Java/C2/Arithmetic-Operations/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | জাভাত Arithmetic Operationsঅৰ বিশয়ে স্পকেন টিউটোৰিয়ালেলৈ আপনাক স্বাগতম। |
00:05 | এই টিউটোৰিয়ালেত,আপোনি বিভিন্ন Arithmetic Operations যেনে
Addition Subtraction Multiplication Division আৰু কেনেকৈ সিহতক বয়ৱহাৰ কৰে. বিষয়ে শিকিব |
00:16 | এই টিউটোৰিয়েলত আমি
উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো। |
00:24 | এই টিউটৰিয়েলটো চাবলৈ আপোনাৰ চিচটেমত Eclipse ইনস্টল হৈ থকা হব লাগিব |
00:28 | আৰু Eclipseঅত ফাইল এখন create, save আৰু run কৰা জানিব লাগিব |
00:32 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক |
00:42 | ইয়াত সিহতে দেখোৱা operators আৰু mathematical operations ৰ তালিকা আছে
প্লাছ চিহ্ন addition ৰ কাৰনে মাইনাচ subtractionৰ কাৰনে এস্ত্ৰীক্চ multiplicationৰ কাৰনে আৰু স্লেছ divisionৰ কাৰনে |
00:54 | আমি তাৰে প্রতিটোক বিস্তাৰত চাম । |
01:05 | বাকি কোডৰ বাবে আমাৰ উচৰত eclipse IDE আৰু প্রয়োজনীয় skeleton আছে |
01:10 | আমি Arithmetic Operations নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো। |
01:17 | এতিয়া কিছো ভেৰিয়েবল যোগ কৰা যাওক |
01:22 | int x = 5; |
01:26 | 'int y = 10;
int result |
01:35 | x and y অপাৰেন্দ্চ হব আৰু ফলাফলটোৱে অপাৰেশনৰ আওটপুতক সংৰক্ষণ কৰিব |
01:41 | সিহতক যোগ কৰা যাওক আৰু ফলাফলটো প্ৰীন্ট কৰক Result= x+y; system. out. println ' বান্ধনীত result |
02:10 | Control S সংৰক্ষন কৰক আৰু ৰান কৰিবলৈ control F11 |
02:17 | আমি দেখো যে যোগ কৰাৰ আউটপুটটো resultত সংৰক্ষন হৈছে আৰু মান টো প্ৰীন্ট কৰা হল |
02:24 | এতিয়া মানবোৰক সলনি কৰা যাওক x=75,y = 15 |
02:37 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
02:42 | অামি দেখো যে আউটপুটটু সেইমতে ( তদুনসাৰে) সলনি হৈছে |
02:48 | এতিয়া নেতিবাচক মান y = -25. চেস্তা কৰা যাওক |
02:57 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
03:02 | অামি দেখো যে 75 plus -25 আউটপুটৰ প্ৰীন্ট কৰা হৈছে |
03:10 | এতিয়া বিয়োগ' চেস্তা কৰা যাওক y = 5'. x+y ক x-yলৈ সলনি কৰক |
03:25 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
03:32 | অামি দেখো যে 75 -5 ৰ আউটপুট প্ৰীন্ট কৰা হৈছে |
03:38 | এতিয়া multiplication চেস্তা কৰা যাওক . minus' ক asterisk লৈ সলনি কৰক |
03:46 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
03:52 | আমি দেখো যে asterisk বয়ৱহাৰ কৰি আমি ৭৫ক ৫ ৰে গুন কৰিব পাৰো |
03:58 | এতিয়া 'division চেস্তা কৰা যাওক. asterisk অতুৰুৱাই দিয়ক আৰু slash টাইপ কৰক |
04:07 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
04:13 | আমি যেনে চাব পাৰো, আউটপোটটু আশা বা ভাবা দৰে হয় |
04:18 | এতিয়া অামি চাও কি হয়, যেতিয়া ভাবা মতে ফলাফলটো দশমিক পয়েন্ট সংখ্যা হয় . |
04:24 | ৫ক ১০লৈ সলনি কৰক |
04:28 | ফলাফলটো ৭.৫ হব লাগিব |
04:30 | সেয়ে ফলাফলটো float লৈ সলনি কৰা যাওক |
04:43 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
04:50 | মন কৰক যে যদিও বা স্বত্তেও আশা কৰা ফলাফলটো ৭.৫ হয়, আমি আউটপুটটো ৭.০ হিচাবে পাও |
04:57 | ইয়াৰ কাৰন হল, বিভাজনত মানে division থকা দুয়ো operandsবোৰ integers হয় |
05:01 | y ক float লৈ y=10f সলনি কৰা যাওক |
05:15 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
05:21 | আমি এতিয়া চাব পাৰো যে ফলাফলটো আশা বা ভাবা দৰে হয় |
05:24 | মনত ৰাখিব যে যেতিয়া ভাবা দৰে ফলাফলটো float হয় , operandsৰ পৰা এটায়ে অপেক্ষিত আউটপুট পাবলৈ float এটা হব লাগিব |
05:32 | এতিয়া আমি চাও কি হয়, যেতিয়া এটাতকৈ অধিক অপাৰেটৰ থাকে |
05:48 | int result= 8+4-2. সংৰক্ষণ কৰক আৰু ৰান কৰক। |
06:09 | আমি যেনে চাব পাৰো, আউটপোটটু আশা বা ভাবা দৰে হয় |
06:12 | এতিয়া minus ক slash এতালৈ সলনি কৰক |
06:19 | এতিয়া আউটপুট ৬ হব যদি divisionৰ আগত addition কৰা হৈছে |
06:25 | বা এইটো ১০হব যদি additionৰ আগত division কৰা হৈছে |
06:30 | ৰান কৰা যাওক আৰু আউটপুট চাওক |
06:38 | আমি যেনে চাব পাৰো, আউটপুট ১০ হয় আৰু additionৰ আগত division কৰা হৈছে. ইয়াৰ কাৰন এইটো হয় যে বেলেগ অপাৰেটৰতকৈ division operatorত বেছি precedence মানে প্ৰধানতা আছে |
06:50 | এনেকোৱা পৰিস্হিতীত , যদি আমি precedence মানে প্ৰধানতাক বাতিল কৰিব লগিয়া হয় তেতিয়া অামি প্রথম বন্ধনী বয়ৱহাৰ কৰিম |
07:04 | প্রথম বন্ধনী যোগ কৰি, আমি জাভাক divisionৰ আগত addition কৰিবলৈ নির্দেশ দিও |
07:10 | ফাইলটো ৰান কৰা যাওক |
07:15 | আমি যেনে চাব পাৰো addition প্ৰথমে সঞ্চালিত হৈছে আৰু অপেক্ষিত অনুযায়ী আউটপুট 6 হয়. |
07:22 | এটা নিয়ম হিসাবে, যেতিয়া অপাৰেশন বোৰৰ ক্রম স্পষ্ট নাথাক, প্রথম বন্ধনী ব্যবহাৰ কৰিবলৈ মন ৰাখিব. |
07:36 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
07:40 | আমি শিকিছো |
07:41 | জাভাত কেনেকৈ প্ৰাথমিক mathematical operation সম্পাদন কৰে |
07:44 | operator precedence আৰু , |
07:45 | কেনেকৈ ইয়াক বাতিল কৰে |
07:49 | এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয.,
modulo operator মানে কি বুজায়, নির্ণয় কৰক আৰু ই কি কৰে . |
07:57 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ, তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1] |
08:02 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08:05 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08:10 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
08:12 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
08:14 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
08:18 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:24 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08:29 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:35 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:39 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |