Koha-Library-Management-System/C3/Installation-of-MarcEditor/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Windows ত Installation of MarcEditor ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:08 | এই টিউট’ৰিয়েলটোত, আমি 64-bit Windows মেচিন এটাত MarcEditor ইনষ্টল কৰিবলৈ শিকিম |
00:16 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :
Windows 10 Pro Operating System আৰু Firefox web browser |
00:27 | এই টিউট’ৰিয়েলটো লাইব্ৰেৰী ষ্টাফৰ বাবে সকলোতকৈ উপযুক্ত |
00:32 | আগবহাৰ আগতে, অনুগ্ৰহ কৰি আপোনাৰ মেচিনত নিম্নখিনি থকাটো নিশ্বিত কৰক-
Windows 10, 8 বা 7, |
00:43 | যিকোনো ওৱেব ব্ৰাউজাৰ । যেনে: Internet Explorer, Firefox বা Google Chrome |
00:51 | আপোনাৰ লাইব্ৰেৰীত, Excel spreadsheet এটাত লাইব্ৰেৰী ৰেকৰ্ডচ থাকিব পাৰে |
00:58 | আৰু, আপোনাৰ লাইব্ৰেৰী এতিয়া Koha Library Management System লৈ মাইগ্ৰেত হ’ল |
01:05 | গতিকে, সকলো খিনি ৰেকৰ্ড Excel ৰ পৰা MARC format লৈ পৰিবৰ্তন কৰিব লাগিব |
01:12 | এইটো জনা দৰকাৰ যে:
Excel spreadsheet ত থকা ৰেকৰ্ডখিনি প্ৰথমে MARC ফৰ্মেতলৈ পৰিবৰ্তন কৰিব লাগিব আৰু পাছত Koha লৈ import কৰিব লাগিব |
01:26 | ইয়াৰ কাৰণটো হৈছে Koha ত Excel format ত থকা দাতা পোনপটীয়াকৈ ইম্প’ৰ্ত কৰিবলৈ সুবিধা নাই |
01:35 | আহক আৰম্ভ কৰো |
01:37 | Excel data ক MARC ফাইললৈ পৰিবৰ্তন কৰিবলৈ যি হৈছে (dot) mrc ফৰ্মেত, আমি MarcEdit software ব্যৱ্হাৰ কৰিম |
01:48 | এই চফতৱেৰটো ইনষ্টল কৰিবলৈ, ব্ৰাউজাৰলৈ যাওঁক আৰু এই URL টো লিখক |
01:55 | Downloads হেদিঙৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে |
02:00 | Current Development ৰ ভিতৰত, MarcEdit 7.0.x/MacOS 3.0.x লৈ যাওঁক, Windows 64-bit download বিচাৰক |
02:17 | যদিহে আপোনাৰ এটা 32-bit মেচিন আছে, তেন্তে আপুনি Windows 32-bit download লিংকত ক্লিক কৰিব লাগিব |
02:26 | আপোনাৰ মেচিনটো 32-bit নে 64-bit তাক চাবলৈ, মেচিনটোৰ তলত বাওঁফালে চুকলৈ যাওঁক |
02:35 | Start আইকনত ক্লিক কৰক |
02:38 | ওপৰলৈ Scroll কৰক আৰু Settings ত ক্লিক কৰক |
02:43 | এই আইকনচৰ পৰা, System- Display, notifications, apps, power ত ক্লিক কৰক |
02:51 | ই বাওঁফালে কিছু অপচনৰ সৈতে আন এখন উইন্দ’ খোলে |
02:56 | About টেবটো বিচাৰক আৰু ইয়াত ক্লিক কৰক |
03:00 | একেটা পৃষ্ঠাত, সোফালে, PC চেকচনৰ ভিতৰত, System type বিচাৰক |
03:08 | আপোনাৰ মেচিনৰ operating system দৰ্শিত হ’ব |
03:13 | মোৰ মেচিনৰ বাবে, ই কয় 64-bit operating system, x64-based processor |
03:21 | সবিশেষ পঢ়াৰ পাছত, window খন বন্ধ কৰক |
03:25 | তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক আৰু ক্ৰচ চিহ্নত ক্লিক কৰক |
03:31 | আমি পুনৰ একেটা পৃষ্ঠা Downloads লৈ ঘূৰি আহিম |
03:36 | যিহেতু মোৰ মেচিনটো হৈছে 64-bit, মই 64-bit download ত ক্লিক কৰিম |
03:42 | আন এখন নতুন উইন্দ’ 64-bit download হেদিঙৰ সৈতে খুলিছে যাৰ দুটা চেকচন আছে-
Non-Administrator আৰু Administrator |
03:53 | পাছত, Administrator চেকচনৰ তলত Download MarcEdit 7 লিংকত ক্লিক কৰিম |
04:02 | ইয়াৰ কাৰণটো হৈছে মই মোৰ লাইব্ৰেৰীৰ নিৰ্দিষ্ট Koha administrator |
04:09 | MacrEdit_Setup64Admin.msi দাইল’গ-বক্স এটা আহিছে |
04:16 | আমি ইয়াত দুটা অপচন দেখিছো-
Save File আৰু Cancel |
04:22 | তলত Save File বুটামত ক্লিক কৰক |
04:26 | তাক কৰাৰ পাছত, আপোনাৰ মেচিনৰ Downloads ফল্দাৰলৈ যাওঁক |
04:31 | ইয়াত, আপুনি দেখিছে যে MacrEdit_Setup64Admin.msi ফাইলটো ছেভ কৰা হ’ল |
04:40 | এতিয়া, ছেভ কৰা ফাইলটোত ৰাইত-ক্লিক কৰক আৰু অহা অপচনৰ পৰা, Install ত ক্লিক কৰক |
04:48 | User Account Control দাইল’গ বক্সত, Yes ত ক্লিক কৰক |
04:56 | Welcome to the MarcEdit 7 Setup Wizard নামৰ আন এখন উইন্দ’ আহিছে |
05:04 | পৃষ্ঠাটোৰ তলত Next বুটামত ক্লিক কৰক |
05:08 | License Agreement টাইটলৰ সৈতে আন এখন নতুন উইন্দ’ আহিছে |
05:14 | License Agreement সাবধানে পঢ়ক |
05:18 | আৰু I do not agree আৰু I agree অপচন দুটাৰ পৰা, I Agree ৰেদিঅ বুটামত ক্লিক কৰক |
05:28 | পাছত, উইন্দ’ খনৰ তলত Next বুটামত ক্লিক কৰক |
05:33 | Select Installation Folder নামৰ নতুন উইন্দ’ এখন আহিছে |
05:39 | ই ফল্দাৰৰ পাথটো দেখুৱায় য’ত ইনষ্টল কৰা চফতৱেৰটো ছেভ হ’ব |
05:45 | বিকল্পভাবে, আপুনি এই চফতৱেৰটো নিজৰ পচন্দ মতে এটা বেলেগ ফল্দাৰত ইনষ্টল কৰিব পাৰে । Folder ফিল্দত প্ৰয়োজনীয় পাথটো দি তাক কৰক |
05:56 | আপুনি লগতে Browse টেবত ক্লিক কৰি ইচ্ছা কৰা পাথটো বাচিব পাৰে |
06:03 | তথাপি, মই ফল্দাৰৰ পাথটো এনেদৰেই Folder ফিল্দত ৰাখিম |
06:09 | এতিয়া উইন্দ’ খনৰ তলত Next বুটামত ক্লিক কৰক |
06:14 | আন এখন নতুন উইন্দ’ Confirm Installation আহিছে |
06:19 | এতিয়া একেখন উইন্দ’ৰ তলত Next বুটামত ক্লিক কৰক |
06:25 | Installing MarcEdit 7 উইন্দ’ আহিছে |
06:30 | ইয়াৰ পাছত, আমি সফল বাৰ্তাৰ উইন্দ’ এখন দেখিছো । ই কয়-
Installation Complete. MarcEdit 7 has been successfully installed |
06:42 | এই উইন্দ’ৰ পৰা বাহিৰ ওলাবলৈ Close বুটামত ক্লিক কৰক |
06:47 | MarcEdit 7.0.250 By Terry Reese টাইটলৰ সৈতে উইন্দ’ এখন আহিছে |
06:56 | এতিয়া খোলখোৱা সকলো উইন্দ’ক মিনিমাইজ কৰক |
07:01 | আপুনি দেস্কটপত shortcut এটা দেখিবলৈ পাব |
07:06 | ইয়াৰ সৈতে, আমি 64-bit Windows মেচিন এটাৰ Desktop ত MarcEditor সকলভাবে ইনষ্টল কৰিলো |
07:14 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
07:22 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
07:32 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
07:36 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
07:48 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |