Scilab/C2/Getting-Started/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:02 | গেটিং ষ্টাৰটেদ উইথ চাইলেব(Getting Started with Scilab)ৰ স্পকেন টিউট’ৰিয়েল (spoken tutorial)লৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েল(tutorial)ত আমি শিকিবলৈ গৈছো: |
00:09 | চাইলেব( Scilab)ক এটা কেলকুলেতৰ( calculator) হিচাবে ব্যৱ্হাৰ কৰা |
00:12 | এটা ভেৰিয়েবল( variable)ত কেনেকৈ মানসমূহ( values) জমা কৰা হয় |
00:15 | এই ভেৰিয়েবলসমূহ(variables) ব্যৱ্হাৰ কৰি কেনেকৈ বিভিন্ন(various) গাণিতিক অপাৰেচন( mathematical operations) প্ৰদৰ্শন(Perform) কৰা হয় |
00:21 | বৰ্তমান কামকৰা দাইৰেকতৰী( current working directory)ত চেচনৰ সময়্ত( during the session) কাৰ্যকৰী(execute)হোৱা ক’মান্ডসমূহ (commands) জমা কৰিবলৈ কেনেকৈ এটা ফাইল( file) নিৰ্মাণ কৰা হয় |
00:29 | জটিল সংখ্যা( complex number)ক কেনেকৈ সূচীত(define) কৰা হয় |
00:31 | সংখ্যা(number)ত এক্সপ’নেনচিয়েল,লগাৰিথমিক আৰু ত্ৰিগনমেত্ৰিক অপাৰেচন(exponential, logarithmic and trigonometric operations) কেনেকৈ প্ৰদৰ্শন(Perform) কৰা হয় |
00:38 | এই টিউট’ৰিয়েল(tutorial)টোৰ বাবে আগতীয়াকৈ দৰকাৰী(prerequisite) হৈছে আপোনাৰ ক’ম্পিউতাৰ(computer)ত চাইলেব(Scilab) ইনষ্টল ( install) থাকিব লাগিব |
00:44 | মই বাখ্যা(demonstration) কৰিবলৈ চাইলেব( Scilab) 5.2.0 আৰু মেক( Mac)OS/X ব্যৱ্হাৰ কৰিছো |
00:51 | এইখন হৈছে টিউট’ৰিয়েল(tutorial)টোৰ বাবে ফ্ল’চাৰ্ত(Flow chart) |
00:55 | আপোনাৰ দেস্কটপ(Desktop)ৰ চাইলেব চৰ্ত্কাত আইক’ন(Scilab shortcut icon)ত টিপক আৰু চাইলেব( Scilab) আৰম্ভ কৰক |
01:01 | এইখন হৈছে চাইলেব ক’নচ’ল উইনদ’(Scilab console window)। লক্ষ্য কৰিব যে কাৰ্চৰ(cursor)টো ক’মান্ড প্ৰমপ্ত(command prompt)ত আছে |
01:07 | মই উপদেশ(suggest)দিওঁ যে আপুনি ক্ৰ’মান্বয়ে( simultaneously) মাজে সময়ে কথাচিত্ৰ (video)টো ৰখাই(pausing) এই টিউট’ৰিয়েল (tutorial)টো অভ্যাস( practice) কৰে |
01:16 | চাইলেব( Scilab)ক এটা কেলকুলেতৰ (calculator) হিচাবে ব্যৱ্হাৰ কৰিব পাৰি |
01:19 | আহক আমি ই কৰিব পৰা কিছুমান মূখ্য অপাৰেচন( operations) চাওঁ |
01:25 | লিখক 42 যোগ 4 পূৰণ 4 বিয়োগ 64 হৰণ 4 আৰু এন্টাৰ টিপক |
01:36 | আউতপুত( output)টো 42, আশা কৰা ধৰণে |
01:39 | লক্ষ্য কৰিব যে উত্তৰ 42টো দিফল্ত ভেৰিয়েবল (default variable) "a n s"ত জমা হৈছে |
01:45 | আমি নামযুক্ত ভেৰিয়েবল(named variable)ও নিৰ্মাণ কৰিব পাৰো: লিখক, |
01:49 | a = 12, b=21 , c=33 আৰু এন্টাৰ টিপক |
02:00 | ই 12, 21 আৰু 33 মানসমূহ a, b আৰু c ভেৰিয়েবল (variable)ত জমা কৰিব |
02:08 | মই চাইলেব ক’নচ’ল(Scilab console)টো ইয়াত clc ক’মান্ড(command) ব্যৱ্হাৰ কৰি খালী কৰিম |
02:13 | এতিয়া আমি এই ভেৰিয়েবলসমূহ(variables) ব্যৱ্হাৰ কৰি কিছুমান গাণিতিক অপাৰেচন(mathematical operations) প্ৰদৰ্শন কৰিম |
02:19 | উদাহৰণস্বৰূপে, |
02:21 | a+b+c য়ে ফলাফল(result) 66 দিয়ে |
02:27 | লগতে |
02:29 | a টাইমচ ইনতো ব্ৰেকেট(times into bracket) |
02:35 | b যোগ c য়ে ফলাফল 648 দিয়ে |
02:41 | আমি লগতে উত্তৰটো আন এটা ভেৰিয়েবল( variable) ধৰাহ’ল 'd'ৰ লগত সংযুক্ত( assign) কৰিব পাৰো d = বন্ধনী (bracket) a+b সামৰনী বন্ধনী( close the bracket)পূৰণ c লিখিলে উত্তৰ টো দিয়ে |
02:58 | d = 1089. |
03:01 | আমি ক’মান্ড লাইন( command line)ত ভেৰিয়েবল( variables) বিলাকৰ নাম ক’মা(comma)ৰে পৃথক(separate) কৰি লিখি ভেৰিয়েবল( variables) বিলাকত মান এনেদৰে পৰীক্ষা( check) কৰিব পাৰো |
03:09 | a,b,c,d আৰু এন্টাৰ টিপক |
03:16 | মই ক’নচ’ল(console)টো ইয়াত clc ক’মান্ড(command) ব্যৱ্হাৰ কৰি খালি কৰিম |
03:21 | পাৱাৰ (power)টো লবলৈ “raised to” চিহ্ন( symbol)টো ব্যৱহাৰ কৰক যিটো আপোনাৰ কীবৰ্ডৰ 6 নং কীত অৱস্থিত( located) |
03:29 | এই চিহ্ন( symbol)টো ব্যৱহাৰ কৰিবলৈ ‘ চিফত ক’(' shift key') আৰু 6 নং কী টিপক |
03:34 | উদাহৰণস্বৰূপে,7 ৰ বৰ্গটো(square) 7 ৰ ওপৰত 2 দি (raised to) পাব পাৰি আৰু এন্টাৰ টিপক |
03:43 | এ্টা সংখ্যাৰ বৰ্গমূল( square root) পাবলৈ, ধৰাহ’ল, 17,আমি ব্যৱ্হাৰ কৰিম : sqrt of 17 |
03:55 | এইটো 17ক শুণ্য দশমিক পাচ পাৱাৰলৈ(power) বৃদ্ধি কৰাৰ(raised to) সৈতে একে |
04:06 | কনভেনচন( Convention) ৰ দ্বাৰা,মাত্ৰ যোগাত্মক মান( positive value)টোহে আউতপুত( output) হিচাবে আহে |
04:10 | সৰ্বসাধাৰণতে( More generally),34ক (2 by 5) পাৱাৰ( power)লৈ পাবলৈ,লিখক: |
04:15 | 34 ৰ ওপৰত বন্ধনী 2 হৰণ 5 সামৰনী বন্ধনী আৰু এন্টাৰ টিপক |
04:25 | ঋণাত্মক( Negative) পাৱাৰ( power)ও ব্যৱ্হাৰ কৰিব পাৰি, |
04:28 | clc ক’মান্ড(command) ব্যৱ্হাৰ কৰি ক’নচ’ল (console)টো খালী কৰক |
04:33 | এতিয়ালৈকে,আপুনি কেনেকৈ কিছুমান সহজ গণনা কৰা হয় আৰু চাইলেব( Scilab)ত কেনেকৈ ভেৰিয়েবল(variable) নিৰ্মাণ কৰা হয় দেখিলে |
04:40 | এতিয়া নতুন ক’মান্ড( command)টোৰে আৰম্ভ কৰো আহক |
04:43 | এইটোৱে আগতিয়াকৈ( previously) আউতপুত(output)টোৰ সৈতে একেলগে জাৰিত( issued) কৰা ক’মান্ড( command)সমূহ মনত ৰখাত সহায় কৰে |
04:49 | প্ৰথমে pwd কমান্ড( command)টো লিখক আৰু এন্টাৰ টিপক |
04:55 | এইটো মোৰ কম্পিউটাৰত বৰ্তমান কাম কৰা দাইৰেক্তৰি(directory) |
04:58 | এইটো আপোনাৰ কম্পিউটাৰত বেলেগ হ’ব পাৰে |
05:01 | বৰ্তমান কাম কৰা দাইৰেক্তৰি(directory)টো আপুনি দেখাৰ দৰে চাইলেব ক’নচল উইনদ’(scilab console window)ৰ টোলবাৰ( toolbar)ত অৱস্থিত চেঞ্জ কাৰেন্ট দাইৰেক্তৰি আইকন (changed current directory icon)ত টিপি সলনি কৰিব পাৰি |
05:15 | এতিয়া দায়েৰী( diary) ক’মান্ড( command)টো জাৰিত( issue) কৰিবলৈ লিখকঃ |
05:20 | ডায়েৰী(diary)বন্ধনী, আৰম্ভনী উৰ্ধকমা, myrecord.txt সামৰনী উৰ্ধকমা, সামৰনী বন্ধনী আৰু এন্টাৰ টিপক |
05:40 | এই ক’মান্ড( command)টোৱে বৰ্তমান কাম কৰা দাইৰেক্তৰি (directory)ত "myrecord.txt" নামৰ এটা ফাইল নিৰ্মাণ কৰিব |
05:48 | এতিয়াৰ পৰা চাইলেব( Scilab) চেচন( session)ৰ ত্ৰানস্ক্ৰিপ্ত( transcript) এটা এই ফাইলটোৰ ভিতৰত ছেভ(save) হব |
05:53 | ইয়াৰ ব্যৱহাৰিতা এই টিউতৰিয়েল( tutorial)টোৰ পাছৰ অধ্যা্য়ত ব্যাখ্যা কৰা হ’ব |
06:00 | অনুগ্ৰহ কৰি এতিয়া টিউতৰিয়েল( tutorial)টো ৰখাওক আৰু কথাচিত্ৰ( video)টোৰ লগত দিয়া এক নং অনুশিলনী( exercise) চেষ্টা কৰক |
06:07 | এতিয়া আমি চাইলেবে কেনেকৈ জটিল সংখ্যা( complex number) পৰিচালনা(handle) কৰে চাম |
06:13 | ইমাজিনেৰি ইউনিত( imaginary unit) i টো চাইলেবত percent i হিচাবে সূচিত( defined) কৰা হয় |
06:18 | উদাহৰণস্বৰূপে, ফাইভ পইন্ট টু( Five point two) ক percent i ৰে পূৰণ কৰিলে 5.2i দিয়ে |
06:29 | লগতে বন্ধনী 10 যোগ 5 পূৰণ percent i ক একেলগে 2 বাৰ percent i ৰে পূৰণ কৰিলে ফলাফলটো -10. + 20.i দিয়ে |
06:58 | এতিয়া ইয়াত কনচ’ল (console) খালি কৰক |
07:04 | আহক আমি চাইলেবত উপলব্ধ( available) কিছুমান আগতে নিৰ্ধাৰিত( predefined) সংখ্যাগত ধ্ৰুৱক(numerical constants) চাওঁ |
07:09 | i ৰ দৰে,সিহঁতৰ নামো শতাংশ চিহ্ন( percent sign)ৰে আৰম্ভ হ্য় |
07:13 | উদাহৰণস্বৰূপে percent pi |
07:18 | Pi ৰ মানটো আশা কৰা ধৰণৰ |
07:21 | এতিয়া,আমি তলত উল্লেখ কৰা ধৰণে কিছু গঠিত( built-in) ট্ৰিগ’নমেট্ৰিক ফাংচন( trigonometric functions)ব্যৱ্হাৰ কৰি pi ৰ ব্যৱ্হাৰ ব্যাখ্যা( demonstrate) কৰিম |
07:27 | sin of percent pi by 2 ফাংচন(function)টোৰ বাবে ফলাফলটো 1 হ্য় |
07:37 | আৰু percent pi বাই (by) 2ৰ cosৰ বাবে ফলাফলটো 6.123D-17 হয়' |
07:50 | অনুগ্ৰ্হ কৰি লক্ষ্য কৰিব যে কোণ(angle) সমূহ ৰেডিয়ান(radian)ত জোখা(measure) হয় আৰু |
07:54 | লক্ষ্য কৰিব যে সকলো ব্যৱহাৰিক উদ্দেশ্য (practical purpose)ৰ বাবে দ্বিতীয় উত্তৰটো শুণ্য( zero) হয় |
07:59 | মেচিন এপচিলন("machine epsilon") নামেৰে জনা সংখ্যাটোৰ লগত %eps টো জড়িত( related), |
08:03 | এইটো চাইলেবে দিব পৰা একেবাৰে সৰু সাংখ্যিক ৰিজলিউচন( resolution) |
08:08 | আপোনাৰ কম্পিউটাৰত ইয়াৰ মান বিচাৰিবলৈ আপোনাৰ ক’নচল( console)ত % eps লিখক |
08:19 | মোৰ কম্পিউটাৰত ই 2.220D-16 দিয়ে |
08:24 | ই চাইলেবে ব্যৱ্হাৰ কৰা ফ্ল’টিং পইন্ট প্ৰিচিচ’ন( floating point precision) টো দেখুৱাই |
08:28 | এই সংখ্যাটো 2.22 বাৰ 10^(-16) ৰ বাবে এটা উপস্থাপক( notation) হয় । ইয়াত ক’নচল( console)টো খালি কৰক |
08:41 | যদি কোনোবাই 0.000456 লিখিব বিচাৰে, এইটো 4.56d-4 বা 4.56e-4 বুলি লিখিব পাৰে |
09:06 | যিহেতু চাইলেব( scilab) ভেৰিয়েবল( variable) আৰু ফাংচন সমূহ কেচ-চেনচিতিভ(case-sensitive) হয়,আমি ইয়াত সৰুফলা d বা বৰফলা D, বা সৰুফলা e, বা বৰফলা E ব্যৱহাৰ কৰিব পাৰো |
09:16 | নেচাৰেল ল’গাৰিথম( natural logarithm)ৰ মূল( base)টো আন এটা আগতে নিৰ্ধাৰিত (predefined) দৰকাৰী সংখ্যাগত ধ্ৰুৱক( numerical constant)হয় |
09:22 | percent e য়ে ফলাফলটো আশাকৰা( expected) ধৰণে দিয়ে |
09:30 | আমি "e x pফাংচনৰ সৈতে একে ফলাফল লাভ( achieve) কৰিব পাৰো |
09:35 | উদাহৰণস্বৰূপে, exp বন্ধনী 1 সামৰনী বন্ধনী আৰু এন্টাৰ টিপক |
09:44 | আপুনি দেখিছে যে দুয়োটা উত্তৰ একে |
09:47 | ইয়াত clc ক’মান্ড(command) ব্যৱ্হাৰ কৰি ক’নচ’ল (console)টো খালী কৰক |
09:55 | একেধৰণে, |
09:56 | %e square য়ে তলত দৰ্শিত উত্তৰটো দিয়ে |
10:04 | যিটো exp of 2 লিখিও লাভ(achieve) কৰিব পাৰি |
10:18 | ক’মান্ড ল’গ( command log) এ এটা সংখ্যাৰ নেচাৰেল ল’গাৰিথম( natural logarithm)ক বুজায়,যিটো হৈছে base e লৈ |
10:23 | base 10 ৰ দ্বাৰা ল’গাৰিথম( logarithm) টো লবলৈ log 10 ব্যৱ্হাৰ কৰক |
10:29 | উদাহৰণস্বৰূপে, log10 বন্ধনী 1e বিয়োগ 23 সামৰনী বন্ধনী আৰু এন্টাৰ টিপক । ই আশা( expected) কৰা উত্তৰ -23 দিয়ে |
10:47 | আমি জটিল সংখ্যা( complex numbers) পাওঁ যেতিয়া ঋনাত্মক( negative)ৰ ল’গাৰিথম( logarithm) লওঁ |
10:51 | জটিল সংখ্যাৰ( complex numbers) বাবে আপুনি আপোনাৰ চাইলেব ক’নচল( scilab console)ত এইটো নিজে লিখি পৰীক্ষা(check) কৰিব পাৰেঃ log of -1 বা log of %i |
11:01 | এতিয়া পুনৰাহ্বান কৰক যিটো আমি ডায়েৰী কমান্দ(diary command) ৰ যোগেদি myrecord.txt ফাইলত লিখিত সকলো কমান্ড ( command) ৰ এটা বাণীবদ্ধকৰণত উত্থাপন(invoke) কৰিছিলো |
11:09 | এতিয়া,কেনেকৈ সেই ফাইলটো বন্ধ কৰিব আৰু চাব পাৰি চাওঁ আহক |
11:13 | ফাইলটো বন্ধ কৰিবলৈ লিখক, |
11:16 | diary of zero |
11:21 | এই ক’মান্ড( command)টোৱে ফাইলটো বন্ধ কৰিব আৰু myrecord.txt ত ছেভ কৰিব |
11:26 | লগতে পুনৰাহ্বান ( recall) কৰক যে এই ফাইলটো বৰ্তমান কাম কৰা দাইৰেক্তৰি(Directory)ত নিৰ্মান হৈছিল,যিটো মোৰ ক্ষেত্ৰত দেস্কটপ ( desktop) হয় |
11:34 | আহক আপোনাৰ চাইলেব ক’নচল( console) উইনদ’ (window)টোলবাৰ( toolbar)ত থকা অ’পেন এ ফাইল চৰ্তকাত আইকন(Open-a-file shortcut icon) ত টিপি ফাইলটো খোলো |
11:46 | মই ফাইল ফৰমে্ত( file format)টো all file লৈ সলাম( change) |
11:51 | myrecord.txt ফাইলটো নিৰ্বাচন( Select) কৰক আৰু Open ত টিপক |
11:59 | লক্ষ্য কৰিব যে চাইলেবে দিয়া সকলো ট্ৰানজাকচন (transaction),দুয়োটা ক’মান্ড আৰু সম্বন্ধীয় উত্তৰসমূহ( corresponding answers), এই ফাইলটোত ছেভ(save) হৈ থাকে |
12:10 | মই এই ফাইলটো বন্ধ কৰিম |
12:15 | Yes টিপক |
12:21 | আমি জানো যে,প্ৰোগ্ৰাম এটা প্ৰস্তুত(developed) কৰোতে, এজনে গ্ৰহণযোগ্য( suitable) ক’ডটো পোৱাৰ আগলৈকে, ক’ডটোৰ সৈতে বহুটো পৰীক্ষা নিৰীক্ষা(experiment) কৰিব |
12:29 | দায়েৰী ক’মান্ড(Diary command )এ সকলো ট্ৰানজাকচনৰ (transaction) অৱস্থান(track) ৰখাত সহায় কৰে |
12:35 | যদি আপুনি সেইটো পুনৰাহ্বান(recall)কৰে, আমি my record.txt ফাইলটো diary of zero ক’মান্ডটো ব্যৱ্হাৰ কৰি বন্ধ কৰিছিলো |
12:42 | অনুগ্ৰহ কৰি, মনকৰক যে এই ক’মান্ড( command) টো কাৰ্যকৰী(execute) কৰাৰ পাছত কোনো ধৰণৰ ট্ৰানজাকচন( transaction) ছেভ(save) কৰিব নোৱাৰি |
12:48 | যদি আমি চেচন( session)টো পুনৰ ছেভ কৰিব বিচাৰো,আমি আকৌ দায়েৰী ক’মান্ড( diary command)টো জাৰিত( issue) কৰিব লাগিব |
12:54 | যদি ফাইলটোত কিছুমান দৰকাৰী তথ্য( information) থাকে, তেতিয়া তেওঁ দায়েৰী ক’মান্ড( diary command)ত কিছুমান অন্য ফাইল নাম( file name) ব্যৱ্হাৰ কৰিব লাগিব |
13:03 | কাৰণ, একেটা ফাইল নাম( file name) ব্যৱ্হাৰ কৰিলে পূৰ্বস্থিত(existing) ফাইলটো অভাৰৰাইট( overwrite) হব |
13:09 | ইয়াত কথাচিত্ৰ( video)টো ৰখাওক আৰু কথাচিত্ৰ( video)টোৰ লগত দিয়া দ্বিতীয় অনুশিলনী( exercise)টো সমাধান কৰক |
13:15 | আপুনি হয়তো লক্ষ্য কৰিছে যে সমস্যা( problem)টোৰ সমাধান একেবাৰে শুণ্য নহ্য় |
13:21 | কেনেকৈ ইয়াৰ অংশীদাৰী(deal) ৰক্ষা হয় তাৰ অধিক তথ্যৰ বাবে “help clean” লিখক |
13:27 | সৰ্বসাধাৰণতে( In general),যদি এটা নিৰ্দিষ্ট( particular) ক’মান্ডৰ বিষয়ে আপোনাক সহায় লাগে,তেন্তে 'help' বা এটা আৰগুমেন্ট( argument) কমান্ডৰ সৈতে help ব্যৱ্হাৰ কৰিব পাৰি |
13:37 | উদাহৰণস্বৰূপে,চাইলেব ক’নচল( console)ত “help chdir” লিখক আৰু এন্টাৰ টিপক |
13:53 | মই হেল্প ব্ৰ’জাৰ( help browser)ৰ আকাৰ( size)বৃদ্ধি কৰিম |
14:01 | Help chdir এ বৰ্তমান কাম কৰা দাইৰেক্তৰী( directory) কেনেকৈ সলাব পাৰি তাৰ সঠিক তথ্য( detailed information) দিয়ে |
14:10 | আপুনি দেখিছে অন্য অপচন( option) হৈছে চাইলেব ক’নচল ( console) ৰ উইনদ’ (window) টোলবাৰ ( toolbar) ত থকা হেল্প ব্ৰ’জাৰ( help browser )আইকন (icon) ত টিপাটো |
14:20 | মই হেল্প ব্ৰ’জাৰ( help browser)টো বন্ধ কৰিম আৰু শ্লাইডবোৰলৈ( slides) ঘূৰি আহিম |
14:31 | আপ-দাউন এৰ’ কীছ(up - down arrow keys )ব্যৱ্হাৰ কৰি আগতে কাৰ্যকৰী(execute) হোৱা ক’মান্ডসমূহ চাব পাৰি |
14:36 | আপ-দাউন( up - down) এৰ’ছ( arrows) ব্যৱ্হাৰ কৰোতে আপুনি যিকোনো ক’মান্ডত ৰ’ব পাৰিব,আৰু ইয়াক কাৰ্যকৰী( execute) কৰিবলৈ এন্টাৰ টিপক |
14:45 | আপুনি প্ৰয়োজন( necessary) হ’লে কমান্ডসমূহ এদিট( edit) কৰিব পাৰিব |
14:48 | দৰাচলতে আপুনি আগতে( previous) লিখা কমান্ড( command) এটা বিচাৰিছে,যিটো 'e' আখৰেৰে আৰম্ভ হয়,তাৰপাছত e লিখক,আৰু পাছত আপ এৰ’ কী( up arrow key) ব্যৱ্হাৰ কৰক |
14:59 | কমান্ডটো অট’কম্প্লিত( auto-complete) হবলৈ tab key ব্যৱ্হাৰ কৰক । ই আমাক সকলো উপলব্ধ( available) অপচন(option) বাচিবলৈ দিয়ে |
15:07 | এই টিউটৰিয়েল( tutorial)ত আমি শিকিলো |
15:10 | চাইলেব( Scilab)ক এটা কেলকুলেতৰ( calculator) হিচাবে ব্যৱ্হাৰ কৰা |
15:12 | ফলাফলটো দিফল্ত ভেৰিয়েবল (default variable) ans ত জমা কৰা |
15:16 | ইকুৱেলিতি চিহ্ন(equality sign)ব্যৱ্হাৰ কৰি মানসমূহ ভেৰিয়েবলত সংযুক্ত কৰা |
15:20 | ক’নচল( console)ত ভেৰিয়েবল(variable)ৰ নাম ক’মাৰে পৃথক(separate) কৰি লিখি ভেৰিয়েবল(variable)ত মানসমূহ( values) পৰীক্ষা( Check) কৰা |
15:28 | Pwd কমান্ড( command) ব্যৱ্হাৰ কৰি বৰ্তমান কাম কৰা দাইৰেক্তৰি( directory)টো পৰীক্ষা কৰা |
15:34 | ক’নচল( console)ত লিখা সকলো বিলাক ক’মান্ড এটা ফাইলত ছেভ কৰিবলৈ দায়েৰী ক’মান্ড( diary command) ব্যৱ্হাৰ কৰক |
15:40 | জটিল সংখ্যা( complex numbers),নেচাৰেল এক্সপ’নেন্তচ( natural exponents) আৰু p ক %i, %e আৰু %pi ৰে সূচিত( Define) কৰা |
15:49 | যিকোনো ক’মান্ডৰ বিষয়ে সবিশেষ( detailed) তথ্য( information) পাবলৈ help ক’মান্ড ব্যৱ্হাৰ কৰক |
15:54 | ইয়াৰ দ্বাৰাই আমি এই গেটিং ষ্টাৰটেদ উইথ চাইলেব(Getting Started with Scilab)ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)ৰ শেষ পালোহি |
15:59 | চাইলেব( Scilab)ত আৰু বহুতো আন ফাংচন (function) আছে যাক আন স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)ত সামৰা( covered) হ’ব |
16:06 | এই স্পকেন টিউটৰিয়েলটো Free and Open Source Software in Science and Engineering Education(FOSSEE) ৰ দ্বাৰা নিৰ্মান হৈছে |
16:14 | FOSSEE প্ৰকল্পৰ( project) অধিক তথ্য http://fossee.in বা http://scilab.in উৱেবচাইট(website) টোৰ পৰা পাব(obtaine)পাৰি |
16:22 | আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে৷ |
16:29 | এই মিচনৰ বিষয়ে অধিক তথ্য( information) spoken hyphen tutorial dot org slash NMEICT hyphen introত পাব |
16:43 | আশা কৰো শিকিবলৈ আপোনাৰ বাবে এই স্পকেন টিউটৰিয়েল( spoken tutorial)টো বহুমূল্য হৈছে |
16:47 | ধন্যবাদ |
16:48 | মই মৌচম হাজৰিকা |