BASH/C2/More-on-Arrays/Assamese

From Script | Spoken-Tutorial
Revision as of 03:08, 20 February 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search


Time Narration
00:02 ম’ৰ অন এৰেজ ইন বেচ(More on Arrays in BASH)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:07 এই টিউটৰিয়েলটোত,আমি শিকিম
00:10 * Array(এৰে) এটাৰ পৰা উপাদান( element) এটা নিষ্কাৰ্সন(Extract) কৰা
00:13 * Array(এৰে) এটাত উপাদান( element) এটা প্ৰতিস্থাপন(Replace) কৰা
00:16 * Array(এৰে) এটাত উপাদান( element) এটা সংলগ্ন কৰা আৰু
00:19 * Array(এৰে) এটাৰ পৰা উপাদান( element) এটা আতৰ কৰা
00:22 এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, আপুনি লিনাক্স অপাৰেটিং চিষ্টেম(Linux Operating System)ৰ সৈতে জ্ঞাত হ’ব লাগিব
00:28 যদি নহয়, সঙ্গত শিকনিৰ( relevant tutorials) বাবে অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক
00:34 এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো * Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 OS
00:41 আৰু * GNU Bash(বেচ) তাঙৰণ 4.1.10
00:45 GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে
00:50 আহক আমি চাও Array (এৰে) এটাৰ পৰা উপাদান( element) এটা কেনেকৈ নিষ্কাৰ্সন(Extract) কৰা হয়
00:55 * Array (এৰে) এটাৰ উপাদান( element)সমূহ যিকোনো স্থানৰ পৰা নিষ্কাৰ্সন(Extract) কৰিব পাৰি
01:00 * ইয়াত, স্থানটো হৈছে ইন্দেক্স নাম্বাৰ(index number)
01:04 * মন কৰিব যে ইন্দেক্স নাম্বাৰ(index number) সদায় শূণ্য( zero)ৰ পৰা আৰম্ভ হয়
01:09 গাঠণিতো তলত দিয়া ধৰণৰঃ
01:12 ArrayName(এৰে নেম) বৰ বন্ধনীৰ ভিতৰত At চিহ্ন ক’লন(colon) স্থান(position) ক’লন(colon) উল্লেখিত স্থানৰ পৰা নিষ্কাসিত হ’বলগা উপাদানৰ সংখ্যা
01:25 আহক আমি এটা উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰো
01:29 টাৰ্মিনেল(terminal) খুলিবলৈ আপোনাৰ কীবৰ্ড(keyboard)ত একেলগে Ctrl Alt আৰু T কী টিপক
01:37 লিখক: gedit space(স্পেছ) array2.sh space(স্পেছ) & (এম্পাৰচেন্দ) চিহ্ন । এন্টাৰ(Enter) টিপক
01:47 এতিয়া আপোনাৰ array2.sh ফাইল(file)ত ইয়াত দৰ্শিত ধৰণে ক’ডটো লিখক
01:54 মই প্ৰোগ্ৰামটো বৰ্ণনা কৰিম
01:56 এইটো এটা চিবেং শাৰী ( Shenbang line)
01:59 এই declare command(ডিক্লেয়াৰ কমান্ড)টোৱে Linux(লিনাক্স) নামৰ Array (এৰে) এটা ডিক্লেয়াৰ(declare) কৰে উপাদান(element)
02:06 * Debian, (দেবিয়ান)
02:07 * Redhat, (ৰেদহেট)
02:08 * Ubuntu(উবুন্তো) আৰু
02:09 * Fedora(ফেদ’ৰা)ৰ সৈতে
02:11 এই echo কমান্ড(command)টোৱে এৰে(array)টোত থকা সকলোবিলাক উপাদানৰ তালিকাখন ছপা কৰিব
02:16 পাছৰ echo কমান্ড(command)টোৱে নিষ্কাসিত উপাদানসমূহ ছপা কৰিব
02:21 ${Linux[@]:1:2} কমান্ড(command)টোৱে ইন্দেক্স (index) এক(one)ৰ পৰা আৰম্ভ কৰি দুটা উপাদান ছপা কৰিব যিটো হৈছে Redhat(ৰেদহেট)
02:34 এতিয়া টাৰ্মিনেল(Terminal)লৈ যাওঁ
02:36 প্ৰথমে ফাইল(file) টো এক্সিকিউটেবল বনাবলৈ লিখকchmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) array2.sh । এন্টাৰ(Enter) টিপক
02:50 লিখক: dot slash(দত শ্লাচ) array2.sh এন্টাৰ(Enter) টিপক
02:56 আমি আউতপুত(output)টো পাম - Original elements in an array Linux: Debian Redhat Ubuntu and Fedora
03:06 The two elements starting from index one(Redhat): Redhat and Ubuntu
03:12 আহক আমাৰ শ্লাইড সমূহলৈ ঘূৰি আহো
03:15 আমি চাম কেনেকৈ এৰে এটাত উপাদান এটা প্ৰতিস্থাপন কৰা হয়( “Replace an element in an Array”)
03:19 এৰে( Array) এটাৰ পূৰ্বস্থিত উপাদান এটা তলৰ গাঠণিটো ব্যৱ্হাৰ কৰি প্ৰতিস্থাপন কৰিব পাৰি
03:25 এৰেনেম(ArrayName) বৰ বন্ধনীৰ ভিতৰত n সমান একক উৰ্দ্ধকমাৰ ভিতৰত NewWord(নিউ ওৱৰ্ড)
03:34 ইয়াত nটো হৈছে index number(ইন্দেক্স নাম্বাৰ ) বা element number(এলিমেন্ট নাম্বাৰ)
03:38 আমাৰ টেকষ্ট এদিটৰ(text editor)লৈ ঘূৰি আহক
03:41 Linux[2]='Mandriva'(মেনড্ৰিভা)
03:45 এই কমান্ডটোৱে তৃতীয় উপাদান Ubuntu(উবুন্টো)ক Mandriva (মেনড্ৰিভা)ৰে প্ৰতিস্থাপন কৰিব
03:51 এই কমান্ডটোৱে প্ৰতিস্থাপনৰ পাছত এৰে লিনাক্স(array Linux)ৰ সকলো উপাদান দৰ্শিত কৰিব
03:58 আমাৰ টাৰ্মিনেল(Terminal)লৈ ঘূৰি আহক
04:01 আহক আকৌ কাৰ্যকৰী কৰো
04:04 ই প্ৰতিস্থাপনৰ পাছত সকলো বিলাক উপাদান দৰ্শিত কৰিবঃ Debian(দেবিয়ান) Redhat(ৰেদহেট) Mandriva(মেনড্ৰিভা) আৰু Fedora(ফেদ’ৰা)
04:12 এতিয়া শ্লাইড সমূহলৈ ঘূৰি আহো
04:14 কেনেকৈ এটা এৰে( array)ত উপাদান এটা সংযুক্ত কৰা হয় আমি চাম
04:18 ArrayName(এৰেনেম) সমান আৰম্ভণি সৰু বন্ধনী দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত ডলাৰ চিহ্ন আৰম্ভণি মাজু বন্ধনী ArrayName(এৰেনেম) আৰম্ভণি বৰবন্ধনী At চিহ্ন সামৰণি বৰবন্ধনী সামৰণি মাজুবন্ধনী

space(স্পেছ) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত New_Word_1 space(স্পেছ) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত New_Word_2 আৰু সামৰণি সৰুবন্ধনী

04:45 আহক আমাৰ উদাহৰণটোৰ সহায়ত ইয়াক বুজিবলৈ যত্ন কৰো
04:50 ক’ড ফাইল(code file)টোলৈ গতি কৰো
04:52 লক্ষনীয়(highlighted) কমান্ডটোৱে এৰে লিনাক্স(array Linux)লৈ এটা নতুন উপাদান (element) Suse(চোছে)ক যুক্ত(append )কৰিব
04:59 তেতিয়া আমি Suse(চোছে)ক যুক্ত কৰাৰ পাছত সকলো বিলাক উপাদানক echo কৰিম
05:05 টাৰ্মিনেল(Terminal)লৈ যাওঁ
05:07 মই প্ৰমপ্ত(prompt)টো খালি কৰিম
05:09 আমি প্ৰোগ্ৰামটো পুনৰ কাৰ্যকৰী কৰিম
05:12 Suse(চোছে)ক যুক্ত কৰাৰ পাছত আউতপুতটোৱে সকলো উপাদান দৰ্শিত কৰিব : Debian(দেবিয়ান) Redhat(ৰেদহেট) Mandriva(মেনড্ৰিভা) Fedora(ফেদ’ৰা) আৰু Suse(চোছে)
05:22 এতিয়া, আমাৰ শ্লাইড সমূহলৈ ঘূৰি আহো
05:24 আমি কেনেকৈ এটা এৰে(array)ৰ পৰা উপাদান এটা আঁতৰ কৰিব পাৰি চাম
05:29 তলৰ গাঠনি(syntax)টো ব্যৱ্হাৰ কৰি এৰে( array) এটাৰ পৰা উপাদান এটা আঁতৰ কৰিব পাৰি-
05:35 Unset(আনচেট) space(স্পেছ) ArrayName(এৰেনেম) আৰম্ভণি বৰবন্ধনী ইন্দেক্স নাম্বাৰ(index number) সামৰণি বৰবন্ধনী
05:44 আহক আমি ক’ড ফাইল(code file)টোলৈ গতি কৰো
05:46 ইয়াত আমি unset(আনচেট) command(কমান্ড)টো ব্যৱহাৰ কৰিছো
05:50 আৰু আমি এৰে লিনাক্স(array Linux)ৰ পৰা তৃতীয় উপাদান Mandriva (মেনড্ৰিভা)ক আঁতৰ কৰিম
05:56 তেতিয়া আমি Mandriva (মেনড্ৰিভা)ক আঁতৰ কৰাৰ পাছত সকলো বিলাক উপাদানক আকৌ echo কৰিম
06:02 এতিয়া টাৰ্মিনেল(Terminal)লৈ যাওঁক
06:04 আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰিম
06:07 এইখন হৈছে Mandriva (মেনড্ৰিভা)ক আঁতৰ কৰাৰ পাছত উপাদানৰ তালিকা
06:12 Debian(দেবিয়ান) Redhat(ৰেদহেট) Fedora(ফেদ’ৰা) আৰু Suse(চোছে)
06:16 ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
06:19 আমাৰ শ্লাইড সমূহলৈ ঘূৰি আহো
06:21 আহক আমি মূলভাৱ চাওঁ
06:23 এই টিউট’ৰিয়েলটোত, আমি শিকিলো
06:25 * Array(এৰে) এটাৰ পৰা উপাদান( element) এটা নিষ্কাৰ্সন(Extract) কৰা
06:28 * Array(এৰে) এটাত উপাদান( element) এটা প্ৰতিস্থাপন(Replace) কৰা
06:30 * Array(এৰে) এটাত উপাদান( element) এটা সংলগ্ন কৰা আৰু
06:32 * Array(এৰে) এটাৰ পৰা উপাদান( element) এটা আতৰ কৰা
06:36 এটা অনুশিলনী হিচাবে
06:37 # এৰে(array) এটা ডিক্লেয়াৰ(Declare) কৰক 7 দৈৰ্ঘ্যৰ নাম থকা আৰু তলৰ অপাৰেচনসমূহ(operations) প্ৰদৰ্শন কৰিবলৈ
06:44 * ইন্দেক্স দুইৰ(index two) পৰা আৰম্ভ হোৱা উপাদান( element) তিনিটা নিষ্কাৰ্সন(Extract) কৰা
06:48 * তৃতীয় উপাদানটো Debian(দেবিয়ান)ৰে প্ৰতিস্থাপন(Replace) কৰা আৰু দৰ্শিত কৰা
06:55 এৰে( Array)টোৰ শেষত যিকোনো নতুন নাম যুক্ত কৰা
06:58 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
07:01 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
07:04 আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
07:09 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
07:12 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
07:15 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
07:19 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
07:27 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher) প্ৰকল্পৰ অংশ হয়
07:31 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
07:38 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
07:44 স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান(contributed) দিছে
07:50 মই মৌচম হাজৰিকা
07:55 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi