Geogebra/C3/Theorems-on-Chords-and-Arcs/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল, জীয়োজেব্রাত Theorems on Chords and Arcs (জ্যা আৰু চাপ এৰ উপপাদ্যৰ) এই টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
00:08 | এই টিউটোৰিয়েলৰ শেষলৈ, |
00:10 | আপোনি উপপাদ্য প্ৰশিক্ষন কৰা শিকিব
বৃত্তৰ জ্যা (Chords of circle), বৃত্তৰ চাপ (Arcs of circle)। |
00:19 | আমি ধৰি লও যে, আপোনাৰ জীয়োজেব্রা সম্পর্কে মৌলিক জ্ঞান আছে। |
00:23 | যদি নাই, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট http://spoken-tutorial.org পৰিদর্শন কৰক। |
00:30 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, |
00:33 | আমি লিনাক্স অপাৰেটিং সিস্টেমৰ উবুন্টু সংস্কৰণ 11.10, জীয়োজেব্রা সংস্কৰণ 3.2.47.0 ব্যবহাৰ কৰিছো। |
00:43 | আমি নিম্নলিখিত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰিম। |
00:47 | Circle with Center and Radius |
00:50 | Circular Sector with Center between Two Points |
00:53 | Circular Arc with Center between Two points |
00:56 | Midpoint আৰু Perpendicular line |
01:00 | নতুন জীয়োজেব্রা উইন্ডো খোলক। |
01:02 | Dash home আৰু Media Appsৰ উপৰত টিপক। |
01:07 | Typeত, Education আৰু Geogebra চয়ন কৰক। |
01:15 | এটা উপপাদ্য সংজ্ঞায়িত কৰো। |
01:18 | বৃত্তৰ কেন্দ্ৰ পৰা জ্যায়ৰ লম্ব জ্যা দ্বিখণ্ডিত কৰে। |
01:23 | বৃত্তৰ কেন্দ্ৰ A পৰা জ্যা BCৰ লম্ব এইটোক দ্বিখণ্ডিত কৰে। |
01:32 | এতিয়া উপপাদ্য প্ৰশিক্ষন কৰো। |
01:37 | এই টিউটোৰিয়েলৰ বাবে আমি "Axes" ৰ পৰিবর্তে "Grid" বিন্যাস (লেআউট) ব্যবহাৰ কৰিম। |
01:42 | অঙ্কন প্যাডত ৰাইট ক্লিক কৰক। |
01:44 | 'Graphic view' ত |
01:45 | 'Axes' আনচেক কৰি |
01:47 | 'Grid' নির্বাচন কৰক। |
01:52 | প্ৰথমে এটা বৃত্ত আঁকো। |
01:54 | টুলবাৰ পৰা “Circle with Center and Radius” টুল নির্বাচন কৰক। |
01:58 | অঙ্কন প্যাডত বিন্দু 'A' চিহ্নিত কৰক। |
02:01 | এটা ডায়লগ বাক্স প্ৰর্দশিত হব। |
02:03 | ব্যাসার্ধৰ বাবে মান '3' লিখক, |
02:06 | OK টিপক। কেন্দ্ৰ 'A' আৰু ব্যাসার্ধ '3' সেমিতৰ সৈতে এটা বৃত্ত আঁকা হৈ গৈছে। |
02:14 | এতিয়া বিন্দু 'A'ক গতি কৰাই আৰু বৃত্তৰ গতিবিধি দেখো। |
02:19 | “Segment between two points” টুল নির্বাচন কৰক। |
02:22 | বিন্দু 'B' আৰু 'C' বৃত্তৰ পৰিসীমাৰ উপৰত চিহ্নিত কৰক। |
02:27 | এটা জ্যা 'BC' টনা হৈছে। |
02:30 | এতিয়া 'BC' জ্যাৰ উপৰত এটা উল্লম্ব ৰেখা আঁকো যি বিন্দু 'A' ৰ দি যায়। |
02:36 | টুলবাৰ পৰা"Perpendicular line" ত টিপক। |
02:39 | জ্যা 'BC', আৰু বিন্দু 'A' ত টিপক। |
02:45 | এতিয়া বিন্দু 'B' ক গতি কৰাই আৰু চাও কিভাবে উল্লম্ব ৰেখা বিন্দু 'B' ৰ সৈতে গতি কৰে। |
02:52 | উল্লম্ব ৰেখা আৰু জ্যা 'BC' এটা বিন্দুত ছেদ কৰে। |
02:57 | “Intersect Two objects” টুলত টিপক। |
02:59 | ছেদ বিন্দু 'D' হিসাবে চিহ্নিত কৰক। |
03:04 | প্ৰশিক্ষন কৰক যে D জ্যা BC ৰ মধ্যবিন্দু হয় নে নহয়। |
03:09 | "Distance" টুলত টিপক। |
03:12 | বিন্দু 'B' 'D' ...'D' 'C' ... ত টিপক। |
03:19 | লক্ষ্য কৰক যে 'BD' আৰু 'DC' ৰ দূৰত্ব সমান। |
03:24 | ইয়াৰ অর্থ 'D' হল জ্যা 'BC' ৰ মধ্যবিন্দু। |
03:29 | কোণ 'CDA'ক পৰিমাপ কৰো। |
03:33 | Angle টুলত টিপক। |
03:36 | বিন্দু 'C','D', 'A' ত টিপক। |
03:42 | কোণ 'CDA' হল '90 ডিগ্ৰী'. |
03:46 | উপপাদ্য প্ৰশিক্ষন কৰা হৈছে। |
03:50 | এতিয়া বিন্দু 'C'ক গতি কৰাও, |
03:52 | আৰু চাও বিন্দু 'C'ৰ সৈতে দূৰত্বয়ে কিভাবে গতি কৰে। |
04:03 | এতিয়া ফাইলটো সংৰক্ষণ কৰো। |
04:05 | File”>> "Save As" ত টিপক। |
04:08 | আমি ফাইলৰ নাম "circle-chord" লিখিম আৰু “Save” ত টিপক। |
04:21 | এতিয়া পৰবর্তী উপপাদ্য লৈ যাও। |
04:28 | একেই চাপৰ দ্বাৰা সম্মুখিত অন্তর্লিখিত কোণৰ মান একেই। |
04:34 | একেই চাপ BC দ্বাৰা সম্মুখিত অন্তর্লিখিত কোণ BDC আৰু BEC ৰ মান একেই। |
04:44 | এতিয়া উপপাদ্য প্ৰশিক্ষন কৰা যাওক। |
04:48 | এটা নতুন জীয়োজেব্রা উইন্ডো খুলক। |
04:51 | “File” >> "New" ত টিপক। |
04:55 | এটা বৃত্ত আঁকা যাওক। |
04:57 | টুলবাৰ পৰা" the Circle with Center through point" টুলত টিপক। |
05:01 | কেন্দ্ৰ হিসাবে এটা বিন্দু 'A 'ক চিহ্নিত কৰক। |
05:04 | আৰু বিন্দু 'B' পাব এবাৰ টিপক। |
05:09 | এটা চাপ 'BC' আঁকা যাওক। |
05:13 | "Circular Arc with Center between Two points" ত টিপক। |
05:18 | পৰিসীমাৰ উপৰত বিন্দু 'A',' B' আৰু 'C' ত টিপক। |
05:24 | এটা চাপ 'BC' টানা হৈছে। |
05:27 | এতিয়া চাপ 'BC' ৰ বৈশিষ্ট্য পৰিবর্তন কৰা যাওক। |
05:30 | "Algebra View" ত |
05:32 | অবজেক্ট 'd' ত ৰাইট ক্লিক কৰি |
05:35 | "Object Properties" নির্বাচন কৰক। |
05:38 | Color হিসাবে green নির্বাচন কৰি Close ত টিপক। |
05:46 | New point টুলত টিপক, বৃত্তৰ পৰিসীমাত বিন্দু 'D' আৰু 'E' চিহ্নিত কৰক। |
05:56 | এতিয়া চাপ BCৰ পৰা বিন্দু 'D' আৰু 'E' পর্যন্ত দুটা কোণ সম্মুখিত কৰক। |
06:04 | "Polygon" টুলত টিপক। |
06:05 | বিন্দু 'E', 'B', 'D', 'C' ত আৰু চিত্ৰ সম্পূর্ণ কৰিবলৈ 'E' ত এবাৰ টিপক। |
06:18 | কোণ 'BDC' আৰু 'BEC' পৰিমাপ কৰো। |
06:27 | "Angle" টুলত টিপক। |
06:29 | বিন্দু 'B', 'D', 'C' আৰু 'B', 'E', 'C' ত টিপক। |
06:40 | আমি দেখিব পাৰো যে কোণ 'BDC' আৰু 'BEC' হল সমান। |
06:52 | পৰবর্তী উপপাদ্য সংজ্ঞায়িত কৰো। |
06:55 | কেন্দ্রত চাপ দ্বাৰা সম্মুখিত কোণ, একেই চাপ দ্বাৰা সম্মুখিত অন্তর্লিখিত কোণৰ দ্বিগুণ। |
07:06 | কেন্দ্ৰ A ত চাপ BC দ্বাৰা সম্মুখিত কোণ BAC, একেই চাপ দ্বাৰা সম্মুখিত অন্তর্লিখিত কোণ BEC আৰু BDC ৰ দ্বিগুণ। |
07:22 | উপপাদ্য প্ৰশিক্ষন কৰা যাওক। |
07:26 | এটা সেক্টৰ 'ABC' আঁকা যাওক। |
07:30 | "Circular Sector with Center between Two Points" টুলত টিপক। |
07:35 | বিন্দু 'A', 'B', 'C' ত টিপক। |
07:45 | এতিয়া সেক্টৰ 'ABC' ৰ ৰঙ পৰিবর্তন কৰা যাওক। |
07:48 | সেক্টৰ 'ABC' ত ৰাইট ক্লিক কৰক। |
07:51 | "Object Properties" নির্বাচন কৰক। |
07:54 | Color হিসাবে "Green" নির্বাচন কৰক। Closeত টিপক। |
08:00 | কোণ 'BAC' পৰিমাপ কৰক। |
08:04 | "Angle" টুলত টিপক, বিন্দু 'B', 'A', 'C' ত টিপক। |
08:15 | কোণ 'BAC' কোণ 'BEC' আৰু 'BDC' ৰ দ্বিগুন। |
08:28 | এতিয়া বিন্দু 'C' ক গতি কৰাও। |
08:32 | লক্ষ্য কৰক যে কোণ 'BAC' সর্বদা কোণ 'BEC' আৰু 'BDC' ৰ দ্বিগুন হয়। |
08:41 | অর্থাত উপপাদ্য প্ৰশিক্ষন কৰা হৈছে। |
08:45 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
08:48 | সংক্ষিপ্তকৰণ কৰো। |
08:53 | এই টিউটোৰিয়ালত, আমি প্ৰশিক্ষন কৰা শিকিছো: |
08:57 | বৃত্তৰ কেন্দ্ৰ পৰা জ্যায়ৰ লম্ব জ্যাক দ্বিখণ্ডিত কৰা। |
09:00 | একেই চাপ দ্বাৰা সম্মুখিত অন্তর্লিখিত কোণৰ মান একেই। |
09:06 | কেন্দ্রত চাপ দ্বাৰা সম্মুখিত কোণ, একেই চাপ দ্বাৰা সম্মুখিত অন্তর্লিখিত কোণৰ দ্বিগুণ। |
09:15 | নির্দেশিত কাম হিসাবে প্ৰশিক্ষন কৰক |
09:19 | বৃত্তৰ একেই জ্যা কেন্দ্ৰ পৰা সমদূৰবর্তী(equidistant) হয়। |
09:24 | এটা বৃত্ত আঁকক। |
09:26 | point টুল পৰা প্ৰদত্ত দৈর্ঘ্যেৰ সৈতে সেগমেন্ট নির্বাচন কৰক। |
09:29 | এইটোক সমান আকাৰৰ দুটা জ্যা আঁকিবলৈ ব্যবহাৰ কৰক। |
09:33 | কেন্দ্ৰ পৰা জ্যা পর্যন্ত উল্লম্ব ৰেখা আঁকক। |
09:37 | ছেদবিন্দু চিহ্নিত কৰক। |
09:40 | উল্লম্ব দূৰত্ব পৰিমাপ কৰক। |
09:44 | নির্দেশিত কামৰ আউটপুট এইৰকমে হোৱা উচিত। |
09:48 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। http://spoken-tutorial.org/What is a Spoken Tutorial |
09:51 | এইটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপে বোঝায়। |
09:53 | আপোনাৰ উচৰত ভাল ব্যান্ডউইডথ নথাকিলে এইটো ডাউনলোড কৰিও দেখিব পাৰে। |
09:58 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে |
10:00 | স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
10:03 | অনলাইন পৰীক্ষা পাস কৰাত প্ৰশংসাপত্ৰ (সার্টিফিকেট) ও দিয়া হয়। |
10:07 | আৰো বিস্তাৰিত জানাৰ বাবে contact@spoken-tutorial.org ত লিখক। |
10:14 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ। |
10:18 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। |
10:25 | আপোনি এই সম্বন্ধে আৰু তথ্য http://spoken-tutorial.org/NMEICT-Intro এই ওয়েবসাইটত দেখিব পাৰে। |
10:29 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচূমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. অংশগ্ৰহনৰ বাবে ধন্যবাদ। |