Koha-Library-Management-System/C3/Installation-of-MarcEditor/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | Windows ত Installation of MarcEditor ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:08 | এই টিউট’ৰিয়েলটোত, আমি 64-bit Windows মেচিন এটাত MarcEditor ইনষ্টল কৰিবলৈ শিকিম |
| 00:16 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :
Windows 10 Pro Operating System আৰু Firefox web browser |
| 00:27 | এই টিউট’ৰিয়েলটো লাইব্ৰেৰী ষ্টাফৰ বাবে সকলোতকৈ উপযুক্ত |
| 00:32 | আগবহাৰ আগতে, অনুগ্ৰহ কৰি আপোনাৰ মেচিনত নিম্নখিনি থকাটো নিশ্বিত কৰক-
Windows 10, 8 বা 7, |
| 00:43 | যিকোনো ওৱেব ব্ৰাউজাৰ । যেনে: Internet Explorer, Firefox বা Google Chrome |
| 00:51 | আপোনাৰ লাইব্ৰেৰীত, Excel spreadsheet এটাত লাইব্ৰেৰী ৰেকৰ্ডচ থাকিব পাৰে |
| 00:58 | আৰু, আপোনাৰ লাইব্ৰেৰী এতিয়া Koha Library Management System লৈ মাইগ্ৰেত হ’ল |
| 01:05 | গতিকে, সকলো খিনি ৰেকৰ্ড Excel ৰ পৰা MARC format লৈ পৰিবৰ্তন কৰিব লাগিব |
| 01:12 | এইটো জনা দৰকাৰ যে:
Excel spreadsheet ত থকা ৰেকৰ্ডখিনি প্ৰথমে MARC ফৰ্মেতলৈ পৰিবৰ্তন কৰিব লাগিব আৰু পাছত Koha লৈ import কৰিব লাগিব |
| 01:26 | ইয়াৰ কাৰণটো হৈছে Koha ত Excel format ত থকা দাতা পোনপটীয়াকৈ ইম্প’ৰ্ত কৰিবলৈ সুবিধা নাই |
| 01:35 | আহক আৰম্ভ কৰো |
| 01:37 | Excel data ক MARC ফাইললৈ পৰিবৰ্তন কৰিবলৈ যি হৈছে (dot) mrc ফৰ্মেত, আমি MarcEdit software ব্যৱ্হাৰ কৰিম |
| 01:48 | এই চফতৱেৰটো ইনষ্টল কৰিবলৈ, ব্ৰাউজাৰলৈ যাওঁক আৰু এই URL টো লিখক |
| 01:55 | Downloads হেদিঙৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে |
| 02:00 | Current Development ৰ ভিতৰত, MarcEdit 7.0.x/MacOS 3.0.x লৈ যাওঁক, Windows 64-bit download বিচাৰক |
| 02:17 | যদিহে আপোনাৰ এটা 32-bit মেচিন আছে, তেন্তে আপুনি Windows 32-bit download লিংকত ক্লিক কৰিব লাগিব |
| 02:26 | আপোনাৰ মেচিনটো 32-bit নে 64-bit তাক চাবলৈ, মেচিনটোৰ তলত বাওঁফালে চুকলৈ যাওঁক |
| 02:35 | Start আইকনত ক্লিক কৰক |
| 02:38 | ওপৰলৈ Scroll কৰক আৰু Settings ত ক্লিক কৰক |
| 02:43 | এই আইকনচৰ পৰা, System- Display, notifications, apps, power ত ক্লিক কৰক |
| 02:51 | ই বাওঁফালে কিছু অপচনৰ সৈতে আন এখন উইন্দ’ খোলে |
| 02:56 | About টেবটো বিচাৰক আৰু ইয়াত ক্লিক কৰক |
| 03:00 | একেটা পৃষ্ঠাত, সোফালে, PC চেকচনৰ ভিতৰত, System type বিচাৰক |
| 03:08 | আপোনাৰ মেচিনৰ operating system দৰ্শিত হ’ব |
| 03:13 | মোৰ মেচিনৰ বাবে, ই কয় 64-bit operating system, x64-based processor |
| 03:21 | সবিশেষ পঢ়াৰ পাছত, window খন বন্ধ কৰক |
| 03:25 | তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক আৰু ক্ৰচ চিহ্নত ক্লিক কৰক |
| 03:31 | আমি পুনৰ একেটা পৃষ্ঠা Downloads লৈ ঘূৰি আহিম |
| 03:36 | যিহেতু মোৰ মেচিনটো হৈছে 64-bit, মই 64-bit download ত ক্লিক কৰিম |
| 03:42 | আন এখন নতুন উইন্দ’ 64-bit download হেদিঙৰ সৈতে খুলিছে যাৰ দুটা চেকচন আছে-
Non-Administrator আৰু Administrator |
| 03:53 | পাছত, Administrator চেকচনৰ তলত Download MarcEdit 7 লিংকত ক্লিক কৰিম |
| 04:02 | ইয়াৰ কাৰণটো হৈছে মই মোৰ লাইব্ৰেৰীৰ নিৰ্দিষ্ট Koha administrator |
| 04:09 | MacrEdit_Setup64Admin.msi দাইল’গ-বক্স এটা আহিছে |
| 04:16 | আমি ইয়াত দুটা অপচন দেখিছো-
Save File আৰু Cancel |
| 04:22 | তলত Save File বুটামত ক্লিক কৰক |
| 04:26 | তাক কৰাৰ পাছত, আপোনাৰ মেচিনৰ Downloads ফল্দাৰলৈ যাওঁক |
| 04:31 | ইয়াত, আপুনি দেখিছে যে MacrEdit_Setup64Admin.msi ফাইলটো ছেভ কৰা হ’ল |
| 04:40 | এতিয়া, ছেভ কৰা ফাইলটোত ৰাইত-ক্লিক কৰক আৰু অহা অপচনৰ পৰা, Install ত ক্লিক কৰক |
| 04:48 | User Account Control দাইল’গ বক্সত, Yes ত ক্লিক কৰক |
| 04:56 | Welcome to the MarcEdit 7 Setup Wizard নামৰ আন এখন উইন্দ’ আহিছে |
| 05:04 | পৃষ্ঠাটোৰ তলত Next বুটামত ক্লিক কৰক |
| 05:08 | License Agreement টাইটলৰ সৈতে আন এখন নতুন উইন্দ’ আহিছে |
| 05:14 | License Agreement সাবধানে পঢ়ক |
| 05:18 | আৰু I do not agree আৰু I agree অপচন দুটাৰ পৰা, I Agree ৰেদিঅ বুটামত ক্লিক কৰক |
| 05:28 | পাছত, উইন্দ’ খনৰ তলত Next বুটামত ক্লিক কৰক |
| 05:33 | Select Installation Folder নামৰ নতুন উইন্দ’ এখন আহিছে |
| 05:39 | ই ফল্দাৰৰ পাথটো দেখুৱায় য’ত ইনষ্টল কৰা চফতৱেৰটো ছেভ হ’ব |
| 05:45 | বিকল্পভাবে, আপুনি এই চফতৱেৰটো নিজৰ পচন্দ মতে এটা বেলেগ ফল্দাৰত ইনষ্টল কৰিব পাৰে । Folder ফিল্দত প্ৰয়োজনীয় পাথটো দি তাক কৰক |
| 05:56 | আপুনি লগতে Browse টেবত ক্লিক কৰি ইচ্ছা কৰা পাথটো বাচিব পাৰে |
| 06:03 | তথাপি, মই ফল্দাৰৰ পাথটো এনেদৰেই Folder ফিল্দত ৰাখিম |
| 06:09 | এতিয়া উইন্দ’ খনৰ তলত Next বুটামত ক্লিক কৰক |
| 06:14 | আন এখন নতুন উইন্দ’ Confirm Installation আহিছে |
| 06:19 | এতিয়া একেখন উইন্দ’ৰ তলত Next বুটামত ক্লিক কৰক |
| 06:25 | Installing MarcEdit 7 উইন্দ’ আহিছে |
| 06:30 | ইয়াৰ পাছত, আমি সফল বাৰ্তাৰ উইন্দ’ এখন দেখিছো । ই কয়-
Installation Complete. MarcEdit 7 has been successfully installed |
| 06:42 | এই উইন্দ’ৰ পৰা বাহিৰ ওলাবলৈ Close বুটামত ক্লিক কৰক |
| 06:47 | MarcEdit 7.0.250 By Terry Reese টাইটলৰ সৈতে উইন্দ’ এখন আহিছে |
| 06:56 | এতিয়া খোলখোৱা সকলো উইন্দ’ক মিনিমাইজ কৰক |
| 07:01 | আপুনি দেস্কটপত shortcut এটা দেখিবলৈ পাব |
| 07:06 | ইয়াৰ সৈতে, আমি 64-bit Windows মেচিন এটাৰ Desktop ত MarcEditor সকলভাবে ইনষ্টল কৰিলো |
| 07:14 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 07:22 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 07:32 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
| 07:36 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 07:48 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |