Koha-Library-Management-System/C3/Copy-cataloging-using-Z39.50/Assamese
From Script | Spoken-Tutorial
00:01 | Copy Cataloging using Z39.50 স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:09 | এই টিউট’ৰিয়েলটোত, আমি শিকিম Z39.50 ব্যৱ্হাৰ কৰি catalog ত কেনেকৈ records যোগ কৰা হয় |
00:20 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো Ubuntu Linux operating system 16.04 |
00:28 | আৰু Koha ভাৰ্চন 16.05 |
00:33 | আপুনি ইন্তাৰনেতৰ সৈতে সংযুক্ত হৈ থকাটো নিশ্বিত কৰক |
00:38 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিকাৰুসকলৰ Library Science ৰ জ্ঞান থাকিব লাগিব, |
00:45 | Cataloging standards, AACR2 আৰু MARC21 |
00:54 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
01:00 | আৰু, আপোনাৰ লগতে Koha ত Admin এক্সেচ থাকিব লাগিব |
01:05 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
01:13 | গতিকে, Z39.50 কি হয়? |
01:18 | Z39.50 হৈছে ৰিম’ত কম্পিউতাৰ দেতাবেচসমূহৰ পৰা তথ্য চাৰ্চ আৰু সংগ্ৰহ কৰিবলৈ এটা client–server protocol । চমুকৈ, ই Catalog ক’পি কৰিবলৈ ব্যৱহৃত এটা তুল |
01:37 | আহক আৰম্ভ কৰো । প্ৰথমে মই Koha ইন্তাৰফেচলৈ যাম আৰু Superlibrarian, Bella হিচাবে ল’গিন কৰিম |
01:47 | Koha homepage ত, Koha administration ত ক্লিক কৰক |
01:53 | এই পৃষ্ঠাটোত, তললৈ scroll কৰক আৰু Additional parameters বিচাৰক |
01:59 | পাছত, Z39.50/SRU server ত ক্লিক কৰক |
02:07 | এটা নতুন পৃষ্ঠা আহিছে Z39.50/SRU servers administration |
02:16 | ইয়াত দুটা টেব আছে- +New Z39.50 server আৰু +New SRU server |
02:26 | +New Z39.50 server টেবত ক্লিক কৰক |
02:32 | এটা নতুন পৃষ্ঠা আহিছে টাইটল New Z39.50 server ৰ সৈতে |
02:40 | মন কৰিব যে target Z39.50 Server যোগ কৰিবলৈ, আমি টাৰ্গেত server সবিশেষ জানিব লাগিব |
02:51 | যদি আপুনি যিকোনো Z39.50 server সবিশেষ নাজানে, আপুনি Z39.50 servers ৰ তালিকাখন এই URL ত বিচাৰিব পাৰে |
03:05 | IRSpy পৃষ্ঠা আহিছে, আমাক কিছু সবিশেষ ভৰাবলৈ সুধি |
03:12 | আহক আৰম্ভ কৰো |
03:14 | ফিল্দ (Anywhere) খালি ৰাখক |
03:18 | Name ৰ বাবে, মই লিখিম: Library of Congress |
03:23 | কাৰণ ই হৈছে এটা সৰ্বোচ্চ লাইব্ৰেৰী আৰু ইয়াৰ ডাঙৰ bibliographical দেতা আছে |
03:31 | পাছত, Country ৰ বাবে ফিল্দত, দ্ৰপ-দাউনৰ পৰা United States বাচক |
03:38 | Protocol ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Z39.50 বাচক |
03:46 | আপুনি বাকীথকা সবিশেষ আপোনাৰ প্ৰয়োজনীয়্তা অনুসৰি ভৰাব পাৰে |
03:51 | পাছত, পৃষ্ঠাটোৰ তলত Search বুটামত ক্লিক কৰক |
03:57 | নতুন পৃষ্ঠা এটা আহিছে চাৰ্চ ফলাফলৰ সৈতে |
04:01 | 9 লাইব্ৰেৰীৰ তালিকা এখন বিভিন্ন সংখ্যাৰ ভিতৰত প্ৰদৰ্শিত হৈছে যেনে-
Title, Host Connection Reliability, Host, Port আৰু DB |
04:16 | এই সবিশেষ ব্যৱ্হাৰ হ’ব Koha ৰ New Z39.50 server ত সবিশেষ ভৰাবলৈ |
04:26 | মন কৰিব আপুনি লাইব্ৰেৰীৰ বেলেগ তালিকা এখন দেখিব পাৰে যি 10 তকৈ বেছি হ’ব পাৰে |
04:32 | মনত ৰাখিব, যিকোনো target Z39.50 server যোগ কৰাৰ আগতে অনুগ্ৰহ কৰি Host Connection Reliability নিশ্বিত কৰক |
04:43 | মই Title : Library of Congress ত ক্লিক কৰিম |
04:48 | নতুন পৃষ্ঠা এটা আহিছে হেদিং Library of Congress ৰ সৈতে |
04:54 | পৃষ্ঠাটো খুলি ৰাখক, যিহেতু আমাক কিছু সময় পাছত এই পৃষ্ঠাটোত থকা সবিশেষ লাগিব |
05:01 | এতিয়া,আহক New Z39.50 server পৃষ্ঠাটোলৈ ঘূৰি যাওঁ যাক আমি আগতে টিউট’ৰিয়েলটোত খুলিছিলো |
05:12 | আৰু পৃষ্ঠাটোত আৱশ্যক সবিশেষ ভৰাবলৈ আৰম্ভ কৰো |
05:17 | সবিশেষ Library of Congress পৃষ্ঠাটোত আছে যাক আমি খুলি ৰাখিছো |
05:23 | গতিকে আহক আৰম্ভ কৰো |
05:25 | New Z39.50 server পৃষ্ঠাটোত, Server name ৰ বাবে, লিখক Library of Congress |
05:34 | এই সবিশেষ হৈছে Library of Congress পৃষ্ঠাটোত Name চেকচনৰ বাবে |
05:41 | মই কিছু অন্য সবিশেষ ভৰালো New Z39.50 server পৃষ্ঠাটোত যাক মই Library of Congress পৃষ্ঠাটোৰ পৰা ন’ত কৰিছিলো |
05:54 | আপুনি ভিদিঅটো ৰখাই নিজৰ প্ৰয়োজন অনুসৰি সবিশেষ ভৰাব পাৰে |
06:01 | মন কৰিব ৰঙাকৈ চিহ্নিত কৰা ফিল্দসমূহ বাধ্যতামূলক |
06:06 | পাছত, আমি Preselected (searched by default) চেক-বক্সটো দেখিছো |
06:12 | ইয়াক ক্লিক কৰক যদি আপুনি দিফল্টভাবে এই বিশেষ লাইব্ৰেৰীৰ দেতাবেচটো সদায় চাৰ্চ হোৱাটো বিচাৰে । মই ইয়াক আনচেক কৰিম |
06:23 | এতিয়া আমি Rank (display order) ৰ বাবে ফিল্দলৈ আহিম । যদি আপুনি এই লাইব্ৰেৰীক তালিকাৰ একেবাৰে ওপৰত ৰাখিব বিচাৰে, তেন্তে ইয়াত 1 লিখক |
06:37 | মন কৰিব যদি আপুনি বহুতো z39.50 targets যোগ কৰিব বিচাৰে, আপুনি তাক ৰেংকৰ অনুসৰি সজাব পাৰে |
06:47 | Syntax ৰ বাবে, দ্ৰপ-দাউনৰ পৰা, মই বাচিম MARC21/USMARC । আপুনি নিজৰ প্ৰয়োজন অনুসৰি যিকোনো Syntax বাচিব পাৰে |
07:00 | Encoding ৰ বাবে, Koha ই দিফল্টভাবে, utf8 বাচে । মই ইয়াক এনেদৰেই এৰিম |
07:08 | কিন্তু আপুনি নিজৰ প্ৰয়োজন অনুসৰি আন যিকোনো মান বাচিব পাৰে |
07:14 | পাছৰটো হৈছে Time out (0 its like not set) |
07:20 | ইয়াত, চেকেন্দৰ সংখ্যা লিখক যিমান আপুনি ফলাফল দৰ্শিত হওঁতে ৰখাব বিচাৰে । মই লিখিম 240 |
07:32 | Record type ৰ বাবে, Koha ই দিফল্টভাবে, Bibliographic স্ব-নিৰ্বাচিত কৰে । তেনে কৰিলে, প্ৰতিটো ৰেকৰ্ডৰ এটা Bibliographic সবিশেষ থাকিব |
07:44 | সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ তলত Save বুটামত ক্লিক কৰক |
07:51 | Z39.50/SRU servers administration পৃষ্ঠাটো পুনৰ আহিছে |
08:00 | পৃষ্ঠাটোত আমি সবিশেষ দেখিছো যাক বিভিন্ন হেদিঙৰ ভিতৰত যোগ কৰা হৈছে |
08:06 | এতিয়া, এই লাইব্ৰেৰীৰ পৰা ৰেকৰ্ড চাৰ্চ কৰিবলৈ, Koha homepage লৈ যাওঁক আৰু Cataloging ত ক্লিক কৰক |
08:16 | এটা নতুন পৃষ্ঠা আহিছে দুটা অপচনৰ সৈতে ।
+New record আৰু New from Z39.50/SRU |
08:29 | New from Z39.50/SRU লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা BOOKS বাচক |
08:40 | এখন নতুন উইন্দ’ আহিছে Z39.50/SRU search |
08:48 | পৃষ্ঠাটোৰ সোফালে Search targets ফিল্দ বিচাৰক |
08:54 | ইয়াত, আপুনি চাব পাৰে Z39.50 target যাক আমি আগতে টিউট’ৰিয়েলটোত যোগ কৰিছিলো ।
যি হৈছে LIBRARY OF CONGRESS |
09:07 | এতিয়া, LIBRARY OF CONGRESS ৰ কাষত চেক-বক্সত ক্লিক কৰক |
09:14 | একেটা পৃষ্ঠাৰ বাওঁফালে Z39.50/SRU search বিভিন্ন ফিল্দৰ সৈতে |
09:25 | এই ফিল্দৰ মাজত, Title বিচাৰক আৰু লিখক: Clinical Microbiology |
09:33 | আপুনি যদি বিচাৰে বাকীথকা ফিল্দসমূহ ভৰাব পাৰে । মই তাক খালি ৰাখিম |
09:40 | এতিয়া পৃষ্ঠাটোৰ তলত Search বুটামত ক্লিক কৰক |
09:46 | তথাপি ক্লিক কৰাৰ আগতে, আপুনি ইন্তাৰনেতৰ সৈতে সংযুক্ত হৈ থকাটো নিশ্বিত কৰক |
09:52 | আন এটা নতুন পৃষ্ঠা আহিছে Results, হেদিঙৰ সৈতে সবিশেষ দেখুৱাই:
Server, Title, Author, Date, Edition, ISBN, LCCN, MARC আৰু Card |
10:11 | এতিয়া, পৃষ্ঠাটোৰ সোফালে যাওঁক আৰু Import ফিল্দ বিচাৰক |
10:18 | মই ক্লিক কৰিম Import ফিল্দৰ বাবে Title: Clinical Microbiology |
10:25 | আপুনি নিজৰ প্ৰয়োজন অনুসৰি আন যিকোনো Title ৰ বাবে Import ক্লিক কৰিব পাৰে |
10:32 | যেতিয়া Import ক্লিক কৰা হয়, Add MARC record নামৰ নতুন উইন্দ’ এখন আহে |
10:39 | আপুনি কিছু টেগ দেখিব যাক Library of Congress দেতাবেচৰ পৰা ইম্প’ৰ্ত কৰা হৈছে |
10:47 | কিন্তু, উক্ত টেগৰ বাবে খালি ফিল্দসমূহ আপুনি ভৰাব লাগিব, নিজৰ প্ৰয়োজন অনুসৰি |
10:55 | মনত ৰাখিব, আমি এই পৃষ্ঠাটোৰ সবিশেষ আগৰ টিউট’ৰিয়েল এটাত ভৰাইছিলো |
11:02 | ভিদিঅটো ৰখাই সবিশেষ ভৰাওঁক |
11:06 | সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ ওপৰত Save বুটামত ক্লিক কৰক |
11:13 | এটা নতুন পৃষ্ঠা আহিছে Items for Clinical microbiology by Ross, Philip W. |
11:22 | এতিয়া, পৃষ্ঠাটোৰ তলত Add item বুটামত ক্লিক কৰক |
11:28 | পৃষ্ঠাটো আহিছে Items for Clinical microbiology by Ross, Philip W. |
11:36 | ইয়াৰ সৈতে, আমি Library of Congress ৰ পৰা Clinical microbiology কিতাপখনৰ সবিশেষ Koha ত সফলভাবে ইম্প’ৰ্ত কৰিলো |
11:48 | আহক মূলভাব চাওঁ |
11:50 | এই টিউট’ৰিয়েলটোত, আমি Z39.50 ব্যৱ্হাৰ কৰি catalog ত কেনেকৈ records যোগ কৰা হয় শিকিলো |
12:00 | অনুশিলনী- Z39.50 ব্যৱ্হাৰ কৰি Catalog ত Serial এটাৰ ৰেকৰ্ডচ যোগ কৰক |
12:10 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
12:18 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
12:28 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
12:32 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
12:45 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |