এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম (Operating System)
00:35 GNU BASH(বেচ) তাঙৰণ 4.2
00:39 অনুগ্ৰহ কৰি মন কৰিব,GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে
00:46 এটা আগতীয়া টিউট’ৰিয়েলত, আমি standard output(ষ্টেনদাৰ্দ আউতপুত) আৰু standard errors(ষ্টেনদাৰ্দ এৰ’ৰচ)ৰ বিষয়ে শিকিছিলো
00:52 stderr আৰু stdout দুয়োটা একেটা ফাইললৈ ৰিদাইৰেক্ত কৰিব পাৰি
00:58 এইটো বিভিন্ন ধৰণে কৰিব পাৰি
01:01 আমি এই টিউট’ৰিয়েলটোত ৰিদাইৰেকচনৰ দুটা অতি দৰকাৰী পদ্ধতি সামৰিম
01:08 standard output(ষ্টেনদাৰ্দ আউতপুত) আৰু error(এৰ’ৰ) দুয়োটাকে ৰিদাইৰেক্ত কৰিবলৈ প্ৰথম পদ্ধতিটো হৈছে &>(এম্পাৰচেন্দ)ৰ লগত গ্ৰেটাৰ-দেন চিহ্ন ব্যৱ্হাৰ কৰি
01:18 গাঠণিটো হৈছে Command(কমান্ড) space(স্পেছ) ampersand(এম্পাৰচেন্দ) greater than(গ্ৰেটাৰ দেন) space(স্পেছ) filename(ফাইলনেম)
01:25 মই redirect(ৰিদাইৰেক্ত).sh নামৰ ফাইল এটা খুলিম
01:30 মই এই ফাইলটোত কিছু ক’ড লিখি থৈছো
01:32 এইটো হৈছে চিবেং শাৰী (shebang line)
01:36 ls য়ে /usr আৰু /user নামৰ দাইৰেক্তৰি দুটাৰ দাইৰেক্তৰি বিষবস্তু সমূহ তালিকাভূক্ত কৰে
01:44 মন কৰিব যে /user দাইৰেক্তৰিটো উপলদ্ধ নহয়
01:48 গতিকে ls কমান্ডটোৱে এটা ভুল দিব
01:52 &(এম্পাৰচেন্দ)ৰ লগত গ্ৰেটাৰ দেন (greater than )এ out(আউত)_(আন্দাৰস্ক’ৰ)file(ফাইল).txtলৈ stdout আৰু stderr ৰিদাইৰেক্ত কৰিব
02:03 এতিয়া ফাইলটো ছেভ কৰক
02:05 আহক আমি redirect(ৰিদাইৰেক্ত).sh ফাইলটো ৰান কৰো
02:07 আপোনাৰ কীবৰ্ড (keyboard)ত একেলগে ctrl+alt+t কীচ টিপি টাৰ্মিনেলটো (terminal) খোলক
02:15 লিখক chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) redirect(ৰিদাইৰেক্ত) dot(দত) sh
02:23 এন্টাৰ (Enter) টিপক
02:25 লিখক dot(দত) slash(শ্লাচ) redirect(ৰিদাইৰেক্ত) dot(দত) sh
02:28 এন্টাৰ (Enter) টিপক
02:30 আমি out(আউত)_(আন্দাৰস্ক’ৰ) file(ফাইল).(দত)txt টো খুলি আউতপুতটো চাব পাৰিম
02:36 লিখক cat(কেত) space(স্পেছ) out(আউত)_(আন্দাৰস্ক’ৰ) file(ফাইল).(দত)txt
02:42 আমি error(এৰ’ৰ) আৰু output(আউতপুত) দুয়োটা চাব পাৰো
02:48 /user দাইৰেক্তৰিটোৰ বাবে ভুলটো এই ফাইলটোত ৰেকৰ্ড হয়
02:51 ই কয় যে '/user' দাইৰেক্তৰি পোৱা নগ’ল
02:56 /usrৰ বাবে দাইৰেক্তৰি বিষয়বস্তুটো দৰ্শিত হৈছে
03:00 অনুগ্ৰহ কৰি মন কৰিব যে /usr দাইৰেক্তৰিৰ বাবে বিষয়বস্তুটো আপোনাৰ চিষ্টেমত পৃথক হ’ব পাৰে
03:06 এতিয়া আহক এই ফাইলটো নাইকীয়া কৰো । গতিকে, টাৰ্মিনেলত লিখক rm space(স্পেছ) out(আউত)_(আন্দাৰস্ক’ৰ) file(ফাইল).(দত)txt
03:15 আন এটা পদ্ধতি হৈছে ফাইলনেমৰ পাছত 2 greater than(গ্ৰেটাৰ দেন) ampersand(এম্পাৰচেন্দ) 1 ব্যৱ্হাৰ কৰাতো
03:24 গাঠণিটো হৈছে command(কমান্ড) space(স্পেছ) greater than(গ্ৰেটাৰ দেন) filename(ফাইলনেম) space(স্পেছ) 2 greater than(গ্ৰেটাৰ দেন) ampersand(এম্পাৰচেন্দ) 1
03:33 আমি লগতে শ্লাচ দেভ শ্লাচ নাল (/dev/null) ফাইললৈও ৰিদাইৰেক্ত কৰিব পাৰো
03:39 আহক আমি শ্লাচ দেভ শ্লাচ নাল (/dev/null) ফাইলৰ বিষয়ে কিছু অধিক শিকো
03:45 এইটো এটা বিশেষ ধৰণৰ ফাইল
03:48 এইটো এটা নাল ফাইল (null file) বা এটা স্থান য’ত আমি যিকোনো বস্তু দাম্প (dump) কৰিব পাৰো
03:52 ই আউতপুতটো আৰু ভুল বাৰ্তাসমূহ সামৰে
03:57 ইয়াক লগতে bit bucket(বিত বাকেত) বুলিও কয়
04:00 এতিয়া আহক আমাৰ geditৰ ক’ডলৈ যাওঁ
04:04 আহক আমি standard output(ষ্টেনদাৰ্দ আউতপুত) আৰু error(এৰ’ৰ) দুয়োটাকে নাল ফাইলটোলৈ ৰিদাইৰেক্ত কৰো
04:11 মই এইশাৰী ক’ড ক’পি কৰিম আৰু ইয়াৰ ইয়াৰ তলত পেষ্ট কৰিম
04:16 আউতপুত আৰু এৰ’ৰ বাৰ্তা দুয়োটাকে প্ৰত্যাখ্যান কৰিব বিচাৰো
04:21 গতিকে মই ক’পি কৰা ক’ডটোৰ এই অংশটো সলাম । > (গ্ৰেটাৰ দেন) য়ে বুজায় truncate(ট্ৰানকেত) বা write(ৰাইট)
04:30 slash dev slash null(শ্লাচ দেভ শ্লাচ নাল) টো হৈছে নাল ফাইল 2>&1 (2 গ্ৰেটাৰ দেন এম্পাৰচেন্দ 1)
04:37 সংখ্যা “2” য়ে standard error(ষ্টেনদাৰ্দ এৰ’ৰ) standard output(ষ্টেনদাৰ্দ আউতপুত)লৈ ৰিদাইৰেক্ত কৰিব, সংখ্যা “1”ৰে প্ৰকাশিত হ’ব
04:45 এতিয়া ছেভত (Save) টিপক । ক’ডটো ছেভ কৰক
04:48 আহক আমি redirect(ৰিদাইৰেক্ত).sh ফাইলটো ৰান কৰো
04:52 টাৰ্মিনেলটোলৈ যাওঁক
04:54 আপ এৰ’ কীৰ সৈতে পূৰ্বৰ কমান্ডটো পুনৰ মাতক । dot(দত) slash(শ্লাচ) redirect(ৰিদাইৰেক্ত).sh আৰু এন্টাৰ টিপক
05:03 আমি cat(কেত) out(আউত)_(আন্দাৰস্ক’ৰ)file(ফাইল).(দত)txt লিখি আউতপুতটো চাব পাৰো
05:11 আমাৰ শ্লাইডসমূহলৈ ঘূৰি আহক
05:15 *আমি standard output(ষ্টেনদাৰ্দ আউতপুত) বা error(এৰ’ৰ)ক এটা ফাইলত ধৰি ৰাখিব লগতে সংযুক্ত কৰিব পাৰো
05:21 আউতপুতটো বা এৰ’ৰটো ফাইলটোৰ শেষত সংযুক্ত হ’ব
05:26 যদি ফাইলটো উপলদ্ধ নহয়, ই এটা নতুন ফাইল নিৰ্মাণ কৰিব
05:31 গাঠণিটো হৈছে command(কমান্ড) space(স্পেছ) greater than(গ্ৰেটাৰ দেন) greater than(গ্ৰেটাৰ দেন) space(স্পেছ) লগত filename(ফাইলনেম)
05:41 আহক আমি এইটো এটা উদাহৰণ ব্যৱ্হাৰ কৰি বুজো
05:45 মই redirect(ৰিদাইৰেক্ত).(দত)sh ফাইলটো খুলিম
05:49 এতিয়া, আহক ইয়াত লিখক date(দেত) space(স্পেছ) greater than(গ্ৰেটাৰ দেন) greater than(গ্ৰেটাৰ দেন) space(স্পেছ) out(আউত)_(আন্দাৰস্ক’ৰ) file(ফাইল).(দত)txt
06:00 'date(দেত)' কমান্ডটোৱে মাত্ৰ system date(চিষ্টেম দেত) টো আউতপুত হিচাবে দৰ্শিত কৰিব
06:06 আমি এই কমান্ডটো টাৰ্মিনেলত 'date(দেত)' লিখি পৰীক্ষা কৰিব পাৰো
06:11 টাৰ্মিনেলটোলৈ ঘূৰি আহক । লিখক date(দেত) আপুনি current date(কাৰেন্ট দেত) বুলি দৰ্শিত হোৱা system date(চিষ্টেম দেত) টো চাব পাৰে
06:23 date command(দেত কমান্ড)ৰ আউতপুতটো out(আউত)_ (আন্দাৰস্ক’ৰ)file(ফাইল).(দত)txt ফাইললৈ সংযুক্ত হ’ব
06:31 আমি এই ফাইলটো standard output(ষ্টেনদাৰ্দ আউতপুত) আৰু ls কমান্ডৰ ভুল ধৰি ৰাখিবলৈ ব্যৱ্হাৰ কৰো
06:39 ছেভত (Save) টিপক
06:40 টাৰ্মিনেলটোলৈ যাওঁক
06:43 এতিয়া আপ এৰ’ কী টিপক । পূৰ্বৰ dot(দত) slash(শ্লাচ) redirect(ৰিদাইৰেক্ত) dot(দত) sh কমান্ডটো পুনৰ মাতক
06:50 আৰু এন্টাৰ (Enter) টিপক
06:52 আহক আমি out(আউত)_(আন্দাৰস্ক’ৰ) file(ফাইল).(দত)txtটো খুলি আউতপুতটো পৰীক্ষা কৰো
06:59 লিখক cat(কেত) space(স্পেছ) out(আউত)_(আন্দাৰস্ক’ৰ) file(ফাইল).(দত)txt
07:05 পৰ্যবেক্ষণ কৰক যে 'date(দেত)' কমান্ডৰ আউতপুতটো ফাইলটোৰ শেষত সংযুক্ত হৈছে
07:12 ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
07:15 আহক আমি মূলভাৱ চাওঁ
07:17 এই টিউটৰিয়েলত আমি শিকিলো
07:19 standard error(ষ্টেনদাৰ্দ এৰ’ৰ) আৰু output(আউতপুত) দুয়োটাৰে Redirection(ৰিদাইৰেকচন) আৰু redirected(ৰিদাইৰেক্তেদ) output(আউতপুত)টোৰ সংযোজন (Appending) কৰিবলৈ
07:27 এটা অনুশিলনী হিচাবে,
07:29 কিছু বিষয়বস্তুৰ সৈতে X_(আন্দাৰস্ক’ৰ) file(ফাইল).(দত)txt ফাইল নিৰ্মাণ কৰক
07:34 out(আউত)_(আন্দাৰস্ক’ৰ) file(ফাইল).(দত)txt আৰু X_(আন্দাৰস্ক’ৰ) file(ফাইল).(দত)txt দুয়োটাৰে বিষয়বস্তু সমূহ এটা নতুন ফাইললৈ ৰিদাইৰেক্ত কৰক
07:44 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
07:47 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
07:51 আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব
07:56 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
08:06 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
08:13 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
08:17 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org/NMEICT-Intro
08:30 স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দল সমূহে অৱ্দান(contributed) দিছে
08:37 মই মৌচম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi, PoojaMoolya