BASH/C2/Conditional-Loops/Assamese

From Script | Spoken-Tutorial
Revision as of 02:59, 16 March 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 মৰমৰ বন্ধুসকল, লোপচ ইন বেচ (loops in BASH) ৰ স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম
00:07 এই টিউট'ৰিয়েলটোত, আমি শিকিম
00:09 * for loop (ফৰ লোপ)
00:11 * while loop (হোৱাইল লোপ)
কিছু উদাহৰণৰ সৈতে
00:15 এই টিউট’ৰিয়েলটো বাণীবদ্ধ কৰিবলৈ মই ব্যৱহাৰ কৰিছো,
00:18 * Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System)
00:22 * GNU BASH(বেচ) তাঙৰণ 4.1.10
00:26 অনুগ্ৰহ কৰি মন কৰিব, GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় এই টিউট’ৰিয়েলটো অভ্যাসৰ বাবে
00:34 আহক আমি loops (লোপচ)ৰ এটা পৰিচয়ৰে আৰম্ভ কৰো
00:37 এটা ষ্টেতমেন্তৰ সংহতিক ক্ৰমানুসৰি কাৰ্যকৰী কৰিবলৈ Loops (লোপচ) ব্যৱ্হাৰ কৰা হয়
00:43 আহক আমি গাঠণিটো চাওঁ
00:45 for(ফৰ) সমীকৰণ(expression) 1, 2, 3
00:49 ষ্টেতমেন্ত(statement) 1, 2, 3
00:51 আৰু এইটো হৈছে for loop (ফৰ লোপ)ৰ শেষ
00:55 for loop (ফৰ লোপ)ৰ এটা অতিৰিক্ত গাঠণি হৈছে:
00:58 for(ফৰ) variable in (ভেৰিয়েবল ইন) sequence (চিকোৱেঞ্চ)/range (ৰেঞ্জ)
01:03 ষ্টেতমেন্ত(statement) 1, 2, 3
01:06 আৰু for loop (ফৰ লোপ)ৰ শেষ
01:09 আহক আমি প্ৰথম গাঠণিটো ব্যৱ্হাৰ কৰি for loop (ফৰ লোপ)ৰ এটা উদাহৰণ চাওঁ
01:14 এই প্ৰোগ্ৰামটোত, আমি প্ৰথম n সংখ্যাৰ যোগফলটো গণনা কৰিম
01:20 মন কৰিব যে আমাৰ ফাইলনামটো হৈছে for(ফৰ).sh
01:25 এইটো হৈছে আমাৰ চিবেং শাৰী (shebang line)
01:28 number(নাম্বাৰ) ভেৰিয়েবলটোৱে উপভোক্তাই দিয়া মানটো জমা কৰিব
01:34 ইয়াত মানটো হৈছে এটা ইন্তিজাৰ (integer)
01:37 এতিয়া, আমি ভেৰিয়েবল sum (চাম)টোক শূণ্যৰে প্ৰাৰম্ভণ (initialize) কৰিম
01:42 ইয়াত আমি for loop (ফৰ লোপ)টো আৰম্ভ কৰিম
01:45 প্ৰথমে, আমি 1 লৈ i ক প্ৰাৰম্ভণ (initialize) কৰিম
01:48 তাৰপাছত আমি i টো number(নাম্বাৰ)ত্কৈ সৰু বা সমান নেকি পৰীক্ষা কৰিম
01:54 এতিয়া ইয়াত, আমি sum (চাম)টোক sum(চাম) plus(প্লাচ) i হিচাবে গণনা কৰিম
02:00 আৰু তাৰপাছত আমি ইয়াক ছপা কৰিম
02:03 ইয়াৰ পাছত, আমি iৰ মানটো 1ৰে বৰ্ধিত কৰিম
02:08 আৰু তেতিয়া আমি এই চৰ্তটো false (ফলচ) হোৱালৈকে চৰ্তটো পৰীক্ষা কৰিম
02:14 for loop (ফৰ লোপ)টো বাহিৰ হওঁতে, এই বাৰ্তাটো ছপা হৈছে
02:19 আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো আৰু কি হয় নিৰীক্ষণ কৰো
02:24 টাৰ্মিনেলত লিখক - chmod +x for(ফৰ).sh
02:31 তাৰপাছত লিখক: ./for(ফৰ).sh
02:36 মই ইনপুত সংখ্যা হিচাবে 5 এন্টাৰ কৰিম
02:40 iৰ প্ৰত্যেক মানৰ বাবে গণনা হোৱা sum(চাম) টো দৰ্শিত হৈছে
02:46 তাৰপাছত, আউতপুতটোৰ শেষ শাৰীটো দৰ্শিত হৈছে:
02:50 Sum of first n numbers is 15
02:54 এতিয়া আহক আমি প্ৰোগ্ৰামটোৰ প্ৰবাহ চাওঁ
02:57 মই উইন্দ’খনৰ মাপ পৰিৱৰ্তন কৰিম
03:00 প্ৰথমে আমাৰ iৰ মানটো 1 হিচাবে আছে
03:04 তেতিয়া আমি 1 টো 5 তকৈ সৰু বা সমান নেকি পৰীক্ষা কৰিম
03:10 যিহেতু চৰ্তটো সত্য হয়, আমি sum(চাম)টো 0 + 1 বুলি গণনা কৰিম
03:16 এতিয়া আমাৰ sum (চাম)টো 1 হিচাবে আছে
03:20 তেতিয়া আমি sum(চাম) টো ছপা কৰিম যি হৈছে 1
03:24 পাছত, i টো 1ৰে বৰ্দ্ধিত হ’ব আৰু i ৰ নতুন মানটো হৈছে 2
03:31 তেতিয়া আমি 2 টো 5 তকৈ সৰু বা সমান নেকি পৰীক্ষা কৰিম
03:36 চৰ্তটো সত্য হয় আৰু এতিয়া sum(চাম)টো 1 + 2 হ’ব যি হৈছে 3
03:44 তেতিয়া i টো 1ৰে বৰ্দ্ধিত হ’ব আৰু i ৰ নতুন মানটো হৈছে 3
03:51 আৰু আমি sumটোক 6 হিচাবে পাম
03:55 i ৰ পাছৰ মানটো sum(চাম)ৰ পূৰ্বৰ মানটোলৈ সংলগ্ন হবলৈ স্ক্ৰিপ্তটো চলি থাকিব
04:02 i<=5 টো false(ফলচ) হোৱালৈকে এইটো চলি থাকিব
04:09 for loop (ফৰ লোপ)টো বাহিৰ হওঁতে, অন্তিম বাৰ্তাটো ছপা হৈছে
04:14 আহক আমি দ্বিতীয় গাঠণিটো ব্যৱ্হাৰ কৰি for loop (ফৰ লোপ)ৰ অন্য এটা উদাহৰণ চাওঁ
04:20 মই ক’ডটো এই ফাইলত লিখিলো আৰু ইয়াক for-loop(ফৰ লোপ).sh বুলি নাম দিলো
04:27 এই সৰল প্ৰোগ্ৰামটোৱে এটা দাইৰেক্তৰীত ফাইলসমূহ তালিকা ভুক্ত কৰিব
04:32 এইটো হৈছে চিবেং শাৰী (shebang line)
04:35 তাৰপাছত আমাৰ for loop (ফৰ লোপ) আছে
04:37 ls কমান্ডে দাইৰেক্তৰীৰ বিষয় বস্তুটো তালিকা ভুক্ত কৰে
04:41 -1 (হাইফেন ওৱান)এ প্ৰত্যেক শাৰীত এটাকৈ ফাইল তালিকা ভুক্ত কৰে
04:46 ই আপোনাৰ হোম (Home) দাইৰেক্তৰীত অৱস্থিত সকলো ফাইল সমূহক তালিকা ভুক্ত কৰিব
04:51 এইটো হৈছে for loop (ফৰ লোপ)ৰ শেষ
04:53 আহক টাৰ্মিনেলত স্ক্ৰিপ্তটো কাৰ্যকৰী কৰো লিখি -
04:58 chmod +x for-loop(ফৰ-লোপ).sh
05:04 ./for-loop(ফৰ-লোপ).sh
05:09 ই হোম (Home) দাইৰেক্তৰীত থকা সকলো ফাইল সমূহ দৰ্শিত কৰিব
05:14 এতিয়া, আমি while loop(হোৱাইল লোপ)ৰ বিষয়ে শিকিম
05:18 আহক প্ৰথমে আমি গাঠণিটো বুজো
05:21 while condition(হোৱাইল চৰ্ত)

statement(ষ্টেতমেন্ত) 1, 2, 3 while loop(হোৱাইল লোপ)ৰ শেষ

05:27 ই বুজায় যে while loop(হোৱাইল লোপ)টো কাৰ্যকৰী হ’ব যেতিয়া লৈকে চৰ্তটো সত্য হয়
05:34 আহক আমি while loop(হোৱাইল লোপ)ৰ এটা উদাহৰণ চাওঁ
05:37 ইয়াত মই ইয়াক while(হোৱাইল).sh নাম দিছো
05:42 এই প্ৰোগ্ৰামটোত, আমি প্ৰদত্ত পৰিসৰৰ ভিতৰত অযুগ্ম সংখ্যা (even numbers)ৰ যোগফলটো গণনা কৰিম
05:49 আহক আমি ক’ডটোৰ দ্বাৰা আগবাঢ়ো
05:52 ইয়াত, আমি উপভোক্তাৰ পৰা সংখ্যা এটা গ্ৰহণ কৰিম আৰু ইয়াক ভেৰিয়েবল নাম্বাৰ ( number)ত জমা কৰিম
05:59 পাছত, আমি ভেৰিয়েবল i আৰু sum(চাম)ক ডিক্লেয়াৰ কৰিম আৰু সিহঁতক 0 (শূণ্য)ৰে প্ৰাৰম্ভণ কৰিম
06:06 এতিয়া এইটো হৈছে হোৱাইল চৰ্ত (while condition)
06:08 ইয়াত আমি i টো উপভোক্তাই দিয়া সংখ্যা (number)টোৰ মানতকৈ সৰু বা সমান নেকি পৰীক্ষা কৰিম
06:17 তেতিয়া আমি i ৰ মানটো sum(চাম)ৰ মানত সংলগ্ন কৰি sum(চাম)টো গণনা কৰিম
06:24 পাছত, আমি iৰ মানটো 2ৰে বৰ্দ্ধিত কৰিম
06:28 ই নিশ্বিত কৰিব যে আমি মাত্ৰ অযুগ্ম সংখ্যা সমূহহে সংলগ্ন কৰিম
06:33 আৰু iৰ মানটোৱে number(নাম্বাৰ)ৰ মানটোক অতিক্ৰম নকৰালৈকে হোৱাইল লোপটো পুনৰাবৃত্তি হৈ থাকিব
06:40 যেতিয়া আমি while loop(হোৱাইল লোপ) টোৰ বাহিৰ হ’ম, আমি প্ৰদত্ত পৰিসৰৰ ভিতৰৰ সকলো অযুগ্ম সংখ্যা(even numbers)ৰ যোগফলটো ছপা কৰো
06:47 আহক প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
06:50 টাৰ্মিনেলত ( terminal) লিখক:
06:52 chmod +x while(হোৱাইল).sh
06:56 ./while(হোৱাইল).sh
07:00 মই মোৰ ইনপুত হিচাবে 15 দিম
07:04 আউতপুতটোৰ শেষ শাৰীটো হৈছে:
07:06 Sum of even numbers within the given range is 56
07:11 মই উইন্দ’খনৰ মাপ পৰিৱৰ্তন কৰিম আৰু আউতপুতটো বৰ্ণনা কৰিম
07:14 প্ৰথমে আমি পৰীক্ষা কৰো i যিটো হৈছে 0, সৰু বা সমান হয় নেকি নাম্বাৰৰ (number), যিটো হৈছে 15
07:24 চৰ্তটো সত্য হয়, গতিকে চাম (sum)টো হ’ব 0+0 যিটো হৈছে 0
07:31 এতিয়া iটো 2ৰে বৰ্দ্ধিত হ’ব আৰু i ৰ নতুন মানটো হৈছে 2
07:37 তেতিয়া আমি 2 টো 15 ত্কৈ সৰু বা সমান হয় নেকি পৰীক্ষা কৰিম
07:43 চৰ্তটো পুনৰ সত্য হৈছে, গতিকে 0+2 সংলগ্ন কৰো
07:49 এতিয়া sum(চাম) ৰ মান 2 আছে
07:52 পুনৰ iৰ মানটো 2ৰে বৰ্দ্ধিত হ’ব
07:56 গতিকে এতিয়া iৰ মান হ’ব 2+2 যিটো 4
08:03 আৰু চামৰ ( sum ) পাছৰ মানটো হ’ব 4+2 যিটো 6
08:09 একে ধৰণে, iৰ পূৰ্বৰ মানৰ লগত 2 সংলগ্ন কৰিবলৈ স্ক্ৰিপ্তটো চলি থাকিব, যেতিয়া লৈকে ই 15 অতিক্ৰ্ম নকৰে
08:18 আৰু আমি চাম (sum)ত সম্পূৰ্ণ মানটো 56 হিচাবে পাম
08:24 ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
08:27 আহক আমি মূলভাৱ চাওঁ
08:28 এই টিউটৰিয়েলত আমি শিকিলো for loop(ফৰ লোপ)ৰ দুটা ভিন্ন গাঠণি আৰু আমি লগতে while loop(হোৱাইল লোপ)ৰ বিষয়েও শিকিলো
08:37 এটা অনুশিলনী হিচাবে -
08:38 প্ৰথম nটা প্ৰাইম (prime) সংখ্যাৰ যোগফলটো উলিয়াওক
08:43 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
08:46 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
08:50 আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব
08:54 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
08:56 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
09:00 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
09:04 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
09:11 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
09:14 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
09:22 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
09:28 স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দলে অৱ্দান(contributed) দিছে
09:34 মই মৌচম হাজৰিকা
09:38 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi, PoojaMoolya