Jmol-Application/C3/Surfaces-and-Orbitals/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. Jmol ত Surfaces আৰু Orbitals এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
| 00:07 | এই টিউটোৰিয়েলত আমি শিকিম: |
| 00:10 | Alicyclic (অ্যালিসাইক্লিক) আৰু Aromatic (অ্যাৰোম্যাটিক) অণুৰ মডেল তৈয়াৰ কৰা। |
| 00:14 | অনূৰ বিভিন্ন সাৰফেস দেখোৱা। |
| 00:18 | পাৰমাণবিক আৰু আণবিক অৰবিটেল প্রদর্শন কৰা। |
| 00:22 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Jmol ত আণবিক মডেল তৈয়াৰ আৰু সম্পাদনা কৰা জানিব লাগিব। |
| 00:29 | নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে নিম্নলিখিত লিঙ্কত যাওক। |
| 00:35 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি |
| 00:38 | উবুন্টু OS সংস্কৰণ 12.04, |
| 00:42 | Jmol সংস্কৰণ 12.2.2 |
| 00:45 | আৰু জাভা (JRE) সংস্কৰণ 7 ব্যবহাৰ কৰিছো। |
| 00:48 | আমি এটা নতুন Jmol অ্যাপ্লিকেশন উইন্ডো খুলিছো। |
| 00:52 | প্রথমে Cyclohexane (সাইক্লোহেক্সেন) এৰ মডেল তৈয়াৰ কৰো। |
| 00:56 | Model kit মেনুত টিপক। |
| 00:59 | প্যানেলত মিথেন (Methane) এৰ মডেল প্রদর্শিত হৈছে। |
| 01:03 | সাইক্লোহেক্সেন তৈয়াৰ কৰিবলৈ, ছটা কার্বন পৰমাণুৰ সৈতে এটা হাইড্রোকার্বন চেইন বনাব লাগিব। |
| 01:09 | আমি মিথাইল গ্রুপ দ্বাৰা হাইড্রোজেন মডেলক প্রতিস্থাপিত কৰিম। |
| 01:13 | এইটো কৰিবলৈ, হাইড্রোজেনৰ উপৰত কার্সাৰ ৰাখি এইটোত টিপিব। |
| 01:18 | এইটো হল ইথেন (Ethane) এৰ মডেল। |
| 01:21 | এই পদক্ষেপটো দুইবাৰ পুনৰাবৃত্তি কৰি একে সময়ত এটা হাইড্রোজেনক এটা মিথাইল গ্রুপ দ্বাৰা প্রতিস্থাপিত কৰক। |
| 01:28 | হাইড্রোজেনত এইভাবে টিপক যাতে গঠনটোৱে এটা বৃত্ত গঠন কৰে। |
| 01:33 | এতিয়া Rotate molecule টুল দ্বাৰা পর্দাত গঠনটো ঘোৰাওক। |
| 01:38 | এইটো প্যানেলত Butane (বিউটেন) এৰ গঠন । |
| 01:41 | ইয়াৰ পিছত Model kit মেনুত টিপক। |
| 01:45 | চেইনৰ শেষত উপস্থিত যি কোনো কার্বন পৰমাণুৰ হাইড্রোজেনত টিপক। |
| 01:52 | এইটো হল Pentane (পেন্টেন) এৰ মডেল। |
| 01:55 | কার্বন চেইনৰ শেষত থাকা যি কোনো এটা হাইড্রোজেনত টিপক। |
| 02:00 | প্যানেলেত সাইক্লোহেক্সেনৰ মডেল তৈয়াৰ হৈছে। |
| 02:04 | model kit মেনুৰ পৰা minimize বিকল্প ব্যবহাৰ কৰি গঠনটো নিখুত কৰক। |
| 02:09 | এতিয়া সাইক্লোহেক্সনৰ মডেল, তাৰ সবতচে স্থিতিশীল আকাৰ “chair”ত আছে। |
| 02:15 | আমি model kit মেনুৰ পৰা drag to bond বিকল্প ব্যবহাৰ কৰি Cyclic (সাইক্লিক) গঠনটো তৈয়াৰ কৰিব পাৰি। |
| 02:24 | আমি এই বৈশিষ্ট্য প্রদর্শন কৰিবলৈ পেন্টেনৰ মডেল ব্যবহাৰ কৰিম। |
| 02:29 | প্যানেলত এইটো Pentane (পেন্টেন) এৰ মডেল। |
| 02:32 | এইটোক সাইক্লোহেক্সেনলৈ ৰুপান্তৰ কৰিবলৈ model kit মেনু পৰা drag to bond বিকল্প নির্বাচন কৰক। |
| 02:40 | চেইনৰ এটা প্রান্তত থকা কার্বনৰ উপৰত কার্সাৰ ৰাখক। |
| 02:45 | মাউস ধৰি থাকক। |
| 02:47 | মাউস বোতাম ধৰি ৰাখি, চেইনৰ অনয় প্রান্তত উপস্থিত থকা কার্বনত কার্সাৰ লৈ যাওক। |
| 02:54 | এতিয়া মাউস বোতাম এৰি দিয়ক। |
| 02:57 | প্যানেলত Cyclopentane (সাইক্লোপেন্টেন) এৰ মডেল আছে। |
| 03:01 | এতিয়া সাইক্লোহেক্সেনৰ মডেল সহ Jmol প্যানেললৈ উভতি যাও। |
| 03:06 | সাইক্লোহেক্সেনক Benzene (বেঞ্জিন) ৰিঙলৈ ৰুপান্তৰিত কৰো। |
| 03:10 | এতিয়া সাইক্লোহেক্সেন চক্রত বিকল্পিত স্থানত ডবল বন্ড ৰাখিব পাৰো। |
| 03:16 | model kit মেনু খুলক। |
| 03:19 | যি কোনো দুটা কার্বন পৰমাণুৰ মাজৰ বন্ডত কার্সাৰ ৰাখি এইটোত টিপক। |
| 03:25 | এতিয়া প্যানেলত Cyclohexene (সাইক্লোহেক্সিন) আছে। |
| 03:29 | ইয়াৰ পিছত,গঠনটো বেঞ্জিনত ৰুপান্তৰ কৰিবলৈ ইয়াত আৰু দুটা ডবল বন্ড যোগ কৰিব লাগিব। |
| 03:36 | এতিয়া পিছৰ দুটা বিকল্পত কার্বন পৰমাণুৰ মাজত থকা বন্ডত টিপক। |
| 03:41 | প্যানেলত Benzene (বেঞ্জিন) এৰ মডেল আছে। |
| 03:44 | এটা স্থিতিশীল আকাৰ পাবলৈ শক্তি নুন্যতম কৰক। |
| 03:49 | অণুৰ সাৰফেস টোপোলজি Jmol অ্যাপ্লিকেশন ব্যবহাৰ কৰি দেখিব পাৰি। |
| 03:56 | বিভিন্ন সাৰফেস দেখাবলৈ পপ আপ মেনু খুলক। |
| 04:01 | যদি এইটো খোলা থাকে, মন কৰিব যে model kit মেনু বন্ধ আছে। |
| 04:06 | এতিয়া, প্যানেলত সো ক্লিক কৰি পপ আপ মেনু খুলক। |
| 04:10 | তললৈ স্ক্রোল কৰি "Surfaces" নির্বাচন কৰক। |
| 04:14 | সাব মেনুত উপস্থিত বিকল্পবোৰ হল: |
| 04:18 | Dot Surface |
| 04:20 | van der Waal's |
| 04:21 | আৰু অন্যান্য। |
| 04:23 | এইটো প্রদর্শন কৰিবলৈ, Molecular Surface নির্বাচন কৰিম। |
| 04:28 | আণবিক সাৰফেসৰ সৈতে বেঞ্জিনৰ মডেল প্রদর্শিত হৈছে। |
| 04:33 | এইটোক অন্য সাৰফেসলৈ সলনি কৰো, ধৰক Dot সাৰফেস। |
| 04:38 | সেয়ে আকৌ এবাৰ পপ আপ মেনু খুলক আৰু Dot সাৰফেস নির্বাচন কৰক। |
| 04:44 | আমি সাৰফেস অস্পষ্ট র্বা পৰিষ্কাৰও কৰিব পাৰো। |
| 04:48 | এইটো কৰিবলৈ পপ আপ মেনু খুলক। |
| 04:52 | তলত থকা Surfaces লৈ স্ক্রোল কৰি Make Opaque বিকল্প নির্বাচন কৰক। |
| 04:59 | লক্ষ্য কৰক যে বেঞ্জিন মডেল অস্পষ্ট হৈ গৈছে। |
| 05:03 | সাৰফেস বিকল্প বন্ধ কৰিবলৈ, পপ আপ মেনু খুলি Surfaces নির্বাচন কৰক। |
| 05:10 | তললৈ Offত স্ক্রোল কৰি এইটোত টিপক। |
| 05:15 | এতিয়া, ইয়াত কোনো সাৰফেস নোহোৱাকৈ বেঞ্জিনৰ মডেল আছে। |
| 05:20 | Jmolএ অণুৰ পাৰমাণবিক আৰু আণবিক অৰবিটেল প্রদর্শন কৰিব পাৰে। |
| 05:25 | কনসোলত কমান্ড লিখি পর্দাত পাৰমাণবিক অৰবিটেল প্রদর্শন কৰিব পাৰি। |
| 05:32 | নতুন Jmol উইন্ডো খুলিবলৈ Fileত গৈ New ত টিপক। |
| 05:37 | এতিয়া কনসোল উইন্ডো খুলিবলৈ File ত টিপি Console ত টিপক। |
| 05:43 | পর্দাত কনসোল উইন্ডো খোলে। |
| 05:47 | কনসোল উইন্ডো ডাঙৰ কৰিবলৈ আমি Kmag স্ক্রিন ম্যাগনিফায়াৰ ব্যবহাৰ কৰিম। |
| 05:53 | পাৰমাণবিক অৰবিটেলৰ কমান্ড লাইন isosurface phase atomic orbital দ্বাৰা আৰম্ভ হয়। |
| 06:00 | ডলাৰ ($) প্রম্পটত লিখক isosurface phase atomicorbital. |
| 06:06 | ইয়াৰ পিছত কোয়ান্টাম সংখ্যা n, l আৰু m লেখা হয় যি প্রতিটো পাৰমাণবিক অৰবিটেলৰ বাবে নির্দিষ্ট হয়। |
| 06:14 | 's' অৰবিটেল প্রদর্শন কৰিবলৈ লিখক 2 0 0 |
| 06:20 | 2, 0, 0 যথাক্রমে n, l আৰু m কোয়ান্টাম সংখ্যাক বোঝায়। |
| 06:27 | কম্মান্দ এক্সিকিউট কৰিবলৈ Enter কী টিপক। |
| 06:31 | প্যানেলত 's' অৰবিটেল প্রদর্শিত হৈছে। |
| 06:35 | ইয়াত পাৰমাণবিক অৰবিটেলৰ আৰু কিছো উদাহৰণ আৰু স্ক্ৰীপ্ট কমান্ড আছে। |
| 06:41 | সকলো পাৰমাণবিক অৰবিটেলৰ বাবে কমান্ড লাইন একেই। |
| 06:45 | কনসোলত পূর্ব কমান্ড দেখাবলৈ, কিবৰ্ডত আপ অ্যাৰো কী টিপক। |
| 06:51 | কোয়ান্টাম সংখ্যা n, l আৰু m ক 2 1 1 লৈ সলাওক। |
| 06:58 | Enter কী টিপি Jmol প্যানেলত px অৰবিটেল চাওক। |
| 07:05 | আকৌ এবাৰ আপ অ্যাৰো কী টিপি n, l আৰু m ক যথাক্রমে 3 2 আৰু -1লৈ সলাওক। |
| 07:13 | Enter কী টিপি Jmol প্যানেলত 'dxy' অৰবিটেল চাওক। |
| 07:19 | ইমেজবোৰ বিভিন্ন ফাইল ফৰম্যাটত সংৰক্ষণ কৰিব পাৰি যেনে jpg, png বা pdf |
| 07:27 | ইয়াত সকলো আণবিক অৰবিটেলৰ কমান্ডৰ তালিকা আছে (s, p, d, আৰু f) |
| 07:35 | এই স্লাইডত আণবিক অৰবিটেলৰ মডেল দেখোৱা হৈছে। |
| 07:40 | সেইবোৰ কনসোলত script কমান্ডৰ সাহায্যে তৈয়াৰ কৰা হৈছে। |
| 07:45 | ইয়াত আণবিক অৰবিটেল প্রদর্শন কৰা দেখাবলৈ এটা নতুন Jmol প্যানেল আৰু কনসোল খুলিছো। |
| 07:53 | Jmol ব্যবহাৰ কৰি হাইব্রিড আণবিক অৰবিটেল যেনে sp3, sp2 আৰু sp প্রদর্শন কৰিব পাৰি। |
| 08:02 | প্যানেলত Methane (মিথেন) এৰ মডেল আছে। |
| 08:06 | মিথেনত sp3 আণবিক অৰবিটেল আছে। |
| 08:11 | Linear Combination of Atomic Orbitals অর্থাৎ LCAO পদ্ধতি(method) আণবিক অৰবিটেল তৈয়াৰ কৰিবলৈ ব্যবহৃত হয়। |
| 08:21 | সেয়ে, কমান্ড লাইনত 'lcaocartoon' ইয়াৰ পিছত create থাকে, আৰু তাৰপিছত অৰবিটেলৰ নাম লেখা হয়। |
| 08:30 | ডলাৰ প্রম্পটত লিখক lcaocartoon create sp3 |
| 08:36 | Enter টিপক। |
| 08:38 | মিথেন মডেল sp3 হাইব্রিড আণবিক অৰবিটেলৰ সৈতে লক্ষ্য কৰক। |
| 08:45 | sp2 হাইব্রিড আণবিক অৰবিটেল প্রদর্শন কৰিবলৈ উদাহৰণ হিসাবে "ইথিন" লও। |
| 08:52 | প্যানেলত এইটো Etheneৰ (ইথিন) অণু। |
| 08:56 | Ethene অণুত তিনটা sp2 হাইব্রিড আণবিক অৰবিটেল আছে। সেইয়া হল sp2a, sp2b আৰু sp2c. |
| 09:08 | ডলাৰ প্রম্পটত লিখক lcaocartoon create sp2a, Enter টিপক। |
| 09:17 | প্যানেলত ইথিন মডেলত sp2 অৰবিটেল লক্ষ্য কৰক। |
| 09:22 | আপ অ্যাৰো কী টিপি sp2a ক sp2bলৈ সলাওক আৰু Enter কী টিপক। |
| 09:31 | আকৌ এবাৰ আপ অ্যাৰো কী টিপি sp2b ক sp2c লৈ সলাওক আৰু Enter কী টিপক। |
| 09:41 | অবশেষত pi বন্ডৰ বাবে, অৰবিটেলৰ নাম সলনি কৰি pz লিখক। |
| 09:48 | প্যানেলত, সকলো আণবিক অৰবিটেলৰ সৈতে "ইথিন" অণু আছে। |
| 09:55 | এই স্লাইডে আণবিক অৰবিটেলৰ সৈতে আৰো কিছো অণু প্রদর্শন কৰে। |
| 10:01 | Jmol Script ৰ আৰো তথ্যৰ বাবে ওয়েবসাইট অন্বেষণ কৰক। |
| 10:08 | সংক্ষেপে, |
| 10:10 | এই টিউটোৰিয়েলত শিকিছো: |
| 10:12 | সাইক্লোহেক্সেন আৰু সাইক্লোহপেন্টেনৰ মডেল তৈয়াৰ কৰা। |
| 10:17 | বেঞ্জিনৰ মডেল তৈয়াৰ কৰা। |
| 10:19 | অণুৰ সাৰফেস টোপোলজি প্রদর্শন কৰা। |
| 10:23 | অামি আৰু শিকিছো পাৰমাণবিক অৰবিটেল (s, p, d আৰু f) প্রদর্শন কৰা |
| 10:29 | আৰু কোনচলত script কম্মান্দ লিখি আণবিক অৰবিটেল (sp3, sp2 আৰু sp) প্রদর্শন কৰা। |
| 10:38 | এতিয়া |
| 10:40 | 2-Butene (2-বিউটেন) এৰ মডেল তৈয়াৰ কৰি আণবিক অৰবিটেল প্রদর্শন কৰক। |
| 10:45 | আণবিক অৰবিটেলৰ ৰঙ আৰু আকাৰ সলনি কৰিবলৈ "lcaocartoon" কমান্ড অন্বেষণ কৰক। |
| 10:52 | কমান্ডৰ তালিকাৰ বাবে নিম্নলিখিত লিঙ্কত যাওক। |
| 10:57 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। http://spoken-tutorial.org/What_is_a_Spoken_ Tutorial |
| 11:01 | স্পোকেন টিউটোৰিয়াল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 11:04 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 11:09 | স্পোকেন টিউটোৰিয়াল প্ৰকল্পৰ দলটিয়ে |
| 11:11 | স্পোকেন টিউটোৰিয়াল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
| 11:15 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
| 11:19 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি 'contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 11:26 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 11:30 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 11:37 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 11:42 | আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ |