Koha-Library-Management-System/C2/Global-System-Preferences/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | Global System Preferences স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি Library OPAC ক কাষ্ট’মাইজ কৰিবলৈ Global System Preferences চেত কৰিবলৈ শিকিম |
00:16 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :
Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05 |
00:27 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
00:33 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
00:39 | আৰু, আপোনাৰ Koha ত Admin এক্সেচ থাকিব লাগিব |
00:44 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
00:50 | আহক আৰম্ভ কৰো |
00:52 | Superlibrarian ত Bella আৰু তাৰ পাচৱৰ্দৰে ল’গিন কৰক |
00:58 | 'Koha' Home page ত Koha administration ত ক্লিক কৰক |
01:04 | পাছত, Global system preferences ত ক্লিক কৰক |
01:09 | Acquisitions preferences পৃষ্ঠা খুলিছে |
01:13 | বাওঁফালে, Enhanced Content টেবত ক্লিক কৰক |
01:20 | Enhanced Content preferences পৃষ্ঠা খুলিছে |
01:25 | All চেকচনৰ ভিতৰত, Preference লৈ যাওঁক |
01:30 | FRBR Editions ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Show বাচক |
01:37 | OPAC FRBR Editions দ্ৰপ-দাউনৰ পৰা Show বাচক |
01:44 | পাছত, Amazon ৰ বাবে, Preference টেবলৈ যাওঁক |
01:49 | মই Amazon Tag ক খালি ৰাখিম |
01:53 | AmazonCoverImages ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Show বাচক |
01:59 | মই AmazonLocale ক এনেদৰেই থ’ম |
02:03 | OPACAmazonCoverImages ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Show বাচক |
02:11 | পাছত, HTML5 Media ৰ বাবে, Preference- টেবৰ ভিতৰত |
02:18 | HTML5MediaEnabled ৰ বাবে, দ্ৰপ-দাউনৰ পৰা in OPAC and staff client বাচক |
02:28 | HTML5MediaExtensions এনেদৰেই এৰক |
02:33 | HTML5MediaYouTube ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Embed বাচক |
02:41 | Library Thing ৰ ভিতৰত, Preference টেবলৈ যাওঁক |
02:46 | ThingISBN ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Use বাচক |
02:52 | সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো save কৰক |
02:57 | পৃষ্ঠাটোৰ ওপৰত Save all Enhanced Content preferences ত ক্লিক কৰি ইয়াক কৰক |
03:06 | এতিয়া, একেটা পৃষ্ঠাত, বাওঁফালে অৱস্থিত অপচনলৈ যাওঁক আৰু OPAC ত ক্লিক কৰক |
03:16 | OPAC preferences পৃষ্ঠাটো খুলিছে |
03:20 | Appearance ৰ ভিতৰত, Preference টেবলৈ যাওঁক |
03:26 | LibraryName ৰ বাবে, উক্ত Library নামটো ভৰাওঁক |
03:31 | মই লিখিম: Spoken Tutorial Library |
03:35 | আপুনি নিজে বনোৱা লাইব্ৰেৰী নামটো ভৰাব লাগিব |
03:40 | পাছত, OPACBaseURL লৈ যাওঁক আৰু domain নামটো ভৰাওঁক । মই এইটো লিখিম |
03:51 | আপোনাৰ প্ৰিফাৰেঞ্চ অনুসৰি, আপুনি OPAC ৰ বাবে domain নামটো চেত কৰিব পাৰে |
03:56 | পাছত, Opaccredits ৰ বাবে, Click to Edit ত ক্লিক কৰক |
04:03 | footer ৰ বাবে HTML টেগটো লিখক । মই এইটো লিখিম |
04:10 | পাছত Opacheader আহে । ইয়াত, Click to Edit ত ক্লিক কৰক |
04:18 | header ৰ বাবে HTML টেগটো লিখক । মই এইটো লিখিম |
04:25 | Features চেকচনৰ ভিতৰত, Preference টেবলৈ যাওঁক |
04:31 | পাছত, OPACpatronimages লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা Show বাচক |
04:39 | পাছত, OpacResetPassword লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা allowed বাচক |
04:49 | Privacy চেকচনৰ ভিতৰত, Preference টেবলৈ যাওঁক |
04:55 | পাছত, OPACPrivacy লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা Allow বাচক |
05:03 | সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো save কৰক |
05:08 | পৃষ্ঠাটোৰ ওপৰত Save all OPAC preferences ত ক্লিক কৰি ইয়াক কৰক |
05:16 | এতিয়া, আপোনাৰ Koha Superlibrarian একাউন্টৰ পৰা ল’গ আউত কৰক |
05:22 | তাক কৰিবলৈ, প্ৰথমে ওপৰত সোফালে চুকলৈ যাওঁক, Spoken Tutorial Library ত ক্লিক কৰক |
05:31 | পাছত, দ্ৰপ-দাউনৰ পৰা Log out বাচক |
05:36 | এতিয়া, OPAC ত হোৱা সলনিক পৰীক্ষা কৰিবলৈ, মই মোৰ Web Browser খুলিম আৰু লিখিম: http://127.0.1.1/8000 |
05:53 | মন কৰিব - এই URL টো ইনষ্টলেচনৰ সময়ত দিয়া port number আৰু domain নামৰ ওপৰত আধাৰিত |
06:01 | গতিকে, আপুনি অনুগ্ৰহ কৰি উল্লেখ কৰা ধৰণে লিখক । পাছত Enter টিপক |
06:08 | এতিয়া আপুনি পৰিবৰ্তনক ন’ত কৰিব পাৰে যেনে: OPAC হ’মপেজৰ টাইটল- Welcome to Spoken Tutorial Library |
06:20 | পৃষ্ঠাটোৰ তলত Copyright@2017 Spoken Tutorial Library, Mumbai. All Rights Reserved |
06:30 | ইয়াৰ সৈতে আমি শিকিলো কেনেকৈ Library OPAC ক কাষ্ট’মাইজ কৰা হয় আৰু লগতে প্ৰতিটো module ত প্ৰয়োজনীয় চেতিংগচক সংশোধিত কৰিবলৈ |
06:41 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
06:44 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি Library OPAC ক কাষ্ট’মাইজ কৰিবলৈ Global System Preferences চেত কৰিবলৈ শিকিলো |
06:54 | অনুশিলনীৰ বাবে, OPAC ত Books ৰ ক’ভাৰ ইমেজ পৰীক্ষা কৰক |
07:00 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
07:07 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
07:17 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
07:21 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
07:33 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |