BASH/C2/Array-Operations-in-BASH/Assamese

From Script | Spoken-Tutorial
Revision as of 02:45, 14 February 2015 by Mausamh9 (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 Array operations in BASH (এৰে অপাৰেচনচ ইন বেচ)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:05 এই টিউটৰিয়েলটোত,আমি শিকিম কেনেকৈ
  • Array(এৰে) এটাক ঘোষণা কৰা হয় আৰু ইয়াত মান সংলগ্ন কৰা হয়
00:12 * Array(এৰে) এটাক প্ৰাৰম্ভণ(Initialize) কৰা ঘোষণাৰ সময়ত
00:15 * Array(এৰে) এটাৰ দৈৰ্ঘ্য আৰু ইয়াৰ nth উপাদান( element)টো উলিওৱা
00:20 * Array (এৰে) এটা ছপা কৰা
00:22 এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ,আপুনি লিনাক্স অপাৰেটিং চিষ্টেম(Linux Operating System)ৰ সৈতে জ্ঞাত হ’ব লাগিব
00:27 সঙ্গত শিকনিৰ( relevant tutorials) বাবে অনুগ্রহ কৰি পৰিদৰ্শন কৰক spoken hyphen tutorial dot org
00:33 এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো
00:37 * Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 OS
00:41 * GNU Bash তাঙৰণ 4.1.10
00:45 GNU Bash তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে
00:50 আহক আমি Array (এৰে) এটাৰ সূচীতকৰণ আৰু ইয়াৰ গুণাগুণ(characteristics)ৰে আৰম্ভ কৰো
00:55 * এটা Array (এৰে) হৈছে বহু মানযুক্ত এটা ভেৰিয়েবল(variable)
01:01 * মানসমূহ একে বা বেলেগ ধৰণৰ হ’ব পাৰে
01:04 * array(এৰে) এটাৰ আকাৰৰ বাবে কোনো উচ্চতম সীমা নাই
01:08 * Array (এৰে) সদশ্যসমূহ কনচিকিউটিভ(consecutive) হ’ব নালাগিব
01:12 * Array index (এৰে ইন্দেক্স) সদায় zero(জিৰৌ)ৰে আৰম্ভ হয়
01:16 আমি এতিয়া চাম কেনেকৈ Array(এৰে) এটা ঘোষণা কৰা হয় আৰু মান এটা কেনেকৈ সংযুক্ত কৰা হয়
01:21 Array(এৰে) এটা ঘোষণা কৰাৰ গাঠণিতো হৈছে
01:24 declare(দিক্লেয়াৰ) hyphen(হাইফেন) `a` arrayname(এৰেনেম)
01:28 “declare”(দিক্লেয়াৰ) কীৱৰ্ডটো Array(এৰে) এটা ঘোষণা কৰাত ব্যৱহাৰ কৰা হয়
01:31 এইটো এটা Bash(বেছ্)ত স্বনিৰ্মানিত কমান্ড
01:35 Array (এৰে) এটাত মান এটা সংযুক্ত কৰাৰ গাঠণিতো হৈছে-
01:38 বৰ বন্ধনী(square brackets)ৰ মাজত নাম ইন্দেক্স( index ) সমান উৰ্দ্ধ ক’মা(single quotes)ৰ মাজত মান
01:46 এতিয়া আহক চাও ঘোষণাৰ সময়ত Array (এৰে) এটাক কেনেকৈ প্ৰাৰম্ভণ কৰা হয়
01:51 * Array (এৰে) ক একে সময়তে ঘোষণা আৰু প্ৰাৰম্ভণ কৰিব পাৰি
01:56 * উপাদানক এটা স্পেছ(space )ৰে বিচিন্ন কৰিব লাগিব
02:00 প্ৰত্যেকটো উপাদান পেৰেনঠেচিছ(parentheses)ৰ মাজত থাকিব লাগিব
02:03 গাঠণিতো হৈছে declare(দিক্লেয়াৰ) hyphen(হাইফেন) `a` arrayname(এৰেনেম) সমান সৰু বন্ধনী উৰ্দ্ধ ক’মাৰ মাজত 'element1' , 'element2' আৰু'element3
02:19 আহক আমি এটা উদাহৰণ চেষ্টা কৰি চাও
02:21 Ctrl+Alt আৰু T কীছ( keys)একেলগে টিপি তাৰমিনেল(terminal ) খোলক
02:28 এতিয়া লিখক gedit স্পেছ array.sh স্পেছ &
02:36 আমি প্ৰম্পত(prompt) খালী কৰিবলৈ এমপাৰ্চেন্দ(ampersand) ব্যৱহাৰ কৰো । এন্টাৰ টিপক
02:41 ইয়াত আপোনাৰ array.sh file(ফাইল)ত দেখুওৱা দৰে ক’ডটো লিখক
02:47 এই শাৰীটোৱে Linux(লিনাক্স) নামৰ Array (এৰে) এটা ঘোষণা কৰে উপাদান
  • Debian, (দেবিয়ান)
  • Redhat, (ৰেদহেট)
  • Ubuntu(উবুন্তো) আৰু
  • Fedora(ফেদ’ৰা)ৰ সৈতে
02:57 ইয়াত hyphen(হাইফেন) `a` হৈছে এটা flag(ফ্লেগ)
03:00 ই আমাক মানসমূহ পঢ়িবলৈ আৰু এটা Array(এৰে)ত সংযুক্ত কৰিবলৈ অনুমতি দিয়ে
03:05 আহক আমি শ্লাইডসমূহলৈ ঘূৰি যাওঁ
03:07 Array (এৰে )এটাৰ দৈৰ্ঘ্য এই গাঠনিটোৰদ্বাৰা লাভ কৰিব পাৰি :
03:12 ডলাৰ চিহ্ন আৰম্ভণী মাজু বন্ধনী হেচ এৰেনাম বৰ বন্ধনীৰ মাজত At চিহ্ন আৰু সামৰণী মাজু বন্ধনী
03:22 nth উপাদানটোৰ দৈৰ্ঘ্য এই গাঠনিটোৰদ্বাৰা লাভ কৰিব পাৰি :
03:28 ডলাৰ চিহ্ন আৰম্ভণী মাজু বন্ধনী হেচ এৰেনাম বৰ বন্ধনীৰ মাজত `n` আৰু সামৰণী মাজু বন্ধনী
03:37 ইয়াত n হৈছে উপাদানটোৰ সংখ্যা, যাৰ দৈৰ্ঘ্য উলিয়াব লাগিব
03:42 Array(এৰে) টোৰ সকলোবিলাক উপাদান এই গাঠনিটো ব্যৱহাৰ কৰি ছপা কৰিব পাৰি
03:48 ডলাৰ চিহ্ন আৰম্ভণী মাজু বন্ধনী এৰেনাম বৰ বন্ধনীৰ মাজত At চিহ্ন আৰু সামৰণী মাজু বন্ধনী
03:57 এতিয়া টেকষ্ট এদিটৰ(text editor)লৈ ঘূৰি আহক
04:00 এই শাৰীটোৱে Array (এৰে) Linux(লিনাক্স)ত থকা মুঠ উপাদানৰ সংখ্যা দৰ্শিত কৰিব
04:06 hyphen(হাইফেন) `e` য়ে backslash(বেকশ্লাছ) এচকেপচৰ(escapes) অনুবাদক(interpretation) সক্ষম কৰে(enables)
04:11 আমি এইটো সংলগ্ন কৰিছো যিহেতু আমাৰ শাৰীটোৰ শেষত backslash(বেকশ্লাছ) `n` আছে
04:18 পাছৰ শাৰীটোৱে Array (এৰে) Linux(লিনাক্স)ত থকা সকলো উপাদানক দৰ্শিত কৰিব
04:23 এই শাৰীটোৱে Array (এৰে) Linux(লিনাক্স)ৰ তৃতীয়(3rd) উপাদানটো দৰ্শিত কৰিব
04:28 অনুগ্ৰহ কৰি লক্ষ্য কৰিব যে Array (এৰে) এটা সদায় index(ইন্দেক্স) zero(জিৰৌ)ৰে আৰম্ভ হয়
04:34 শেষত,এই শাৰীটোৱে তৃতীয়(3rd) উপাদানটোত থকা আখৰৰ সংখ্যা দৰ্শিত কৰিব
04:40 এতিয়া তাৰ্মিনেল(Terminal)লৈ যাওঁক
04:42 আহক প্ৰথমে কাৰ্যকৰী হ’বলগীয়া ফাইলটো নিৰ্মাণ কৰো লিখি chmod স্পেছ যোগ x স্পেছ array.sh এন্টাৰ টিপক
04:56 লিখক, dot শ্লাছ(slash) array .sh এন্টাৰ(Enter) টিপক
05:01 আউতপুট(output)তো দৰ্শিত হৈছে
05:04 উপাদানৰ সংখ্যা বা Array (এৰে) Linux(লিনাক্স)ৰ দৈৰ্ঘ্য হৈছে four(ফৌৰ)
05:10 Array (এৰে) Linux(লিনাক্স)ৰ উপাদানসমূ্হ হৈছে Debian(দেবিয়ান), Redhat(ৰেদহেট), Ubuntu(উবুন্তো) আৰু Fedora(ফেড’ৰা)
05:18 Array (এৰে) Linux(লিনাক্স)ৰ 3rd উপাদানটো হৈছে Ubuntu(উবুন্তো)
05:22 আৰু আশাকৰা ধৰণে তৃতীয় উপাদানটোত থকা আখৰৰ সংখ্যা হৈছে six (চিক্স)
05:29 ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
05:32 আহক আমি মূলভাৱ চাওঁ । আমাৰ শ্লাইড সমূহলৈ ঘূৰি আহো
05:35 এই টিউট’ৰিয়েলটোত আমি শিকিলো,
05:40 * Array(এৰে) এটাক ঘোষণা কৰা আৰু মান সংলগ্ন কৰা
05:43 * Array(এৰে) এটাক ঘোষণা কৰাৰ সময়ত প্ৰাৰম্ভণ কৰা
05:46 * Array(এৰে) এটাৰ দৈৰ্ঘ্য আৰু ইয়াৰ nth উপাদানটো উলিওৱা আৰু
05:51 * সম্পুৰ্ণ Array(এৰে)টো ছপা কৰা
05:53 এটা অনুশিলনী হিচাবে
05:55 ঘোষণা কৰক names এৰে এটা দৈৰ্ঘ্য 7 ৰ আৰু উলিয়াওকঃ
06:00 * উপাদানসমূহৰ মুঠ সংখ্যা
06:02 * সকলো উপাদান ছপা কৰক
06:04 * আৰু 5th উপাদানটো ছপা কৰক
06:06 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
06:10 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
06:13 আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
06:18 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
06:20 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
06:24 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
06:27 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
06:35 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
06:40 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
06:47 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
06:52 স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান(contributed) দিছে
06:58 মই মৌচম হাজৰিকা
07:02 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi, PoojaMoolya