GIMP/C2/Brushes/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:23 নমস্কাৰ দৰ্শক সকল. GIMP লগ পাবলৈ তিউতৰিয়েললৈ স্বাগতম জনাইছো.মোৰ নাম মৌচুমি মেধী আৰু মই এইতো আই আই টি বম্বেত বানীবদ্ধ কৰিছো ।
00:32 শেষৰ তিউতৰিয়েলত মই ছবি অকা সজুলিৰ বিষয়ে অলপ দেখাইছিলো আৰু কেনেবাকৈ জিতাৰ বাতানৰ ৱ্যবহাৰ হেৰাইছিল।
00:43 মই সেই কামবোৰ মনত ৰাখিছো কিন্তু এইতো সংস্কৰন কৰাৰ সময়ত নিঞ্ছয় গুছি যাব ।
00:51 মই ইয়াত যেতিয়া কিছুমান লাইন আকিম,আপোনালোকে দেখা পাব যে ইয়াৰ মিহি কোন আছে আৰু এইতো কলমেৰে কৰা হোৱা যেন দেখা গৈছে ।
01:09 এতিয়া মই যিতাৰ প্ৰয়োগ কৰিছো আৰু পৰিমানতো আধা বা ইয়াৰ সম সাময়িককৈ নিৰ্ধাৰিত কৰিছো আৰু আপোনালোকে দেখিছে যে ৰং কৰা ব্ৰাচদাল অলপ কপিছে আৰু কাষবোৰ আগৰ দৰে মিহি হোৱা নাই ।
01:29 পৰিমানতো অলপ বঢ়োৱা যাওক আৰু এতিয়া আপোনালোকে ইয়াত বিন্দুৰ মেঘ দেখা পাইছে যিবোৰ মই অকা লাইনৰ চাৰিওফালে বিয়পি আছে ।
01:41 আৰু সেইতো যিতাৰ বাতানৰ ৰহস্য ।
01:55 আৰু এটা সংস্কাৰ কৰিবলগিয়া আছে ।
02:00 হনছনে মোলৈ লিখিছিল যে ইৰেজাৰ তুলৰ কলম নতুবা ব্ৰাচৰ পৰা এটা গুৰুত্তপূৰ্ন পাৰ্থকয় (বৈষম্য) আছে ।
02:06 ইয়াক কাৰ্যত চাবলৈ আগফালৰ স্তৰত স্পষ্টভাবে কিবা আকক তাৰ মানে আল্‌ফা চেনেল অন কৰি ।
02:15 পিছফালৰ ৰং নিৰ্বাচিত এটা কলম নতুবা ব্ৰাচে সেই ৰঙেৰে ৰং কৰিব কিন্তু ইৰেজাৰতোয়ে সেই ৰং মচি পেলাব,ইয়াক স্বচ্ছ কৰি তুলিব ।
02:25 ঠিক আছে সেইতো চেষ্টা কৰা যাওক ।
02:27 ক’লা ৰংতো মোৰ আগপিনৰ ৰং আৰু কমলা ৰং মোৰ পিছফালৰ ৰং আৰু আপোনালোকে দেখা পাইছে যে স্তৰৰ নামতো ডাঙৰ আখৰেৰে আছে,তাৰ মানে হৈছে আল্‌ফা চেনেলতো ছবিখনত নাই ।
02:41 গতিকে মই আলফা চেনেললৈ গতি কৰিম ।
02:47 গতিকে ইৰেজাৰতো বাছি লোৱা যাওক ।
02:54 ইয়াত মোৰ পিছফালৰ আৰু আগফালৰ ৰংবোৰ একে গতিকে মই কমলা ৰংতো পিছফালৰ ৰং হিছাবে CTRL+click কৰি তুলি লৈছো ।
03:12 গতিকে আমি প্ৰ্ধানত পিছফালৰ ৰংৰ সৈতে আকিম আৰু মই লেয়াৰত সোফালে ক্লিক কৰি এতিয়া আলফা চেনেলত আছো আৰু আলফা চেনেল যোগ কৰিছো আৰু আপোনালোকে দেখিছে যে নামতো এতিয়া অকনো ডাঙৰ আখৰৰ হৈ থকা নাই আৰু এতিয়া মই ইৰেজাৰ বাচি লৈছো ।
03:32 আপোনালোকে দেখা পাইছে যে আগফালাৰ আৰু পিছফালৰ ৰং মচা গৈছে ।
03:41 এতিয়া মই ৰং কৰা ব্ৰাচ আৰু আপোনালোকে ৰং কৰিবলৈ নিৰ্বাচন কৰা ব্ৰাচবোৰৰ বিষয়ে আৰু বেচিকৈ কম ।
04:01 গতিকে এই GIMP লগ পাবলৈ যোৱা তিউতৰিয়েলত ব্ৰাচবোৰৰ বিষয়ে কোৱা যাওক
04:07 ব্ৰাচবোৰ পিঞ্ছিলেৰে আৰম্ভ কৰি বিভিন্ন আহিলাৰে ৱ্যবহাৰ কৰা যায় আৰু মই ভাবো দদ্‌জ আৰু বাৰ্ন তুলৰ সৈতে শেষ হয় ।
04:17 এই সকোলো আহিলাই মাত্ৰ চিঞাহীৰ বাহিৰে ব্ৰাচবোৰৰ মাজৰ এটা ৱ্যবহাৰ কৰে ।
04:24 গতিকে এতিয়া উদাহৰন হিচাবে মই ৰং কৰা ব্ৰাচ নিৰ্বাচন কৰিম ।
04:30 আপোনালোকে ব্ৰাচ নিৰ্বাচন কৰিব পাৰে ব্ৰাচ দাইলগত ক্লিক কৰি নহলে তুল বস্কত ৰং কৰা ব্ৰাচ নিৰ্বাচন কৰি আৰু ব্ৰাচ অপচনত ক্লিক কৰক আৰু আপোনালোকে ব্ৰাচৰ গঠনবোৰ পাব ।
04:47 ইয়াৰ চাৰিওফালে সৰু সৰু চিহ্নবোৰ আছে,যোগ চিনতোয়ে ইয়াত ব্ৰাচবোৰ দেখোৱাৰ দৰে সৰু নহয় বুলি দেখাইছে আৰু মই যেতিয়া তাত ক্লিক কৰিছো মই এদাল ডাঙৰ ব্ৰাচ দেখা পাইছো ।
05:03 এইতো ৰঙা ত্ৰিভূজ আকৃতিৰ লৰচৰ কৰিব পৰা ব্ৰাচ ।
05:18 এইতো ইয়াত চেষ্টা কৰা যাওক ।
05:27 এইতো পেঞ্ছিলেৰে অকা যেন লাগে সামান্য পৰিমানে লাগে ।
05:36 নিলা ব্ৰাচদাল স্থিতিমাপ নিৰুপন কৰা ব্ৰাচ ।
05:41 সেইবোৰ আচলতে গনিতিয় ধৰনৰ যিতো মই অলপ পাছত দেখাম ।
05:49 ইয়াত কিছুমান ভাল ব্ৰাচ আছে ।
05:52 এই ব্ৰাচ দালৰ ক’লা অংশতো পিছফালৰ ৰঙেৰে ভৰি আছে ,এই সংক্ৰান্তত এইতো ক’লা আৰু ব’গা অংশতো এই মানযুক্ত ব্ৰাচৰ পৰিবৰ্তন নহয় গতিকে মই ইয়াত ৰ্ং কৰিব পাৰো ।
06:09 আৰু মই যদি মোৰ আগফালৰ ৰং ৰঙা ৰঙলৈ পৰিবৰ্তন কৰো তেতিয়া মোৰ দৃশ্যত সৰু ছবিবোৰ ৰঙা হব আৰু এই ব’গা ৰং পিছফালৰ ৰং হিচাবে থাকিব ।
06:29 ইয়াত আৰু এইতোৰ নিচিনা বেলেগ ধৰনৰ ব্ৰাচ আছে,সেইতো হৈছে পেপাৰ কালাৰ ব্ৰাচ ।
06:35 মই মাত্ৰ ইয়াত এখন কাগজ সংস্থাপন কৰিব পাৰো আৰু আনকি এই কাগজ চিত্ৰবোৰৰ এতা লাইন আকিব পাৰো ।
06:52 এই ব্ৰাচদাল বেছি সহায়কাৰি নহয় কিন্তু আপোনালোকে নিজৰ ব্ৰাচ তৈয়াৰ কৰিব পাৰে আৰু তাত এইতো বহুত সহায়কাৰি হৈ পৰিব ।
07:06 ইয়াত এইদাল ব্ৰাচ যিতো খুব ভাল বস্তু ।
07:10 এইতো হৈছে লতা আৰু আপোনালোকে এদাল লতাৰ লাইন আকিব পাৰে যিতো দেখিবলৈ ভাল লাগিছে।
07:18 আপোনালোকে এইতো আৰু অলপ সজাবলৈ ৱ্যবহাৰ কৰিব পাৰে।
07:32 ক্লিপ বোৰ্দৰ আচহুৱা ব্ৰাচবোৰ চোৱা যাওক ।
07:37 গতিকে এতিয়া মই কিবা এটা আকিম কিন্তু তাৰ আগতে মই ক’লা আৰু ব’গা ৰং মোৰ ৰং হিচাবে বাচি লোৱাতো উচিত হব
08:01 গতিকে এতিয়া মই এই দৃশ্যৰ চাৰিওফালে চতুৰ্ভুজ আকৃতিৰ এটা পৰিসিমা বাচি ল’ম আৰু ইয়াক Ctrl+C দবাই ক্লিপবোৰ্দত ক’পি কৰিম ।
08:16 ক’পি কৰাৰ বাবে মই এদিত,কপি লৈ যাব লাগিব নহলে মই সোফালে ক্লিক কৰিব পাৰো আৰু কপি কৰিব পাৰো ।
08:33 এতিয়া মই মোৰ ৰং কৰা ব্ৰাচ ইয়াত নিৰ্বাচন কৰিছো আৰু মই ক্লিক ব’ৰ্দ দাইল’গ বাচি লৈছো
08:41 আপোনালোকে ইয়াত দেখিছে যে এইতো কাম কৰা নাই ।
09:05 মই মাত্ৰ এই নিৰ্বাচন কৰা ঠাইত ৰ্ং কৰিব পাৰিম কাৰন এই ঠাইতো নিৰ্বাচন কৰা হৈছে আৰু এই ঠাইতো নিৰ্বাচন কৰা হোৱা নাই ।
09:15 গতিকে মই এইতো Shift+Ctrl+A ৰে নিৰ্বাচন কৰিম আৰু এতিয়া মই আকিব পাৰিম ।
09:26 আপোনালোকে ইয়াত দেখিছে যে মোৰ সৰু ফুল ওপৰলৈ ঠেলি গৈছে।
09:30 আপোনালোকে আনকি সৰু ফুলবোৰৰ এদাল লাইন আকিব পাৰে,যিতো খুব ভাল নহ’ল কাৰন পিছফালতোও ক’পি হৈছে আৰু প্ৰতিতো ফুল অন্য ফুলেৰে আচ্ছাদিত হৈছে ।
09:48 এইতো দেখিবলৈ ভাল হব যদি আপোনালোকে ছবিখনৰ অলপ ক’পি কৰে আৰু পাছত ছবিখনত য’ত আপোনালোকে বিচাৰে তাত আকে।
09:59 আপোনালোকে লোগো চাব মাৰিবলৈ নহলে মানুহ এজনৰ মূখৰ মোহৰ অশোধিত ভাবে মাৰিব পাৰে ।
10:24 . যেতিয়া মই ইয়াত ব্ৰাচৰ পৃষ্ঠা খোলো মই ব্ৰাচবোৰ অলপ উন্নত কৰিব পাৰো ।
10:31 ইয়াৰ প্ৰ্থম বস্তুতো হৈছে স্পেচিং আৰু এই পৰ্যন্ত মোৰ ক্লিপবোৰ্দ ব্ৰাচ নিৰ্বাচন কৰা আছে আৰু মই যেতিয়া স্পেচিংৰ সৈতে ১০০% লৈ গৈছো,মই ধূনীয়া ফুলৰ সৈতে এডাল লাইন আকিব পাৰিম ।
10:53 এই দাইলগত আপোনালোকে আৰু নতুন ব্ৰাচ তৈয়াৰ কৰিব পাৰে,মাত্ৰ ইয়াত প্ৰ্থম অপচনত ক্লিক কৰি কিন্তু এইতো হৈছে সংস্কৰন(editing) কৰা অপচন ।
11:10 গতিকে দ্বিতীয় অপচনত ক্লিক কৰক আৰু ইয়াত মই নতুন ব্ৰাচ তৈয়াৰ কৰিব পাৰো ।
11:20 মই ঘূৰনীয়া,চাৰিকোনিয়া নহলে দাইমন্দ আকৃতিৰ আকাৰ নিৰ্বাচন কৰিব পাৰো ।
11:27 দাইমন্দতো লোৱা যাওক,মই এই ৰেদিয়াচ পৰিবৰ্তন কৰিব পাৰো আৰু মই আৰু কিছু স্পাইক ব্ৰাচত যোগ দিব পাৰো ।
11:40 আপোনালোকে দেখা পাইছে যে মই মোৰ ব্ৰাচৰ কোঠোৰতা পৰিবৰ্তন কৰিব পাৰো আৰু ইয়াক মিহি আৰু কঠিন বনাব পাৰো ।
11:48 মই দিশ অনুপাতো পৰিবৰ্তন কৰিব পাৰো ।
12:03 ব্ৰাচৰ দিশ পৰিবৰ্তন কৰি,মই ইয়াক অলপ হেলনীয়া কৰিব পাৰো আৰো মই স্পেচিং পৰিবৰ্তন কৰিব পাৰো ।
12:13 সেইতো ইয়াত কৰো আহক।এই অকনমানি তৰাৰ সহায়ত মই স্পেচিং ২০০ বা আৰু বেছি বঢ়াব পাৰো ।
12:22 আৰু এতিয়া মই নতুন ব্ৰাচ তৈয়াৰ কৰাতো শেষ কৰিলো আৰু মই ইয়াক ষ্টাৰ বুলি মাতিম ।
12:37 এতিয়া আপোনালোকে ব্ৰাচ দাইল’গত আপোনালোকৰ নতুন ষ্টাৰ ব্ৰাচ দেখা পাইছে ।
12:43 আৰু যেতিয়া আপোনালোকে ইয়াক ৱ্যবহাৰ কৰে আপোনালোকে এই ধৰনৰ ষ্টাৰ পাব ।
12:49 এতিয়া মই মাত্ৰ এইতো ক’লা ৰঙেৰে ভৰাব লাগিব।
12:58 সোনালী ৰং আপোনালোকৰ আগফালৰ ৰং হিচাবে বাচি লওক ।
13:02 ষ্টাৰ ব্ৰাচদালত বেচি পৰিমানৰ কম্পন প্ৰয়োগ কৰক আৰু ইয়াত ষ্টাৰৰ চাব মাৰক ।
13:18 মই ভাবো কম্পনতো বহুত বেছি হৈছে আৰু এইতো দেখিবলৈ ধূনীয়া হোৱা নাই ।
13:27 এইতো নতুন ব্ৰাচ তৈয়াৰ কৰাৰ নতুন পথ আছিল ।
13:33 মই প্ৰথম অপচন নিৰ্বাচন কৰি এই ব্ৰাচদাল সংস্কৰন কৰিব পাৰিম আৰু মই দিশতো অলপ পৰিবৰ্তন কৰিব পাৰিম আৰু ইয়াক ঘূৰাব পাৰো আৰু এতিয়া মই এইতো ইয়াত ৱ্যবহাৰ কৰিব পাৰো ।
13:51 মই দিশতো অলপ পৰিবৰ্তন কৰিছো গতিকে এইতো কিছু ভাল ধৰনে কাম কৰিছে ।
13:58 আপোনালোকে নতুন ব্ৰাচ তৈয়াৰ কৰি নিজৰ গানিতিক ব্ৰাচ কৰিব পাৰে ।
14:05 প্ৰথম অপচনতো হৈছে কিবা এতা ক্লিপবোৰ্দত কপি কৰা ।
14:10 এই তিউতৰিয়েলত শেষত মই দেখাব বিচৰা বস্তুতো হৈছে নেট ৰ পৰা ব্ৰাচ লোৱাতো আৰু সেইতো সহজভাবে GIMP ব্ৰাচ বিচাৰি কৰিব পাৰি আৰু মোৰ ইয়াত আপোনালোকৰ বাবে আইচিতিনাৰ দ্বাৰা তৈয়াৰি অস্বাভাবিক ছবি এটা উদাহৰন হিচাবে আছে
14:49 আইচিতিনাই বনোৱা এইবোৰেই হৈছে উপলব্ধ ব্ৰাচেচ আৰু মই সেইবোৰ ইয়াত দাউনলোদ নিৰ্বাচন কৰি দাউনলোদ কৰি লব পাৰো ।
15:05 আৰু মই সেইবোৰ দিচ্‌কলৈ সংৰক্ষন কৰিম ।
15:14 মই এইতো মোৰ দিচ্‌কলৈ দাউনলোদ কৰিছো আৰু মই এক মূহুৰ্ততে সেইবোৰ প্ৰতিষ্ঠাপিত কৰিম ।
15:21 গতিকে এই ছবিখনত এবাৰ চোৱা যাওক আৰু আপোনালোকে দেখা পাইছে যে এই ব্ৰাচবিলাগৰ ক্ৰিয়েতিভ কমঞ্চ লাইচেঞ্ছত কাৰ্য স্বাধীনতা আছে আৰু মই ব্যুৎপত্তিগত কাম এইবিলাগৰ সৈতে কৰিবলৈ মোৰ অনুমতি নাই,গতিকে মই এই ব্ৰাচবোৰ লোৱাৰ অনুমতি নাই আৰু মই সেইবোৰ পৰিবৰ্তন কৰিব নোৱাৰো আৰু ৱেবত সেইবোৰ আকৌ সংস্থাপন কৰিবও নোৱাৰো ।
15:47 কিন্তু মই সেইবোৰ সম্ভবত ৱ্যবহাৰ কৰিব পাৰিম আৰু সেইবোৰৰ সৈতে কাম কৰিব পাৰিম আৰু আনকি সেইবোৰ মোৰ ৱেবচাইতত আইচিতিনা আৰু আচল লিংকৰ সৈতে আৰোপ কৰি প্ৰকাশ কৰিব পাৰিম ।
16:00 আপোনালোকে ইয়াত দেখা পাইছে যে তাত GIMP ব্ৰাচলৈ এটা লিংক আছে আৰু অস্বাভাবিক ছবিত আৰু অন্য ৱেবচাইতত আৰু বহুত ধৰনৰ ব্ৰাচ আছে ।
16:14 শেষৰ ২৪ ঘণ্টা পৰা এইতোয়ে হৈছে সকোলোতকৈ নতুন আৰু জনপ্ৰিয় ব্ৰাচ।
16:21 মই ১ মাহ নিৰ্বাচন কৰিছো আৰু আপোনালোকে এতিয়া বহুত বিভিন্ন ধৰনৰ ব্ৰাচ দেখা পাইছে
16:36 আৰু ঠিক আছে এই ষ্টাৰদাষ্ট আৰু তুইংকলচ লোৱা যাওক
16:49 কিন্তু এইতো কিছু আচৰিত ধৰনৰ ।
16:59 Knux স্পাইক ব্ৰাচ Knux ৫৭ ৰে তৈয়াৰি ।
17:04 ঠিক আছে ইয়াত কোনো ধৰনৰ লাইচেঞ্ছ সমাচাৰ নাই,গতিকে মই এইতো দাউনলোদ কৰিব পাৰিম আৰু মই ইয়াৰ ওপৰত কাম কৰিব পাৰিম ।
17:29 মই মাত্ৰ দাউনলোদত ক্লিক কৰিম ।
17:32 ইয়াত আপোনালোকে দেখিছে GIMP ৰ ২.৪ ব্ৰাচৰ ফোলদাৰ খোলা আছে আৰু ইয়াত আপোনালোকে star.vbr. দেখা পাইছে ।
17:44 মই vbr ৰ বিষয়ে নাজানো কিন্তু gbr বোৰ হৈছে GIMP ৰ পৰা পোৱা মৰ্যদাপুৰ্ন ব্ৰাচ।
17:54 এইবোৰেই হৈছে ৱেবচাইতৰ পৰা পোৱা আইচিতিনাই তৈয়াৰ কৰা ব্ৰাচ ।
18:01 মই মোৰ আৰ্ছিভ তুলৰ সৈতে এই ফোলদাৰতো খুলিছো আৰু আপোনালোকে দেখা পাইছে যে jpgত পনীয়া ৰং আছে আৰু বহুত বিভিন্ন ধৰনৰ ফাইল আছে উদাহৰন স্বৰুপে ৰিদমি( README)
18:20 গতিকে মোক মাত্ৰ সেইবোৰ নিৰ্বাচন কৰিব দিয়ক আৰু সেইবোৰ ব্ৰাচ দাইৰেক্টৰিলৈ তানি আনক ।
18:35 এইবোৰ ইয়াত ।
18:37 আৰু মই কিনাস্ক স্পাইক ব্ৰাচ পেকৰ সৈতেও একেই কৰিম।
18:43 মই ফোলদাৰতো আৰ্চিভ মেনেজাৰৰ সৈতে খুলিছো আৰু আপোনালোকে ইয়াত GIMP ব্ৰাচ ফাইল দেখা পাইছে ।
18:52 গতিকে মই সেইবোৰ গোতেই নিৰ্বাচন কৰিছো আৰু মই মোৰ ব্ৰাচ দাইৰেক্টৰিলৈ সেইবোৰ তানি আনিম ।
19:05 এতিয়া মোৰ ব্ৰাচ দাইৰেক্টৰিত সকোলো ব্ৰাচ আছে গতিকে মই মোৰ আৰ্ছিভ মেনেজাৰ বন্ধ কৰিছো আৰু মই ইয়াত ফোলদাৰতো বন্ধ কৰিছো আৰু GIMP লৈ উভতি গৈছো ।
19:21 আপোনালোকে ইয়াত দেখা পাইছে যে ইয়াত একো পৰিবৰ্তন হোৱা নাই কিন্তু মই এই পূনৰ কঢ়িওৱা ব্ৰাচবোৰ নিৰ্বাচন কৰিব পাৰো আৰু আপোনালোকে দেখিছে যে মোৰ আৰু বহুত ব্ৰাচ আছে আৰু এই ব্ৰাচবোৰ আইচেনতিনাৰ পৰা পোৱা আৰু এতিয়া মই সেইবোৰ ইয়াত চেষ্টা কৰিব পাৰিম ।
19:46 এই ব্ৰাচবোৰ পনীয়া ৰঙৰ দৰে ।
19:50 গতিকে মই ইয়াত পনীয়া ৰংৰ বক্সৰ পৰা ৰং নিৰ্বাচন কৰিছো আৰু আকিছো ।
19:57 এই ব্ৰাচবোৰ মাত্ৰ চাব মৰাৰ বাবে ৱ্যবহাৰ কৰা যায় আৰু আকিবলৈ নহয়।
20:03 এই ব্ৰাচবোৰৰ ইয়াত বহুত কম্পন আছে ।
20:17 মোক প্ৰথমতে পিছফালতো চাফ কৰিব দিয়ক ।
20:23 গতিকে ইয়াত এই ব্ৰাচবোৰ পনীয় ৰংৰ নকলৰ নিচিনা নতুবা আপোনালোকে সেইবোৰ ছবিখনৰ চাৰিওফালে ফ্ৰেম বনাবলৈ ৱ্যবহাৰ কৰিব পাৰে ।
20:36 গতিকে এতিয়া কিনাক্স ব্ৰাচৰ ওপৰত চোৱা যাওক ।
20:40 মই সেইবোৰ আগতে দেখা নাই আৰু সেইতো চেষ্টা কৰা যাওক ।
20:47 এই ব্ৰাচবোৰ দাঙৰ ।এই বস্তুতো আকৌ চাব মাৰিবলৈহে ।
20:53 আৰু মই যেতিয়া সেইবোৰৰ সৈতে ৰং কৰিছো দেখিবলৈ সম্পূৰ্ন বেলেগ হৈছে,এইতো সিমান ধূনীয়া হোৱা নাই কিন্তু মই যেতিয়া স্পেচিং বঢ়াম আৰু অপাচিতি কমাম এইতো ধূনীয়া হব ।
21:07 যদি আপোনালোকে কিহবাৰ চাৰিওফালে চাৰিসিমা বিচাৰে এইতো বহুত ভাল হব ।
21:13 কিন্তু মই ভাবো এই ব্ৰাচবোৰ ৰেখাচিত্ৰ শিল্পীৰ বাবে তৈয়াৰি আৰু ফোটোগ্ৰাফাৰৰ বাবে সিমান উপযোগী নহয় ।
21:23 কিন্তু সম্ভবত আপোনালোকে ইয়াক ৱ্যবহাৰ কৰাৰ এটা পথ বিচাৰি পাব ।
21:27 মই ভাবো মই ব্ৰাচৰ বিষয়ে বহুত বস্তু আগুৰিছো আৰু মই জিবন্ত(animated) ব্ৰাচ,ভাজ কৰিব পৰা ছবি আৰু এই কালাৰ ব্ৰাচবোৰ তৈয়াৰি কৰা অন্য এটা সৰু সংস্কৰনত আগুৰিম ।
21:44 আৰু বেছি সংবাদৰ বাবে http://meetthegimp.org লৈ যাওক আৰু মতামত পঠায় দিয়ক,অনুগ্ৰহ কৰি info@meetthegimp.org. লৈ লিখক ।
21:56 এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।

Contributors and Content Editors

Mousumi