FrontAccounting-2.4.7/C2/Taxes-and-Bank-Account-in-FrontAccounting/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | FrontAccounting ত Taxes আৰু Bank Accounts ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম এটা নতুন Tax যোগ কৰিবলৈ |
| 00:12 | Bank Accounts চেতাপ কৰিবলৈ, Deposits যোগ কৰিবলৈ |
| 00:16 | Bank Account ত এমাউন্ট ট্ৰাঞ্চফাৰ কৰিবলৈ আৰু Bank Account টো Reconcile কৰিবলৈ |
| 00:22 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:
উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 |
| 00:30 | FrontAccounting ভাৰ্চন 2.4.7 |
| 00:35 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ জ্ঞান থাকিব লাগিব: উচ্চতৰ মাধ্যমিকৰ কমাৰ্চ আৰু একাউন্টিং আৰু |
| 00:42 | বুককিপিঙৰ নিয়মসমূহৰ |
| 00:45 | আৰু আপুনি ইতিমধ্যে FrontAccounting ত এটা Organisation বা Company চেতাপ কৰিব লাগিব |
| 00:51 | যদি নাই, সংগত FrontAccounting টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইত চাওঁক |
| 00:57 | আপুনি FrontAccounting ইন্তাৰফেচত কাম কৰিবলৈ আৰম্ভ কৰাৰ আগতে XAMPP services আৰম্ভ কৰক |
| 01:03 | আহক FrontAccounting ইন্তাৰফেচক খোলো |
| 01:07 | ওৱেব ব্ৰাউজাৰ এটা খোলক । লিখক localhost slash account আৰু Enter টিপক |
| 01:16 | login পেজ আহিছে |
| 01:19 | ইউজাৰনেমটো লিখক admin হিচাবে আৰু পাচৱৰ্দটো । তেতিয়া Login বুটামত ক্লিক কৰক |
| 01:26 | FrontAccounting ইন্তাৰফেচ আহিছে । Setup টেবত ক্লিক কৰক |
| 01:33 | In the Company Setup পানেলত, Taxes লিংকত ক্লিক কৰক । আমি এটা দিফল্ট entry দেখিছো Tax হিচাবে |
| 01:42 | Percentage, Sales GL Account আৰু Purchasing GL Account সূচীত হৈছে ইয়াত দেখুৱা দৰে |
| 01:51 | আমাৰ ব্যৱসায়ে ব্যৱ্হাৰ কৰা প্ৰতিটো tax লৈ আমি GL accounts এচাইন কৰিব লাগিব |
| 01:57 | উইন্দ’খনৰ ওপৰত, আমি বাৰ্তা এটা দেখিছো |
| 02:00 | প্ৰতিটো tax লৈ এটা পৃথক Sale and purchase GL account এচাইন কৰাটো আৱশ্যকীয় |
| 02:09 | আহক আমাৰ company ৰ বাবে GST আৰু Service tax যোগ কৰিবলৈ চাওঁ |
| 02:15 | দিফল্ট entry Tax ৰৌত Edit আইকনত ক্লিক কৰক |
| 02:20 | মই Tax তু GST এদিত কৰিম, যিহেতু আমাৰ company এ দিফল্ট entry Tax ব্যৱ্হাৰ নকৰে |
| 02:28 | মই সলাম বিৱৰণক GST লৈ আৰু পাৰচেন্তেজক 12 লৈ |
| 02:35 | মই Sales GL account আৰু Purchase GL Account Sales tax হিচাবে ৰাখিম |
| 02:42 | উইন্দ’খনৰ তলত Update বুটামত ক্লিক কৰক |
| 02:46 | আমি দিফল্ট এনট্ৰি Tax ক GST লৈ সফলভাবে সলালো |
| 02:52 | এতিয়া আহক Service tax যোগ কৰো । তাৰ আগতে আমি Service tax ৰ বাবে এটা GL Account বনাব লাগিব |
| 03:00 | Banking and General Ledger টেবত ক্লিক কৰক |
| 03:04 | Maintenance পানেলত, GL Accounts লিংকত ক্লিক কৰক |
| 03:09 | মানসমূহ লিখক দেখুৱা দৰে: তেতিয়া উইন্দ’খনৰ তলত Add Account বুটামত ক্লিক কৰক |
| 03:17 | এতিয়া, ক্লিক কৰক Setup টেবত আৰু তেতিয়া Taxes লিংকত |
| 03:22 | আহক Tax Types ৰ ভিতৰত Service tax যোগ কৰো |
| 03:27 | মানসমূহ লিখক দেখুৱা দৰে |
| 03:30 | Sales GL Account দ্ৰপ-দাউন বক্সত ক্লিক কৰক |
| 03:35 | Service Tax বাচক যি Current Liabilities ৰ ভিতৰত আছে |
| 03:39 | একেদৰে, Purchase GL Account ৰ বাবে Service Tax বাচক |
| 03:46 | উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰক |
| 03:50 | আমি দেখিছো যে এতিয়া দুটা taxes যোগ কৰা হ’ল |
| 03:55 | আহক FrontAccounting ৰ Sales মদিউলত এই taxes কেনেকৈ কেলকুলেত কৰা হয় চাওঁ |
| 04:03 | আমি প্ৰথমে company টোৰ বাবে এটা Bank Account চেতাপ কৰিম |
| 04:07 | Banking and General ledger টেবত ক্লিক কৰক |
| 04:11 | Maintenance পানেলত, Bank Accounts লিংকত ক্লিক কৰক |
| 04:16 | এই অপচন ব্যৱহৃত হয় bank আৰু cash accounts setup আৰু কনফিগাৰ কৰিবলৈ |
| 04:22 | দিফল্টভাবে, আপুনি দেখিছে Current account আৰু Petty Cash account সবিশেষ |
| 04:29 | Currency কৌলমটো দিফল্টভাবে US Dollar ত আছে । আহক ইয়াক Indian currency লৈ সলাওঁ |
| 04:38 | Current account row ত, Edit আইকনত ক্লিক কৰক |
| 04:43 | Account type টো Chequing Account লৈ সলাওঁক |
| 04:48 | Bank account currency টো Indian Rupees লৈ সলাওঁক |
| 04:53 | তেতিয়া পৰিবৰ্তনক আপদেত কৰক তলত Update বুটামত ক্লিক কৰক |
| 04:59 | একেদৰে, লগতে Petty Cash account টো Indian Rupees লৈ সলাওঁক । আৰু পৰিবৰ্তনক আপদেত কৰক |
| 05:11 | পাছত আহক ST Company Pvt. Ltd. bank account ত কিছু এমাউন্ট যোগ কৰো |
| 05:17 | Banking and General ledger টেবলৈ যাওঁক । Transactions পানেলত, Deposits লিংকত ক্লিক কৰক |
| 05:25 | কাষ্টমাৰ্চ, miscellaneous চেলচ ইত্যাদিৰ পৰা দিপ’জিতচ ইয়াত এন্টাৰ কৰিব পাৰি |
| 05:31 | From ফিল্দটো Miscellaneous হিচাবে ৰাখক । মই মানি দিপ’জিত কৰা লোকজনৰ নামটো লিখিম দেখুৱা দৰে |
| 05:41 | Account description ফিল্দত, বাচক Cash |
| 05:45 | Amount ফিল্দত, লিখক 3 lakhs |
| 05:49 | Memo ফিল্দত, দিপ’জিতৰ উদ্দেশ্যটো লিখক |
| 05:54 | তেতিয়া ৰৌটোৰ সোঁফালে Add item বুটামত ক্লিক কৰক |
| 05:59 | উইন্দ’খনৰ তলত Process Deposit বুটামত ক্লিক কৰক |
| 06:04 | নতুন উইন্দ’খনত, আমি বাৰ্তা এটা দেখিছো যে deposit এন্টাৰ কৰা হ’ল |
| 06:10 | পাছৰ লিংক হৈছে View the GL postings for this Deposit । ইয়াত ক্লিক কৰক |
| 06:17 | প’প আপ উইন্দ’ এখন আহিছে deposit কৰা এমাউন্টৰ ট্ৰানজেকচন সবিশেষৰ সৈতে |
| 06:24 | উইন্দ’খনৰ তলত Close লিংকত ক্লিক কৰক |
| 06:28 | যদি আপুনি আন এটা deposit এন্টাৰ কৰিব বিচাৰে, তেন্তে “Enter Another Deposit” লিংকত ক্লিক কৰক |
| 06:34 | উইন্দ’খনৰ তলত Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ |
| 06:41 | পাছত আমি bank account ৰ পৰা cash বা অন্য account লৈ মানি ট্ৰাঞ্চফাৰ কৰিবলৈ চাম |
| 06:49 | Transactions পানেলত, Bank Account Transfers লিংকত ক্লিক কৰক |
| 06:55 | মন কৰিব যে Bank Balance ইয়াত দেখুৱা হৈছে তিনি লাখ টকা হিচাবে । মনত ৰাখিব, এই এমাউন্ট আগতে deposited হৈছিলে |
| 07:05 | To Account ফিল্দত, বাচক Petty Cash account |
| 07:10 | Amount ফিল্দত, লিখক 20,000 |
| 07:14 | Memo ফিল্দত, দেখুৱা দৰে লিখক |
| 07:17 | উইন্দ’খনৰ তলত Enter Transfer বুটামত ক্লিক কৰক |
| 07:22 | নতুন উইন্দ’খনত, আমি বাৰ্তা এটা দেখিছো - “Transfer has been entered” |
| 07:27 | নতুন লিংক হৈছে View The GL Journal Entries for this Transfer । ইয়াত ক্লিক কৰক entries চাবলৈ |
| 07:35 | প’প আপ উইন্দ’ এখন আহিছে ট্ৰাঞ্চফাৰ কৰা এমাউন্টৰ transaction সবিশেষৰ সৈতে |
| 07:42 | উইন্দ’খনৰ তলত Close লিংকত ক্লিক কৰক |
| 07:46 | উইন্দ’খনৰ তলত Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ |
| 07:53 | পাছত, আমি Bank Statements চেক কৰিম |
| 07:57 | Transactions পানেলত, সোঁফালে, Reconcile Bank Account লিংকত ক্লিক কৰক |
| 08:04 | company accounts ত থকা deposits ৰ লগত Bank statement টো মিলিছে |
| 08:10 | আমি Account total, Bank Deposits আৰু Fund transfer সবিশেষ দেখিছো |
| 08:17 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
| 08:22 | এই টিউট’ৰিয়েলত, আমি শিকিলো - এটা নতুন Tax যোগ কৰিবলৈ |
| 08:27 | Bank Accounts চেতাপ কৰিবলৈ |
| 08:30 | Deposits যোগ কৰিবলৈ |
| 08:32 | Bank Account ত এমাউন্ট ট্ৰাঞ্চফাৰ কৰিবলৈ আৰু |
| 08:35 | Bank Account টো Reconcile কৰিবলৈ |
| 08:39 | এটা অনুশিলনী হিচাবে - Deposits অপচন ব্যৱ্হাৰ কৰক আৰু Petty Cash account ত Rs.10,000 deposit কৰক |
| 08:48 | From ফিল্দত Miscellaneous বাচক । Name টো লিখক Mr. Rahul হিচাবে |
| 08:54 | Petty Cash account ৰ বাবে Reconcile Bank Account চেক কৰক |
| 08:59 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 09:07 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 09:18 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
| 09:22 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
| 09:28 | স্ক্ৰিপ্ত আৰু ভিদিঅ’টো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |