Moodle-Learning-Management-System/C2/User-Roles-in-Moodle/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | User Roles in Moodle স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: কেনেকৈ ইউজাৰ এজনক এদমিন ভূমিকা দিয়া হয়, |
00:13 | কৌৰ্চ এটাত শিক্ষক এজন নিয়োগ কৰা আৰু কৌৰ্চ এটাত ষ্টুদেন্ত এজনক ভৰ্ত্তি কৰা |
00:20 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰা হৈছে: উবুন্তো লিনাক্স OS 16.04 ব্যৱ্হাৰ কৰি, |
00:28 | Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা,
Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ |
00:42 | আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে । তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায় |
00:54 | এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীৰ Moodle ওৱেবচাইতত কিছু কৌৰ্চ নিৰ্মিত হৈ থাকিব লাগিব |
01:01 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত আগৰ Moodle টিউট’ৰিয়েলচ চাওঁক |
01:08 | ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ এদমিন ইউজাৰনেম আৰু পাচৱৰ্দ ব্যৱ্হাৰ কৰি Moodle ওৱেবচাইতত ল’গিন কৰক |
01:16 | আমি এতিয়া এদমিন ড্যাচব’ৰ্দত আছো |
01:19 | আহক আমি Course and Category Management পৃষ্ঠাটোলৈ যাওঁ |
01:24 | আপোনাৰ Moodle interface ত এই কৌৰ্চসমূহ থকাতো নিশ্বিত কৰক । যদি নাই, টিউট’ৰিয়েলটো ৰখাওঁক সিহঁতক বনাবলৈ আৰু তেতিয়া পুনৰ আৰম্ভ কৰক |
01:34 | আহক আমি বনোৱা সকলো ইউজাৰক চাওঁ |
01:38 | Site Administration ত ক্লিক কৰক |
01:41 | পাছত ইউজাৰচ টেবত ক্লিক কৰক |
01:44 | Accounts চেকচনৰ ভিতৰত, Browse list of users ত ক্লিক কৰক |
01:50 | আমাৰ এতিয়া চাৰিজন ইউজাৰ আছে |
01:53 | আহক ইউজাৰ Priya Sinha ত ক্লিক কৰো আৰু তেওঁৰ প্ৰোফাইল এদিত কৰো |
01:59 | গতিকে, User details চেকচনত Edit Profile লিংকত ক্লিক কৰক |
02:04 | তললৈ স্ক্ৰ’ল কৰক আৰু অপচনেল চেকচন বিচাৰক । পাছত ইয়াত ক্লিক কৰক প্ৰসাৰিত কৰিবলৈ |
02:11 | মন কৰিব যে Institution, Department, Phone আৰু Address ফিল্দচ দৰ্শিত হৈছে । এইবোৰ হৈছে আমি CSV ফাইলত এন্টাৰ কৰাবিলাক |
02:23 | আহক ইউজাৰৰ তালিকালৈ পুনৰ ঘূৰি যাওঁ । তাক কৰিবলৈ, Site Administration -> Users -> Browse list of users ত ক্লিক কৰক |
02:33 | আহক এই ইউজাৰ System Admin2 ক administrator role প্ৰদান কৰো |
02:39 | বাওফালৰ মেনুত, Site Administration ত ক্লিক কৰক আৰু পাছত ইউজাৰচ টেবত |
02:46 | তললৈ স্ক্ৰ’ল কৰক Permissions চেকচনলৈ আৰু Site Administrators ক্লিক কৰক |
02:52 | ইয়াত ইউজাৰৰ দুটা চেত আছে । প্ৰথম চেতত বৰ্তমান site administrators ৰ নাম আছে আৰু দ্বিতীয় চেতত আন সকলো ইউজাৰৰ তালিকা আছে |
03:05 | দুয়োখন তালিকাৰ মাজত, বিভিন্ন একচন প্ৰদৰ্শন কৰিবলৈ বুটাম আছে |
03:11 | ইউজাৰচ বক্সৰ পৰা, আহক System Admin2 ইউজাৰত ক্লিক কৰো |
03:17 | যদি বহুতো ইউজাৰ থাকে, চাৰ্চ কৰিবলৈ ইউজাৰচ বক্সৰ তলত চাৰ্চ বক্স ব্যৱ্হাৰ কৰক । আৰু তেতিয়া, Add বুটামত ক্লিক কৰক |
03:26 | Confirm বক্সত, Continue বুটামত ক্লিক কৰক |
03:30 | এতিয়া দুজন এদমিন ইউজাৰ আছে । আমি যিমান বিচাৰো আমাৰ সিমান এদমিন ইউজাৰ থাকিব পাৰে |
03:38 | তথাপি, Main administrator মাত্ৰ এজনহে থাকিব পাৰে । Main administrator ক চিষ্টেমৰ পৰা কেতিয়াওঁ দিলিত কৰিব নোৱাৰি |
03:48 | আহক এতিয়া Calculus কৌৰ্চৰ শিক্ষক হিচাবে Rebecca Raymond ক নিয়োগ কৰো |
03:55 | ইয়াক কৰিবলৈ, Course and category management পৃষ্ঠাটলৈ যাওঁক, ইয়াত দেখুৱা ধৰণে |
04:02 | 1st Year Maths চাবকেতেগ’ৰিত ক্লিক কৰক ইয়াৰ ভিতৰত থকা কৌৰ্চসমূহ চাবলৈ |
04:09 | Calculus কৌৰ্চত ক্লিক কৰক । কৌৰ্চৰ সবিশেষ চাবলৈ তললৈ স্ক্ৰ’ল কৰক । Enrolled Users ক্লিক কৰক |
04:19 | আমি দেখিছো যে ইউজাৰ Priya Sinha এই কৌৰ্চত নথিভুক্ত হৈছে |
04:25 | আমি ইয়াক upload user CSV ৰ দ্বাৰা কৰিলো |
04:29 | Moodle ত, শিক্ষকসহ সকলোকে, কৌৰ্চলৈ নথিভুক্ত কৰিব লাগে |
04:35 | কৌৰ্চত তেওঁলোকৰ বৰ্তমান ভুমিকাৰ ওপৰত ভিত্তি কৰি নতুন ভুমিকা নিয়োগ কৰা হৈছে |
04:41 | Enrol users বুটামত হয়তো সোফালে ওপৰত বা সোফালে তলত ক্লিক কৰক |
04:48 | প’প-আপ উইন্দ’ এখন আহে |
04:51 | ইয়াত এখন দ্ৰপদাউন আছে Assign roles ৰ বাবে, Enrolment options ৰ বাবে ফিল্দচ আৰু এটা চাৰ্চ বুটাম আছে |
05:00 | আমি বৰ্তমান এই কৌৰ্চত নিযুক্ত নকৰা সকলো ইউজাৰৰ এখন তালিকা দেখিছো |
05:06 | Assign roles দ্ৰপদাউনত, Teacher নিৰ্বাচিত কৰক |
05:11 | তেতিয়া Rebecca Raymond ৰ কাষত Enrol বুটামত ক্লিক কৰক |
05:16 | শেষত, পৃষ্ঠাটোৰ তলত Finish Enrolling users বুটামত ক্লিক কৰক |
05:24 | ষ্টুদেন্তক একেধৰণেই কৌৰ্চ এটাত নিয়োগ কৰিব পাৰি |
05:28 | শিক্ষকৰ ভুমিকাৰ পৰা Rebecca Raymond ক অনিযুক্ত কৰিবলৈ, Roles column ত Trash আইকনত ক্লিক কৰক |
05:36 | Confirm Role Change প’পআপ বক্সত, Remove বুটামত ক্লিক কৰক |
05:42 | ইয়াত থকা Assign role আইকনো লগতে ব্যৱ্হাৰ কৰিব পাৰি ইতিমধ্যে নথিভুক্ত কৰা ইউজাৰক ভুমিকা এটা দিবলৈ |
05:50 | সকলো role নামসহ এটা সৰু প’প-আপ উইন্দ’ খুলিবলৈ ইয়াত ক্লিক কৰক |
05:56 | Rebecca Raymond ক শিক্ষকৰ ভুমিকা দিবলৈ Teacher ত ক্লিক কৰক । বক্সটো নিজে বন্ধ হয় |
06:04 | একেবাৰে সোফালে থকা trash আইকনত ক্লিক কৰি ইউজাৰক কৌৰ্চ এটাৰ পৰা অ-নথিভুক্ত কৰিব পাৰি |
06:11 | সোফালে থকা gear আইকন হৈছে user enrolment সবিশেষ এদিত কৰিবলৈ । ইয়াত ক্লিক কৰক |
06:20 | ইয়াত এটা অপচন আছে ইউজাৰক স্থগিত কৰিবলৈ আৰু enrolment আৰম্ভ আৰু শেষ হোৱা তাৰিখক সলাবলৈ |
06:28 | enrolment পৃষ্ঠাটোলৈ ঘূৰি যাবলৈ Cancel বুটামত ক্লিক কৰক |
06:33 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
06:39 | এই টিউট’ৰিয়েলত, আমি শিকিলো কেনেকৈ:
ইউজাৰ এজনক এদমিন ভূমিকা দিয়া হয়, কৌৰ্চ এটাত শিক্ষক এজন নিয়োগ কৰা আৰু কৌৰ্চ এটাত ষ্টুদেন্ত এজনক ভৰ্ত্তি কৰা |
06:52 | আপোনাৰ বাবে এটা অনুশিলনী হৈছে:
Linear Algebra কৌৰ্চত Rebecca Raymond ক এগৰাকী শিক্ষয়িত্ৰী হিচাবে নিয়োগ কৰক |
07:00 | Linear Algebra কৌৰ্চত Priya Sinha ক এজনী ষ্টুদেন্ত হিচাবে নিয়োগ কৰক |
07:06 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
07:14 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
07:22 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
07:26 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
07:38 | মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |