Difference between revisions of "BASH/C2/Arithmetic-Comparison/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with " {| border=1 !Time !Narration |- | 00:01 | আৰিথমেটিক কম্পেৰিজন ইন বেচ('''Arithmetic Comparison in BASH''') ৰ স্...")
 
 
(2 intermediate revisions by one other user not shown)
Line 1: Line 1:
 
 
 
 
 
{| border=1  
 
{| border=1  
 
!Time  
 
!Time  
Line 17: Line 13:
 
|-
 
|-
 
|  00:09
 
|  00:09
| * '''equal to'''(ইকুৱেল তু)
+
| '''equal to'''(ইকুৱেল তু), '''not equal to'''(নট ইকুৱেল তু)
+
|-
+
|  00:10
+
| '''not equal to'''(নট ইকুৱেল তু)
+
 
   
 
   
 
|-
 
|-
 
|  00:12
 
|  00:12
| '''less than'''(লেচ দেন)
+
| '''less than'''(লেচ দেন), '''less than equal to'''(লেচ দেন ইকুৱেল তু)
 
+
|-
+
|  00:13
+
|'''less than equal to'''(লেচ দেন ইকুৱেল তু)
+
  
 
|-
 
|-
 
|  00:15
 
|  00:15
| '''greater than''' (গ্ৰেটাৰ দেন) আৰু
+
| '''greater than''' (গ্ৰেটাৰ দেন) আৰু  '''greater than equal to''' (গ্ৰেটাৰ দেন ইকুৱেল তু) কমান্ডসমূহ(commands)
 
+
|-
+
| 00:16
+
| '''greater than equal to''' (গ্ৰেটাৰ দেন ইকুৱেল তু) কমান্ডসমূহ(commands)
+
  
 
|-
 
|-
Line 49: Line 33:
 
|-
 
|-
 
| 00:26  
 
| 00:26  
| *'''Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04''' অপাৰেটিং চিষ্টেম (Operating System)   
+
| '''Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04''' অপাৰেটিং চিষ্টেম (Operating System)   
  
 
|-
 
|-
 
| 00:30  
 
| 00:30  
| *'''GNU BASH(বেচ)''' তাঙৰণ '''4.1.10'''
+
| '''GNU BASH(বেচ)''' তাঙৰণ '''4.1.10'''
  
 
|-
 
|-
Line 61: Line 45:
 
|-
 
|-
 
| 00:39
 
| 00:39
|মোৰ ওচৰত ইতিমধ্যে আৰিথমেটিক অপাৰেতৰচ(arithmetic operators)ৰ এটা কাৰ্যৰত উদাহৰণ আছে  
+
|মোৰ ওচৰত ইতিমধ্যে আৰিথমেটিক অপাৰেতৰচ(arithmetic operators)ৰ এটা কাৰ্যৰ উদাহৰণ আছে  
  
 
|-
 
|-
Line 127: Line 111:
 
|-
 
|-
 
|  01:49  
 
|  01:49  
| *প্ৰথমে '''cat''' কমান্ডটোৱে ফাইলটো পঢ়িব  
+
| প্ৰথমে '''cat''' কমান্ডটোৱে ফাইলটো পঢ়িব  
  
 
|-
 
|-
Line 135: Line 119:
 
|-
 
|-
 
|  01:55  
 
|  01:55  
| *তাৰপাছত যিটো '''wc''' কমান্ডটোলৈ পাইপড(piped) বা পঠোৱা(sent) হয়
+
| তাৰপাছত যিটো '''wc''' কমান্ডটোলৈ পাইপড(piped) বা পঠোৱা(sent) হয়
  
 
|-
 
|-
 
|  02:00  
 
|  02:00  
| *গতিকে,এই ষ্টেতমেন্ত(statement)টোৱে এটা প্ৰদত্ত ফাইলত শব্দসমূহ(words) গণনা(counts) কৰিব  
+
| গতিকে,এই ষ্টেতমেন্ত(statement)টোৱে এটা প্ৰদত্ত ফাইলত শব্দসমূহ(words) গণনা(counts) কৰিব  
  
 
|-
 
|-
 
|  02:05  
 
|  02:05  
| * আউতপুতটো ভেৰিয়েবল (variable) '''x'''ত জমা হৈছে
+
| আউতপুতটো ভেৰিয়েবল (variable) '''x'''ত জমা হৈছে
  
 
|-
 
|-
Line 167: Line 151:
 
|-
 
|-
 
|  02:28
 
|  02:28
| Here,ইয়াত, '''- (হাইফেন) ne''' কমান্ড(command)টোৱে শব্দ গণনাটো শূণ্য(zero)ৰ সমান নোহোৱাটো পৰীক্ষা কৰে  
+
| ইয়াত, '''- (হাইফেন) ne''' কমান্ড(command)টোৱে শব্দ গণনাটো শূণ্য(zero)ৰ সমান নোহোৱাটো পৰীক্ষা কৰে  
  
 
|-
 
|-
Line 263: Line 247:
 
|-
 
|-
 
|  04:04
 
|  04:04
| * একতকৈ ডাঙৰ বা সৰু (greater or less than one)
+
| একতকৈ ডাঙৰ বা সৰু (greater or less than one)
  
 
|-
 
|-
 
| 04:07
 
| 04:07
| *এক আৰু এশৰ মাজত বা এশতকৈ ওপৰত(Between one and hundred Or above hundred)  
+
| এক আৰু এশৰ মাজত বা এশতকৈ ওপৰত(Between one and hundred Or above hundred)  
  
 
|-
 
|-
Line 311: Line 295:
 
|-
 
|-
 
| 05:01
 
| 05:01
| ইয়াত, এই '''if'''ত * '''- (হাইফেন) ge''' কমান্ড(command)টোৱে শব্দ গণনাটো এক(one)তকৈ ডাঙৰ বা সমান হয়্ নে পৰীক্ষা কৰে  
+
| ইয়াত, এই '''if'''ত '''- (হাইফেন) ge''' কমান্ড(command)টোৱে শব্দ গণনাটো এক(one)তকৈ ডাঙৰ বা সমান হয়্ নে পৰীক্ষা কৰে  
  
 
|-
 
|-
 
| 05:09
 
| 05:09
| আৰু * '''- (হাইফেন) le''' কমান্ড(command)টোৱে শব্দ গণনাটো এশ(hundred)তকৈ সৰু বা সমান হয়্ নে পৰীক্ষা কৰে  
+
| আৰু '''- (হাইফেন) le''' কমান্ড(command)টোৱে শব্দ গণনাটো এশ(hundred)তকৈ সৰু বা সমান হয়্ নে পৰীক্ষা কৰে  
  
 
|-
 
|-
Line 404: Line 388:
 
| 06:51
 
| 06:51
 
| এই টিউট’ৰিয়েলটোত আমি শিকিলো,
 
| এই টিউট’ৰিয়েলটোত আমি শিকিলো,
* '''equal to'''(ইকুৱেল তু)
+
'''equal to'''(ইকুৱেল তু),
* '''not equal to'''(নট ইকুৱেল তু)
+
'''not equal to'''(নট ইকুৱেল তু),
* '''less than'''(লেচ দেন)
+
'''less than'''(লেচ দেন),
* '''less than equal to'''(লেচ দেন ইকুৱেল তু)
+
'''less than equal to'''(লেচ দেন ইকুৱেল তু),
* '''greater than'''(গ্ৰেটাৰ দেন) আৰু
+
'''greater than'''(গ্ৰেটাৰ দেন) আৰু,
* '''greater than equal to'''(গ্ৰেটাৰ দেন ইকুৱেল তু) কমান্ডসমূহ(commands)
+
'''greater than equal to'''(গ্ৰেটাৰ দেন ইকুৱেল তু) কমান্ডসমূহ(commands)
  
 
|-
 
|-

Latest revision as of 12:09, 22 February 2017

Time Narration
00:01 আৰিথমেটিক কম্পেৰিজন ইন বেচ(Arithmetic Comparison in BASH) ৰ স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial)লৈ আদৰণি জনাইছো
00:07 এই টিউট’ৰিয়েল ( tutorial)টোত, আমি শিকিম
00:09 equal to(ইকুৱেল তু), not equal to(নট ইকুৱেল তু)
00:12 less than(লেচ দেন), less than equal to(লেচ দেন ইকুৱেল তু)
00:15 greater than (গ্ৰেটাৰ দেন) আৰু greater than equal to (গ্ৰেটাৰ দেন ইকুৱেল তু) কমান্ডসমূহ(commands)
00:19 আমি এইটো কিছু উদাহৰণৰ সহায়ত কৰিম
00:23 এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো
00:26 Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম (Operating System)
00:30 GNU BASH(বেচ) তাঙৰণ 4.1.10
00:34 GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে
00:39 মোৰ ওচৰত ইতিমধ্যে আৰিথমেটিক অপাৰেতৰচ(arithmetic operators)ৰ এটা কাৰ্যৰ উদাহৰণ আছে
00:43 মই ইয়ালৈ গতি কৰো
00:45 মই ফাইলটোৰ নাম example1.shদিছো
00:50 আপোনাৰ পচন্দৰ যিকোনো এদিতৰ(editor)ত এটা ফাইল খোলক আৰু দৰ্শিত ধৰণে ক’ড(code)টো লিখক
00:56 এতিয়াৰ পৰা তাক কি ভাৱে কৰা হব সেইয়া আপুনি পৰিচিত হ’ব লাগিব
01:00 এই প্ৰোগ্ৰামটোত,আমি প্ৰদত্ত ফাইলটো খালি হয় নে নহয় পৰীক্ষা কৰিম
01:06 মই ক’ড(code)টো বৰ্ণনা( explain) কৰিম
01:08 এইটো হৈছে চি বেং লাইন( shebang line)
01:10 সৰ্ব প্ৰথমে কনচল(console)ত Enter filename(এন্টাৰ ফাইলনেম) ছপা হ’ব
01:15 read কমান্ডটোৱে(command) ষ্টেন্দাৰ্দ ইনপুট(standard input)টোৰ পৰা দাতা( data)ৰ এটা শাৰী পঢ়ি্ব
01:20 এই কমান্ড(command)টো backticks(বেকটিক্স)ৰ ভিতৰত পৰিবেষ্টিত(enclose) হয়
01:24 Backtick(বেকটিক)ৰ এটা অতি বিশেষ অৰ্থ আছে
01:27 আপুনি backtick(বেকটিক)ৰ মাজত লিখা সকলো বিলাক মূল্যায়ন হয়
01:32 cat কমান্ড( command)টোৱে ফাইলটোৰ বিষয় বস্তু(content)টো দৰ্শিত কৰিব
01:37 wcএ প্ৰত্যেক ফাইলৰ বাবে নতুন শাৰী(newline),শব্দ(word) আৰু বাইত গণনা(byte counts) ছপা(print) কৰিব
01:43 - (হাইফেন) wএ শব্দ গণনাটো ছপা(print) কৰিব
01:47 কি ঘতিব সেইয়া হৈছে-
01:49 প্ৰথমে cat কমান্ডটোৱে ফাইলটো পঢ়িব
01:53 এইটো হৈছে ইনপুট ফাইল(input file)
01:55 তাৰপাছত যিটো wc কমান্ডটোলৈ পাইপড(piped) বা পঠোৱা(sent) হয়
02:00 গতিকে,এই ষ্টেতমেন্ত(statement)টোৱে এটা প্ৰদত্ত ফাইলত শব্দসমূহ(words) গণনা(counts) কৰিব
02:05 আউতপুতটো ভেৰিয়েবল (variable) xত জমা হৈছে
02:08 এইটো হৈছে if ষ্টেতমেন্ত(statement)
02:10 - (হাইফেন) eq কমান্ড(command)টোৱে শব্দ গণনাটো শূণ্য(zero)ৰ সমান হয়্ নে পৰীক্ষা কৰে
02:16 যদি চৰ্ত(condition)টো সত্য(true) হয়, আমি এটা বাৰ্তা(message) ছপা কৰিম File has zero words
02:22 প্ৰথম if চৰ্ত( condition)ৰ শেষ হৈছে fi
02:26 ইয়াত এইটো হৈছে আন এটা if চৰ্ত
02:28 ইয়াত, - (হাইফেন) ne কমান্ড(command)টোৱে শব্দ গণনাটো শূণ্য(zero)ৰ সমান নোহোৱাটো পৰীক্ষা কৰে
02:35 যদি চৰ্ত(condition)টো সত্য(true) হয়, আমি ছপা কৰিম “File has so-and-so words”
02:40 $ (ডলাৰ) xএ শব্দ গণনা(word count)টো দিব
02:43 এইটো হৈছে দ্বিতীয় if চৰ্ত(condition)টোৰ শেষ
02:46 আপোনাৰ প্ৰোগ্ৰাম ফাইল(program file)টো ছেভ কৰক
02:48 আহক আমাৰ প্ৰোগ্ৰাম(program)টো কাৰ্যকৰী কৰো
02:51 টাৰ্মিনেল(terminal)টো খোলক
02:53 আহক প্ৰথমে list.txt নামৰ ফাইল এটা নিৰ্মান কৰো
02:57 লিখক: touch list.txt
03:01 এতিয়া,আহক ফাইল(file)টোত এটা শাৰী(line) সংলগ্ন কৰো
03:04 লিখক:echo দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত “How are you” দ্বৈত উৰ্দ্ধকমাৰ পাছত গ্ৰেতাৰ দেন( greater than) চিহ্ন (sign) list.txt
03:13 এতিয়া আহক আমাৰ স্ক্ৰিপ্ত(script)টো এক্সিকিউটেবল( executable)বনাওঁ
03:16 লিখক:chmod প্লাচ(plus) x example(এক্সাম্পল)1 dot(দত) sh
03:21 এতিয়া লিখক dot slash(দত শ্লাচ) example(এক্সাম্পল)1.sh
03:26 Enter filename দৰ্শিত হৈছে
03:28 লিখক:list.txt
03:31 আউতপুতটো দৰ্শিত হৈছে যে: list.txt has 3 words
03:36 এতিয়া আন এটা অপাৰেটৰচ( operators)ৰ সংহতি(set)ৰ বিষয়ে শিকো আহক
03:40 মই অন্য এটা ফাইললৈ গতি কৰো
03:43 এইটো example(এক্সাম্পল)2.sh
03:46 অনুগ্ৰহ কৰি আপোনাৰ এডিতৰ(editor)ত এটা ফাইল খোলক আৰু ইয়াক example(এক্সাম্পল)2.sh নাম দিয়ক
03:52 এতিয়া আপোনাৰ্ example(এক্সাম্পল)2.sh ফাইল ত ইয়াত দৰ্শিত ধৰণে ক’ডটো লিখক
03:58 মই ক’ড(code)টো বৰ্ণনা কৰিম
04:00 এই প্ৰোগ্ৰামটোৱে পৰীক্ষা কৰিব যে শব্দৰ গণনাটো
04:04 একতকৈ ডাঙৰ বা সৰু (greater or less than one)
04:07 এক আৰু এশৰ মাজত বা এশতকৈ ওপৰত(Between one and hundred Or above hundred)
04:11 ইয়াত আমাৰ চিবেং লাইন(shebang line) আছে
04:14 read ষ্টেতমেন্ত(statement)টোৱে উপভোক্তাৰ(user) পৰা ইনপুট(input) ফাইলনেম( filename) হিচাবে লয়
04:19 ইয়াত, - (হাইফেন) c কমান্ড(command)টো বাইত গণনাসমূহ(byte counts) ছপা কৰিবলৈ ব্যৱহাৰ কৰা হয়
04:24 if ষ্টেতমেন্ত(statement)টোত, - (হাইফেন) lt কমান্ড(command)য়ে শব্দ গণনাটো এক(one)তকৈ সৰু হয়্ নে পৰীক্ষা কৰে
04:31 যদি চৰ্ত(condition)টো সত্য(true) হয়, আমি ছপা কৰিম “No characters present in the file”
04:37 fi য়ে if চৰ্ত(condition)টো শেষ কৰে
04:40 পাছৰ if ষ্টেতমেন্ত(statement)ত এটা নেষ্টেত(nested) if ষ্টেতমেন্ত(statement) সন্নিবিষ্ট হৈ থাকে
04:45 প্ৰথমে - (হাইফেন) gt কমান্ড(command)টোৱে শব্দ গণনাটো এক(one)তকৈ ডাঙৰ হয়্ নে পৰীক্ষা কৰে
04:51 যদি হয়, তেতিয়া এইecho ষ্টেতমেন্ত(statement)টো কাৰ্যকৰী হ’ব
04:56 এই if ষ্টেতমেন্ত(statement)টোৰ ভিতৰত বহুতো চৰ্ত(multiple conditions) আছে
05:01 ইয়াত, এই if- (হাইফেন) ge কমান্ড(command)টোৱে শব্দ গণনাটো এক(one)তকৈ ডাঙৰ বা সমান হয়্ নে পৰীক্ষা কৰে
05:09 আৰু - (হাইফেন) le কমান্ড(command)টোৱে শব্দ গণনাটো এশ(hundred)তকৈ সৰু বা সমান হয়্ নে পৰীক্ষা কৰে
05:17 যদি দুয়োটা চৰ্ত সন্মত(satisfied) হয়, তেতিয়া ই ছপা কৰেঃ
05:21 Number of characters ranges between 1 and 100
05:25 অনুগ্ৰহ কৰি মন কৰিব যে সম্পূৰ্ণ if চৰ্ত(condition)টো সন্মত হ’বলৈ দুয়োটা চৰ্ত সত্য(true) হ’ব লাগিব
05:33 এইটো এইকাৰণে যে আমি দুয়োটা চৰ্ত(condition)ৰ মাজত এম্পাৰচেন্দ(ampersand) সংযুক্ত কৰিছো
05:39 এই if ষ্টেতমেন্ত(statement)টোৰ শেষ হৈছে fi
05:43 তেতিয়া পাছৰ if ষ্টেতমেন্ত(statement)টো কাৰ্যকৰী হ’ব
05:47 - (হাইফেন) gt কমান্ড(command)য়ে শব্দ গণনাটো এশ(hundred)তকৈ ডাঙৰ হয়্ নে পৰীক্ষা কৰে
05:53 যদি চৰ্ত(condition)টো সন্মত( satisfied) হয়, আমি ছপা কৰিম Number of characters is above hundred
06:00 if ষ্টেতমেন্ত(statement)ৰ শেষ হৈছে fi
06:04 ইয়াত আমি দ্বিতীয় if ষ্টেতমেন্ত(statement)টো শেষ কৰিম
06:07 এতিয়া আমাৰ টাৰ্মিনেল(terminal)লৈ ঘূৰি আহক
06:10 আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
06:13 chmod প্লাচ(plus) x example(এক্সাম্পল)2 dot(দত) sh
06:18 dot(দত) slash(শ্লাচ) example(এক্সাম্পল)2 dot(দত) sh
06:22 লিখক list.txt
06:25 list.txt হিচাবে দৰ্শিত হোৱা আউত্পুতটোৰ এটাতকৈ অধিক কেৰেক্তাৰ(character) আছে
06:31 কেৰেক্তাৰ(character)সমূহৰ সংখ্যাৰ মাপ এক আৰু এশৰ পৰিসৰ(range)ৰ মাজত
06:36 এতিয়া, list.txt ফাইলত(file) কেৰেক্তাৰ(character)সমূহ সংযুক্ত বা বিচিন্ন কৰক
06:40 তেতিয়া কোনটো if ষ্টেতমেন্ত(statement) কাৰ্যকৰী হয় পৰ্যবেক্ষন (observe) কৰক
06:46 ইয়াৰদ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
06:49 আহক আমি মূলভাৱ চাওঁ
06:51 এই টিউট’ৰিয়েলটোত আমি শিকিলো,

equal to(ইকুৱেল তু), not equal to(নট ইকুৱেল তু), less than(লেচ দেন), less than equal to(লেচ দেন ইকুৱেল তু), greater than(গ্ৰেটাৰ দেন) আৰু, greater than equal to(গ্ৰেটাৰ দেন ইকুৱেল তু) কমান্ডসমূহ(commands)

07:03 এটা অনুশিলনী হিচাবে, not equal to(নট ইকুৱেল তু) অপাৰেটৰ (operator)ৰ ব্যৱহাৰটো বাখ্যা কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক
07:09 সঙ্কেত(Hint): - (হাইফেন) ne
07:12 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
07:15 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
07:18 আপোনাৰ যদি বেন্ডউইথ(bandwidth) ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
07:23 স্পকেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
07:25 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
07:28 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
07:32 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
07:40 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
07:43 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
07:51 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
07:56 স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দলে অৱ্দান(contributed) দিছে
08:02 মই মৌচম হাজৰিকা
08:06 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi, PoojaMoolya