BASH/C3/Arrays-and-functions/Assamese

From Script | Spoken-Tutorial
Revision as of 22:33, 14 May 2015 by Mausamh9 (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 মৰমৰ বন্ধুসকল, এৰে’জ এন্দ ফাংচনচ (Arrays & functions)ৰ স্প’কেন টিউটৰিয়েললৈ স্বাগতম
00:07 এই টিউটৰিয়েলটোত, আমি শিকিম,
00:11 এটা function (ফাংচন)লৈ এৰে (array) এটা পঠাবলৈ
00:14 এটা function (ফাংচন)ত exit (এক্সিত) ষ্টেতমেন্ত ব্যৱহাৰ কৰিবলৈ
00:17 এটা function (ফাংচন)ত return (ৰিটাৰ্ণ) ষ্টেতমেন্ত ব্যৱহাৰ কৰিবলৈ
00:20 কিছু উদাহৰণৰ সহায়ত
00:24 এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ চেল স্ক্ৰিপতিং (Shell Scripting)ৰ জ্ঞান থাকিব লাগিব
00:29 আপোনাৰ লগতে বেচত arrays (এৰেজ) আৰু if statement (ইফ ষ্টেতমেন্ত)ৰও জ্ঞান থাকিব লাগিব
00:36 যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক, http://www.spoken-tutorial.org
00:43 এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো
00:46 Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System)আৰু
00:50 GNU BASH(বেচ) তাঙৰণ 4.2
00:54 অনুগ্ৰহ কৰি মন কৰিব, GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় এই টিউট’ৰিৰেলটো অভ্যাসৰ বাবে
01:02 আহক প্ৰথমে ফাংচন এটালৈ এৰে এটা কেনেকৈ পঠোৱা হয় আৰু ইয়াৰ ব্যৱহাৰ শিকো
01:09 মই এটা ফাইল function(ফাংচন)_(আন্দাৰস্ক’ৰ)array(এৰে) dot(দত) sh খুলিম
01:15 এইটো হৈছে চিবেং শাৰী (shebang line)
01:18 আমাৰ ফাংচন (function) নামটো হৈছে array(এৰে)_(আন্দাৰস্ক’ৰ) display(দিচপ্লে)
01:22 আৰম্ভণি মাজুবন্ধনীয়ে function definition (ফাংচন দেফিনেচন)টো খোলে
01:27 Dollar(ডলাৰ) @(এত চিহ্ন)ৰ ব্যৱহাৰ এই শ্ৰেণীৰ পূৰ্বৰ টিউটৰিয়েলত ব্যাখ্যা কৰা হৈছিল
01:34 সাধাৰণতে, ইয়াক ফাংচন এটালৈ পঠোৱা সকলো আৰগুমেন্তক ছপা কৰিবলৈ ব্যৱহাৰ কৰা হয়
01:40 সৰু বন্ধনীৰ ভিতৰত থকা Dollar(ডলাৰ) @(এত চিহ্ন)ই ভেৰিয়েবল এৰে ('array') ত এৰে উপাদান সমূহ জমা কৰে
01:47 Dollar(ডলাৰ) আৰম্ভণি মাজু বন্ধনী array(এৰে) বৰ বন্ধনীৰ ভিতৰত @(এত চিহ্ন) সামৰণী মাজু বন্ধনী
01:55 এই শাৰী ক’ডে এৰে এটাৰ সকলো উপাদান দৰ্শিত কৰে
02:00 Dollar(ডলাৰ) আৰম্ভণি মাজু বন্ধনী এৰে বৰ বন্ধনীৰ ভিতৰত এক সামৰণী মাজু বন্ধনী
02:08 এই শাৰী ক’ডে এৰেটোৰ দ্বিতীয় উপাদানটো দৰ্শিত কৰে
02:14 Operating_systems (অপাৰেতিং চিষ্টেম)টো Ubuntu(উবুন্তো), Fedora(ফেদ’ৰা), Redhat(ৰেদহেট) আৰু Suse(চোছ) উপাদান সমূহৰ সৈতে ডিক্লেয়াৰ কৰা হৈছে
02:22 ইয়াত, এৰে অপাৰেতিং_চিষ্টেমচ (array operating_systems) টো ফাংচন এৰে _দিচপ্লে (array_display)লৈ পঠোৱা হৈছে
02:29 ফাংচন এটালৈ এৰে এটা পঠোৱাৰ গাঠণিতো হৈছে function_name(ফাংচন_ নেম) space(স্পেছ) ডলাৰ আৰম্ভণি মাজু বন্ধনী array_name(এৰে_ নেম) বৰ বন্ধনীৰ ভিতৰত @(এত চিহ্ন) সামৰণি মাজু বন্ধনী
02:45 আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহক
02:48 একেদৰে, colors(কালাৰ্চ)টো White(হোৱাইত), green(গ্ৰীণ), red(ৰেড) আৰু blue(ব্লো) উপাদান সমূহৰ সৈতে ডিক্লেয়াৰ কৰা হৈছে
02:57 ইয়াত array colors(এৰে কালাৰ্চ)টো এৰে_দিচপ্লে (array_display) ফাংচনটোলৈ পঠোৱা হৈছে
03:02 এতিয়া আহক ফাইলটো ছেভ কৰো আৰু টাৰ্মিনেলটোলৈ যাওঁ
03:07 লিখক chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) function(ফাংচন) underscore(আন্দাৰস্ক’ৰ) array(এৰে) dot(দত) sh
03:18 এন্টাৰ টিপক
03:19 লিখক dot(দত) slash(শ্লাচ) function(ফাংচন) underscore(আন্দাৰস্ক’ৰ) array(এৰে) dot(দত) sh
03:25 এন্টাৰ টিপক
03:27 আমি চাব পাৰো যে, এৰে অপাৰেতিং_চিষ্টেমচ (array operating_systems) আৰু কালাৰ্চ (colors) ৰ উপাদানসমূহ দৰ্শিত হৈছে
03:33 আৰু লগতে এৰে অপাৰেতিং_চিষ্টেমচ (array operating_systems) আৰু কালাৰ্চ (colors)ৰ দ্বিতীয় উপাদানটোও দৰ্শিত হৈছে
03:41 বেচ (Bash)ত, 'exit(এক্সিত)' আৰু 'return(ৰিটাৰ্ন)' ষ্টেতমেন্তচয়ে এটা ফাংচন বা এটা প্ৰোগ্ৰামৰ ষ্টেটাচ ক’ডটো দিয়ে
03:49 return(ৰিটাৰ্ন) ষ্টেতমেন্তটো স্ক্ৰিপ্তটোলৈ ঘূৰি যাব য’ৰ পৰা ইয়াক মতা হৈছিল
03:54 exit(এক্সিত) ষ্টেতমেন্তটোৱে সমষ্ট স্ক্ৰিপ্তটো য’ৰ পৰা সম্মুখীন হয় তাত শেষ কৰিব
04:01 আহক এটা ফাংচনৰ ভিতৰত return(ৰিটাৰ্ন) কৰিবলৈ এই পদ্ধতি দুটা শিকো
04:06 মই এটা ফাইল 'return(ৰিটাৰ্ণ)_exit(এক্সিত).sh' খুলিম
04:12 এইটো হৈছে চিবেং শাৰী (shebang line)
04:14 ফাংচন নামটো হৈছে return(ৰিটাৰ্ণ)_(আন্দাৰস্ক’ৰ) ফাংচন
04:18 আৰম্ভণি মাজুবন্ধনীয়ে function definition (ফাংচন দেফিনেচন)টো খোলে
04:22 এই if statement(ইফ ষ্টেতমেন্ত)টোৱে দুটা ভেৰিয়েবল তুলনা কৰে
04:27 যদি ভেৰিয়েবল দুটা সমান হয়, তেন্তে 'if'ত থকা কমান্ড বিলাক কাৰ্যকৰী হয়
04:33 এই echo statement(ইক’ ষ্টেতমেন্ত)টোৱে বাৰ্তাটো দৰ্শিত কৰে
04:36 "This is return function"
04:39 ৰিটাৰ্ণ 0ই নিয়ন্ত্ৰণটো (control) ফাংচনৰ পৰা মূখ্য প্ৰোগ্ৰামটোলৈ আতৰ কৰে ষ্টেতাচ ক’ড 0(শূণ্য)ৰ সৈতে
04:47 মন কৰিব যে এটা ফাংচনত ৰিটাৰ্ণ (return)ৰ পাছৰ ষ্টেতমেন্তসমূহ কাৰ্যকৰী নহ’ব
04:54 fiif ষ্টেতমেন্তৰ শেষটোক সূচায়
04:58 ইয়াত function (ফাংচন) নামটো হৈছে exit(এক্সিত)_(আন্দাৰস্ক’ৰ) ফাংচন
05:02 ইয়াত if ষ্টেতমেন্তটো্ৱে দুটা ভেৰিয়েবল তুলনা কৰে
05:06 যদি ভেৰিয়েবল দুটা সমান হয়, তেন্তে 'if'ত থকা কমান্ড বিলাক কাৰ্যকৰী হয়
05:14 এই echo(ইক’) ষ্টেতমেন্তটোৱে "This is exit function" বাৰ্তাটো দৰ্শিত কৰে
05:19 exit(এক্সিত) 0ই প্ৰোগ্ৰামটো বন্ধ কৰিব
05:23 fiএ এই if ষ্টেতমেন্তৰ শেষক সূচায়
05:27 এইটো হৈছে আৰগুমেন্ত 3 আৰু 3ৰ সৈতে এটা ফাংচন কল (function call )
05:33 "We are in main program" বাৰ্তাটো দৰ্শিত কৰে
05:38 এইটো হৈছে আৰগুমেন্ত 3 আৰু 3ৰ সৈতে আন এটা ফাংচন কল (function call)
05:44 এই echo(ইক’) ষ্টেতমেন্তটোৱে "This line is not displayed" বাৰ্তাটো দৰ্শিত কৰে
05:49 মন কৰিব যে exit(এক্সিত)এ প্ৰোগ্ৰামটো বন্ধ কৰিব
05:53 exit(এক্সিত)ৰ পাছত একো কাৰ্যকৰী নহব
05:58 ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেলটোলৈ যাওঁক
06:00 লিখক chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) return(ৰিটাৰ্ণ) underscore(আন্দাৰস্ক’ৰ) exit(এক্সিত) dot(দত) sh
06:09 এন্টাৰ টিপক
06:12 লিখক dot(দত) slash(শ্লাচ) return(ৰিটাৰ্ণ) underscore(আন্দাৰস্ক’ৰ) exit(এক্সিত) dot(দত) sh
06:18 এন্টাৰ টিপক
06:20 আউতপুতটোৱে দৰ্শিত ধৰণে বাৰ্তাটো দেখুৱাই
06:24 এতিয়া, আহক আমি প্ৰোগ্ৰামটোৰ প্ৰবাহ বুজো
06:27 নিয়ন্ত্ৰণটো (control) মূখ্য প্ৰোগ্ৰামটোত থাকিব, যিটো হৈছে স্ক্ৰিপ্তটো নিজে
06:33 function call (ফাংচন কল)টোৰ কাৰণে নিয়ন্ত্ৰণটো (control) return_function (ৰিটাৰ্ণ_ফাংচন)লৈ যায়
06:39 যিহেতু ভেৰিয়েবল দুটা সমান হয়, ই This is return function বাৰ্তাটো দৰ্শিত কৰে
06:47 তাৰপাছত ই return(ৰিটাৰ্ণ) 0ৰ সন্মুখীন হয় আৰু নিয়ন্ত্ৰণটো (control) ফাংচন (function)ৰ পৰা মূখ্য প্ৰোগ্ৰামটোত ফাংচন কল (function call)ৰ তলত থকা ষ্টেতমেন্তটোলৈ প্ৰবাহিত হয়
06:59 তেতিয়া ই We are in main program বাৰ্তাটো দৰ্শিত কৰে
07:03 তাৰপাছত, ফাংচন কল (function call)ৰ কাৰণে নিয়ন্ত্ৰণটো (control) exit_function(এক্সিত_ফাংচন)লৈ যায়
07:11 যিহেতু ভেৰিয়েবল দুটা সমান হয়, ই "This is exit function" বাৰ্তাটো দৰ্শিত কৰে
07:19 তেতিয়া ই exit(এক্সিত) 0ৰ সন্মুখীন হয় । ই প্ৰোগ্ৰামটো বন্ধ কৰিব
07:25 exit(এক্সিত)ৰ পাছত কোনো ষ্টেতমেন্ত কাৰ্যকৰী নহ’ব
07:30 লগতে, This line is not displayed ষ্টেতমেন্তটোও কাৰ্যকৰী নহ’ব
07:36 আশা কৰো পাৰ্থক্যটো আপোনালোকৰ বাবে স্পষ্ট হৈছে
07:39 আহক আমি এতিয়া মূলভাৱ চাওঁ
07:41 এই টিউটৰিয়েলটোত, আমি শিকিলো
07:44 এটা function (ফাংচন)লৈ এৰে (array) এটা পঠাবলৈ
07:47 এটা function (ফাংচন)ত exit (এক্সিত) ষ্টেতমেন্ত ব্যৱহাৰ কৰিবলৈ
07:50 এটা function (ফাংচন)ত return (ৰিটাৰ্ণ) ষ্টেতমেন্ত ব্যৱহাৰ কৰিবলৈ
07:53 কিছু উদাহৰণৰ সহায়ত
07:56 এটা অনুশিলনী হিচাবে
07:57 এটা প্ৰোগ্ৰাম লিখক,
07:58 য’ত এটা function (ফাংচন) এ এৰে (array) এটাত সকলো উপাদান সংলগ্ন কৰে । ফাংচনটোৱে উপাদান সমূহৰ যোগফলটো দৰ্শিত কৰিব লাগিব
08:07 (1, 2, 3) আৰু (4, 5, 6) এৰে (array) উপাদান সমূহৰ সৈতে দুটা ফাংচন কল (function call) নিৰ্মান কৰক
08:15 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব http://spoken-tutorial.org/What\_is\_a\_Spoken\_Tutorial
08:19 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
08:23 আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব
08:28 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
08:30 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
08:45 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
08:49 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org\NMEICT-Intro
09:04 স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দল সমূহে অৱ্দান(contributed) দিছে
09:10 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi