What-is-Spoken-Tutorial/C2/What-is-Spoken-Tutorial-2min/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | নমস্কাৰ দৰ্শক সকল. স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এই দুই মিনিটৰ সংক্ষিপ্ত বিবৰণলৈ আপোনাক স্বাগতম |
00:06 | স্পোকেন টিউটোৰিয়েল ৰানিঙ কম্মেনটেৰিৰ সৈতে এটা স্ক্ৰীন কাস্ট হয় |
00:10 | স্ব শিকাৰ বাবে নির্মিত এটা ৰেকর্ডিংৰ সেশন হয় |
00:13 | আমি FOSSক প্রচাৰ কৰো যি ডিজিটেল বিভক্তিক মোচিবৰ বাবে দৰকাৰী হয়, ইয়াক বিনামূল্য ডাউনলোড কৰা যায়. |
00:19 | আমাৰ ওয়েবসাইটত যাও. ইয়াত spoken tutorial.org আছে. |
00:26 | ইয়াত এটা নমুনা স্পোকেন টিউটোৰিয়েল আছে |
00:29 | "ফাইল ৰেকর্ডিং" |
00:34 | আমি এতিয়া স্পোকেন টিউটোৰিয়েল তৈয়াৰ হোৱা প্রক্রিয়া ব্যাখ্যা কৰো |
00:38 | ইয়াত দেখোৱাৰ দৰে আমি এটা আউটলাইন আৰম্ভ কৰো. |
00:41 | ইয়াত দেখোৱাৰ দৰে আমি প্রতিটো টিউটোৰিয়েলৰ বাবে স্ক্রিপ্ট লিখো |
00:45 | তাৰপিছত আমি স্ক্রিপ্টখন ৰেকর্ড কৰো |
00:47 | আমি ইতিমধ্যে ৰেকর্ডিং দেখিলো. তাৰপিছত ইয়াত দেখোৱাৰ দৰে আমি স্ক্রিপ্ট অনুবাদ কৰো. |
00:51 | ইয়াত দেখোৱাৰ দৰে আমি এইটোক ডাব কৰো |
00:53 | ৰেকর্ডিং ফাইল |
00:59 | এইটো হিন্দি ভাষাত এই টিউটোৰিয়েলটো অাছিল. |
01:03 | আমি ইয়াত উভতি আহিম. |
01:06 | ইয়াতে এইটো স্পোকেন টিউটোৰিয়েলৰ নির্মাণকৌশল হয় |
01:10 | আমি স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰো, ডোমেইন বিশেষজ্ঞৰ কোনো প্রয়োজন নাই |
01:15 | কর্মশালা 2 ঘন্টাৰ সময়কাল হয় |
01:18 | ছাত্রয়ে তেখেতলোকৰ নিজস্ব গতিত শিকিব পাৰে |
01:21 | তেখেতলোকে নিজৰ পছন্দমতে এটা ভাষা ব্যবহাৰ কৰিব পাৰে. |
01:23 | সকলোৱে একেই স্তৰত পাব পাৰে. |
01:26 | আমি কর্মশালা খুবেই কার্যকৰী হোৱা পাও |
01:30 | এই কর্মশালাবোৰ খুবেই জনপ্রিয় হৈ উঠিছে. |
01:33 | আমি বর্তমানে এটা মাহত 200 কর্মশালা আয়োজন কৰো |
01:36 | উত্তৰ, পশ্চিম, পূর্ব আৰু দক্ষিণত নিশ্চিত কর্মশালা পতা হয় |
01:42 | ইয়াত আমাৰ ওয়েবসাইটত চতুৰ্থাংশৰ দর্শনৰ এটা গ্রাফ আছে. |
01:48 | ইয়াত উভতি আহো. |
01:49 | আমি ডিজিটেল ডিভাইডৰ উপৰত টিউটোৰিয়েল আৰম্ভ কৰো. |
01:53 | ইয়াতে এটা উদাহৰণ |
01:54 | "ফাইল ৰেকর্ডিং" |
02:00 | ইয়াত ফার্স্ট এইডৰ এটা নমুনা টিউটোৰিয়েল. |
02:04 | "ফাইল ৰেকর্ডিং" |
02:16 | এই টিউটোৰিয়েলবোৰ ভাৰতীয় সংখ্যাগৰিষ্ঠৰ বাবে অত্যন্ত উপযোগী হব |
02:20 | এই টিউটোৰিয়েলটোৱে আৰু বিস্তাৰিতভাবে এই প্রকল্পক ব্যাখ্যা কৰে |
02:25 | আমাৰ উচৰত কিছু প্রকাশনা আছে. আমাক যোনে নিহিত কৰে? |
02:28 | মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ। |