BASH/C2/String-and-File-attributes/Assamese

From Script | Spoken-Tutorial
Revision as of 02:50, 16 March 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 মৰমৰ বন্ধুসকল, ষ্ট্ৰিংগ এন্দ ফাইল এট্ৰিবিউতচ কম্পাৰিজন ইন বেচ (String and File Attributes comparison in Bash) ৰ স্প'কেন টিউট'ৰিয়েললৈ স্বাগতম
00:10 এই টিউট'ৰিয়েলটোত, আমি শিকিম
00:13 * String comparison (ষ্ট্ৰিংগ কম্পাৰিজন) আৰু File attributes comparison (ফাইল এট্ৰিবিউতচ কম্পাৰিজন)
00:18 আমি এইটো কিছু উদাহৰণ ব্যৱহাৰ কৰি কৰিম
00:22 এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱহাৰ কৰিছো
00:25 * Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System) আৰু
00:30 * GNU BASH(বেচ) তাঙৰণ 4.1.10
00:34 অনুগ্ৰহ কৰি মন কৰিব, GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় এই টিউট’ৰিয়েলটো অভ্যাসৰ বাবে
00:42 আহক আমি এটা পৰিচয়ৰে আৰম্ভ কৰো
00:45 ষ্ট্ৰিংগ (string) এটা বেচত (Bash) তুলনা কৰিবলৈ দুটা পদ্ধতি আছে
00:49 1) প্ৰথমতে(First): == (ইকুৱেল তু ইকুৱেল তু) অপাৰেতৰ(operator) ব্যৱহাৰ কৰি
00:53 দুটা ইকুৱেল ষ্ট্ৰিংগচ (equal strings) তুলনা কৰিবলৈ
00:56 2) দ্বিতীয়তে (Second): != (নত ইকুৱেল তু ) অপাৰেতৰ (operator)
00:59 দুটা নত ইকুৱেল ষ্ট্ৰিংগচ ( not equal strings) তুলনা কৰিবলৈ
01:03 আহক আমি এটা উদঘৰণ চাওঁ
01:06 ইয়াত মোৰ এটা সৰল প্ৰোগ্ৰাম আছে, যি ইউজাৰ ID পৰীক্ষা কৰে
01:11 আপোনাৰ এডিতৰত ফাইল এটা খোলক আৰু তাক strcompare dot(দত) sh হিচাবে ছেভ কৰক
01:19 এতিয়া, আপোনাৰ strcompare dot(দত) sh ফাইলত, ইয়াত দেখুৱাৰ দৰে ক’ডটো লিখক
01:26 মই ক’ডটো বৰ্ণনা কৰিম
01:28 এইটো হৈছে চিবেং শাৰী (shebang line)
01:31 whoami কমান্ডে বৰ্তমান ইউজাৰৰ username(ইউজাৰনেম) টো দিয়ে
01:36 if(ইফ) ষ্টেতমেন্তটোৱে whoami ভেৰিয়েবলটোৰ আউতপুতটোক string “root”(ষ্ট্ৰিংগ ৰোত)টোৰ বিৰুদ্ধে পৰীক্ষা কৰে
01:44 আমি ইয়াত ষ্ট্ৰিংগসমূহ (strings) তুলনা কৰিবলৈ not-equal to(নত ইকুৱেল তু ) অপাৰেতৰ ব্যৱহাৰ কৰিছো
01:50 যদি বৰ্তমান ইউজাৰটো root user(ৰোত ইউজাৰ) নহয়, তেন্তে ই এই ষ্টেতমেন্তটো echo(ইকৌ) কৰিব-
01:57 “You have no permission to run strcompare dot sh as non-root user”
02:05 ইয়াত $0 (ডলাৰ জিৰ’)টো হৈছে zeroeth(জিৰ’থ) আৰগুমেন্ত যি নিজে এটা ফাইলনাম হয়
02:13 যদি বৰ্তমান ইউজাৰটো root user(ৰোত ইউজাৰ) হয়, ই echo(ইকৌ) কৰিব - “Welcome root!”
02:18 তাৰপাছত আমাৰ প্ৰোগ্ৰামটোৰ বাবে exit(এক্সিত) ষ্টেতমেন্তটো আছে
02:23 আৰু ইয়াত আমি fi ৰে if(ইফ) ষ্টেতমেন্তটো শেষ কৰো
02:28 আহক আমি exit(এক্সিত) ষ্টেতমেন্তৰ বিষয়ে অধিক জানিবলৈ আমাৰ শ্লাইডসমূহলৈ যাওঁ
02:34 প্ৰত্যেক প্ৰোগ্ৰামে এটা exit status(এক্সিত ষ্টেটাচ) ঘূৰাই দিয়ে
02:38 এটা সফল কমান্ডে এটা 0 (শূণ্য) ঘূৰাই দিয়ে
02:42 এটা ভ্ৰান্ত (erroneous) কমান্ডে এটা non-zero(ন’ন জিৰ’) মান ঘূৰাই দিয়ে
02:47 ইয়াক এটা error code(এৰ’ৰ ক’ড) হিচাবে ব্যাখ্যা কৰিব পাৰি
02:51 আমি exit(এক্সিত) ষ্টেতমেন্তটোৰ ঘূৰাই দিয়া মানক সজাব (customize) পাৰো
02:56 এতিয়া, আহক প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
02:58 আপোনাৰ কীবৰ্ডত Ctrl+Alt আৰু T কীছ (keys) একেলগে টিপি টাৰ্মিনেলটো খোলক
03:08 প্ৰথমে, আহক চিষ্টেমটোৰ বৰ্তমান ইউজাৰটোক পৰীক্ষা কৰো
03:12 লিখক whoami
03:15 এন্টাৰ টিপক
03:17 ই বৰ্তমান ইউজাৰটোৰ নামটো আউতপুত দিব
03:21 এতিয়া আহক আমাৰ স্ক্ৰিপ্তটো এক্সিকিউটেবল বনাওঁ
03:25 লিখক chmod +x strcompare dot(দত) sh
03:32 লিখক dot(দত) slash(শ্লাচ) strcompare dot(দত) sh
03:37 আউতপুতটো দৰ্শিত হৈছে যে:
03:39 You have no permission to run dot slash strcompare dot sh as non-root user
03:47 এতিয়া আহক একেটা প্ৰোগ্ৰামকে root user(ৰোত ইউজাৰ) হিচাবে কাৰ্যকৰী কৰো
03:52 লিখক: sudo dot(দত) slash(শ্লাচ) strcompare dot(দত) sh
03:58 ই এটা পাচৱৰ্ডৰ বাবে সুধিব
04:01 ইয়াত আপোনাৰ পাচৱৰ্ড দিয়ক
04:04 আউতপুতটো দৰ্শিত হৈছে যে: Welcome root!
04:08 এতিয়া, আহক file attributes (ফাইল এট্ৰিবিউতচ) কম্পাৰিজনৰ বিষয়ে শিকো
04:13 মোৰ ইতিমধ্যে ক’ডটোৰ এটা কামকৰা উদাহৰণ আছে
04:17 এই প্ৰোগ্ৰামটোত, আমি এটা প্ৰদত্ত ফাইল আছেনে নাই পৰীক্ষা কৰিম
04:23 file1 টো হৈছে ভেৰিয়েবল য’ত আমি পাথ বা ফাইলটো ছেভ কৰিছো
04:29 -(হাইফেন) f কমান্ডে ফাইলটো আছেনে নাই পৰীক্ষা কৰে
04:33 আৰু এইটো এটা সাধাৰণ ফাইল হয়নে
04:37 যদি চৰ্তটো সত্য হয়, ই ইকৌ (echo) কৰিব "File exists and is a normal file"
04:44 নতুবা, ই ইকৌ (echo) কৰিব "File does not exis"
04:48 টাৰ্মিনেলটোলৈ ঘূৰি আহো, আহক আমাৰ ফাইলটো কাৰ্যকৰী কৰো
04:53 লিখক chmod plus(প্লাচ) x fileattrib dot(দত) sh
05:00 লিখক: dot(দত) slash(শ্লাচ) fileattrib dot(দত) sh
05:05 আউতপুতটো দৰ্শিত হৈছে যে:
05:07 File exists and is a normal file
05:11 এতিয়া আমি ফাইলটো খালি হয়নে নহয় পৰীক্ষা কৰিম
05:16 আমাৰ প্ৰোগ্ৰামটো কাৰ্যকৰী কৰাৰ আগতে, মই এটা empty(এম্পতি) dot(দত) sh নামৰ খালি ফাইল নিৰ্মাণ কৰিম
05:24 লিখক gedit empty(এম্পতি) dot(দত) sh এম্পাৰচেন্দ চিহ্ন(ampersand sign)
05:31 ছেভত (Save) টিপক, ফাইলটো বন্ধ কৰক
05:35 আহক আমি - (হাইফেন) f এত্ৰিব (attrib)ক - (হাইফেন) s এত্ৰিবিউতৰ (attribute) সৈতে স্থানান্তৰ কৰো
05:41 ইয়াতো লগতে ফাইলনামটো স্থানান্তৰ কৰক
05:45 লিখক empty(এম্পতি) dot(দত) sh
05:47 এতিয়া, প্ৰ্থম ইকৌ ষ্টেতমেন্তটো (echo statement) স্থানান্তৰ কৰক:
05:51 “File exists and is not empty”ৰ সৈতে
05:54 আৰু দ্বিতীয় ইকৌ ষ্টেতমেন্তটো (echo statement):
05:57 “File is empty”ৰ সৈতে
05:59 ছেভত (Save) টিপক
06:01 টাৰ্মিনেলটোলৈ ঘূৰি আহক
06:03 মই প্ৰমপ্তটো খালি কৰিম
06:06 আহক কাৰ্যকৰী কৰো
06:08 লিখক dot(দত) slash(শ্লাচ) fileattrib dot(দত) sh এন্টাৰ টিপক
06:13 আউতপুতটো হৈছে File is empty
06:17 এতিয়া, আহক আমি আন এটা ফাইল এত্ৰিবিউত চাওঁ, যি যিকোনো ফাইলৰ write permission(ৰাইত পাৰ্মিচন)টো পৰীক্ষা কৰিব
06:24 আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহক
06:26 আহক আমি - (হাইফেন) s এত্ৰিবিউতটো - (হাইফেন) wৰ সৈতে স্থানান্তৰ কৰো
06:32 এতিয়া প্ৰ্থম ইকৌ ষ্টেতমেন্তটো (echo statement) স্থানান্তৰ কৰক:
06:36 “User has write permission to this file”ৰ সৈতে
06:40 আৰু দ্বিতীয় ইকৌ ষ্টেতমেন্তটো (echo statement):
06:43 “User doesn't have write permission to this file”ৰ সৈতে
06:47 ছেভত (Save) টিপক
06:49 মই এই উদাহৰণটোৰ বাবে এটা বেলেগ ফাইল ব্যৱ্হাৰ কৰিম
06:53 মই এটা ফাইল নিৰ্বাচিত কৰিম, যিটো এটা পঢ়িবপৰা ফাইল নহয় বা যাৰ write permission(ৰাইত পাৰ্মিচন) নাই
07:01 মই filepath(ফাইলপাথ)টো সলাম
07:04 “slash(শ্লাচ) etc slash(শ্লাচ) mysql slash(শ্লাচ) debian(দেবিয়ান) dot(দত) cnf” লৈ
07:10 ছেভত (Save) টিপক
07:12 আহক আমাৰ প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
07:15 up-arrow key(আপ-এৰ’ কী)টো টিপক । এন্টাৰ টিপক
07:19 আমি দেখিছো আউতপুতটো দৰ্শিত হৈছে যে:
07:21 User doesn't have write permission to this file
07:26 এতিয়া, আহক আমি ফাইল এত্ৰিবিউতৰ ওপৰত ভিত্তি কৰি অন্য উদাহৰণ চাওঁ
07:31 এই উদাহৰণটোত, আমি file1টো file2ত্কৈ নতুন হয়নেকি পৰীক্ষা কৰিম
07:38 আহক আমি প্ৰোগ্ৰামটো চাওঁ
07:40 মন কৰিব যে আমাৰ ফাইলনামটো হৈছে fileattrib2 dot(দত) sh
07:46 আহক ক’ডটোৰ দ্বাৰা আগবাঢ়ো
07:48 ইয়াত আমাৰ দুটা ভেৰিয়েবল file1 আৰু file2 আছে
07:53 ফাইলদুটা ইতিমধ্যে নিৰ্মাণিত হৈছে আৰু খালি হয়
07:58 ইয়াত আমি file1টো file2ত্কৈ নতুন হয়নেকি পৰীক্ষা কৰিম
08:04 যদি চৰ্তটো সত্য হয়, আমি ছপা কৰিম file1 is newer than file2
08:09 নতুবা, file2 is newer than file1
08:14 এইটো হৈছে আনএটা ইফ ষ্টেতমেন্ত (if statement)
08:16 ইয়াত আমি file1টো file2তকৈ পুৰণা হয়নেকি পৰীক্ষা কৰিম
08:21 যদি চৰ্তটো সত্য হয়, আমি ছপা কৰিম file1 is older than file2
08:27 নতুবা, আমি ছপা কৰিম file2 is older than file1
08:32 আমাৰ টাৰ্মিনেলটোলৈ ঘূৰি আহক
08:35 প্ৰথমে, আমি empty1 dot(দত) sh ফাইলটো এডিত কৰিম
08:39 মই ইয়াত মাত্ৰ এটা ইকৌ ষ্টেতমেন্তটো (echo statement) সংলগ্ন কৰিম
08:42 লিখক: echo(ইকৌ) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত Hiii দ্বৈত উৰ্দ্ধক’মাৰ পাছত গ্ৰেটাৰ দেন চিহ্ন(greater than sign) empty(এম্পতি) one(ওৱান) dot(দত) sh । এন্টাৰ টিপক
08:53 এতিয়া, আহক আমাৰ স্ক্ৰিপ্তটো এক্সিকিউটেবল বনাওঁ
08:57 লিখক chmod plus(প্লাচ) x fileattrib2 dot(দত) sh
09:03 এতিয়া লিখক dot(দত) slash(প্লাচ) fileattrib2 dot(দত) sh
09:09 আমি আউতপুতটো দেখিম যে:
09:11 file1 is newer than file2
09:15 file2 is older than file1
09:19 এতিয়া আহক empty2 dot(দত) sh ফাইলটো এডিত কৰো
09:23 ইয়াতো মই এটা ইকৌ ষ্টেতমেন্তটো (echo statement) সংলগ্ন কৰিম
09:27 লিখক: echo(ইকৌ) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত How are you উৰ্দ্ধক’মাৰ পাছত (গ্ৰেটাৰ দেন চিহ্ন) > empty2 dot(দত) sh
09:38 মই প্ৰমপ্তটো খালি কৰিম
09:41 এতিয়া আহক আমাৰ স্ক্ৰিপ্তটো আকৌ কাৰ্যকৰী কৰো
09:45 up-arrow key(আপ-এৰ’ কী)টো টিপক
09:47 dot(দত) slash(শ্লাচ) fileattrib2 dot(দত) shলৈ যাওঁক, এন্টাৰ টিপক
09:53 এতিয়া আউতপুতটো দৰ্শিত হৈছে যে:
09:55 file2 is newer than file1
09:59 আৰু file1 is older than file2
10:03 ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
10:06 আহক আমি মূলভাৱ চাওঁ
10:08 এই টিউটৰিয়েলত আমি শিকিলো,
10:11 String comparison (ষ্ট্ৰিংগ কম্পাৰিজন)
10:12 file attributes (ফাইল এট্ৰিবিউতচ)
10:14 ==(ইকুৱেল তু ইকুৱেল তু)
10:16 != (নত ইকুৱেল তু)
10:17 -f (হাইফেন f)
10:18 -s(হাইফেন s)
10:19 -w(হাইফেন w)
10:21 -nt(হাইফেন nt)
10:22 আৰু -ot (হাইফেন ot) attributes (এট্ৰিবিউতচ)
10:25 এটা অনুশিলনী হিচাবে
10:26 কিছু অধিক এট্ৰিবিউতচ (attributes) অম্বেষণ কৰক
10:29 Ex: -r

-x

আৰু -o

10:33 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
10:36 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
10:40 আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব
10:45 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
10:47 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
10:51 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
10:55 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
11:02 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
11:06 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
11:14 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
11:19 স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দলে অৱ্দান (contributed) দিছে
11:25 মই মৌচম হাজৰিকা
11:29 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi, PoojaMoolya