PERL/C2/Variables-in-Perl/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 Variables in 'Perlৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
00:06 এই টিওটৰিয়েলত আমি শিকিম- পাৰ্লত ‘‘Variables
00:12 এই টিওটৰিয়েলৰ বাবে মই ব্যৱহাৰ কৰিছো ‘‘উবুন্টু লিনাক্স ১২.০৪ অপাৰেতিং সিস্টেম আৰু
00:18 পাৰ্ল ৫.১৪.২ , তাৰ অৰ্থ হৈছে পাৰ্ল revision ৫ version ১৪ আৰু subversion ২
00:26 মই ‘‘যিএদিত টেক্সট এদিতৰ ব্যৱহাৰ কৰিম ।
00:30 আপুনি নিজৰ ইচ্ছা অনুসৰি যিকোনো এটা টেক্সট এদিতৰ বাচিব ল‘ব পাৰে।
00:34 পাৰ্লত ‘‘Variables
00:37 ‘‘Variables সমূহ বাক্য, সংখ্য অথবা array সংৰক্ষণত ব্যৱহাৰ কৰা হয়
00:44 এবাৰ এটা ‘‘variable বৰ্ণনা কৰা হ'লে, তাক লিপিত বহুবাৰ ব্যৱহাৰ কৰিব পাৰি
00:50 ‘‘Scalarএটাই একক মান পৰিদৰ্শন কৰে আৰু কেৱল ‘‘scalars সংৰক্ষণ কৰিব পাৰে ।
00:56 $ (dollar) চিহ্ন ব্যৱহাৰ কৰি ‘‘Scalar variables সমূহ বৰ্ণনা কৰা হয় ।
01:00 এতিয়া ‘‘Variable Declaration চাওঁ আহক:
01:03 এটা ‘‘variableৰ বৰ্ণনা এইদৰে কৰা হয়:‘‘ dollar priority semicolon
01:09 পাৰ্লত ‘‘Variableৰ নাম সমূহ বিভিন্ন formatত থাকিব পাৰে । ‘‘Variable সমূহৰ আৰম্ভণিতে বৰ্ণ অথবা ‘‘underscore থাকে
01:18 আৰু বৰ্ণ, সংখ্যা, ‘‘underscore অথবা তিনিও একেলগে থাকিব পাৰে ।
01:24 পাৰ্লত যিবোৰ ‘‘Variable ডাঙৰ বৰ্ণৰ সহায়ত বৰ্ণনা কৰা হয়, বিশেষ অৰ্থ থাকে
01:30 সেইকাৰণত ‘‘variable বৰ্ণনা কৰোতে ডাঙৰ বৰ্ণ ব্যৱহাৰ কৰিব নেলাগে ।
01:34 এতিয়া টাৰমিনেল যাওক আৰু টাইপ কৰক ‘‘gedit variables dot pl ampersand
01:44 ‘‘ampersandয়ে টাৰমিনেলত কমান্দ প্ৰম্পত আনলক কৰিব । এতিয়া এন্টাৰ প্ৰেছ কৰক ।
01:50 টেক্সট এদিটৰত ‘‘variables.pl ফাইল খুল খাব
01:56 পাৰ্ল ফাইল এখনৰ দিফল্ত এক্সটেন্চন হৈছে ‘‘dot pl
02:01 ‘‘dollar priority semicolon -এইখিনি ফাইলত টাইপ কৰক আৰু এন্টাৰ প্ৰেছ কৰক
02:10 আমি ‘‘variable priorityৰ বৰ্ণনা কৰিলো ।
02:13 এটা ‘‘variable ব্যৱহাৰ কৰাৰ আগতে বৰ্ণনা কৰিব নেলাগে ।
02:18 আপুনি তাক আপুনাৰ ক'দত ব্যৱহাৰ কৰিব পাৰে
02:21 এতিয়া আহক ‘‘variable priorityক এটা সংখ্যা দি চাওঁ
02:25 তাৰ বাবে টাইপ কৰক ‘‘dollar priority space equal to space one semicolon
02:32 আৰু এন্টাৰ প্ৰেছ কৰক
02:34 তাৰ পাছত টাইপ কৰক
02:36 ‘‘print space double quote Value of variable is: dollar priority slash n ঊৰ্ধ কমা বন্ধ কৰক ‘‘semicolon আৰু এন্টাৰ প্ৰেছ কৰক ।
02:50 ‘‘slash n হৈছে এটা নতুন বাক্য শাৰী
02:53 এতিয়া এই ফাইল খন ‘‘variables.plবুলি কোনো এটা ঠাইত সংৰক্ষণ কৰক
03:02 মোৰ ক্ষেত্ৰত ই ‘‘home/amol directoryত সংৰক্ষণ হ'ব। এতিয়া ফাইল খন সংৰক্ষণ কৰক ।
03:10 এতিয়া ‘‘variables.pl ফাইল খনৰ অনুমতি সমূহ সলনি কৰো আহক ।
03:18 তাৰ বাবে টাৰমিনেলত টাইপ কৰক ‘‘chmod 755 variables dot pl
03:27 এনে কৰিলে ফাইল খনে read, write & execute rights সমূহ পাব
03:32 এই পাৰ্ল লিপি খন টাৰমিনেলত কম্পাইল কৰিবলৈ
03:36 টাইপ কৰক ‘‘perl hyphen c variables dot pl
03:42 ‘‘Hyphen c য়ে পাৰ্ল লিপি খনত কোনো কম্পাইলেচন/চিন্টেক্স ইৰ'ৰ থাকিলে কম্পাইল কৰে
03:49 এতিয়া এন্টাৰ প্ৰেছ কৰক
03:51 ইয়াৰ পৰা আমি জানিবলৈ পালো যে আমাৰ লিপিত একো চিন্টেক্স ইৰ'ৰ নাই
03:56 এতিয়া পাৰ্ল লিপি খন একজিকিউট কৰো আহক । টাইপ কৰক ‘‘perl variables dot pl আৰু এন্টাৰ প্ৰেছ কৰক ।
04:06 আমি আওতপুত দেখা পাম ।
04:10 আমি বৰ্ণনা কৰা ‘‘variableটোত আমি ‘‘stringমান দিব পাৰো ।
04:15 এতিয়া টেক্সট এদিটৰ ৱিন্দোলৈ যাওঁ
04:18 ‘‘dollar priority equal to one;ৰ বিপৰীতে টাইপ কৰক
04:22 ‘‘dollar priority equal to একক কোটত high
04:28 মন কৰিব যে কাৰ্য্য সমূহ সোঁফালৰ পৰা বাওঁফালে ইভালোয়েট কৰা হয়
04:34 এটা ‘‘scalarয়ে যিকোনো ধৰণৰ তথ্য ধৰি ৰাখিব পাৰে, এটা ‘‘string', এটা সংখ্যা
04:38 ফাইল খন সংৰক্ষণ কৰক আৰু লিপি খন আৰু এবাৰ কম্পাইল কৰক, টাইপ কৰক
04:45 ‘‘perl hyphen c variables dot pl এতিয়া এন্টাৰ প্ৰেছ কৰক ।
04:51 আমি জানিবলৈ পালো যে একো চিন্টেক্স ইৰ'ৰ নাই
04:55 লিপি খন একজিকিউট কৰিবলৈ টাইপ কৰক ‘‘perl variables dot pl আৰু এন্টাৰ টাইপ কৰক ।
05:03 আমি আওতপুত দেখা পাম।
05:07 এতিয়া টেক্সট এদিতৰলৈ যাওক ।
05:10 এটা ডবল কোটত থকা (double-quoted) ‘‘stringsৰ ভিতৰত আমি এই ধৰণে ‘‘scalars ব্যৱহাৰ কৰিব পাৰিম
05:15 dollar priority in double quote String
05:19 ফাইল খন সংৰক্ষণ কৰি বন্ধ কৰক ।
05:22 বহুকেইটা ‘‘ভেৰিয়েবোলৰ বৰ্ণনা কৰিব শিকো আহক ।
05:27 তাৰ বাবে টেক্সট এদিতৰত নতুন ফাইল এখন খুলক
05:31 টাৰমিনেলত ‘‘gedit multivar dot pl space ampersand টাইপ কৰি এন্টাৰ প্ৰেছ কৰক ।
05:42 এই কাৰ্য্যই টেক্সট এদিতৰত ‘‘multivar dot pl ফাইলটি খুলিব ।
05:48 এতিয়া টাইপ কৰক-
05:50 ‘‘dollar firstVar comma dollar secondVar semicolon আৰু এন্টাৰ প্ৰেছ কৰক ।
06:00 ‘‘dollar firstVar variableৰ মান ‘‘dollar secondVar ভেৰিয়েবোললৈ কপি কৰিবলৈ টাইপ কৰক-
06:07 ‘‘dollar firstVar space equal to space dollar secondVar semicolon আৰু এন্টাৰ প্ৰেছ কৰক ।
06:19 গণিতৰ বিভিন্ন কাৰ্য..........যেন যোগ, বিয়োগ, পুৰণ, হৰণ এই ভেৰিয়েবোল সমূহত কৰিব পাৰি ।
06:30 পাৰ্ল ব্যৱহাৰ কৰি এয়া কিদৰে সম্ভৱ চাওঁ আহক ।
06:34 এতিয়া টেক্সট এদিতৰলৈ যাওক ।
06:36 এতিয়া ১০ ৰ মানটি আমি দুয়োটা ভেৰিয়েবোলক দিম, তাৰ বাবে টাইপ কৰক -
06:41 ‘‘dollar firstVar equal to dollar secondVar equal to ten semicolon আৰু এন্টাৰ প্ৰেছ কৰক ।
06:51 এতিয়া এইখিনি মান প্ৰীন্ট কৰিবলৈ টাইপ কৰক ।
06:55 ‘‘print double quote firstVar: dollar firstVar and secondVar: dollar secondVar slash n ঊৰ্ধ কমা বন্ধ কৰক, ‘‘semicolon দিয়ক আৰু এন্টাৰ প্ৰেছ কৰক ।
07:17 এতিয়া ফাইল সংৰক্ষণ কৰক ।
07:19 এতিয়া ভেৰিয়েবোলত থকা মান দুটা যোগ কৰক ।
07:23 এই ধৰণৰ বাবে
07:25 ‘‘‘dollar addition space equal to space dollar firstVar plus space dollar secondVar semicolon আৰু এন্টাৰ প্ৰেছ কৰক ।
07:43 মন কৰিব যে আমি ‘‘additionবোলা ভেৰিয়েবোলটি বৰ্ণনা কৰা নাই
07:47 আকৌ এবাৰ ‘‘addition ভেৰিয়েবোলৰ মান প্ৰীন্ট কৰিবলৈ টাইপ কৰক ।
07:53 ‘‘‘print double quote Addition is dollar addition slash n ঊৰ্ধ কমা বন্ধ কৰক semicolon
08:05 ফাইল সংৰক্ষণ কৰক ।
08:07 এই ফাইল খন কম্পাইল কৰিবলৈ টাৰমিনেলত টাইপ কৰক
08:12 perl hyphen c multivar dot pl
08:18 একো চিনটেক্স ইৰ'ৰ নথকাৰ বাবে আমি লিপি খন একজিকিউট কৰিব পাৰিম ।
08:24 তাৰ বাবে টাইপ কৰিব ‘‘perl multivar dot pl
08:30 আমি এটা আওতপুত দেখা পাম ।
08:34 সেয়ে ভাবে ভাৱে বিয়োগ, পুৰণ আৰু হৰণ কৰিবলৈ চেষ্টা কৰক ।
08:38 মই ইয়াতে ক'দ খিনি লিখিলো
08:41 এতিয়া এই ফাইল খন সংৰক্ষণ কৰি বন্ধ কৰক
08:46 এতিয়া ফাইল খন কম্পাইল কৰক, টাইপ কৰিব
08:48 perl hyphen c multivar dot pl
08:54 একো চিনটেক্স ইৰ'ৰ নাই
08:55 সেইবাবে আমি ‘‘perl multivar dot plবুলি লিপি খন একজিকিউট কৰিব পাৰিছো
09:01 একজিকিউট হ'লে আমি এইধৰণৰ আওতপুত দেখা পাম ।
09:06 আমি এই টিওটৰিয়েলৰ শেষ পৰ্যায়ত উপনীত হৈছো ।
09:11 আমি এই টিওটৰিয়েলত শিকিলো যে
09:14 পাৰ্লত ‘‘scalar variables সনূহ কিদৰে বৰ্ণনা আৰু ব্যৱহাৰ কৰিব পাৰি ।
09:18 কাৰ্য্য
09:20 এটা ‘‘ভেৰিয়েবোলবুলি সংখ্যা বৰ্ণনা কৰা ।
09:22 তাক ১০ মান এচাইন কৰক।
09:24 বৰ্ণনা কৰা ‘‘ভেৰিয়েবোলটি প্ৰীন্ট কৰক
09:26 দুটা ‘‘string variables বৰ্ণনা কৰক ।
09:29 এইখিনিৰ মান “Namaste ” আৰু “India” এচাইন কৰক।
09:34 এটাৰ পাছত সিতো, ভেৰিয়েবোল ২টা প্ৰীন্ট কৰক
09:38 তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
09:42 Spoken Tutorial projectৰ সাৰাংশ ইয়াতে আছে ।
09:45 যদি আপোনাৰবেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
09:50 Spoken Tutorial Project ৰ দলটিয়ে
09:53 ‘‘spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
09:56 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
10:01 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org
10:08 ‘‘Spoken Tutorial Project ‘‘‘Talk to a Teacher projectৰ এটা অংগ ।
10:13 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয়
10:23 এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
10:29 আশা কৰিছো আপুনি এই পাৰ্ল টিওটৰিয়েলটো ভাল পাব ।এই পাঠটি প্ৰগয়ান বেজবৰুৱাই যোগদান কৰিছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
10:34 যোগ দিয়াৰ বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya