FrontAccounting-2.4.7/C2/Installation-of-FrontAccounting-on-Linux-OS/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | লিনাক্স অপাৰেতিং চিষ্টেমত FrontAccounting ইনষ্ট’ল কৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:08 | এই টিউট’ৰিয়েলটোত, আমি শিকিম XAMPP ইনষ্ট’ল কৰিবলৈ |
00:13 | FrontAccounting চফতৱেৰ দাউনল’দ কৰিবলৈ |
00:15 | database setup কৰিবলৈ আৰু লিনাক্স OS ত FrontAccounting ইনষ্ট’ল কৰিবলৈ |
00:22 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:
উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 |
00:29 | Apache, MySQL আৰু PHP পোৱা হৈছে XAMPP 5.5.19 ৰ দ্বাৰা |
00:36 | FrontAccounting 2.4.7 |
00:40 | Firefox ওৱেব ব্ৰাউজাৰ আৰু এটা কামকৰা ইন্তাৰনেত কানেকচন |
00:45 | আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে |
00:50 | FrontAccounting হৈছে এটা চাৰ্ভাৰ ভিত্তিক Accounting System |
00:54 | গতিকে আমি XAMPP ব্যৱ্হাৰ কৰিম আমাৰ মেচিনত ওৱেব চাৰ্ভাৰ চেতাপ কৰিবলৈ |
00:59 | ওৱেব ব্ৰাউজাৰ এটা খোলক । এদ্ৰেচ বাৰত, এই URL লিখক আৰু Enter টিপক |
01:06 | ই আমাক XAMPP দাউনল’দ পেজলৈ নিব |
01:10 | ইয়াত XAMPP উপলদ্ধ হয় সকলো অপাৰেতিংগ চিষ্টেমচৰ বাবে দাউনল’দ কৰিবলৈ |
01:15 | XAMPP ৰ সৰ্বশেষ ভাৰ্চনক দাউনল’দ কৰিব পাৰি এই সেউজীয়া বুটামত ক্লিক কৰি |
01:20 | তথাপি, আপোনাৰ চফতৱেৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি, হয়তো আপোনাক XAMPP ৰ এটা ভিন্ন ভাৰ্চন লাগিব পাৰে |
01:27 | মোৰ ক্ষেত্ৰত মোক লাগে XAMPP ভাৰ্চন 5.5.19 |
01:33 | তললৈ স্ক্ৰ’ল কৰক আৰু বাচক XAMPP Linux |
01:37 | ৰিদাইৰেক্তেদ পেজটোৱে বৰ্তমান তাৰিখলৈকে সকলো XAMPP ভাৰ্চনচ দেখুৱাব |
01:42 | এই ইনষ্ট’লেচনৰ বাবে, মই বাচিম XAMPP ভাৰ্চন 5.5.19 |
01:49 | মোৰ চিষ্টেম হৈছে এটা 64bit অপাৰেতিং চিষ্টেম । গতিকে মই দাউনল’দ কৰিম, xampp-linux-x64-5.5.19-0-installer.run |
02:05 | এতিয়া, Save file বুটামত ক্লিক কৰক আৰু তেতিয়া OK বুটামত ক্লিক কৰক |
02:10 | মোৰ মেচিনত, ই ছেভ হৈছে Downloads ফ’ল্দাৰত |
02:14 | আহক Ctrl + Alt + T কীচ একেলগে টিপি টাৰ্মিনেল খোলো |
02:21 | টাৰ্মিনেলত, কমান্দটো লিখক cd space Downloads আৰু Enter টিপক |
02:27 | ই বৰ্তমান কামকৰা দাইৰেক্তৰীক Downloads লৈ সলাব |
02:31 | তেতিয়া দেখুৱা দৰে কমান্দটো লিখক আৰু Enter টিপক |
02:36 | এতিয়া ইনষ্ট’লাৰ ফাইলটো ৰান কৰিবলৈ, দেখুৱা দৰে কমান্দটো লিখক আৰু Enter টিপক । admin password লিখক যদি সুধে |
02:46 | এতিয়া Setup wizard দাইল’গ বক্স আহিছে |
02:50 | Next বুটামত ক্লিক কৰিব যেতিয়াই সোধে আৰু ইনষ্ট’লেচন ষ্টেপচ অনুসৰণ কৰক দেখুৱা দৰে |
02:56 | Learn more about Bitnami for XAMPP চেক বক্সক আনচেক কৰক । তেতিয়া আগবাঢ়ক Next বুটামত ক্লিক কৰি |
03:05 | ইনষ্ট’লেচনটো এবাৰ হ’লে, Launch XAMPP চেক বক্সক আনচেক কৰক |
03:10 | শেষত, Finish বুটামত ক্লিক কৰক |
03:13 | এতিয়া আমি চাব লাগিব যে আমাৰ মেচিনত XAMPP সফলভাবে ইনষ্ট’ল হ’ল নে নাই |
03:19 | টাৰ্মিনেলত, XAMPP চাৰ্ভিচ আৰম্ভ কৰক লিখি
sudo space slash opt slash lampp slash lampp space start |
03:31 | admin password লিখক যেতিয়াই সুধে আৰু Enter টিপক |
03:36 | আপুনি ইয়াত দেখুৱা দৰে বাৰ্তা এটা পাব পাৰে । ই সূচাই যে আপোনাৰ চিষ্টেমত XAMPP ইনষ্ট’ল হ’ল আৰু আপুনি চাৰ্ভিচ আৰম্ভ কৰিলে |
03:46 | যদিহে আপুনি এটা বাৰ্তা পাই যে, Command not found, তেন্তে XAMPP আপোনাৰ মেচিনত ইনষ্ট’ল হোৱা নাই |
03:54 | আপুনি কিছু এৰ’ৰ বাৰ্তা পাব পাৰে যেনে:
“Apache shutdown unexpectedly” বা |
04:00 | “Port 80 ব্যৱহৃত হৈছে Apache Server ৰ বাবে” বা |
04:05 | “কানেক্ত কৰিবলৈ অসমৰ্থ যিকোনো সূচীত MySQL হ’ষ্টলৈ MySQL database ৰ বাবে” |
04:13 | ইয়াৰ কাৰণ হৈছে Apache আৰু MySQL লৈ প্ৰদান কৰা দিফল্ট ports আন চফতৱেৰে লৈছে |
04:21 | দিফল্ট port নাম্বাৰ Apache ৰ বাবে হৈছে 80 আৰু MySQL ৰ বাবে হৈছে 3306 |
04:30 | এই ports সলাবলৈ, এই টিউট’ৰিয়েলৰ Additional Reading Material চাওঁক |
04:36 | আৰু আগবঢ়াৰ আগতে সঠিক port নাম্বাৰচ প্ৰদান কৰক । উদাহৰণস্বৰূপে: 8080 |
04:44 | এতিয়া, Firefox ওৱেব ব্ৰাউজাৰ খোলক । এদ্ৰেচ বাৰত, লিখক localhost আৰু Enter টিপক |
04:52 | আমি XAMPP স্ক্ৰিণ দেখিব লাগিব |
04:56 | যদি ভাষা বাচিবলৈ সুধে, English বাচক |
05:01 | আমি এতিয়া XAMPP homepage ত আছো |
05:04 | স্ক্ৰিণৰ বাওঁফালে থকা মেনুত, ক্লিক কৰক PHPinfo |
05:10 | এতিয়া Ctrl + F কীচ টিপক আৰু DOCUMENT underscore ROOT ৰ বাবে চাৰ্চ কৰক |
05:18 | ইয়াক Apache Environment টেবলত পোৱা যাব |
05:22 | DOCUMENT underscore ROOT ৰ মানটো হ’ব হয়তো
slash opt slash lampp slash htdocs বা slash var slash www |
05:35 | মোৰ মেচিনত, ই হৈছে slash opt slash lampp slash htdocs |
05:41 | এই পাথৰ ন’ত এটা বনাব । আমি ইয়াত FrontAccounting ইনষ্ট’ল কৰিম |
05:47 | আহক Front Accounting দাউনল’দ আৰম্ভ কৰো |
05:50 | আন এটা টেব খোলক ওৱেব ব্ৰাউজাৰত আৰু এই URL টোলৈ যাওঁক |
05:57 | ক্লিক কৰক frontaccounting-2.4.7.tar.gz |
06:04 | তৎক্ষণাত, দাউনল’দ আৰম্ভ হয় । ক্লিক কৰক Save File বুটামত আৰু তেতিয়া ক্লিক কৰক OK বুটামত |
06:12 | টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক |
06:15 | পাছত, আমি দাউনল’দ কৰা tar.gz ফাইলটোৰ উপাদানবোৰক এক্সত্ৰেক্ত কৰিব লাগিব |
06:22 | গতিকে, লিখক sudo space tar space hyphen zxvf space frontaccounting hyphen 2.4.7.tar.gz |
06:39 | admin password লিখক যদি সুধে আৰু Enter টিপক |
06:44 | এক্সত্ৰেক্ত কৰি হ’লে, মই এক্সত্ৰেক্ত কৰা FrontAccounting ফ’ল্দাৰক account হিচাবে ৰিনেম কৰিম |
06:50 | কমান্দটো লিখক- mv space frontaccounting space account আৰু Enter টিপক |
06:58 | ফ’ল্দাৰ নেমক ৰিনেম কৰাটো অপচনেল হয় । তথাপি, ই সহায় কৰে এটা একক মেচিনত ইনষ্ট’ল হৈ থকা বহুতো FrontAccounting ক চিনাক্ত কৰিবলৈ |
07:08 | টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক |
07:11 | এতিয়া আমি একাউন্ট ফ’ল্দাৰক মোভ কৰিব লাগিব apache home দাইৰেক্তৰীলৈ |
07:17 | একাউন্ট ফ’ল্দাৰক apache home দাইৰেক্তৰীলৈ মোভ কৰিবলৈ,
লিখক sudo space mv space account space /opt/lampp/htdocs/ আৰু Enter টিপক |
07:34 | এতিয়া, আহক apache home দাইৰেক্তৰীলৈ যাওঁ |
07:37 | তাক কৰিবলৈ, লিখক cd space /opt/lampp/htdocs/ আৰু Enter টিপক |
07:47 | একাউন্ট ফ’ল্দাৰৰ পাৰ্মিচন সলাবলৈ, লিখক
sudo space chmod space -R space 777 space account slash আৰু Enter টিপক |
08:01 | আমি XAMPP server সফলভাবে ইনষ্ট’ল কৰিলো |
08:05 | নিশ্বিত কৰক যে FrontAccounting ইনষ্ট’লাৰ যাতে ওৱেব চাৰ্ভাৰৰ ৰোত দাইৰেক্তৰীত থাকে |
08:11 | পাছত আগবাহিবলৈ আমি FrontAccounting ৰ বাবে এটা দেতাবেচ বনাব লাগিব |
08:17 | আমি ইয়াক phpmyadmin ত কৰিম, যি হৈছে MySQL ৰ বাবে গ্ৰাফিকেল ইউজাৰ ইন্তাৰফেচ । ই XAMPP ইনষ্ট’লেচনৰ লগতে আহে |
08:28 | আহক আমি ব্ৰাউজাৰত XAMPP পেজ টোলৈ ঘূৰি যাওঁ ।
XAMPP পেজটোত, মেনু বাৰত বাওঁফালে, ক্লিক কৰক phpMyadmin |
08:39 | ক্লিক কৰক ইউজাৰচ ওপৰৰ মেনুত আৰু তেতিয়া ক্লিক কৰক Add User |
08:47 | নতুনকৈ অহা উইন্দ’ত আপোনাৰ পচন্দৰ এটা ইউজাৰ নেম লিখক । মই লিখিম frontacc মোৰ ইউজাৰ নেম হিচাবে |
08:56 | Host দ্ৰপ-দাউন লিষ্টৰ পৰা, বাচক Local |
09:01 | পাচৱৰ্দ টেকস্ত-বক্সত আপোনাৰ পচন্দৰ এটা পাচৱৰ্দ লিখক |
09:06 | মই লিখিম admin123 মোৰ পাচৱৰ্দ হিচাবে |
09:11 | Re-type টেকস্ত-বক্সত একেটা পাচৱৰ্দ লিখক |
09:16 | এতিয়াৰ বাবে ক্লিক নকৰিব Generate Password prompt |
09:21 | Database for user ৰ ভিতৰত, আমি অপচনটো দেখিছো-
Create database with the same name and grant all privileges |
09:29 | আমি সেই অপচনক চেক কৰিম আৰু তললৈ স্ক্ৰ’ল কৰিম |
09:33 | তেতিয়া পেজটোৰ তলত সোঁফালে Go বুটামত ক্লিক কৰক |
09:38 | আমি এটা বাৰ্তা দেখিছো “You have added a new user” ।
ই বুজাই এটা নতুন দেতাবেচ frontacc নামৰ সৈতে আৰু user frontacc বনোৱা হ’ল |
09:50 | এই ইউজাৰ নেম আৰু পাচৱৰ্দ হৈছে মাত্ৰ দেতাবেচ ল’গিনৰ উদ্দেশ্যৰ বাবে |
09:56 | ইউজাৰ নেম, পাচৱৰ্দ আৰু দেতাবেচ নামৰ ন’ত এটা বনাব |
10:01 | এইবোৰ পাছত লাগিব FrontAccounting ইনষ্ট’লেচন সম্পূৰ্ণ কৰিবলৈ |
10:06 | মন কৰিবঃ দেতাবেচ নাম আৰু ইউজাৰনেম একে হ’ব নালাগে |
10:11 | বেলেগ নাম হ’বলৈ, দেতাবেচটো প্ৰথমে বনাব আৰু তেতিয়া সেই দেতাবেচৰ বাবে এজন ইউজাৰ বনাব |
10:18 | লগতে, নামৰ কনভেনচন অনুসৰি, ইউজাৰনেমৰ মাজত কোনো স্পেচ থাকিব নালাগিব |
10:25 | আমাৰ এতিয়া XAMPP চলি আছে আৰু দেতাবেচ তৈয়াৰ আছে |
10:29 | আমি এতিয়া Front Accounting ইনষ্ট’লৰ বাবে আগবাহিবলৈ প্ৰস্তুত |
10:33 | ওৱেব ব্ৰাউজাৰত এটা নতুন টেব খোলক । এদ্ৰেচ বাৰত লিখক localhost/account আৰু Enter টিপক |
10:44 | আমি দেখিছো FrontAccounting ওৱেবপেজে দেখাইছে
Step 1: System Diagnostics |
10:51 | নিশ্বিত কৰক যে Select install wizard language যাতে English হয় |
10:56 | তললৈ স্ক্ৰ’ল কৰক আৰু পেজটোৰ তলত Continue বুটামত ক্লিক কৰক |
11:02 | পাছৰ ওৱেব পেজটোৰ টাইটল হৈছে Step 2: Database Server Settings |
11:08 | ইয়াত, মই Server Port খালি ৰাখিম |
11:12 | যদি আপুনি MySQL ৰ দিফল্ট প’ৰ্ত নাম্বাৰক 3306 ৰ বাহিৰে অন্যলৈ সলালে, তেন্তে সেই প’ৰ্ত নাম্বাৰক ইয়াত লিখক |
11:21 | নিম্ন সবিশেষ ভৰাওঁক যাক আমি আগতে বনাইছিলো-
দেতাবেচ নেম frontacc হিচাবে দেতাবেচ ইউজাৰ frontacc হিচাবে |
11:33 | দেতাবেচ পাচৱৰ্দ admin123 হিচাবে |
11:38 | বাকী অপচনক অৱজ্ঞা কৰক আৰু তলত Continue বুটামত ক্লিক কৰক |
11:45 | পাছত, আপুনি নিজৰ company ৰ সবিশেষ দিব লাগিব । মই তাক কেনেকৈ কৰিব লাগে দেখুৱাম |
11:53 | Company Name ফিল্দত, মই লিখিম ST Company Pvt Ltd |
11:59 | মই Admin Login admin হিচাবে ৰাখিম |
12:02 | তেতিয়া মই Admin Password লিখিম spoken হিচাবে ।
আপুনি নিজৰ পচন্দৰ যিকোনো পাচৱৰ্দ দিব পাৰে |
12:10 | একেটা পাচৱৰ্দ পুনৰ লিখক । মনত ৰাখিব এইটো হৈছে login password |
12:16 | পাছত আমি Charts of Accounts ৰ বাবে দুটা অপচন দেখিছো |
12:21 | মই বাচিম Standard new company American COA |
12:26 | Default Language English হিচাবে বাচক |
12:30 | Install বুটামত ক্লিক কৰক |
12:34 | আমি স্ক্ৰিণত অন্তিম বাৰ্তাটো দেখিছো, FrontAccounting ERP has been installed successfully যি নিশ্বিত কৰে যে আমাৰ ইনষ্ট’লেচন সফল হ’ল |
12:46 | Click here to start লিংকত ক্লিক কৰক, FrontAccounting ইন্তাৰফেচত ল’গিন কৰিবলৈ |
12:53 | ল’গিন স্ক্ৰিণত, নিম্ন সবিশেষ ভৰাওঁক:
ইউজাৰ নেম admin হিচাবে পাচৱৰ্দ spoken হিচাবে |
13:03 | Company ST Company Pvt. Ltd হিচাবে আৰু ল’গিন বুটামত ক্লিক কৰক |
13:11 | আমাক অনা হ’ল Front Accounting Administration পেজলৈ ।
আমি এই পেজত বিভিন্ন টেবচ দেখিছো |
13:18 | আমি এই চিৰিজত পাছত এইবোৰৰ বহুতক কেনেকৈ ব্যৱ্হাৰ কৰা হয় শিকিম |
13:23 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
13:28 | এই টিউট’ৰিয়েলত, আমি শিকিলো XAMPP দাউনল’দ আৰু ইনষ্ট’ল কৰিবলৈ |
13:34 | FrontAccounting চফতৱেৰ দাউনল’দ আৰু ইনষ্ট’ল কৰিবলৈ |
13:38 | আৰু লিনাক্স OS ত দেতাবেচ চেতাপ কৰিবলৈ |
13:42 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
13:50 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
14:00 | আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক |
14:05 | মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক |
14:12 | আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
14:15 | স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে । অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব |
14:25 | ই অব্যৱস্থা কমোৱাত সহায় কৰিব । কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম |
14:34 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
14:40 | স্ক্ৰিপ্তটো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |