LibreOffice-Impress-on-BOSS-Linux/C2/Printing-a-Presentation-Document/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 LibreOffice Impress - প্ৰীন্টিঙ এ প্ৰেজেনটেছন’ৰ স্পোকেন টিউটৰিয়েল’লৈ স্বাগতম।
00:06 এই টিউটৰিয়েল’ত আমি প্ৰীন্টিঙ’ৰ বিভিন্ন অপছন শিকিম -
00:11 স্লাইদ (slide)s Handouts নোট্চ (notes) আৰু Outline
00:17 ইয়াতে আমি GNU Linux আৰু LibreOffice Suite ভাৰ্চন 3.3.4 ব্যৱহাৰ কৰিছো।
00:25 কিছুমান সময়ত আমাৰ প্ৰেজেনটেছন (প্ৰেজেনটেছন)’ৰ কাৰণে আমি হাৰ্দ কপিচ প্ৰীন্ট (hard copies) কৰিব লগীয়া হয়।
00:29 উদাহৰণ স্বৰূপে, আপুনি আপোনাৰ দৰ্শকৰ ভৱিষ্যতৰ সুবিধাৰ্থে আপোনাৰ প্ৰেজেনটেছন’ৰ কপি দিব পাৰে।
00:35 সেয়ে প্রথমতে, Sample Impress’ত ডবল ক্লিক কৰি খোলো আহঁক।
00:41 আপোনাৰ স্লাইদ (slide)’বোৰ প্ৰইন্ট কৰিবলৈ, ফাইল আৰু প্ৰীন্ট’ত ক্লিক কৰক। নহ’লে CTRL আৰু P প্ৰেছ কৰক।
00:50 General আৰু অপছন টেববোৰৰ settingsৰ বিষয়ে জানিবলৈ
00:55 অনুগ্রহ কৰি ‘LibreOffice Writer series’ৰ Viewing and প্ৰীন্টিঙ Documents’ৰ টিউটৰিয়েলটো চাব।
01:02 Document field ‘ৰ প্ৰীন্ট’ৰ ভিতৰৰ General টেব’ত কিছুমান অপছন দেখিবলৈ পাওঁ যিবোৰ আমি অকল Impress’ত দেখিবলৈ পাওঁ।
01:09 এই অপছনবোৰে আমাক আমাৰ স্লাইদ (slide)বোৰ মনে বিচৰা format’ত প্ৰীন্ট কৰাত সহায় কৰে।
01:15 স্লাইদ (slide) Handouts নোট্চ (notes) আৰু Outline। আমি স্লাইদ (slide) অপছনটো বাছি ল’ম।
01:22 এতিয়া আমি LibreOffice Impress টেব’ত ক্লিক কৰিম।
01:26 ইয়াতে আমি স্লাইদ (slide)’ৰ কোনটো ভাগ প্ৰীন্ট কৰিম, প্ৰীন্ট’ৰ ৰং আৰু size বাছি ল’ব পাৰো।
01:34 Contents’ৰ তলত, স্লাইদ (slide) name, ‘Date and time’ আৰু Hidden পেজ বাছি লওক।
01:41 Text’ৰ বিৱৰণী মতে, ই স্লাইদ (slide) name, ‘Date and time’ আৰু Hidden পেজ প্ৰীন্ট কৰিব, যদি থাকে।
01:49 তাৰ পিছত আমি Color’ৰ ভিতৰত Grayscale বাছি ল’ম।
01:53 Text’ৰ বিৱৰণী মতে, আন অপছনবোৰে স্লাইদ (slide)টো তাৰ আচল ৰঙত বা কলা-বগা ৰঙত প্ৰীন্ট কৰিব।
02:00 আৰু Size’ৰ ভিতৰত, প্ৰীন্ট কৰিব পৰা পেজ’ৰ বাবে Fit বাছি লওক। Libreoffice impress টেবঅত আপুনি আপুনাৰ মতে বেলেগ ধৰনৰ চাইজ অপচনো বাচি লব পাৰে
02:10 প্ৰীন্ট কৰাৰ উদ্দেশ্য অনুসৰি পেজ Layout টেব’ত বিভিন্ন ধৰণৰ অপছন উপলব্ধ।
02:18 ধৰি লওক, আপোনি একেখন প্ৰীন্ট কৰা পেজ’তেই বহুসংখ্যক স্লাইদ (slide)s থকাটো বিচাৰিছে।
02:23 সেয়ে, প্ৰতিতোৰ ছিতৰ পেজ বিলাক চিলেক্ট কৰক. ই সাধাৰন ভাবে প্ৰতিতোৰ পেজৰ এতাকৌ চলাইদ প্ৰিন্ত কৰে
02:29 এইয়া পেজ’টোৰ এটা সৰু প্ৰিভিও (preview).
02:33 Drop-down arrow’ত ক্লিক কৰক আৰু প্রতিখন পেজ’ত কিমান সংখ্যক পেজ প্ৰীন্ট কৰিব সেয়া নিৰ্ধাৰণ কৰক।
02:39 যদি আমি ২ বাছনি কৰো, তেনেহ’লে প্ৰিভিও (preview)’ত আমি ২খন পেজ দেখিবলৈ পাম। যদি আমি ৬ বাছনি কৰো, তেনেহ’লে প্ৰিভিও (preview)’ত আমি ৬খন পেজ দেখিবলৈ পাম।
02:48 Draw a border around each পেজ অপছনটো ক্লিক কৰিলে ই প্ৰীন্ট কৰাৰ সময়ত প্রতিটো পেজ’ৰ চাৰিওপিনে এডাল ক’লা ীমাৰেখাৰ সৃষ্টি কৰে।
02:56 ই পেজটোক অধিক আকৰ্ষণীয় কৰি তোলে।
02:59 পিছৰ অপছন, Brochure,এ সহজ binding’ৰ কাৰণে স্লাইদ (slide)বোৰ brochure হিচাপে প্ৰীন্ট কৰিবলৈ অনুমতি দিয়ে।
03:06 কিন্তু এইটো ক্ষেত্ৰত আমি এই অপছন বাছি নলও। আপুনি নিজেই এই অপছন পাছতকৈ চাব পাৰিব।
03:14 অপছন টেব’ত থকা check boxবোৰ’ত ক্লিকযাতে নাই চাই ল’ব।
03:19 এই check boxবোৰ বিশেষ উদ্দেশ্যৰ কাৰণেহে, যিবোৰ আমি এই টিউটৰিয়েল’ত আলোচনা নকৰো।
03:25 এতিয়া প্ৰীন্ট বাটন’ত ক্লিক কৰক।
03:28 যদি প্ৰীন্টাৰ’টো সঠিকভাবে কনফিগাৰ কৰা আছে তেতিয়াহ’লে প্ৰীন্টাৰে প্ৰীন্ট কৰা আৰম্ভ(start) কৰিব।
03:36 এতিয়া ব’লক আমি Handouts অপছন’ৰ কথা শিকো। ফাইল আৰু প্ৰীন্ট’ত ক্লিক কৰক।
03:41 আৰু Document field’ৰ প্ৰীন্ট’ৰ তলৰ General টেব’ত থকা Handout বাছি লওঁক।
03:47 আগৰ পৰাই তাতে এখন পেজ’ত ৪খন স্লাইদ (slide) আৰু ক্রমশঃ বাওঁপিনৰ পৰা সোঁফালে তললৈ। প্ৰেজেনটেছন’ৰ কাৰণে এইয়া তেনেকৈ থৈ দিওক।
03:58 LibreOffice Impress টেব’ত, Size অপছন ডিচেবল (disable) হৈ থকা দেখিব।
04:05 ইয়াৰ কাৰণ হ’ল প্ৰীন্ট’ৰ size, শিট’ত স্লাইদ (slide)’ৰ পৰিমান আৰু size চাই নিৰ্ণয় কৰা হয়।
04:12 এতিয়া প্ৰীন্ট বাটন’ত ক্লিক কৰক।
04:15 প্ৰীন্টাৰটো ভালকৈ কনফিগাৰ থাকিলে প্ৰীন্টাৰে প্ৰীন্ট কৰিবলৈ আৰম্ভ কৰিব।
04:20 প্রথম স্লাইদ (slide)’লৈ ব’লক আৰু নোট্চ (notes) টেব’ত ক্লিক কৰক।
04:25 ইয়াতে এখন note টাইপ কৰিম - “This is a sample note”.
04:30 স্লাইদ (slide)’ত টাইপ কৰা নোট্চ (notes) প্ৰীন্ট কৰিবলৈ, ফাইল আৰু প্ৰীন্ট’ত ক্লিক কৰক।
04:35 Document field’ৰ প্ৰীন্ট’ৰ ভিতৰত General টেব’ত আনডাৰ নোট্চ (under notes) অপছন বাছি লওক।
04:42 প্ৰিভিও (preview) পেজ’ৰ বাওপিনে চাওঁক। ই আপোনি টাইপ কৰা note স্লাইদ (slide)’ৰ তলৰফালে দেখোৱায়।
04:48 এতিয়া LibreOffice Impress টেব’ত ক্লিক কৰক।
04:52 মন কৰিব যে Size’ৰ অপছনsবোৰ নোট্চ (notes) প্ৰীন্ট কৰাৰ সময়ত উপলব্ধ নহয়।
04:57 এতিয়া প্ৰীন্ট বাটন’ত ক্লিক কৰক। যদি প্ৰীন্টাৰ ভালকৈ কনফিগাৰ কৰা আছে তেতিয়া প্ৰীন্টাৰে প্ৰীন্ট কৰা আৰম্ভ কৰিব।
05:05 শেষত প্ৰেজেনটেছন’ৰ সময়ত quick reference’ৰ কাৰণে স্লাইদ (slide)’বোৰৰ outline প্ৰীন্ট কৰিবলৈ ফাইল আৰু প্ৰীন্ট ক্লিক কৰক।
05:13 Document field’ৰ প্ৰীন্ট’ৰ তলত General টেব’ত Outline অপছন বাছি লওক।
05:19 বাওপিনে থকা আগৰ পেজ’লৈ চাওক। ই স্লাইদ (slide) heading আৰু sub-points’ৰ সহায়ত স্লাইদ (slide)’ৰ outline আৰু sequence দেখোৱায়।
05:28 এতিয়া LibreOffice Impress টেব’ত ক্লিক কৰক।
05:32 মন কৰিব যে প্ৰীন্ট কৰা সময়ত Size অপছন উপলব্ধ নেথাকে।
05:38 এতিয়া প্ৰীন্ট বাটন ক্লিক কৰক। প্ৰীন্টাৰ ভালকৈ কনফিগাৰ আছে যদি এতিয়া প্ৰীন্টাৰে প্ৰীন্ট কৰা আৰম্ভ কৰিব।
05:47 ইয়াৰ সৈতে আমি এই টিউটৰিয়েল’ৰ সামৰণি মাৰিছো য’ত আমি শিকিলো প্ৰীন্টing -
05:52 স্লাইদ (slide)s, Handouts, নোট্চ (notes) আৰু Outline।
05:57 এই comprehension test এছাইনমেন্টটো চেষ্টা কৰক। নতুন প্ৰেজেনটেছন এটা বনাওক।
06:02 অকল ২নং স্লাইদ (slide) প্ৰীন্ট কৰক। প্রথম ৪খন স্লাইদ (slide) handout হিচাপে প্ৰীন্ট কৰক।
06:10 তলত দিয়া লিংকত গৈ স্পিকেন টিউটৰিয়েল প্ৰজেক্ট’ৰ ভিদিও চাব পাৰে।
06:16 আপোনাৰ ভাল বেন্দৱিথ নাথাকিলে ভিদিও ডাওনলোদ কৰিও চাব পাৰে।
06:21 স্পিকেন টিউটৰিয়েল প্ৰজেক্ট টিমে’এ স্পিকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশলা পাতে
06:27 Online test উত্তীৰ্ণ কৰাসকলক মানপত্র দিয়ে।
06:31 অধিক জনাৰ বাবে, অনুগ্রহ কৰি ইয়াৈল িলখক contact@spoken- টিউটৰিয়েল.org
06:38 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
06:42 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে
06:50 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen টিউটৰিয়েল dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
07:01 এই প্ৰশিক্ষণ প্ৰগয়ান বেজবৰুৱাৰ দ্ৱ্ৰৰা যুগ্দান কৰা হৈছে. মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ

Contributors and Content Editors

Mousumi