QGIS/C2/Geometric-Properties-of-Vectors/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Geometric Properties of Vectors টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম - মেপত attribute table ৰ পৰা নিৰ্বাচিত বৈশিষ্ট্যসমূহক দেখাবলৈ |
00:14 | attribute table ত ক’লমনচ যোগ কৰিবলৈ |
00:18 | attributes ৰ বাবে পৰিসংখ্যা গণনা কৰিবলৈ |
00:22 | এই টিউট’ৰিয়েল ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04, QGIS ভাৰ্চন 2.18 |
00:34 | এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS ইন্তাৰফেচৰ সৈতে পৰিচিত হ’ব লাগিব |
00:41 | যদি নহয় সংগত টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাব |
00:46 | এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ, আপুনি প্লেয়াৰৰ তলত অৱস্থিত, Code files লিংকত দিয়া ফ’ল্দাৰটো দাউনল’দ কৰিব লাগিব |
00:56 | দাউনল’দ কৰা জিপ ফাইলৰ উপাদানখিনি এক্সত্ৰেক্ত কৰক |
01:00 | এক্সত্ৰেক্ত কৰা ফ’ল্দাৰত IND_rails.shp ফাইলক বিচাৰক |
01:08 | মই ইতিমধ্যে code file দাউনল’দ কৰিলো, এক্সত্ৰেক্ত কৰিলো আৰু ইয়াক Desktop ত এটা ফ’ল্দাৰত ছেভ কৰিলো |
01:15 | Desktop ত থকা Code-file ফ’ল্দাৰত দুবাৰ ক্লিক কৰক খুলিবলৈ |
01:21 | IND_rails.shp ফাইলত ৰাইত-ক্লিক কৰক |
01:27 | কনটেকস্ত মেনুৰ পৰা, বাচক Open with QGIS Desktop |
01:35 | QGIS ইন্তাৰফেচ আহিছে |
01:38 | OK বুটামত ক্লিক কৰক QGIS tips দাইল’গ-বক্স বন্ধ কৰিবলৈ |
01:44 | ভাৰতবৰ্ষৰ মেপ য’ত লাইনসমূহে ৰেলপথ দৰ্শাই canvas ত আহিছে |
01:51 | আমি গণনা কৰিম লাইনৰ দৈৰ্ঘ্য ৰেলপথসমূহৰ বাবে যি অপাৰেচনেল হয় |
01:57 | এই তথ্যক চাবলৈ আমি attribute table খুলিব লাগিব |
02:02 | ৰাইত-ক্লিক কৰক IND_rails layer Layers Panel ত |
02:09 | context menuৰ পৰা বাচক Open Attribute Table অপচনক |
02:14 | Attribute table আহিছে |
02:17 | table খনৰ এটা attribute আছে EXS_DESCRI নামৰ |
02:25 | আমি এই attribute ৰ ভেলুক ব্যৱ্হাৰ কৰিব পাৰো বৈশিষ্ট্যসমূহক নিৰ্বাচিত কৰিবলৈ যি অপাৰেচনেল হয় |
02:31 | এই ক’লমে এটা নিৰ্দিষ্ট ৰেলপথৰ ষ্টেতাচক দেখাই |
02:36 | এইবোৰক শ্ৰেণিবিভক্ত কৰা হৈছে Operational, Unexamined বা Unsurveyed আৰু not Usable হিচাবে |
02:48 | আমি লাইনখিনিক বাচিব লাগিব যি অপাৰেচনেল হয় |
02:52 | attribute টেবল উইন্দ’ত, টোল বাৰত Select features using an expression টোলত ক্লিক কৰক |
03:00 | এটা নতুন দাইল’গ-বক্স Select By Expression আহিছে |
03:05 | Function Editor পানেলত, Fields and Values অপচনৰ কাষত থকা ক’লা ত্ৰিভুজটোত ক্লিক কৰক |
03:13 | লিষ্টৰ পৰা বাচক EXS_DESCRI attribute |
03:21 | ইয়াত দুবাৰ ক্লিক কৰক আৰু ইয়াক Expression টেকস্ত এৰিয়াত যোগ কৰক |
03:26 | Expression টো সম্পূৰ্ণ কৰক লিখি
"EXS_DESCRI" equal to, in single quotes Operational |
03:37 | মন কৰিব, ইয়াত গাঠণিটো হৈছে case-sensitive |
03:42 | শব্দসমুহ লিখক সিহত attribute table ত অহাৰ দৰে |
03:47 | ইয়াত Operational ত থকা “O” হৈছে কেপিতেল লেতাৰ |
03:52 | টেবলৰ তলত, Select বুটামত ক্লিক কৰক Close বুটামৰ কাষত |
03:59 | Operational category নিৰ্বাচিত হৈছে attribute table ত |
04:04 | attribute table বন্ধ কৰক |
04:07 | মেপখনত, আপুনি দেখিব যে Operational category ত অহা সকলো লাইনচ নিৰ্বাচিত হৈছে |
04:14 | এই লাইনসমুহ হালধীয়াকৈ আহিছে |
04:17 | এতিয়া আহক আমাৰ নিৰ্বাচনক এটা নতুন shapefile লৈ ছেভ কৰো |
04:22 | ৰাইত-ক্লিক কৰক IND_rail layer ত আৰু বাচক Save As....অপচনক |
04:31 | Save Vector Layer as ….. দাইল’গ-বক্স আহিছে |
04:35 | Browse বুটামত ক্লিক কৰক, File name ফিল্দৰ কাষত |
04:40 | Save Layer As... দাইল’গ-বক্স আহিছে |
04:44 | আউতপুত ফাইলটোৰ নাম দিয়্ক railway.shp হিচাবে |
04:49 | ল’কেচন এটা বাচক, মই বাচিম Desktop । Save বুটামত ক্লিক কৰক |
04:57 | এতিয়া আহক CRS বাচো এই layer ৰ বাবে । Select CRS বুটামত ক্লিক কৰক |
05:04 | Coordinate Reference System Selector দাইল’গ-বক্স আহিছে |
05:09 | যিহেতু আমি দৈৰ্ঘ্য গণনা কৰিব বিচাৰিছো, আহক এটা equidistance projection বাচো |
05:16 | লিখক Indian 1975 Filter চাৰ্চ বক্সত |
05:22 | পৃথিবীৰ Coordinate Reference Systems ৰ ভিতৰত, Geographic Coordinate Systems চেকচনত বাচক Indian 1975 EPSG:4240 |
05:36 | OK বুটামত ক্লিক কৰক |
05:39 | Save vector layer as... দাইল’গ-বক্সত, দিফল্টভাবে, Add saved file to map ইতিমধ্যে নিৰ্বাচিত হৈছে |
05:48 | Save only selected features চেক বক্সক চেক কৰক |
05:53 | OK বুটামত ক্লিক কৰক |
05:56 | এক্সপ’ৰ্ত প্ৰচেচ সম্পুৰ্ণ হ’লে, আপুনি Layers Panel ত এটা নতুন লেয়াৰ railway ল’দেদ হোৱা দেখিব |
06:04 | Layers Panel ত, আপুনি IND_rail লেয়াৰৰ কাষত থকা বক্সটো আনচেক কৰিব পাৰে, ইয়াক বন্ধ কৰিবলৈ যিহেতু আমাক ইয়াৰ আৰু প্ৰয়োজন নাই |
06:15 | কেনভাচত আপুনি ভাৰতবৰ্ষৰ মেপখন দেখিব মাত্ৰ অপাৰেচনেল ৰেলপথসমূহৰ সৈতে |
06:22 | ৰাইত ক্লিক কৰক railway লেয়াৰত আৰু বাচক Open Attribute Table |
06:29 | এতিয়া আমি এটা ক’লম যোগ কৰিম প্ৰতিটো বৈশিষ্ট্যৰ দৈৰ্ঘ্যৰ সৈতে |
06:34 | layer ক এদিতিং মোদত থওঁক tool bar ত থকা Toggle editing টোলত ক্লিক কৰি |
06:41 | তেতিয়া tool bar ৰ সোফালে চুকত অৱস্থিত Open field calculator বুটামত ক্লিক কৰক |
06:49 | Field Calculator দাইল’গ-বক্সত, Create a new field check box ক চেক কৰক |
06:55 | লিখক length hyphen km Output field name টেকস্ত বক্সত |
07:02 | বাচক Decimal number (real) Output field type হিচাবে |
07:07 | আউতপুত Precision ক সলাওঁক 2 লৈ |
07:10 | Function editor panel ত, Geometry ৰ কাষত থকা ত্ৰিভুজত ক্লিক কৰক আৰু বাচক $length |
07:20 | $length ত দুবাৰ ক্লিক কৰক ইয়াক Expression টেকস্ত বক্সত যোগ কৰিবলৈ |
07:26 | সমীকৰণটো সম্পূৰ্ণ কৰক $length হৰণ 1000 হিচাবে |
07:32 | Division Operator বুটামত ক্লিক কৰক টেকস্ত উইন্দ’ৰ ওপৰত |
07:37 | কীব’ৰ্ডত লিখক 1000 |
07:40 | আমি আউতপুত দৈৰ্ঘ্যক 1000 ৰে হৰণ কৰিব লাগিব, কাৰণ railway লেয়াৰ CRS থাকে মিটাৰ ইউনিতত আৰু আমি আউতপুতটো বিচাৰো কিল’মিটাৰত |
07:52 | OK বুটামত ক্লিক কৰক |
07:55 | Toggle editing টোলত ক্লিক কৰক এদিতিং বন্ধ কৰিবলৈ |
08:00 | Stop editing দাইল’গ-বক্সত, Save বুটামত ক্লিক কৰক , পৰিবৰ্তনসমূহ attribute table ত ছেভ হ’বলৈ |
08:07 | attribute table লৈ ঘূৰি যাওঁ, এটা নতুন ক’লম Length hyphen km যোগ কৰা হ’ল |
08:15 | এতিয়া আমাৰ প্ৰতিদাল একক লাইনৰ দৈৰ্ঘ্য আছে Railway layer ত |
08:20 | আমি সকলোখিনি যোগ কৰিব পাৰো আৰু সৰ্বমুঠ দৈৰ্ঘ্যক পাব পাৰো |
08:25 | attribute table বন্ধ কৰক |
08:28 | মেনু বাৰত Vector মেনুত ক্লিক কৰক । বাচক Analysis Tools অপচনক |
08:36 | চাব-মেনুৰ পৰা, ক্লিক কৰক Basic Statistics for numeric tools |
08:42 | দাইল’গ-বক্স এটা আহিছে |
08:45 | Input vector layer বাচক railway হিচাবে |
08:50 | Field to calculate statistics on বাচক length hyphen km হিচাবে |
08:57 | দাইল’গ-বক্সৰ তলত সোফালে চুকত থকা Run বুটামত ক্লিক কৰক |
09:03 | Results উইন্দ’ আহিছে |
09:06 | ইয়াত আপুনি বিভিন্ন পৰিসংখ্যাগত ফলাফলসমূহ দেখিব |
09:11 | ইয়াত দেখুৱা Sum value হৈছে ৰেলপথসমূহৰ সৰ্বমুঠ দৈৰ্ঘ্য |
09:16 | মন কৰিব, উত্তৰটো হয়তো অলপ ভিন্ন হ’ব পাৰে যদিহে এটা বেলেগ projection বচা হয় |
09:23 | অভ্যাস কৰোতে, পথসমূহৰ বাবে লাইনৰ দৈৰ্ঘ্য আৰু আন লিনিয়াৰ বৈশিষ্ট্যসমূহ মাটিত জোখা হয় |
09:30 | এই মানসমূহক attributes হিচাবে প্ৰদান কৰা হয় dataset টোলৈ |
09:35 | ওপৰত ব্যাখ্যা কৰা পদ্ধতিটোৱে তেনে attribute ৰ অবিহনেহে কাম কৰে আৰু প্ৰকৃত লাইনৰ দৈৰ্ঘ্যৰ এটা আপেক্ষিক জোখ হিচাবে |
09:46 | আহক মূলভাব চাওঁ, এই টিউট’ৰিয়েলটোত আমি শিকিলো, |
09:51 | মেপত attribute table ৰ পৰা নিৰ্বাচিত বৈশিষ্ট্যসমূহক দেখাবলৈ ।
attribute table ত ক’লমনচ যোগ কৰিবলৈ আৰু attributes ৰ বাবে পৰিসংখ্যা গণনা কৰিবলৈ |
10:04 | এটা অনুশিলনী হিচাবে - ক’ড ফাইল world_1.shp ব্যৱ্হাৰ কৰক, Code files লিংকৰ পৰা দাউনল’দ কৰা |
10:14 | এৰিয়া উলিয়াওঁক স্কোৱাৰ-কিল’মিটাৰত বিভিন্ন দেশসমূহৰ বাবে |
10:20 | আপোনাৰ সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব |
10:26 | তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব |
10:34 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে, কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে |
10:41 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব |
10:45 | আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব |
10:49 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকটোত উপলদ্ধ |
11:01 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |