Git/C2/Inspection-and-Comparison-of-Git/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | ইনচপেকচন (Inspection) এন্দ (and) কম্পাৰিজন (comparison) অফ (of) গিতৰ (Git) স্প’কেন টিউট'ৰিয়েল (spoken tutorial) টোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম:
গিত (git) দিফ (diff) গিত (git) চৌ (show) গিত (git) ব্লেম (blame) আৰু গিত (git) হেলপ (help) কমান্ডচৰ বিষয়ে |
00:17 | এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো-
উবুন্তো (Ubuntu) লিনাক্স (Linux) 14.04 গিত (Git) 2.3.2 আৰু gedit টেকস্ত (Text) এদিতৰ (Editor) |
00:29 | আপুনি আপোনাৰ পচন্দৰ যিকোনো এদিতৰ (editor) ব্যৱ্হাৰ কৰিব পাৰে |
00:33 | এই টিউট’ৰিয়েলটো অনুসৰন কৰিবলৈ, আপোনাৰ টাৰ্মিনেলত (Terminal) লিনাক্স (Linux) কমান্ডচ ৰান কৰাৰ জ্ঞান থাকিব লাগিব |
00:40 | যদি নাই, সঙ্গত লিনাক্স (Linux) টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰ্হ কৰি আমাৰ ওৱেবচাইত চাওঁক |
00:46 | আহক আমি গিত (git) দিফ (diff) কমান্ডৰ সৈতে আৰম্ভ কৰো |
00:50 | এই কমান্ড (command) টোৱে ফাইলচৰ বৰ্তমান অৱস্থাটোৰ পৰিবৰ্তনসমূহক দেখুৱাব |
00:55 | এতিয়া, মই আপোনাক ই কিদৰে কাম কৰে দেখুৱাম । টাৰ্মিনেলটো (terminal) খুলিবলৈ Ctrl+Alt+T টিপক |
01:03 | আমি আমাৰ গিত (Git) ৰেপ’জিতেৰি (repository) মাইওৱেবপেজ (mywebpage) লৈ যাম যি আমি আগতে বনাইছিলো |
01:09 | লিখক: cd স্পেছ (space) মাইওৱেবপেজ (mywebpage) আৰু এন্টাৰ (Enter) টিপক |
01:15 | মই বৰ্ণনা কৰিবলৈ html ফাইলচ ব্যৱ্হাৰ কৰিম |
01:20 | আপুনি আপোনাৰ পচন্দৰ যিকোনো প্ৰকাৰৰ ফাইল ব্যৱ্হাৰ কৰিব পাৰে |
01:24 | প্ৰথমে, মই এটা html ফাইল হিষ্ট’ৰি (history).html বনাম আৰু ইয়াক বৰ্ণনাৰ উদ্দেশ্যে কমিত (commit) কৰিম |
01:32 | লিখক: gedit স্পেছ (space) হিষ্ট’ৰি (history).html স্পেছ (space) এম্পাৰচেন্দ (ampersand) আৰু এন্টাৰ (Enter) টিপক |
01:41 | মই এই ফাইলটোত কিছু ক’ড ক’পি (copy) আৰু পেষ্ট (paste) কৰিম, মোৰ ৰাইতাৰ (Writer) দ’কোমেন্ত টোৰ পৰা, যাক মই আগতে ছেভ কৰিছিলো |
01:48 | আহক আমি ছেভ (save) কৰো আৰু ফাইলটো বন্ধ কৰো |
01:51 | মনত ৰাখিব যে যেতিয়াই আমি যিকোনো ফাইল যোগ বা আতৰ কৰো আমাৰ কামক কমিত (commit) কৰিব লাগে |
01:58 | ষ্টেজিং এৰিয়া (staging area) টোলৈ ফাইলটো যোগ কৰিবলৈ, লিখক: গিত (git) স্পেছ (space) এদ (add) স্পেছ (space) হিষ্ট’ৰি (history).html আৰু এন্টাৰ (Enter) টিপক |
02:08 | আমাৰ কামক কমিত (commit) কৰিবলৈ, লিখক: গিত (git) স্পেছ (space) কমিত (commit) স্পেছ (space) হাইফেন (hyphen) m স্পেছ (space) দ্বৈত উৰ্ধক’মাৰ ভিতৰত “এদেদ (Added) হিষ্ট’ৰি (history).html” আৰু এন্টাৰ (Enter) টিপক |
02:21 | আহক গিত ল’গটো (Git log) চাওঁ লিখি:গিত (git) স্পেছ (space) ল’গ (log) আৰু এন্টাৰ (Enter) টিপক |
02:28 | বৰ্তমান, আমাৰ ৰেপ’জিত’ৰিত (repository) দুটা কমিত (commit) আছে |
02:33 | মাইপেজ (mypage).html আৰু হিষ্ট’ৰি (history).html ফাইলচ খোলক লিখি gedit স্পেছ (space) মাইপেজ (mypage).html স্পেছ (space) হিষ্ট’ৰি (history).html স্পেছ (space) এম্পাৰচেন্দ (ampersand) |
02:47 | ইয়াত, মাইপেজ (mypage).html টো হৈছে আমি আগৰ টিউট’ৰিয়েলটোত বনোৱা ফাইলটো । এতিয়া, এন্টাৰ (Enter) টিপক |
02:56 | আহক এই ফাইলচত কিছু শাৰী যোগ আৰু দিলেত কৰো |
03:01 | তাৰপাছত ছেভ (save) আৰু ফাইলচ ক্ল’জ (close) কৰক |
03:05 | নির্দিষ্ট অৱস্থাত, আমাৰ ফাইলচত আমি কি পৰিবৰ্তন কৰিলো মনত নপৰিব পাৰে |
03:11 | আহক আমি গিত (Git) ষ্টেতাচ (status) টো চাওঁ লিখি গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক |
03:19 | ই সৰলভাবে পৰিবৰ্তিত ফাইলৰ নামসমূহ দেখুৱায় । কিন্তু আমি অন্য কোনো সবিশেষ পাব নোৱাৰো |
03:26 | আমি এই ফাইলচত কৰা প্ৰকৃত পৰিবৰ্তনসমূহ জানিব বিচাৰো । আহক ইয়াক কেনেকৈ কৰা হয় চাওঁ |
03:35 | লিখক:গিত (git) স্পেছ (space) দিফ (diff) আৰু এন্টাৰ (Enter) টিপক |
03:40 | ই কমান্ডটোৱে ফাইলচৰ বৰ্তমান অৱস্থাটোক নতুন কমিতটোৰ সৈতে তুলনা কৰিব |
03:46 | ইয়াত আপুনি হিষ্ট’ৰি (history).html ফাইলটোৰ ভাৰ্চন দুটা দেখিব |
03:51 | a শ্লাছ (slash) হিষ্ট’ৰি (history).html হৈছে শেষ কমিতটোৰ ভাৰ্চন । আৰু, ইয়াক এটা বিয়োগ চিহ্নৰ দ্বাৰা প্ৰদৰ্শিত কৰা হয় |
04:00 | b শ্লাছ (slash) হিষ্ট’ৰি (history).html হৈছে বৰ্তমান অৱস্থাটোৰ ভাৰ্চন । আৰু, ইয়াক এটা যোগ চিহ্নৰ দ্বাৰা প্ৰদৰ্শিত কৰা হয় |
04:09 | গতিকে, ইয়াত বিয়োগ চিহ্নৰ সৈতে ৰঙা ৰঙৰ শাৰীটো হৈছে পূৰণা ভাৰ্চনটো |
04:15 | আৰু, যোগ চিহ্নৰ সৈতে সেউজীয়া ৰঙৰ শাৰীটো হৈছে নতুন ভাৰ্চনটো |
04:20 | অধিক চাবলৈ দাউন (down) এৰ’ (arrow) কী টিপক |
04:23 | এইবোৰ হৈছে আমি নতুন ভাৰ্চনটোত যোগ কৰা শাৰী |
04:28 | দাউন (down) এৰ’ (arrow) কী টিপক |
04:35 | বাহিৰ ওলাবলৈ q কীটো টিপক |
04:38 | ইয়াত, আউতপুতটো ৰঙত দৰ্শিত হৈছে |
04:42 | যদি আমি শাৰীসমূহ ৰঙৰ সৈতে নাইদেখা, লিখক: গিত (git) স্পেছ (space) কনফিগ (config) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) গ্ল’বেল (global) স্পেছ (space) কালাৰ (color) দত (dot) ui স্পেছ (space) ট্ৰু (true) আৰু এন্টাৰ (Enter) টিপক |
04:57 | যদি আপুনি ৰঙবিলাক চাব নিবিচাৰে, অনুগ্ৰহ কৰি এই কমান্ডটোত ট্ৰু (true) ৰ পৰিবৰ্তে ফলচ (false) ব্যৱ্হাৰ কৰক |
05:03 | এতিয়া, আউতপুতটো ৰঙৰ অবিহনে দৰ্শিত হৈছে |
05:13 | পাছত, মই আপোনাক কেনেকৈ এটা নিৰ্দিষ্ট ফাইলত পৰিবৰ্তনক চোৱা হয় দেখুৱাম |
05:18 | লিখক:গিত (git) স্পেছ (space) দিফ (diff) স্পেছ (space) হিষ্ট’ৰি (history).html আৰু এন্টাৰ (Enter) টিপক |
05:25 | ইয়াত, আমি মাত্ৰ হিষ্ট’ৰি (history).html ফাইলটোত কৰা পৰিবৰ্তনক চাব পাৰো |
05:31 | আহক আমি এতিয়া আমাৰ ফাইলচক ষ্টেজিং এৰিয়া (staging area) টোলৈ যোগ কৰো । লিখক:গিত (git) স্পেছ (space) এদ (add) স্পেছ (space) হিষ্ট’ৰি (history).html স্পেছ (space) মাইপেজ (mypage).html আৰু এন্টাৰ (Enter) টিপক |
05:44 | আহক গিত (Git) দিফ (diff) টো পুনৰ চাওঁ লিখি গিত (git) স্পেছ (space) দিফ (diff) আৰু এন্টাৰ (Enter) টিপক |
05:52 | এইবাৰ, আমি কোনো আউতপুত নাপাওঁ কাৰণ আমাৰ ফাইলচ ষ্টেজিং এৰিয়াটোলৈ যোগ হ’ল |
05:59 | তেনেক্ষেত্ৰত, আমি লিখিব পাৰো:গিত (git) স্পেছ (space) দিফ (diff) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) ষ্টেজদ (staged) আৰু এন্টাৰ (Enter) টিপক |
06:08 | এতিয়া, আমি গিত (git) দিফ (diff) কমান্ডটোত পোৱাৰ দৰে সদৃশ আউতপুতটো দেখিছো |
06:15 | আমি লগতে একেটা ফলাফল পাবলৈ হাইফেন (hyphen) হাইফেন (hyphen) ষ্টেজদৰ (staged) পৰিবৰ্তে হাইফেন (hyphen) হাইফেন (hyphen) কেচদ (cached) ব্যৱ্হাৰ কৰিব পাৰো |
06:23 | আমি কেনেকৈ বৰ্তমান অৱস্থাটোক আগৰ যিকোনো কমিতৰ সৈতে তুলনা কৰিব পাৰো? |
06:28 | প্ৰথমে আমি গিত (Git) ল’গ (log) টো চাম লিখি গিত (git) স্পেছ (space) ল’গ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) আৰু এন্টাৰ (Enter) টিপক |
06:38 | এতিয়া, ধৰক, মই মোৰ বৰ্তমান অৱস্থাটোক ইনিচিয়েল (Initial) কমিত (commit) টোৰ সৈতে তুলনা কৰিব বিচাৰো |
06:43 | গতিকে, লিখক:গিত (git) স্পেছ (space) দিফ (diff) স্পেছ (space), তাৰপাছত ইনিচিয়েল (Initial) কমিত (commit) টোৰ কমিত (commit) হেচ (hash) টো ক’পি (copy) আৰু পেষ্ট (paste) কৰক আৰু এন্টাৰ (Enter) টিপক |
06:52 | ইয়াত, আমি পাৰ্থক্যটো দেখিছো |
06:55 | এনেদৰেই, আমি আমাৰ বৰ্তমান অৱস্থাটোক ৰেপ’জিত’ৰি (repository) ৰ যিকোনো আগৰ কমিতৰ সৈতে তুলনা কৰিব পাৰো |
07:02 | এইদৰেই, গিত (git) দিফ (diff) কমান্ডটো ব্যৱ্হাৰ কৰি আমি পৰিবৰ্তিত ফাইলচত সকলো পৰিবৰ্তনক চাব পাৰো |
07:09 | কমিত কৰাৰ আগতে আমি প্ৰকৃততে কি পৰিবৰ্তন কৰিলো তাক নিশ্বিত কৰিবলৈ ই আমাক সহায় কৰিব |
07:15 | আহক এই সময়ত আমাৰ কামক ফ্ৰিজ (freeze) কৰো |
07:19 | কমিত কৰিবলৈ, লিখক: গিত (git) স্পেছ (space) কমিত (commit) স্পেছ (space) হাইফেন (hyphen) m স্পেছ (space) দ্বৈত উৰ্ধক’মাৰ ভিতৰত “এদেদ কালাৰচ (Added colors)” আৰু এন্টাৰ (Enter) টিপক |
07:30 | পাছত, আহক আমি দুটা কমিতৰ মাজত পাৰ্থক্যটো কেনেকৈ চোৱা হয় শিকো |
07:35 | আহক গিত ল’গটো (Git log) চাওঁ লিখি গিত (git) স্পেছ (space) ল’গ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) আৰু এন্টাৰ (Enter) টিপক |
07:44 | এতিয়া, “এদেদ (Added) কালাৰচ (colors)” ৰ কমিত (commit) হেচ (hash) টো ক’পি আৰু পেষ্ট কৰক আৰু এন্টাৰ (Enter) টিপক |
07:58 | প্ৰদত্ত কমিত দুটাৰ মাজৰ পাৰ্থক্যটো এতিয়া দেখা গৈছে |
08:03 | পাছত, আমি শেষৰ অৱস্থাটোক দ্বিতীয় শেষ অৱস্থাটোৰ সৈতে তুলনা কৰিম |
08:08 | লিখক:গিত (git) স্পেছ (space) দিফ (diff) স্পেছ (space) হেদ (HEAD) স্পেছ (space) হেদ (HEAD) টিলদে (tilde) আৰু এন্টাৰ (Enter) টিপক |
08:16 | হেদে (HEAD) “এদেদ (Added) কালাৰচ (colors)” কমিত মেচেজ (commit message) থকা শেষৰ অৱস্থাটোক সূচীত কৰে |
08:22 | হেদ (HEAD) টিলদে (tilde) এ “এদেদ (Added) হিষ্ট’ৰি (history).html” কমিত মেচেজ (commit message) থকা দ্বিতীয় শেষ অৱস্থাটোক সূচীত কৰে |
08:30 | নতুন অৱস্থাটো সদায় হেদ (HEAD) হয় । নতুন বিয়োগ 1 অৱস্থাটো সদায় হেদ (HEAD) টিলদে (tilde) হয় |
08:39 | তেনেদৰে, নতুন বিয়োগ 2টো হেদ (HEAD) টিলদে (tilde) 2 হয়, নতুন বিয়োগ 3টো হেদ (HEAD) টিলদে (tilde) 3 হয় আৰু এনেদৰেই গৈ থাকে |
08:50 | টাৰ্মিনেল (terminal) টোলৈ ঘূৰি যাওঁ |
08:53 | আহক আমি এতিয়া গিত (git) চৌ (show) কমান্ডৰ বিষয়ে শিকো যি কমিত এটাৰ সম্পূৰ্ণ সবিশেষ চাবলৈ সহায় কৰে |
09:00 | লিখক:গিত (git) স্পেছ (space) চৌ (show) আৰু এন্টাৰ (Enter) টিপক |
09:04 | এই কমান্ডটোৱে ৰেপ’জিত’ৰি (repository) টোত নতুন কমিতটোৰ সবিশেষ দেখুৱাব |
09:10 | ই ফাইলসমূহত কি পৰিবৰ্তন কৰা হ’ল তাক কমিত সবিশেষৰ সৈতে দেখুৱায় |
09:16 | এই বৈশিষ্ট্যটো সহায়ক হয় যেতিয়া আমি সমন্বীত সহযোগীতাৰে কাম কৰো |
09:20 | এতিয়া, আহক গিত ল’গটো (Git log) চাওঁ লিখি গিত (git) স্পেছ (space) ল’গ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) আৰু এন্টাৰ (Enter) টিপক |
09:30 | ইনিচিয়েল (Initial) কমিত (commit) টোৰ সবিশেষ চাবলৈ, লিখক:গিত (git) স্পেছ (space) চৌ (show) স্পেছ (space) । তাৰপাছত ইনিচিয়েল (Initial) কমিত (commit) টোৰ কমিত (commit) হেচ (hash) টো ক’পি (copy) আৰু পেষ্ট (paste) কৰক আৰু এন্টাৰ (Enter) টিপক |
09:42 | ইয়াত, আপুনি ইনিচিয়েল (Initial) কমিত (commit) টোৰ সবিশেষ দেখিছে |
09:46 | এনেদৰেই, আমাৰ ৰেপ’জিত’ৰিৰ যিকোনো কমিতৰ সবিশেষ আমি চাব পাৰো |
09:51 | পাছত, আহক আমি ফাইল এটাৰ সম্পূৰ্ণ হিষ্ট’ৰিটো কেনেকৈ চোৱা হয় শিকো |
09:56 | মাইপেজ (mypage).html ৰ সম্পূৰ্ণ হিষ্ট’ৰিটো চাবলৈ, লিখক:গিত (git) স্পেছ (space) ব্লেম (blame) স্পেছ (space) মাইপেজ (mypage).html আৰু এন্টাৰ (Enter) টিপক |
10:07 | ইয়াত, আমি মাইপেজ (mypage).html ফাইলটোৰ সম্পূৰ্ণ হিষ্ট’ৰিটো দেখিছো যি হৈছে নিৰ্মান বিন্দুৰ পৰা বৰ্তমান অৱস্থালৈকে |
10:17 | এনেদৰেই, আপোনাৰ ৰেপ’জিত’ৰি (repository) টোত যিকোনো ফাইলৰ সম্পূৰ্ণ সবিশেষ আপুনি চাব পাৰে |
10:22 | শেষত, আমি গিত (Git) ৰ পৰা কেনেকৈ সহায় পোৱা হয় চাম |
10:27 | সহায় পাবলৈ গাঠণিটো, তলত দিয়া ধৰণৰ হয়-
গিত (git) হেলপ (help) <verb> বা গিত (git) <verb> হাইফেন (hyphen) হাইফেন (hyphen) হেলপ (help) বা মেন (man) গিত (git) <verb> |
10:40 | উদাহৰণস্বৰূপে: গিত (git) হেলপ (help) চৌ (show) |
10:44 | মই ইয়াক বৰ্ণনা কৰিম । টাৰ্মিনেল (terminal) টোলৈ ঘূৰি যাওঁক আৰু লিখক: গিত (git) স্পেছ (space) হেলপ (help) স্পেছ (space) চৌ (show) আৰু এন্টাৰ (Enter) টিপক |
10:55 | ইয়াত, আমি চৌ কমান্ড (show command) ৰ মেনুৱেল (manual) খন দেখিছো |
10:59 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
11:03 | আহক মূলভাব চাওঁ |
11:04 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো:
গিত (git) দিফ (diff) গিত (git) চৌ (show) গিত (git) ব্লেম (blame) আৰু গিত (git) হেলপ (help) কমান্ডচৰ বিষয়ে |
11:15 | এটা অনুশিলনী হিচাবে, তলৰ কমান্ডসমূহক খুলি চাওঁক:
গিত (git) ৰিফ্ল’গ (reflog) গিত (git) দিফ (diff) হেদ (HEAD) টিলদে (tilde) হেদ (HEAD) গিত (git) চৌ (show) হেদ (HEAD) আৰু মেন (man) গিত (git) দিফ (diff) |
11:29 | অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক |
11:37 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক |
11:48 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ অৱদান |
11:55 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
12:00 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |