Moodle-Learning-Management-System/C2/Overview-of-Moodle/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:01 | Overview of Moodle স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: Learning Management Systems ৰ ধাৰণা (সংক্ষেপে LMS), |
| 00:16 | Moodle এটা LMS হিচাবে, |
| 00:19 | Moodle কোনে ব্যৱ্হাৰ কৰিব পাৰে আৰু Moodle ওৱেবচাইতৰ উদাহৰণ |
| 00:26 | আমি লগতে শিকিম Moodle ৰান কৰিবলৈ লগা চফতৱেৰ আৰু হাৰ্দৱেৰৰ বিষয়ে আৰু |
| 00:33 | মূল বৈশিষ্ট্যসমূহ যাক Moodle চিৰিজত বৰ্ণনা কৰা হ’ব |
| 00:39 | এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীসকলে ওৱেবচাইত এটা ব্ৰাউজ কৰিবলৈ জানিব লাগিব |
| 00:45 | আহক আমি প্ৰথমে বুজো Learning Management System বা LMS কি হয় |
| 00:53 | LMS এটাই আমাক যিকোনো eLearning content বনোৱা, পৰিচালনা আৰু বিতৰণ কৰাত সহায় কৰে |
| 01:01 | উদাহৰণস্বৰূপে: শিক্ষাগত কৌৰ্চ আৰু প্ৰশিক্ষণ প্ৰোগ্ৰামচ |
| 01:07 | ই লগতে আমাক courses পৰিচালনা কৰাত সহায় কৰে |
| 01:11 | আমি কন্তেন্ত বনাব আৰু edit কৰিব পাৰো, ষ্টুদেন্তক এক্সেচ দিব পাৰো, তেওঁলোকৰ জমাক গ্ৰেদ দিব পাৰো ইত্যাদি |
| 01:21 | Moodle হৈছে এটা প্ৰতিক্ৰিয়াশীল, ফ্ৰি আৰু অপেন চৌৰ্চ চফতৱেৰ |
| 01:27 | ই হৈছে শিক্ষাগত প্ৰতিষ্ঠান সমূহত বিশ্বব্যাপি ব্যৱহৃত এটা অতিশয় জনপ্ৰিয় LMS |
| 01:33 | ইয়াৰ সুৰক্ষা নিয়ন্ত্ৰণে আমাৰ দেতাক নিৰাপদ আৰু সুৰক্ষিত ৰাখে |
| 01:39 | ইয়াৰ কিছু অতি শক্তিশালী বৈশিষ্ট্য আছে যি শিক্ষক আৰু শিক্ষাৰ্থী দুয়োকে ক্ষমতাপ্ৰদান কৰে |
| 01:47 | Moodle এ লগতে বিস্তাৰিত দকুমেন্তেচন প্ৰদান কৰে যি ইয়াক ব্যৱ্হাৰৰ বাবে সহজ কৰে |
| 01:54 | Moodle ইউজাৰ সম্প্ৰদায় আৰু ফ’ৰামৰ সহায় অতি সক্ৰিয় |
| 02:00 | Moodle ত উপলদ্ধ ফ্ৰি প্লাগিনে ইয়াক আৰু বৈশিষ্ট্য-পূৰ্ণ কৰি তোলে |
| 02:06 | Moodle ক সকলো ডিভাইচত সহজে নেভিগেত কৰিব পাৰি;
course আৰু site লেভেলত কাৰ্যকলাপ আৰু অংশগ্ৰহণৰ বিস্তাৰিত ৰিপ’ৰ্ট থাকে |
| 02:18 | সহযোগী আৰু ব্যক্তিগত শিক্ষাৰ ক্ষেত্ৰত সহায় কৰে |
| 02:23 | ফ’ৰাম, পিয়াৰ এচেচমেন্ত, গ্ৰোপ মেনেজমেন্ত, লাৰনিং পাথ ইত্যাদি ব্যৱ্হাৰ কৰিব পাৰি তাৰ বাবে |
| 02:32 | আহক চাওঁ Moodle LMS কোনে ব্যৱ্হাৰ কৰিব পাৰে: |
| 02:36 | শিক্ষাগত প্ৰতিষ্ঠান সমূহ যেনে বিশ্ববিদ্যালয়, কলেজ, স্কুল আৰু কোচিং ইনস্টিটিউট, |
| 02:44 | কর্মচাৰীৰ প্রশিক্ষণ আৰু অভিযোজনৰ বাবে কৰা ব্যৱসায়, |
| 02:49 | হস্পিতাল আৰু স্বাস্থ্যসেবা প্রশিক্ষণ কার্যক্রম, |
| 02:53 | যিকোনো eLearning ভিত্তিক প্রতিষ্ঠান |
| 02:57 | আহক Moodle ব্যৱ্হাৰ কৰি নিৰ্মিত কিছু ওৱেবচাইতচ চাওঁ |
| 03:02 | এই ধৰণৰ কলেজ |
| 03:05 | এই ধৰণৰ বেচৰকাৰী বিশ্ববিদ্যালয় |
| 03:09 | এই ধৰণৰ ট্রেইনিং ইনস্টিটিউট |
| 03:13 | এই ধৰণৰ কোচিং ইনস্টিটিউট |
| 03:17 | ব্যক্তিগত শিক্ষক যোনে তেওঁৰ পাঠ্যক্ৰমক অনলাইন কৰিব বিচাৰে আৰু বহুতো তেনে |
| 03:24 | Moodle ৰ নিম্ন URL ত ব্যৱহাৰৰ বিস্তাৰিত পৰিসংখ্যা আছে |
| 03:30 | ইয়াত, আপুনি বিভিন্ন দেশৰ নিবন্ধিত Moodle websites চাব পাৰে |
| 03:40 | Moodle ইনষ্ট’ল কৰিবলৈ, আমাক লাগে: Apache web-server, |
| 03:46 | এটা database যেনে MySQL, MariaDB বা PostgreSQL আৰু PHP |
| 03:54 | Moodle হৈছে এটা ৰিচৌৰ্চ গ্ৰহণকাৰী চফতৱেৰ |
| 03:58 | Moodle চলাবলৈ প্ৰয়োজনীয় হাৰ্ডৱেৰ হৈছে: |
| 04:02 | Disk Space: 200 MB হৈছে Moodle ক’ডৰ বাবে লগতে কন্তেন্ত জমা কৰিবলৈ স্পেচ । তথাপি, 5GB হৈছে বাস্তবিক সৰ্বনিম্ন |
| 04:15 | Processor: 1 Gigahertz সৰ্বনিম্ন, কিন্তু 2 Gigahertz দুয়েল ক’ৰ বা অধিক হৈছে গ্ৰহণযোগ্য |
| 04:23 | Memory: 512MB সৰ্বনিম্ন, কিন্তু 1GB বা অধিক হৈছে গ্ৰহণযোগ্য |
| 04:31 | এই প্রয়োজনীয়তা চিষ্টেমৰ প্রত্যাশিত লোডৰ উপৰত ভিত্তি কৰি সলনি হ’ব পাৰে |
| 04:37 | উদাহৰণস্বৰূপে: কৌৰ্চৰ সংখ্যা আৰু আশাকৰা একত্ৰিত ল’গিন |
| 04:44 | এই চিৰিজটো বনোৱাৰ সময়ত, Moodle 3.3 সর্বশেষ স্থিতিশীল সংস্কৰণ আছিলে |
| 04:50 | সদায় উপলব্ধ সর্বশেষ স্থিতিশীল সংস্কৰণৰ সৈতে কাম কৰিব লাগে |
| 04:57 | Moodle 3.3 ক নিম্নখিনি প্ৰয়োজন হয়: |
| 05:01 | Apache 2.x (বা উচ্চ সংস্কৰণ)
MariaDB 5.5.30 (বা যিকোনো উচ্চ সংস্কৰণ) আৰু |
| 05:11 | PHP 5.4.4 (বা যিকোনো উচ্চ সংস্কৰণ) |
| 05:17 | এই চিৰিজৰ বাবে, আমি নিম্ন OS আৰু চফতৱেৰ ব্যৱ্হাৰ কৰিছো:
উবুন্তো লিনাক্স OS 16.04 |
| 05:26 | Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 আৰু Moodle 3.3 ৰ দ্বাৰা |
| 05:36 | এই Moodle চিৰিজ দুটা অংশত বিভক্ত - |
| 05:41 | এটা হৈছে Moodle site administrators ৰ বাবে আৰু আনটো হৈছে শিক্ষকৰ বাবে |
| 05:48 | Moodle site Administrators: এ চাৰ্ভাৰত Moodle ইনষ্ট’ল কৰিব, |
| 05:54 | প্ৰতিষ্ঠানৰ গাইদলাইন অনুসৰি course categories বনাব আৰু বহুতো কৌৰ্চৰ বাবে কৌৰ্চ আৰু ইউজাৰ একাউন্ট পৰিচালনা কৰিব |
| 06:04 | ইয়াত Moodle site administrators ৰ বাবে এই চিৰিজত সামৰা কিছু মূল বৈশিষ্ট্যৰ আভাস দিয়া হৈছে |
| 06:14 | Getting ready for Moodle installation টিউট’ৰিয়েলে ব্যাখ্যা কৰে কেনেকৈ localhost ত পেকেজ চাব লাগে আৰু দেতাবেচ চেতাপ কৰিব লাগে |
| 06:29 | Installing Moodle on Local Server টিউট’ৰিয়েলে ব্যাখ্যা কৰে কেনেকৈ Moodle দাউনল’দ আৰু ইনষ্ট’ল কৰিব লাগে |
| 06:39 | Admin’s dashboard in Moodle টিউট’ৰিয়েলে Admin Dashboard ব্যাখ্যা কৰে, বিভিন্ন ব্লক আৰু প্রোফাইল পেজ আৰু প্রেফাৰেঞ্চ এডিট কৰাক |
| 06:53 | Blocks in Admin's Dashboard টিউট’ৰিয়েলে ব্যাখ্যা কৰে কেনেকৈ ব্লক যোগ আৰু দিলিত কৰা হয় আৰু |
| 07:05 | Front page চেত কৰা |
| 07:08 | পাছৰ টিউট’ৰিয়েল, Categories in Moodle ত, আমি categories আৰু subcategories বনাবলৈ শিকিম |
| 07:19 | Courses in Moodle টিউট’ৰিয়েলত, আমি কৌৰ্চ এটা বনাবলৈ শিকিম আৰু ইয়াক কনফিগাৰ কৰিম |
| 07:28 | Users in Moodle টিউট’ৰিয়েলে আমাক বুজিবলৈ সহায় কৰিব কেনেকৈ - ইউজাৰ এটা যোগ কৰা হয়, |
| 07:36 | ইউজাৰৰ প্ৰোফাইল এদিত কৰা আৰু বাল্কত ইউজাৰ আপল’দ কৰা |
| 07:43 | User Roles in Moodle টিউট’ৰিয়েলে আমাক শিকিবলৈ সহায় কৰিব কেনেকৈ ইউজাৰে বিভিন্ন ভূমিকা নিৰ্ধাৰণ কৰে |
| 07:52 | উদাহৰণস্বৰূপে: চেকেন্দাৰি admin role, teacher role আৰু student role |
| 08:00 | Moodle site administrator ৰ বাবে, ভবিষ্যতত এই চিৰিজত আৰু বহুতো টিউট’ৰিয়েলচ আহিব |
| 08:07 | আমি এতিয়া শিক্ষকৰ বাবে টিউট’ৰিয়েলচলৈ যাম |
| 08:11 | শিক্ষক দায়ী হ’ব: তেওঁলোকৰ কৌৰ্চৰ বাবে কন্তেন্ত আপলোদ আৰু এদিত কৰাত, |
| 08:17 | ষ্টুদেন্তৰ অগ্ৰগতিক মূল্যায়ন কৰিবলৈ অনুশীলনী আৰু কুইজ বনোৱা আৰু |
| 08:22 | ষ্টুদেন্তক তেওঁলোকৰ কৌৰ্চত তালিকাভুক্ত কৰা আৰু যোগাযোগ স্থাপন কৰা |
| 08:27 | এতিয়া, মই চিৰিজত শিক্ষকৰ বাবে সামৰা কিছু মূল বৈশিষ্ট্যৰ আভাস দেখুৱাম |
| 08:34 | Teacher’s dashboard in Moodle টিউট’ৰিয়েলে ব্যাখ্যা কৰে -
শিক্ষকৰ ড্যাচব’ৰ্দ, প্রোফাইল সম্পাদনা কৰা আৰু প্ৰেফাৰেঞ্চ সম্পাদনা কৰা |
| 08:46 | Course Administration in Moodle টিউট’ৰিয়েলে ব্যাখ্যা কৰে - কেনেকৈ কৌৰ্চ চেতিংগচ কনফিগাৰ কৰে |
| 08:53 | আৰু কৌৰ্চ এটাত ক্রিয়াকলাপ আৰু ৰিচৌৰ্চেচ পৰিচালনা কৰা |
| 08:59 | Formatting course material in Moodle টিউট’ৰিয়েলে ব্যাখ্যা কৰে - দিফল্ট Moodle text editor ত বিভিন্ন ফৰমেত কৰাৰ অপচনক |
| 09:10 | আৰু অতিৰিক্ত কৌৰ্চ মেতেৰিয়েল যোগ কৰাক |
| 09:15 | Uploading and Editing Resources in Moodle টিউট’ৰিয়েলে ব্যাখ্যা কৰে - কেনেকৈ আপল’দ কৰা হয় এটা URL ৰিচৌৰ্চ আৰু এটা বোক ৰিচৌৰ্চ আৰু সেই ৰিচৌৰ্চক এদিত কৰা |
| 09:29 | এই চিৰিজৰ পাছৰ টিউট’ৰিয়েল হৈছে Forums and Assignments in Moodle |
| 09:34 | এই টিউট’ৰিয়েলত, আমি শিকিম: Moodle ত বিভিন্ন প্ৰকাৰৰ ফ’ৰামচৰ বিষয়ে, |
| 09:39 | আলোচনাৰ বাবে ফ’ৰাম এটা যোগ কৰা আৰু অনুশীলনী কেনেকৈ বনোৱা হয় |
| 09:48 | Question bank in Moodle টিউট’ৰিয়েলত, আমি শিকিম প্ৰশ্নৰ কেতেগ’ৰি বনোৱা আৰু question bank ত প্ৰশ্ন যোগ কৰা |
| 09:58 | Quiz in Moodle টিউট’ৰিয়েলে আমাক শিকাব: Quiz এটা বনাবলৈ আৰু Quiz ত Question bank ৰ পৰা প্ৰশ্ন যোগ কৰিবলৈ |
| 10:12 | Enroll Students and Communicate in Moodle নামৰ টিউট’ৰিয়েলত আমি শিকিম:
কৌৰ্চ এটাত csv ফাইল এটাৰ দ্বাৰা আপল’দ হোৱা ষ্টুদেন্তক নথিভুক্ত কৰিবলৈ |
| 10:25 | কৌৰ্চত গ্ৰোপ বনোৱা আৰু ষ্টুদেন্তক মেচেজ আৰু নোতচ পঠোৱা |
| 10:31 | পাছলৈ, এই চিৰিজত শিক্ষক আৰু ষ্টুদেন্তৰ বাবে আৰু অধিক টিউট’ৰিয়েলচ আহিব |
| 10:37 | এতিয়াৰ বাবে, আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলত, আমি শিকিলো: Learning Management Systems ৰ ধাৰণা (সংক্ষেপে LMS) |
| 10:48 | Moodle এটা LMS হিচাবে, Moodle কোনে ব্যৱ্হাৰ কৰিব পাৰে আৰু Moodle ওৱেবচাইতৰ উদাহৰণ |
| 10:57 | আমি লগতে শিকিলো Moodle ৰান কৰিবলৈ লগা চফতৱেৰ আৰু হাৰ্দৱেৰৰ বিষয়ে আৰু মূল বৈশিষ্ট্যসমূহ যাক Moodle চিৰিজত বৰ্ণনা কৰা হ’ব |
| 11:10 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 11:18 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 11:28 | আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক |
| 11:35 | মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
| 11:45 | স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে |
| 11:51 | অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব । ই অব্যৱস্থা কমোৱাত সহায় কৰিব |
| 11:59 | কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম |
| 12:05 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 12:18 | মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |