Inkscape/C4/Special-effects-on-text/Assamese
From Script | Spoken-Tutorial
Time | Narration' |
00:01 | ইঙ্কচকেপ (Inkscape) ব্যৱ্হাৰ কৰি স্পেচিয়েল (Special) ইফেক্তচ (Effects) অন (on) টেকস্তৰ (Text) স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত আমি বনাবলৈ শিকিম
ৰিফ্লেক্তেদ টেকস্ত (Reflected text) লেবেলদ টেকস্ত (Labeled text) আৰু টেকস্তৰ কেচ সলাবলৈ |
00:16 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো উবুন্তো (Ubuntu) লিনাক্স (Linux) 12.04 OS |
00:22 | এই চিৰিজটোৰ আগৰ সকলো টিউটৰিয়েলচ 0.48.4ত ৰেকৰ্দ কৰা হৈছিল |
00:28 | এই টিউটৰিয়েলটোৰ পৰা, মই ভাৰ্চন 0.91ত ৰেকৰ্দ কৰিম, যি হৈছে নতুন উন্নত ভাৰ্চন |
00:35 | আহক আমি ইঙ্কচকেপ (Inkscape) খোলো । প্ৰথমে আমি এটা ৰিফ্লেক্তেদ টেকস্ত বনাবলৈ শিকিম |
00:41 | টেকস্ত (Text) তুলটো বাচক আৰু SPOKEN শব্দটো লিখক । টেকস্তটো ব’ল্দ (bold) কৰক |
00:49 | মই টেকস্তটো জোম ইন কৰিম, যাতে আমি দেম’টো স্পষ্টকৈ দেখো |
00:54 | এতিয়া, Object menuলৈ যাওঁক আৰু Fill and Stroke অপচনটো বাচক |
00:59 | তাৰপাছত, Fill টেবৰ ভিতৰত, Linear gradientত টিপক |
01:03 | দৰ্শিত ধৰণে গ্ৰেদিয়েন্ত হেন্দলচত (handles) টিপক আৰু গ্ৰেদিয়েন্ত কালাৰচক ৰেদ আৰু ব্লোলৈ সলাওঁক |
01:12 | গ্ৰেদিয়েন্তক লম্বভাবে সজাওঁক । গতিকে এতিয়া, পৰ্দাত দশিত ধৰণে গ্ৰেদিয়েন্তটো ওপৰত ৰেদ আৰু তলত ব্লো হ’ব |
01:21 | Selector toolত টিপক আৰু টেকস্তটো নকল কৰিবলৈ Ctrl + D টিপক |
01:27 | এতিয়া, কীব’ৰ্দত V টিপক, নকল কৰা টেকস্তটো ফ্লিপ কৰিবলৈ |
01:32 | আমি লগতে ফ্লিপ কৰিবলৈ Tool controls bar ত উপলদ্ধ অপচনটো ব্যৱ্হাৰ কৰিব পাৰো |
01:39 | এতিয়া, আমি নকল কৰা টেকস্তটো প্ৰকৃত টেকস্তটোৰ তললৈ এনেদৰে নিম যাতে ই এটা প্ৰতিবিম্বৰ দৰে হয় |
01:46 | এতিয়া, Gradient toolক বাচক আৰু তলৰ গ্ৰেদিয়েন্ত হেন্দলত টিপক |
01:52 | Fill and Stroke দাইল’গ বক্সটোলৈ ঘূৰি আহক । ইয়াত, আমি আলফা (Alpha) মানটো 0লৈ সলাম |
01:59 | আমি লগতে তলৰ হেন্দলটো অকমান সলাম, ওপৰৰ দিশে |
02:05 | Selector toolত টিপক । এতিয়া, অপাচিতি (Opacity) টো 80লৈ কমাওঁক আৰু এন্টাৰ (Enter) টিপক |
02:12 | আমাৰ ৰিফ্লেক্তেদ টেকস্তটো এতিয়া সম্পূৰ্ণ হ’ল । ইয়াক ভালদৰে চাবলৈ অকমান জোম আউত কৰক |
02:20 | পাছত, আমি এটা লেবেলদ টেকস্ত বনাবলৈ শিকিম |
02:23 | প্ৰথমে, আমি গ্ৰীন কালাৰৰ এটা ৰম্বাচ বনাম । যিহেতু আলফা (Alpha) মানটো জিৰ’ হয়, ই এতিয়া দৰ্শিত নহয় |
02:32 | ইয়াক 255লৈ সলাওঁক আৰু এন্টাৰ (Enter) টিপক |
02:36 | এতিয়া, ৰম্বাচটোত “SPOKEN TUTORIAL” টেকস্তটো লিখক |
02:43 | Selector তোলটোত টিপক আৰু ৰম্বাচটোৰ আকাৰ টেকস্তৰ অনুসৰি সলাওঁক |
02:48 | পাছত, টেকস্তটো বাচক । এতিয়া, টেকস্তটো নকল কৰিবলৈ Ctrl + D টিপক |
02:54 | নকল টেকস্তটো প্ৰকৃত টেকস্তটোৰ ওপৰত আছে |
02:58 | টেকস্তৰ কালাৰটো হোৱাইতলৈ সলাওঁক, তাৰপাছত Path menu লৈ যাওঁক আৰু Object to path অপচনত টিপক |
03:07 | এতিয়া Object menu ত টিপক আৰু তাৰপাছত Ungroup অপচনত |
03:12 | পুনৰ Path menu লৈ যাওঁক আৰু Union অপচনত টিপক |
03:17 | Tool controls barত, Lower selection one step আইকনত টিপক |
03:23 | পুনৰ, Path menu লৈ যাওঁক আৰু এইবাৰ আমি Linked offset অপচনত টিপিম |
03:30 | টেকস্তত থকা হেন্দলত টিপক আৰু আউতলাইনটো ডাঙৰ কৰিবলৈ ইয়াক দ্ৰাগ কৰক |
03:37 | Selector তোলটোত টিপক । তাৰপাছত টেকস্তত ক্লিক কৰক আৰু ইয়াক তললৈ নিয়ক |
03:43 | মন কৰিব, আনএটা টেকস্ত বনিলে । টেকস্তটো বাচক আৰু ইয়াক দিলিত কৰক |
03:49 | এতিয়া, আউতলাইন পাৰ্তটো বাচক আৰু Nodes তোলত টিপক |
03:53 | Tool controls barত, Convert selected object to path তোলত টিপক |
03:58 | এতিয়া আপুনি আউতলাইনত ন’দসমূহ দেখিছে । মাজত অদৰ্কাৰী ন’দসমূহ বাচক আৰু দিলিত কৰক, ইয়াত দৰ্শিত ধৰণে |
04:09 | Selector toolত পুনৰ টিপক আৰু টেকস্তটোক ইয়াৰ আচল জেগালৈ লৈ যাওঁক |
04:14 | টেকস্তৰ কালাৰটো গ্ৰীণলৈ সলাওঁক |
04:18 | আউতলাইন পাৰ্তটো বাচক আৰু ইয়াক নকল কৰিবলৈ Ctrl + D টিপক । পুনৰ, মনত ৰাখিব যে নকল আউতলাইনটো প্ৰকৃতটোৰ ওপৰত আছে |
04:28 | কালাৰটো ব্লেকলৈ সলাওঁক |
04:31 | তাৰপাছত Tool controls barত, Lower selection one step আইকনত তিনিবাৰ টিপক |
04:38 | শেষত, Fill and stroke দাইল’গ বক্সত, অপাচিতিক 60লৈ কমাওঁক আৰু ব্লাৰক (blur) 7লৈ বঢ়াওঁক |
04:47 | ইয়াক কৰাৰ পাছত, আমি লেবেলৰ বাবে এটা হেঙ্গাৰ (hanger) বনাম |
04:50 | গতিকে, ইলিপচ (Ellipse) তোলত টিপক । তাৰপাছত Ctrl key টিপক আৰু ৰম্বাচটোৰ বাওঁফালে ওপৰত এটা বৃত্ত আকক, যাতে লেবেলটোত এটা ফুটা হয় |
05:00 | বৃত্তটোক নকল কৰিবলৈ Ctrl + D টিপক আৰু বৃত্তটো ৰম্বাচটোৰ আনফালে নিয়ক |
05:06 | পাছত, Bezier toolত টিপক আৰু এদাল বেকা শাৰী আকক, দৰ্শিত ধৰণে |
05:13 | অকা শাৰীদাল দেখিবলৈ এদাল হেঙ্গাৰৰ দৰে হ’ব লাগিব |
05:16 | Fill and stroke দাইল’গ বক্সত, Stroke styleৰ ভিতৰত, ওইদথক (width) 5লৈ সলাওঁক |
05:22 | এতিয়া আমাৰ লেবেলদ টেকস্ত তৈয়াৰ হৈ গ’ল । আহক জোম আউত কৰো আৰু ইয়াক ভালদৰে চাওঁ |
05:30 | পাছত, আহক আমি ইঙ্কচকেপত (Inkscape) টেকস্তৰ কেচটো সলাবলৈ শিকো |
05:34 | টেকস্ত (Text) তোলত টিপক আৰু কানভাচত (canvas) বৰ্ণ লিখক । মন কৰিব যে গোটেই টেকস্তটো ল’ৱাৰ-কেচত আছে |
05:43 | এতিয়া, Extensions menuলৈ যাওঁক আৰু টেকস্ত (Text) নামৰ অপচনটোত টিপক আৰু তাৰপাছত Change Caseত । আপুনি কিছু অপচনচ দেখিব |
05:52 | মই UPPERCASE অপচনটোত টিপিম । লক্ষ্য কৰিব যে বৰ্ণসমূহৰ কেচটো আপাৰ-কেচলৈ সলনি হ’ল |
05:59 | পুনৰ টেকস্তত টিপক । Extensions menuলৈ যাওঁক, তাৰপাছত টেকস্ত (Text) আৰু শেষত Change Caseত |
06:07 | এইবাৰ, Random Case অপচনটো বাচক । টেকস্তৰ কেচত পৰিবৰ্ত্তনক মন কৰক |
06:13 | আপুনি আন অপচনসমূহ নিজে চেষ্টা কৰিব পাৰে |
06:16 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
06:19 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত আমি বনাবলৈ শিকিলো
ৰিফ্লেক্তেদ টেকস্ত (Reflected text) লেবেলদ টেকস্ত (Labeled text) আৰু টেকস্তৰ কেচ ল’ৱাৰকেচ (lowercase) ৰপৰা আপাৰকেচলৈ (uppercase) আৰু ৰেন্দম-কেচলৈ (random-case) সলাবলৈ |
06:31 | আপোনাৰ বাবে এইটো এটা এচাই্নমেন্ত । এখন চাৰফেচত প্ৰতিবিম্ব হৈ থকাকৈ INKSCAPE টেকস্তটো বনাওঁক |
06:37 | ইঙ্কচকেপ (Inkscape) টেকস্তটো বনাওঁক আৰু টেকস্ত কেচটো Flip caseলৈ সলাওঁক |
06:42 | আপোনাৰ সম্পূৰ্ণ কৰা এচাইনমেন্তটো দেখিবলৈ এনেকুৱা হ’ব |
06:45 | তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক চাওঁক |
06:51 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
06:58 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক |
07:01 | স্প’কেন টিউট’ৰিয়েল প্রকল্প ভাৰত চৰকাৰৰ NMEICT, MHRD ৰদ্বাৰা সমর্থিত |
07:06 | এই মিচনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলদ্ধ |
07:10 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |