PERL/C2/Data-Structures/Assamese
From Script | Spoken-Tutorial
|
|
---|---|
00:00 | ' পার্লত Data Structuresৰ ( ডেটা স্ট্ৰাকছাৰ) স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম |
00:05 | এই টিউটোৰিয়েলত , আমি পার্লত উপলব্ধ Data Structuresৰ বিষয়ে শিকিম |
00:11 | ইয়াত আমি Ubuntu Linux12.04 'অপাৰেটিং সিস্টেম আৰু Perl 5.14.2 ব্যবহাৰ কৰিছো |
00:18 | আমি gedit টেক্সট এডিটৰ ও ব্যবহাৰ কৰিম. |
00:22 | আপোনি আপোনাৰ পছন্দ মতে যিকোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব. |
00:25 | আপোনাৰ ' পার্লত' (Perl)' ' ভেৰিয়েবলৰ মৌলিক জ্ঞান থাকিব লাগিব |
00:29 | comments, loops আৰু conditional statementsৰ জ্ঞান থকা এটা অতিৰিক্ত সুবিধা হয়. |
00:36 | অনুগ্ৰগ কৰি ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাই লব. |
00:41 | ' পার্লত (Perl) 3 ধৰনৰ ' ডাটা স্ট্রাকচাৰ আছে |
00:44 | Scalar' Array |
00:46 | Hash' যাক Associative Array বোলিও কোৱা হয় |
00:50 | Scalar: এই ধৰনৰ ' ডাটা স্ট্রাকচাৰ (data structure)' যিকোনো ' ডাটা টাইপ ৰ এটি মান ধৰি ৰাখে |
00:56 | ' ডাটা টাইপ (data type) ' string, number, double ইত্যাদি হব পাৰে |
01:01 | ই এটা ' array বা এটা hash ৰ লৈকে ৰেফাৰেন্স ধৰি ৰাখিব পাৰে |
01:06 | ' মন কৰক পার্লত ( Perl)" থকা ৰেফাৰেন্স ' ' পৰবর্তী টিউটোৰিয়েলত আবৰণ কৰা হব. |
01:11 | স্কালাৰ (scalar) নিচিনা ডাটা স্ট্রাকচাৰ ভেৰিয়েবলক ঘোষনা কৰা নিচিনা একেই |
01:16 | $count = 12 semicolon |
01:20 | $string = একক উদ্ধৃতিত 'I am scalar of type string' সেমিকোলন . |
01:26 | আমি ' স্কালাৰত(scalar) 'নিম্নলিখিত অপাৰেশন সম্পাদন কৰিব পাৰো |
01:30 | ইয়ালৈ এটি মান ধার্য কৰক |
01:32 | এটা স্কালাৰক' (scalar) অন্য এটালৈ ধার্য কৰক |
01:35 | ' নম্বৰত Arithmetic operations scalarবোৰ যেনে add, subtract ইত্যাদি |
01:41 | স্ট্রিং স্কালাৰত স্ট্রিং অপাৰেশন যেনে concatenation, substr ইত্যাদি |
01:48 | এতিয়া আমি "স্কালাৰ ডাটা স্ট্রাকচাৰ(scalar data structure) ৰ এটি উদাহৰণ চাও |
01:52 | টার্মিনাললৈ যাওক আৰু টাইপ কৰক gedit scalars dot pl স্পেস & আৰু এন্টাৰ টিপক |
02:01 | ই ' scalars ডট PL ফাইল geditত খোলে' |
02:05 | পর্দাত প্রদর্শিত হোৱাৰ দৰে নিম্নলিখিত কোড টাইপ কৰক. |
02:09 | এইট স্কালৰলৈ declaration আৰু assignment হয় |
02:13 | এইবোৰ কিছো গাণিতিক অপাৰেশন (arithmetic operations) হয় যি নম্বৰৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয় |
02:19 | এইবোৰ কিছো স্ট্রিং অপাৰেশন (string operations) হয় যি স্ট্রিংৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয় |
02:25 | substr এটা PERL ফাংশন হয় যি আউটপুট হিসাবে ' ' স্ট্রিং ৰ অংশ প্রদান কৰে |
02:30 | ইয়াত ' সূচক 0 এটি স্ট্রিংৰ ' , আৰম্ভ নির্ধাৰণ কৰে অর্থাত্ আমি যৰ পৰা স্ট্রিং নিষ্কাশন (extraction) কৰা আৰম্ভ কৰিব পাৰো |
02:39 | আৰু 11য়ে অফসেট উল্লেখ কৰে যৰলৈকে আমি ' স্ট্রিং ' আউটপুটত বিছাৰো |
02:46 | ফাইলটি সংৰক্ষণ কৰিবলৈ ctrl + s প্রেস কৰক' |
02:50 | তাৰপিছত টার্মিনাললৈ যাওক আৰু ' পার্ল স্ক্রিপ্টক ' |
02:55 | perl scalars dot pl' হিসাবে প্ৰৰ্দশন কৰক আৰু এন্টাৰ টিপক |
03:00 | টার্মিনালেত হাইলাইট হিসাবে থকাটো আউটপুট হয় |
03:05 | এতিয়া, আমি পার্লত array data structure চাও |
03:09 | Array :' উপাদানবোৰৰ এটা তালিকা হয় |
03:12 | উপাদানসমূহ 'স্ট্রিং, সংখ্যা' ইত্যাদি হব পাৰে |
03:16 | ইয়াত এটা index আছে যি 'অ্যাৰেত বিভিন্ন অপাৰেশন সম্পাদন কৰিবলৈ ব্যবহাৰ কৰা হয় |
03:22 | Index ' শূন্যৰে আৰম্ভ হয়. |
03:25 | অন্যান্য প্রোগ্রামিং ভাষাৰ নিচিনা, পার্লত এইটোক ব্যবহাৰ কৰাৰ পূর্বে, এটা অ্যাৰে বা তাৰ দৈর্ঘ্য ঘোষণা কৰাৰ কোনো প্রয়োজন নাই. |
03:33 | Perl array ('পার্ল অ্যাৰে')য়ে, ইয়াৰ পৰা উপাদানবোৰ অতৰুৱা বা যোগ কৰাৰ অনুযায়ী কম বা ব্ৃদ্ধী কৰে |
03:39 | এটা অ্যাৰে লিখিবলৈ চিনটেক্চ হৈছে; |
03:41 | at the rate variableName space equal to space খোলা বন্ধনী উপাদানবোৰৰ তালিকা কমাৰে পৃথক কৰি বন্ধ বন্ধনী সেমিকোলন |
03:54 | এতিয়া array data structureঅৰ এটা উদাহৰণ চাও |
03:57 | 'টার্মিনেললৈ যাওক আৰু gedit perlArray dot pl space & আৰু এন্টাৰ টিপক |
04:08 | এইটোৱে 'perlArray dot PL' ফাইলটো 'gedit'ত খুলে. |
04:12 | পর্দাত প্রদর্শিত হোৱাৰ নিচিনা নিম্নলিখিত কোড টাইপ কৰক. |
04:18 | এই'টো number array হয় যত number type (ধৰনৰ) উপাদান বোৰ আছে |
04:23 | এই'টো string array হয় যত string টাইপ উপাদানবোৰ আছে |
04:29 | এইটো 'অ্যাৰেত' দুয়ুটা উপাদান number আৰু string টাইপ আছে. |
04:34 | এই উদাহৰনে পার্লত বিভিন্ন ধৰনৰ 'অ্যাৰে'দেখোৱায়. |
04:39 | এইধৰনে যি আমি' 'পার্লত 'অ্যাৰেক প্রিন্ট কৰিব পাৰো |
04:43 | ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক |
04:47 | তাৰপিছত টার্মিনাললৈ যাওক আৰু Perl script ক এনেধৰনে দেখোৱাওক |
04:52 | perl perlArray dot pl আৰু এন্টাৰ টিপক |
04:59 | এইয়া আউটপুট টার্মিনালত প্রদর্শিত হয় |
05:04 | এতিয়া, আমি পার্লত Hash data structure চাও |
05:08 | Hashক বিকল্প হিচাবে Associative array বোলি কোৱা হয় |
05:12 | এইটো Key Value pair data structure হয় |
05:15 | ' hashত Key অতুলনিয় হয় . |
05:18 | যদি একেই key যোগ কৰা হয় ,তেনেহলে সেই keyৰ মান keyটোলৈ সর্বশেষ নির্ধাৰিত হোৱাৰ মানৰ দ্ৱাৰা ' বাতিল (overridde) কৰা হব |
05:28 | Value ' ডুপ্লিকেট হব পাৰে. |
05:30 | এটি কোনো 'ডাটা টাইপৰ' মান 'ধৰি ৰাখে |
05:34 | hash এৰ সিনটেক্চ হয়; |
05:36 | পাৰ্চেনতেজ ভেৰিয়েবল নেম স্পেচ ইকুয়েলটো স্পেচ ব্ৰেকেট খোলক |
05:41 | এন্টাৰ টিপক একক কোটত কিৰ নাম একক কোট স্পেচ ইকুয়েলটো গ্ৰেটাৰ দেন সাইন স্পেচ ভেলো কমা |
05:50 | এন্টাৰ টিপক |
05:52 | একক কোটত কিৰ নাম একক কোট স্পেচ ইকুয়েলটো গ্ৰেটাৰ দেন সাইন স্পেচ ভেলো কমা |
05:58 | এন্টাৰ টিপক |
06:00 | বন্ধ বন্ধনী সেমিকোলন |
06:03 | এতিয়া আমি 'hash data structureৰ এটা উদাহৰণ চাও. |
06:07 | টার্মিনাললৈ যাও আৰু টাইপ কৰক |
06:10 | gedit perlHash dot pl space & এন্টাৰ টিপক |
06:18 | এইটোৱে perlHash dot pl ফাইলটো 'geditত খুলে |
06:22 | পর্দাযত প্রদর্শিত হোৱাৰ দৰে নিম্নলিখিত কোড টাইপ কৰক. |
06:27 | এই 'হ্যাশ'এ এটা বিষয়ত প্রাপ্ত মাৰ্কস নির্দেশ কৰে. |
06:31 | এই উদাহৰনটোৱে 'হ্যাশ'ৰ ব্যবহাৰ দেখোৱায়. |
06:35 | এতোয়া চাও আমি 'হ্যাশ'ৰ প্রিন্ট কিভাবে কৰে |
06:38 | এতিয়াৰ বাবে, মাত্ৰ,মই 'হ্যাশ প্ৰীন্ট কৰা পথটো মন কৰক |
06:42 | বিস্তাৰিত ব্যাখ্যা পৰবর্তী টিউটোৰিয়ালত দেখোৱা হব. |
06:47 | ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক |
06:50 | তাৰপিছত টার্মিনাললৈ যাওক আৰু Perl script (পার্ল স্ক্রিপ্ট) এনেধৰনে প্ৰৰ্দশন কৰক |
06:55 | perl perlHash dot pl আৰুএন্টাৰ টিপক |
07:01 | নিম্নলিখিত আউটপুট টার্মিনালত প্রদর্শিত হয় |
07:05 | সংক্ষেপ কৰা যাওক . এই টিউটোৰিয়েলত, আমি শিকিছো - |
07:09 | ' scalar Array আৰু |
07:11 | ' Perlত Hash Data Structure |
07:13 | নমুনা প্রোগ্রাম ব্যবহাৰ কৰি. |
07:15 | আপোনাৰ বাবে নিয়োগ এটা- |
07:17 | scalar variable ঘোষণা কৰক |
07:19 | এইটোক type float ৰ মান ধার্য কৰক আৰু তাৰপিছত এইটোক প্ৰীন্ট কৰক |
07:23 | ৰঙা,হালধীয়া আৰু সেউজীয়া ৰঙৰ অ্যাৰেক ঘোষণা আৰু প্ৰীন্ট কৰক |
07:28 | Employee নাম আৰু তাৰ বিভাগ থকা hash এটাক ঘোষনা আৰু প্ৰীন্ট কৰক |
07:33 | Hint: 'Employee' =>(equal to greater than sign) 'John' comma |
07:38 | 'Department' =>(equal to greater than sign) 'Engineering' |
07:42 | এই লিন্কত উপলব্ধ ভিদিওটো চাওক |
07:46 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
07:49 | যদি আপোনাৰ বেন্দৱিথ (bandwidth) ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
07:53 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
07:59 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
08:03 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:10 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08:15 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:22 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:33 | আশা কৰিছো আপোনি এই পার্ল টিউটোৰিয়াল ভুক্ত কৰিছে |
08:35 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
08:38 | যোগদানৰ বাবে ধন্যবাদ। |