BASH/C2/Arithmetic-Comparison/Assamese

From Script | Spoken-Tutorial
Revision as of 02:01, 19 February 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search



Time Narration
00:01 আৰিথমেটিক কম্পেৰিজন ইন বেচ(Arithmetic Comparison in BASH) ৰ স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial)লৈ আদৰণি জনাইছো
00:07 এই টিউট’ৰিয়েল ( tutorial)টোত, আমি শিকিম
00:09 * equal to(ইকুৱেল তু)
00:10 not equal to(নট ইকুৱেল তু)
00:12 less than(লেচ দেন)
00:13 less than equal to(লেচ দেন ইকুৱেল তু)
00:15 greater than (গ্ৰেটাৰ দেন) আৰু
00:16 greater than equal to (গ্ৰেটাৰ দেন ইকুৱেল তু) কমান্ডসমূহ(commands)
00:19 আমি এইটো কিছু উদাহৰণৰ সহায়ত কৰিম
00:23 এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো
00:26 *Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম (Operating System)
00:30 *GNU BASH(বেচ) তাঙৰণ 4.1.10
00:34 GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে
00:39 মোৰ ওচৰত ইতিমধ্যে আৰিথমেটিক অপাৰেতৰচ(arithmetic operators)ৰ এটা কাৰ্যৰত উদাহৰণ আছে
00:43 মই ইয়ালৈ গতি কৰো
00:45 মই ফাইলটোৰ নাম example1.shদিছো
00:50 আপোনাৰ পচন্দৰ যিকোনো এদিতৰ(editor)ত এটা ফাইল খোলক আৰু দৰ্শিত ধৰণে ক’ড(code)টো লিখক
00:56 এতিয়াৰ পৰা তাক কি ভাৱে কৰা হব সেইয়া আপুনি পৰিচিত হ’ব লাগিব
01:00 এই প্ৰোগ্ৰামটোত,আমি প্ৰদত্ত ফাইলটো খালি হয় নে নহয় পৰীক্ষা কৰিম
01:06 মই ক’ড(code)টো বৰ্ণনা( explain) কৰিম
01:08 এইটো হৈছে চি বেং লাইন( shebang line)
01:10 সৰ্ব প্ৰথমে কনচল(console)ত Enter filename(এন্টাৰ ফাইলনেম) ছপা হ’ব
01:15 read কমান্ডটোৱে(command) ষ্টেন্দাৰ্দ ইনপুট(standard input)টোৰ পৰা দাতা( data)ৰ এটা শাৰী পঢ়ি্ব
01:20 এই কমান্ড(command)টো backticks(বেকটিক্স)ৰ ভিতৰত পৰিবেষ্টিত(enclose) হয়
01:24 Backtick(বেকটিক)ৰ এটা অতি বিশেষ অৰ্থ আছে
01:27 আপুনি backtick(বেকটিক)ৰ মাজত লিখা সকলো বিলাক মূল্যায়ন হয়
01:32 cat কমান্ড( command)টোৱে ফাইলটোৰ বিষয় বস্তু(content)টো দৰ্শিত কৰিব
01:37 wcএ প্ৰত্যেক ফাইলৰ বাবে নতুন শাৰী(newline),শব্দ(word) আৰু বাইত গণনা(byte counts) ছপা(print) কৰিব
01:43 - (হাইফেন) wএ শব্দ গণনাটো ছপা(print) কৰিব
01:47 কি ঘতিব সেইয়া হৈছে-
01:49 *প্ৰথমে cat কমান্ডটোৱে ফাইলটো পঢ়িব
01:53 এইটো হৈছে ইনপুট ফাইল(input file)
01:55 *তাৰপাছত যিটো wc কমান্ডটোলৈ পাইপড(piped) বা পঠোৱা(sent) হয়
02:00 *গতিকে,এই ষ্টেতমেন্ত(statement)টোৱে এটা প্ৰদত্ত ফাইলত শব্দসমূহ(words) গণনা(counts) কৰিব
02:05 * আউতপুতটো ভেৰিয়েবল (variable) xত জমা হৈছে
02:08 এইটো হৈছে if ষ্টেতমেন্ত(statement)
02:10 - (হাইফেন) eq কমান্ড(command)টোৱে শব্দ গণনাটো শূণ্য(zero)ৰ সমান হয়্ নে পৰীক্ষা কৰে
02:16 যদি চৰ্ত(condition)টো সত্য(true) হয়, আমি এটা বাৰ্তা(message) ছপা কৰিম File has zero words
02:22 প্ৰথম if চৰ্ত( condition)ৰ শেষ হৈছে fi
02:26 ইয়াত এইটো হৈছে আন এটা if চৰ্ত
02:28 Here,ইয়াত, - (হাইফেন) ne কমান্ড(command)টোৱে শব্দ গণনাটো শূণ্য(zero)ৰ সমান নোহোৱাটো পৰীক্ষা কৰে
02:35 যদি চৰ্ত(condition)টো সত্য(true) হয়, আমি ছপা কৰিম “File has so-and-so words”
02:40 $ (ডলাৰ) xএ শব্দ গণনা(word count)টো দিব
02:43 এইটো হৈছে দ্বিতীয় if চৰ্ত(condition)টোৰ শেষ
02:46 আপোনাৰ প্ৰোগ্ৰাম ফাইল(program file)টো ছেভ কৰক
02:48 আহক আমাৰ প্ৰোগ্ৰাম(program)টো কাৰ্যকৰী কৰো
02:51 টাৰ্মিনেল(terminal)টো খোলক
02:53 আহক প্ৰথমে list.txt নামৰ ফাইল এটা নিৰ্মান কৰো
02:57 লিখক: touch list.txt
03:01 এতিয়া,আহক ফাইল(file)টোত এটা শাৰী(line) সংলগ্ন কৰো
03:04 লিখক:echo দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত “How are you” দ্বৈত উৰ্দ্ধকমাৰ পাছত গ্ৰেতাৰ দেন( greater than) চিহ্ন (sign) list.txt
03:13 এতিয়া আহক আমাৰ স্ক্ৰিপ্ত(script)টো এক্সিকিউটেবল( executable)বনাওঁ
03:16 লিখক:chmod প্লাচ(plus) x example(এক্সাম্পল)1 dot(দত) sh
03:21 এতিয়া লিখক dot slash(দত শ্লাচ) example(এক্সাম্পল)1.sh
03:26 Enter filename দৰ্শিত হৈছে
03:28 লিখক:list.txt
03:31 আউতপুতটো দৰ্শিত হৈছে যে: list.txt has 3 words
03:36 এতিয়া আন এটা অপাৰেটৰচ( operators)ৰ সংহতি(set)ৰ বিষয়ে শিকো আহক
03:40 মই অন্য এটা ফাইললৈ গতি কৰো
03:43 এইটো example(এক্সাম্পল)2.sh
03:46 অনুগ্ৰহ কৰি আপোনাৰ এডিতৰ(editor)ত এটা ফাইল খোলক আৰু ইয়াক example(এক্সাম্পল)2.sh নাম দিয়ক
03:52 এতিয়া আপোনাৰ্ example(এক্সাম্পল)2.sh ফাইল ত ইয়াত দৰ্শিত ধৰণে ক’ডটো লিখক
03:58 মই ক’ড(code)টো বৰ্ণনা কৰিম
04:00 এই প্ৰোগ্ৰামটোৱে পৰীক্ষা কৰিব যে শব্দৰ গণনাটো
04:04 * একতকৈ ডাঙৰ বা সৰু (greater or less than one)
04:07 *এক আৰু এশৰ মাজত বা এশতকৈ ওপৰত(Between one and hundred Or above hundred)
04:11 ইয়াত আমাৰ চিবেং লাইন(shebang line) আছে
04:14 read ষ্টেতমেন্ত(statement)টোৱে উপভোক্তাৰ(user) পৰা ইনপুট(input) ফাইলনেম( filename) হিচাবে লয়
04:19 ইয়াত, - (হাইফেন) c কমান্ড(command)টো বাইত গণনাসমূহ(byte counts) ছপা কৰিবলৈ ব্যৱহাৰ কৰা হয়
04:24 if ষ্টেতমেন্ত(statement)টোত, - (হাইফেন) lt কমান্ড(command)য়ে শব্দ গণনাটো এক(one)তকৈ সৰু হয়্ নে পৰীক্ষা কৰে
04:31 যদি চৰ্ত(condition)টো সত্য(true) হয়, আমি ছপা কৰিম “No characters present in the file”
04:37 fi য়ে if চৰ্ত(condition)টো শেষ কৰে
04:40 পাছৰ if ষ্টেতমেন্ত(statement)ত এটা নেষ্টেত(nested) if ষ্টেতমেন্ত(statement) সন্নিবিষ্ট হৈ থাকে
04:45 প্ৰথমে - (হাইফেন) gt কমান্ড(command)টোৱে শব্দ গণনাটো এক(one)তকৈ ডাঙৰ হয়্ নে পৰীক্ষা কৰে
04:51 যদি হয়, তেতিয়া এইecho ষ্টেতমেন্ত(statement)টো কাৰ্যকৰী হ’ব
04:56 এই if ষ্টেতমেন্ত(statement)টোৰ ভিতৰত বহুতো চৰ্ত(multiple conditions) আছে
05:01 ইয়াত, এই ifত * - (হাইফেন) ge কমান্ড(command)টোৱে শব্দ গণনাটো এক(one)তকৈ ডাঙৰ বা সমান হয়্ নে পৰীক্ষা কৰে
05:09 আৰু * - (হাইফেন) le কমান্ড(command)টোৱে শব্দ গণনাটো এশ(hundred)তকৈ সৰু বা সমান হয়্ নে পৰীক্ষা কৰে
05:17 যদি দুয়োটা চৰ্ত সন্মত(satisfied) হয়, তেতিয়া ই ছপা কৰেঃ
05:21 Number of characters ranges between 1 and 100
05:25 অনুগ্ৰহ কৰি মন কৰিব যে সম্পূৰ্ণ if চৰ্ত(condition)টো সন্মত হ’বলৈ দুয়োটা চৰ্ত সত্য(true) হ’ব লাগিব
05:33 এইটো এইকাৰণে যে আমি দুয়োটা চৰ্ত(condition)ৰ মাজত এম্পাৰচেন্দ(ampersand) সংযুক্ত কৰিছো
05:39 এই if ষ্টেতমেন্ত(statement)টোৰ শেষ হৈছে fi
05:43 তেতিয়া পাছৰ if ষ্টেতমেন্ত(statement)টো কাৰ্যকৰী হ’ব
05:47 - (হাইফেন) gt কমান্ড(command)য়ে শব্দ গণনাটো এশ(hundred)তকৈ ডাঙৰ হয়্ নে পৰীক্ষা কৰে
05:53 যদি চৰ্ত(condition)টো সন্মত( satisfied) হয়, আমি ছপা কৰিম Number of characters is above hundred
06:00 if ষ্টেতমেন্ত(statement)ৰ শেষ হৈছে fi
06:04 ইয়াত আমি দ্বিতীয় if ষ্টেতমেন্ত(statement)টো শেষ কৰিম
06:07 এতিয়া আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহক
06:10 আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
06:13 chmod প্লাচ(plus) x example(এক্সাম্পল)2 dot(দত) sh
06:18 dot(দত) slash(শ্লাচ) example(এক্সাম্পল)2 dot(দত) sh
06:22 লিখক list.txt
06:25 list.txt হিচাবে দৰ্শিত হোৱা আউত্পুতটোৰ এটাতকৈ অধিক কেৰেক্তাৰ(character) আছে
06:31 কেৰেক্তাৰ(character)সমূহৰ সংখ্যাৰ মাপ এক আৰু এশৰ পৰিসৰ(range)ৰ মাজত
06:36 এতিয়া, list.txt ফাইলত(file) কেৰেক্তাৰ(character)সমূহ সংযুক্ত বা বিচিন্ন কৰক
06:40 তেতিয়া কোনটো if ষ্টেতমেন্ত(statement) কাৰ্যকৰী হয় পৰ্যবেক্ষন (observe) কৰক
06:46 ইয়াৰদ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
06:49 আহক আমি মূলভাৱ চাওঁ
06:51 এই টিউট’ৰিয়েলটোত আমি শিকিলো,
  • equal to(ইকুৱেল তু)
  • not equal to(নট ইকুৱেল তু)
  • less than(লেচ দেন)
  • less than equal to(লেচ দেন ইকুৱেল তু)
  • greater than(গ্ৰেটাৰ দেন) আৰু
  • greater than equal to(গ্ৰেটাৰ দেন ইকুৱেল তু) কমান্ডসমূহ(commands)
07:03 এটা অনুশিলনী হিচাবে, not equal to(নট ইকুৱেল তু) অপাৰেটৰ (operator)ৰ ব্যৱহাৰটো বাখ্যা কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক
07:09 সঙ্কেত(Hint): - (হাইফেন) ne
07:12 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
07:15 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
07:18 আপোনাৰ যদি বেন্ডউইথ(bandwidth) ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
07:23 স্পকেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
07:25 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
07:28 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
07:32 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
07:40 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
07:43 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
07:51 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
07:56 স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দলে অৱ্দান(contributed) দিছে
08:02 মই মৌচম হাজৰিকা
08:06 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi, PoojaMoolya