Git/C2/The-git-checkout-command/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:01 | গিত (git) চেকআউত (checkout) কমান্ড (command)ৰ স্প’কেন টিউট'ৰিয়েললৈ স্বাগতম |
| 00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম কেনেকৈ: * গিত (Git) ৰেপ’জিত’ৰি (repository)ত বহুতো ফাইল যোগ কৰা হয় |
| 00:12 | গিত (Git) ৰেপ’জিত’ৰি (repository)ৰ পৰা ফাইল এটা আতৰাবলৈ |
| 00:16 | স্থানান্তৰ কৰা ফাইলটো ৰিষ্ট’ৰ কৰিবলৈ |
| 00:18 | ফাইল এটাত কৰা পৰিবৰ্তনসমূহ নাকচ কৰিবলৈ আৰু |
| 00:21 | আগৰ অৱস্থা এটালৈ নিবলৈ |
| 00:25 | এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো: উবুন্তো (Ubuntu) লিনাক্স (Linux) 14.04 |
| 00:31 | * গিত (Git) 2.3.2 আৰু gedit টেকস্ত (Text) এদিতৰ (Editor) |
| 00:36 | আপুনি আপোনাৰ পচন্দৰ যিকোনো এদিতৰ (editor) ব্যৱ্হাৰ কৰিব পাৰে |
| 00:40 | এই টিউট’ৰিয়েলটো অনুসৰন কৰিবলৈ, আপোনাৰ টাৰ্মিনেলত (Terminal) লিনাক্স (Linux) কমান্ডচ ৰান কৰাৰ জ্ঞান থাকিব লাগিব |
| 00:47 | যদি নাই, সঙ্গত লিনাক্স (Linux) টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাওঁক |
| 00:52 | এতিয়া, আহক আমি গিত (Git) ৰেপ’জিত’ৰি (repository) টোত কেনেকৈ বহুতো ফাইল যোগ কৰা হয় চাওঁ |
| 00:58 | টাৰ্মিনেলটো (terminal) খুলিবলৈ Ctrl+Alt+T টিপক |
| 01:02 | আমি আমাৰ গিত (Git) ৰেপ’জিতেৰি (repository) "মাইওৱেবপেজ (mywebpage)" লৈ যাম যি আমি আগতে বনাইছিলো |
| 01:09 | লিখক: cd স্পেছ (space) মাইওৱেবপেজ (mywebpage) আৰু এন্টাৰ (Enter) টিপক |
| 01:14 | মই বৰ্ণনা কৰিবলৈ html ফাইলচ ব্যৱ্হাৰ কৰিম |
| 01:19 | আপুনি আপোনাৰ পচন্দৰ যিকোনো প্ৰকাৰৰ ফাইল ব্যৱ্হাৰ কৰিব পাৰে |
| 01:23 | আমি এতিয়া 2টা html ফাইল বনাম |
| 01:27 | গতিকে, লিখক: gedit স্পেছ (space) মাইষ্ট’ৰি (mystory).html স্পেছ (space) মাইন’ভেল (mynovel).html স্পেছ (space) এম্পাৰচেন্দ (ampersand) |
| 01:37 | আমি & (এম্পাৰচেন্দ)টো প্ৰম্পত খালী কৰিবলৈ ব্যৱ্হাৰ কৰো । এন্টাৰ (Enter) টিপক |
| 01:43 | মই এই ফাইলসমূহত কিছু ক’ড ক’পি (copy) আৰু পেষ্ট (paste) কৰিম, মোৰ ৰাইতাৰ (Writer) দ’কোমেন্তটোৰ পৰা, যাক মই আগতে ছেভ কৰিছিলো |
| 01:50 | আহক আমি এই ফাইলসমূহ ছেভ (save) কৰো |
| 01:53 | টাৰ্মিনেল (terminal) টোত, প্ৰথমে গিত (Git) ষ্টেতাচ (status) টো চাওঁক লিখি গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক |
| 02:03 | ই দুটা আনট্ৰেকদ (untracked) ফাইলচ (files) দেখুৱায় |
| 02:06 | আমি এতিয়া ট্ৰেকিং (tracking)ৰ বাবে আনট্ৰেকদ ফাইলচ যোগ কৰিম |
| 02:10 | লিখক: গিত (git) স্পেছ (space) এদ (add) স্পেছ (space) দত (dot) আৰু এন্টাৰ (Enter) টিপক |
| 02:17 | গিত (git) এদ (add) দত (dot) কমান্ডটোৱে সকলো আনট্ৰেকদ (untracked) ফাইলচক ষ্টেজিং (staging) এৰিয়া (area) টোলৈ যোগ কৰিব |
| 02:23 | গতিকে, মাইষ্ট’ৰি (mystory).html আৰু মাইন’ভেল (mynovel).html ফাইল দুটা ষ্টেজিং এৰিয়াটোলৈ যোগ হ’ল |
| 02:32 | আহক গিত (Git) ষ্টেতাচ (status) টো পুনৰ চাওঁ লিখি গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক |
| 02:40 | এতিয়া, আমি দেখিছো যে আমাৰ দুয়োটা ফাইল গিত (Git) ৰেপ’জিতেৰি (repository) টোৰ ষ্টেজিং (staging) এৰিয়া (area) টোলৈ যোগ হ’ল |
| 02:47 | আহক আমি আমাৰ মাইষ্ট’ৰি (mystory).html আৰু মাইন’ভেল (mynovel).html ফাইলচলৈ ঘূৰি যাওঁ |
| 02:54 | এতিয়া, আমি এই দুয়োটা ফাইলত ক’ডৰ কিছু শাৰী যোগ কৰিম |
| 03:00 | আগৰ দৰে, মই মোৰ ৰাইতাৰ (Writer) দ’কোমেন্তটোৰ পৰা ক’পি-পেষ্ট কৰিম |
| 03:05 | পুনৰ ফাইলসমূহ ছেভ আৰু বন্ধ কৰক |
| 03:08 | আহক গিত (Git) ষ্টেতাচ (status) টো চাওঁ লিখি গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক |
| 03:16 | ই দেখায় “চেঞ্জেচ (Changes) নত (not) ষ্টেজদ (staged) ফৰ (for) কমিত (commit)” আৰু “ম’দিফাইদ (modified): মাইন’ভেল (mynovel).html" আৰু "মাইষ্ট’ৰি (mystory).html” |
| 03:26 | ই বুজায় যে আমি কৰা পৰিবৰ্তনসমূহ, ষ্টেজিং (staging) এৰিয়া (area) টোলৈ যোগ নহ’ল |
| 03:32 | আহক আমি এতিয়া আমাৰ কামক কমিত (commit) কৰো |
| 03:36 | গতিকে, লিখক: গিত (git) স্পেছ (space) কমিত (commit) স্পেছ (space) হাইফেন (hyphen) a স্পেছ (space) হাইফেন (hyphen) m স্পেছ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত “এদেদ (Added) তু (two) ফাইলচ (files)” আৰু এন্টাৰ (Enter) টিপক |
| 03:50 | মন কৰিব যে আমি পৰিবৰ্তিত ফাইলসমূহক কমিত কৰাৰ আগতে ষ্টেজিং এৰিয়াটোলৈ যোগ নকৰো আৰু |
| 03:57 | আমি আগৰ টিউট’ৰিয়েলত দেখাৰ দৰে এদিতৰটোওঁ কমিতিং (committing) মেচেজ (message) ৰ বাবে খোল নাখায় |
| 04:03 | ইয়াৰ কাৰণ হৈছে, ইয়াত আমি হাইফেন a আৰু হাইফেন m ফ্লেগচ ব্যৱ্হাৰ কৰিছো |
| 04:10 | গতিকে, এই ফ্লেগচ কিহৰ বাবে? |
| 04:13 | আমাৰ শ্লাইদ (slide) লৈ ঘূৰি যাওঁ |
| 04:15 | হাইফেন (Hyphen) a ফ্লেগ (flag) ব্যৱ্হাৰ হয় সকলো পৰিবৰ্তিত ফাইলসমূহক ষ্টেজিং (staging) এৰিয়া (area) টোলৈ যোগ কৰিবলৈ |
| 04:21 | যেতিয়া আমি হাইফেন a ফ্লেগ ব্যৱ্হাৰ কৰো, আমাক পৰিবৰ্তিত ফাইলসমূহক ষ্টেজিং (staging) এৰিয়া (area) টোলৈ যোগ কৰিবলৈ গিত (git) এদ (add) কমান্ড পৃথককৈ নালাগে |
| 04:30 | হাইফেন m ফ্লেগ কমান্ড (command) লাইন (line) টোত নিজে কমিত (commit) মেচেজ (message)টো দিবলৈ ব্যৱ্হৃত হয় |
| 04:36 | আমি হাইফেন a আৰু হাইফেন m ফ্লেগচক হাইফেন am হিচাবে ব্যৱ্হাৰ কৰিব পাৰো |
| 04:42 | টাৰ্মিনেল (terminal) টোলৈ ঘূৰি যাওঁ |
| 04:45 | গিত ল’গটো (Git log) পৰীক্ষা কৰক লিখি গিত (git) স্পেছ (space) লগ (log) আৰু এন্টাৰ (Enter) টিপক |
| 04:52 | আপুনি কমিতচ (commits) ৰ তালিকাখন দেখিছে |
| 04:54 | মন কৰিন যে নতুন কমিতচ (commits) প্ৰথমে তালিকাভুক্ত হৈছে |
| 04:58 | যি বুজায় যে কমিতসমূহ সময়ানুক্ৰমিক ক্ৰমত তালিকাভুক্ত হৈছে |
| 05:03 | যদিহে, আপুনি গিত (Git) ৰেপ’জিতেৰি (repository) টোত এটা ভুল ফাইল যোগ কৰিলে, ইয়াক সহজে আতৰাব পাৰি |
| 05:10 | ধৰক, উদাহৰণস্বৰূপে, মই মাইপেজ (mypage).html ফাইলটো আতৰাব বিচাৰো |
| 05:16 | লিখক:গিত (git) স্পেছ (space) rm স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) কেচদ (cached) স্পেছ (space) মাইপেজ (mypage) দত (dot) html আৰু এন্টাৰ (Enter) টিপক |
| 05:26 | এই কমান্ডটোৱে মাইপেজ (mypage).html ফাইলটো ষ্টেজিং (staging) এৰিয়া (area) টো্ৰ পৰা আতৰাব |
| 05:32 | আমি এতিয়া গিত (Git) ষ্টেতাচ (status) টো চাম লিখি গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক |
| 05:40 | ই কয় যে মাইপেজ (mypage).html ফাইলটো আনট্ৰেকদ (untracked) হ’ল |
| 05:45 | এতিয়া, আমি ফাইল চিষ্টেমৰ পৰা ফাইলটো নাইকীয়া কৰিব পাৰো লিখি |
| 05:49 | rm স্পেছ (space) মাইপেজ (mypage) দত (dot) html আৰু এন্টাৰ (Enter) টিপক |
| 05:55 | এই কমান্ডটোৱে ফাইলটো মাইওৱেবপেজ (mywebpage) ফ’ল্দাৰৰ পৰা সম্পূৰ্ণভাবে আতৰাব |
| 06:00 | এতিয়া, আমি গিত (Git) ৰেপ’জিতেৰি (repository) টোৰ পৰা ফাইলটো আতৰোৱা হ’ল নে নাই চাম |
| 06:06 | গতিকে, লিখক:গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক |
| 06:12 | ই “দিলেতেত (deleted): মাইপেজ (mypage).html” বাৰ্তাটো দেখুৱায় |
| 06:16 | এতিয়া, ফাইলসমূহ তালিকাভুক্ত কৰক "ls" লিখি আৰু এন্টাৰ (Enter) টিপক |
| 06:21 | ইয়াত, আমি মাইপেজ (mypage).html ফাইলটো আৰু নেদেখো যিহেতু ইয়াক নাইকীয়া কৰা হ’ল |
| 06:28 | এই সময়ত, আহক আমাৰ ক’ডক ফ্ৰিজ কৰো |
| 06:32 | কমিত (commit) কৰিবলৈ, লিখক: গিত (git) স্পেছ (space) কমিত (commit) স্পেছ (space) হাইফেন (hyphen) am স্পেছ (space) দ্বৈত উৰ্ধক’মাৰ ভিতৰত “দিলেতেত (Deleted) মাইপেজ (mypage).html” আৰু এন্টাৰ (Enter) টিপক |
| 06:45 | আহক গিত ল’গটো (Git log) চাওঁ লিখি গিত (git) স্পেছ (space) ল’গ (log) আৰু এন্টাৰ (Enter) টিপক |
| 06:51 | বাহিৰ ওলাবলৈ আপোনাৰ কীবৰ্ডত q কীটো টিপক |
| 06:55 | ইয়াত, আমি কমিত বাৰ্তাটো পঢ়ি নতুন কমিতটো বিচাৰিব পাৰো |
| 06:59 | এতিয়া, ধৰক যে আমি ভুলতে মাইপেজ (mypage).html টো নাইকীয়া কৰিলো আৰু এতিয়া আমি ইয়াক পুনৰ জমা কৰিব বিচাৰো |
| 07:08 | আমি কি কৰিব পাৰো? |
| 07:09 | আমি আগৰ কমিতচৰ পৰা নাইকীয়া কৰা ফাইলটো পুনৰ জমা কৰিব পাৰো |
| 07:13 | আহক আমাৰ ফাইলটো দ্বিতীয় কমিত (commit) টোৰ পৰা পুনৰ জমা কৰো, যাৰ “এদেদ (Added) তু (two) ফাইলচ (files)” কমিত (commit) বাৰ্তাটো আছে |
| 07:20 | দ্বিতীয় কমিত (commit) হেচ (hash) টোৰ প্ৰথম পাচটা সংখ্যা নিৰ্বাচিত কৰক |
| 07:24 | আৰু সিহঁতক ক’পি কৰিবলৈ Ctrl + Shift + C কীজ টিপক |
| 07:28 | প্ৰথম পাচটা সংখ্যায়েই যথেষ্ট |
| 07:31 | কিন্তু আপুনি পাচটা সংখ্যাতকৈ বেচিও ক’পি কৰিব পাৰে, যদি আপুনি বিচাৰে |
| 07:36 | লিখক: গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) আৰু কমিত (commit) হেচ (hash) টো পেষ্ট কৰিবলৈ Ctrl + Shift + V কীজ টিপক |
| 07:45 | এতিয়া, ফাইল নামটো "মাইপেজ (mypage).html" লিখক আৰু এন্টাৰ (Enter) টিপক |
| 07:51 | গিত (Git) ষ্টেতাচ (status) টো চাওঁক লিখি গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক |
| 07:58 | এতিয়া, আপুনি "মাইপেজ (mypage).html" ফাইলটো চাব পাৰে |
| 08:02 | আহক আমাৰ কামক এই সময়ত কমিত (commit) কৰো |
| 08:05 | মন কৰিব যে যেতিয়াই আমি যিকোনো ফাইল যোগ বা নাইকীয়া কৰো আমাৰ কামক কমিত (commit) কৰাতো অত্যন্ত গুৰূত্বপূৰ্ণ |
| 08:12 | লিখক: গিত (git) স্পেছ (space) কমিত (commit) স্পেছ (space) হাইফেন (hyphen) am স্পেছ (space) “ৰিষ্ট’ৰদ (Restored) মাইপেজ (mypage).html” আৰু এন্টাৰ (Enter) টিপক |
| 08:22 | এতিয়া, ফাইলসমূহ তালিকাভুক্ত কৰক "ls" লিখি আৰু এন্টাৰ (Enter) টিপক |
| 08:28 | আমি দেখিছো যে আমাৰ মাইপেজ (mypage).html ফাইলটো পুনৰ জমা হ’ল |
| 08:33 | পাছত, আমি ফাইল এটাত কৰা পৰিবৰ্তনক কেনেকৈ নাকচ কৰা হয় চাম |
| 08:38 | ফাইলচ খোলক লিখি gedit স্পেছ (space) মাইপেজ (mypage).html স্পেছ (space) মাইষ্ট’ৰি (mystory).html স্পেছ (space) এম্পাৰচেন্দ (ampersand) আৰু এন্টাৰ (Enter) টিপক |
| 08:50 | আমি মাইপেজ (mypage).html আৰু মাইষ্ট’ৰি (mystory).html ত কিছু পৰিবৰ্তন কৰিম |
| 08:58 | আহক আমি দুয়োটা ফাইলত কিছু শাৰী যোগ আৰু নাইকীয়া কৰো |
| 09:03 | তাৰপাছ্ত ছেভ (save) আৰু ফাইলচ বন্ধ কৰক |
| 09:06 | নিৰ্দিষ্ট অৱস্থাত, আমি এই পৰিবৰ্তনৰ সৈতে হয়তো আগবাঢ়িবলৈ নিবিচাৰিব পাৰো |
| 09:11 | সি বুজায়, আমি আমাৰ কামৰ আগৰ ষ্টেজ (stage) টোলৈ ঘূৰি যাব বিচাৰো |
| 09:16 | আহক ইয়াক কেনেকৈ কৰা হয় শিকো |
| 09:19 | প্ৰথমে, আমি গিত (Git) ষ্টেতাচ (status) টো চাম লিখি গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক |
| 09:27 | ই কয় যে কিছু ফাইলচ পৰিবৰ্তন কৰা হ’ল |
| 09:30 | এতিয়া, লিখক: গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) দত (dot) আৰু এন্টাৰ (Enter) টিপক |
| 09:37 | এই কমান্ডে (command) আমাৰ কামৰ নতুন পৰিবৰ্তনক নাইকীয়া কৰিব |
| 09:41 | গিত (Git) ষ্টেতাচ (status) টো চাওঁক লিখি গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক |
| 09:48 | ই কয় “নাঠিং (nothing) তু (to) কমিত (commit)” |
| 09:51 | আহক আমি ফাইলচক পৰীক্ষা কৰো চাবলৈ যে পৰিবৰ্তনসমূহ এতিয়াও তাত আছেনে নাই |
| 09:57 | লিখক: gedit স্পেছ (space) মাইপেজ (mypage).html স্পেছ (space) মাইষ্ট’ৰি (mystory).html & আৰু এন্টাৰ (Enter) টিপক |
| 10:07 | আমি দেখিছো যে আমাৰ পৰিবৰ্তনসমূহক নাকচ কৰা হ’ল । ফাইলচ বন্ধ কৰক |
| 10:13 | এতিয়া, আহক আমি গিত ল’গটো (Git log) চাওঁ লিখি গিত (git) স্পেছ (space) ল’গ (log) আৰু এন্টাৰ (Enter) টিপক |
| 10:20 | ই কমিতচ (commits)ৰ তালিকা দেখুৱায় |
| 10:23 | অধিক চাবলৈ দাউন (down) এৰ’ (arrow) কী টিপক |
| 10:26 | বাহিৰ ওলাবলৈ আপোনাৰ কীবৰ্ডত q কীটো টিপক |
| 10:30 | যদি আপুনি কমিতচ (commits) লিষ্ট (list) খন এটা শাৰীত চাব বিচাৰে, লিখক: গিত (git) স্পেছ (space) ল’গ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) আৰু এন্টাৰ (Enter) টিপক |
| 10:42 | ইয়াত, আপুনি কমিতচ (commits) লিষ্ট (list) খন সিহঁতৰ কমিত (commit) হেচ (hash) আৰু কমিত (commit) মেচেজেচ (messages)ৰ সৈতে এটা শাৰীত দেখিছে |
| 10:48 | কেনেকৈ আমি আমাৰ কামৰ আগৰ অৱস্থা এটালৈ যাব পাৰো? |
| 10:53 | বৰ্তমান আমাৰ ৰেপ’জিত’ৰিত (repository) চাৰিটা কমিতচ (commits) আছে |
| 10:56 | যি বুজায়, আমাৰ কামৰ চাৰিটা অৱস্থা আছে |
| 11:01 | ধৰক, আমি “ইনিচিয়েল (Initial) কমিত (commit)” অৱস্থাটোলৈ ঘূৰি যাব বিচাৰিছো |
| 11:05 | গতিকে, লিখক: গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space), তাৰপাছত ইনিচিয়েল (Initial) কমিত (commit) টোৰ কমিত (commit) হেচ (hash) টো ক’পি আৰু পেষ্ট কৰক আৰু এন্টাৰ (Enter) টিপক |
| 11:15 | ফাইলচক তালিকাভুক্ত কৰক ls লিখি আৰু এন্টাৰ (Enter) টিপক |
| 11:19 | আমি ইয়াত মাত্ৰ এটা ফাইল মাইপেজ (mypage).html দেখিছো, কাৰণ এই ষ্টেজ (stage) টোত, আমাৰ মাত্ৰ এই ফাইলটো আছিল |
| 11:28 | এতিয়া, গিত ল’গটো (Git log) চাওঁক লিখি গিত (git) স্পেছ (space) ল’গ (log) আৰু এন্টাৰ (Enter) টিপক |
| 11:34 | আমি মাত্ৰ প্ৰথম কমিত (commit) টোহে চাব পাৰো যি হৈছে ইনিচিয়েল (Initial) কমিত (commit) টো |
| 11:39 | বৰ্তমানৰ অৱস্থাটোলৈ ঘূৰি আহিবলৈ, লিখক: গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) মাষ্টাৰ (master) আৰু এন্টাৰ (Enter) টিপক |
| 11:48 | আমি মাষ্টাৰ (master) শব্দটোৰ বিষয়ে অধিক ভবিষ্যতৰ টিউট’ৰিয়েলচত শিকিম |
| 11:53 | আহক গিত ল’গটো (Git log) আকৌ এবাৰ চাওঁ লিখি |
| 11:57 | গিত (git) স্পেছ (space) ল’গ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) আৰু এন্টাৰ (Enter) টিপক |
| 12:03 | এতিয়া আপুনি সকলো চাৰিটা কমিতচ (commits) দেখিছে । গতিকে, আমি এতিয়া নতুন ষ্টেজ (stage) টোত আছো |
| 12:10 | এনেদৰেই, আমি আমাৰ কামৰ যিকোনো অৱস্থালৈ ঘূৰি যাব পাৰো |
| 12:14 | পূৰণা অৱস্থাটোলৈ যাবলৈ অন্য এটা পদ্ধতি আছে |
| 12:18 | লিখক: গিত (git) স্পেছ (space) ৰিচেত (reset) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) হাৰ্দ (hard) |
| 12:23 | তাৰপাছত ইনিচিয়েল (Initial) কমিত (commit) টোৰ কমিত (commit) হেচ (hash) টো ক’পি (copy) আৰু পেষ্ট (paste) কৰক আৰু এন্টাৰ (Enter) টিপক |
| 12:29 | গিত ল’গটো (Git log) চাওঁক লিখি গিত (git) স্পেছ (space) ল’গ (log) আৰু এন্টাৰ (Enter) টিপক |
| 12:35 | ই দেখায় যে আমি এতিয়া ইনিচিয়েল (Initial) কমিত (commit) ষ্টেজ (stage) টোত আছো |
| 12:39 | এতিয়া, আহক নতুন অৱস্থাটোলৈ ঘূৰি যাবলৈ চেষ্টা কৰো |
| 12:43 | আগৰ দৰে, লিখক: গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) মাষ্টাৰ (master) আৰু এন্টাৰ (Enter) টিপক |
| 12:51 | আমি নতুন অৱস্থাটোলৈ ঘূৰি যাবলৈ অসক্ষম |
| 12:55 | তাৰপৰিবৰ্তে, আমি এটা বাৰ্তা পাওঁ: “অলৰেদি (Already) অন (on) মাষ্টাৰ ('master')” |
| 12:58 | ই বুজায় এইটোৱেই আমাৰ নতুন অৱস্থা |
| 13:02 | গতিকে, মন কৰিব, গিত (git) ৰিচেত (reset) হাইফেন (hyphen) হাইফেন (hyphen) হাৰ্দ (hard) কমান্ডটো ব্যৱ্হাৰ কৰিলে, আমি নতুন অৱস্থাটোলৈ ঘূৰি যাব নোৱাৰো |
| 13:11 | গতিকে, আমি এই কমান্ডটোৰ সৈতে অত্যন্ত সাবধান হ’ব লাগিব |
| 13:15 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 13:18 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো কেনেকৈ: * গিত (Git) ৰেপ’জিত’ৰি (repository)ত বহুতো ফাইল যোগ কৰা হয় |
| 13:27 | * গিত (Git) ৰেপ’জিত’ৰি (repository)ৰ পৰা ফাইল এটা আতৰাবলৈ । * স্থানান্তৰ কৰা ফাইলটো ৰিষ্ট’ৰ কৰিবলৈ |
| 13:32 | * ফাইল এটাত কৰা পৰিবৰ্তনসমূহ নাকচ কৰিবলৈ আৰু * আগৰ অৱস্থা এটালৈ নিবলৈ |
| 13:39 | এটা অনুশিলনী হিচাবে- আপোনাৰ গিত ৰেপ’জিত’ৰিটোলৈ যাওঁক যি আপুনি আগৰ টিউট’ৰিয়েলৰ অনুশিলনীটোত বানাইছিলে |
| 13:46 | আপোনাৰ টেকস্ত ফাইলত কিছু পৰিবৰ্তন কৰক |
| 13:49 | পৰিবৰ্তনসমূহক কমিত (Commit) কৰক |
| 13:52 | আপোনাৰ পূৰণা অৱস্থালৈ যাবলৈ চেষ্টা কৰক |
| 13:55 | পুনৰ আপোনাৰ টেকস্ত ফাইলত কিছু পৰিবৰ্তন কৰক আৰু পৰিবৰ্তনসমূহক নাকচ কৰিবলৈ চেষ্টা কৰক |
| 14:02 | তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায়; অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক |
| 14:11 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
| 14:18 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 14:22 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ অৱদান |
| 14:29 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
| 14:34 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |