Filezilla/C2/Introduction-to-Filezilla/Assamese
From Script | Spoken-Tutorial
00:01 | FileZilla এৰ ভূমিকা সম্পর্কে এই স্পোকেন টিউটোৰিয়েলত স্বাগতমম। |
00:07 | এই টিউটোৰিয়েলত মই শিকিম: FileZilla কি |
00:13 | FileZilla এৰ বৈশিষ্ট্য |
00:16 | FileZilla কীভাবে ইনস্টল কৰে |
00:19 | FileZilla ইন্টাৰফেস |
00:22 | FileZilla ব্যবহাৰ কৰি ফাইল আপলোড আৰু ডাউনলোড কৰা |
00:27 | FileZilla কী? |
00:30 | এইটো ফ্ৰিআৰু ওপেন সোর্স সফটওয়্যাৰ |
00:34 | এইটোক নেটওয়ার্কত ফাইলবোৰ আৰু ফোল্ডাৰবোৰক ভাগ কৰাৰ বাবে ব্যবহৃত হয় |
00:39 | এইটো ব্যবহাৰ কৰা সহজ |
00:42 | সকলো অপাৰেটিং সিস্টেম-ত কাম কৰে |
00:46 | FileZilla এৰ বৈশিষ্ট্যবোৰ |
00:49 | FTP, FTP over FTPs, SSH and IPv6 এৰ ক্ষেত্ৰত কাম কৰে |
00:59 | সহজ ফাইল ট্রান্সফাৰৰ বাবে ড্র্যাগ আৰু ড্ৰপ সমর্থন কৰে |
01:04 | ফাইল নামৰ বাবে ফিল্টাৰ আছে - ব্যবহাৰকাৰীয়ে নির্দিষ্ট ফাইলক ফিল্টাৰ কৰিব পাৰে যি তাৰ পছন্দমতে শর্তাবলী পূৰণ কৰে |
01:13 | স্থানীয় আৰু দূৰবর্তী ডিৰেক্টৰি তুলনা কৰিবলৈ Directory comparison |
01:19 | Bookmarks আছে |
01:22 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, মই ব্যবহাৰ কৰিছো Ubuntu Linux OS সংস্কৰণ 14.04 |
01:30 | FileZilla সংস্কৰণ 3.10.2 |
01:35 | আৰু এটা কর্যকৰী ইন্টাৰনেট সংযোগ |
01:38 | এই টিউটোৰিয়েলটো অনুশীলন কৰাৰ বাবে, আপোনাৰ যিকোনো এটা অপাৰেটিং সিস্টেমৰ সম্পর্কে জ্ঞান থাকিব লাগিব। |
01:45 | Linux OS সম্পর্কে জানিব হলে, এই ওয়েবসাইটত লিনাক্স স্পোকেন টিউটোৰিয়েল বোৰ চাওক। |
01:53 | উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমত নিম্নলিখিত পদ্ধতিৰ যিকোনো এটা ব্যবহাৰ কৰি FileZilla ইনস্টল কৰা যায়। |
02:02 | উবুন্টু সফটওয়্যাৰ সেন্টাৰ বা সিনাপটিক প্যাকেজ ম্যানেজাৰ ত যাওক,FileZilla অনুসন্ধান কৰক
আৰু ইনস্টল কৰক। |
02:12 | অথবা 'টার্মিনেল-ত টাইপ কৰক, “sudo apt-get install FileZilla” আৰু এন্টাৰ টিপক। |
02:22 | যিকোনো OS ত FileZilla ইনস্টল কৰাৰ আৰু এটা পদ্ধতি হল, https://filezilla-project.org/ ত যোৱা । |
02:36 | নির্দিষ্ট OS এৰ বাবে ফাইলজিলা ক্লায়েন্ট ' ডাউনলোড কৰক |
02:41 | উইন্ডোজ অপাৰেটিং সিস্টেম-ত, ডাউনলোড কৰা সেটআপ ফাইলত ডবল ক্লিক কৰক 'আৰু ইনস্টল কৰক। |
02:48 | মই ইতিমধ্যেই আমাৰ লিনাক্সমেশিনত ইনস্টল কৰিছো। |
02:53 | এতিয়া ফাইলজিলা খোলা যাওক । |
02:56 | উবুন্টু লিনাক্স-ত, আপোনাৰ ডেস্কটপ-ত শীর্ষস্থানৰ বাও কোণত, ড্যাশ হোমত ক্লিক কৰক। |
03:04 | Search বাক্সত,FileZilla টাইপ কৰক। |
03:08 | আপোনি FileZilla আইকন দেখিব পাৰে। এইটোক খুলিবলৈ ক্লিক কৰক |
03:16 | উইন্ডোজ ত, স্টার্ট মেনু ত ক্লিক কৰক আৰু 'FileZilla অনুসন্ধান কৰক। |
03:23 | এই তালিকাত, এইটোক খুলিবলৈ ' FileZilla ক্লিক কৰক। |
03:27 | বিকল্পভাবে, যদি 'FileZilla' শর্টকাট আইকন 'ডেস্কটপ-ত থাকে, তেনেহলে এইটোত ডাবল ক্লিক কৰক। |
03:36 | FileZilla ইন্টাৰফেসটো এইৰকমে দেখায় |
03:41 | ইয়াতে - মেনু বাৰ শীর্ষত থাকে |
03:45 | সাধাৰনতে ব্যবহৃত' মেনু 'আইটেমবোৰৰ বাবে Shortcut icons bar' হয় |
03:50 | Quick Connect Bar |
03:52 | Details pane |
03:54 | Local Site pane |
03:56 | Remote Site pane |
03:58 | Status Pane |
04:00 | Quick Connect bar -ত এই ক্ষেত্ৰবোৰ আছে |
04:04 | হোস্ট - যত আমি দূৰবর্তী অবস্থান-এৰ IP-এৰ host বিবৰণ বা সাইটৰ address লিখিম । |
04:12 | ইউজাৰনেম - যত আমি' হোস্ট-এৰ username লিখিব লাগিব |
04:18 | ''পাসওয়ার্ড - হোস্ট ইউজাৰ এৰ পাসওয়ার্ড ক্ষেত্ৰ |
04:23 | পোর্ট'- যোগাযোগৰ বাবে প্ৰোটোকল-এৰ প্ৰকাৰ |
04:28 | Quick Connect button- দূৰবর্তী অবস্থানৰ সৈতে সংযোগ স্থাপন কৰা । |
04:33 | এটা ড্ৰপ ডাউন - যি আগৰ সংযুক্ত অবস্থানবোৰ তালিকাভুক্ত কৰে |
04:39 | Details pane ত যোগাযোগ, প্ৰযুক্তিগত বিবৰণ আৰু দূৰবর্তী মেশিনত চলোৱা কমান্ডবোৰ আছে । |
04:47 | Local Site pane আমাৰ সিস্টেমৰ ফাইল গঠন প্ৰদর্শন কৰে। |
04:53 | Remote Site pane সংযুক্ত ৰিমোট সিস্টেমৰ ফাইল গঠন প্ৰদর্শন কৰে। |
05:00 | এই দুটায়ে ফাইল আৰু ফোল্ডাৰবোৰক ব্ৰাউজ আৰু সনাক্ত কৰিবলৈ আমাক সাহায্য কৰে । |
05:05 | Status Paneএ, file transfer status 'প্ৰদর্শন কৰে। |
05:11 | ইয়াতে ৩ টা ট্যাব আছে: Queued files - সেই ফাইলবোৰৰ তালিকা দেখায় যি স্থানান্তৰৰ বাবে সাৰিত আছে। |
05:21 | Failed Transferএ সেই তালিকা প্ৰদর্শন কৰে যি ফাইলবোৰক স্থানান্তৰ কৰাত ব্যর্থ হৈছে। |
05:28 | Successful Transfer- সফলভাবে স্থানান্তৰ কৰা ফাইলবোৰক প্ৰদর্শন কৰে। |
05:35 | ইয়াৰ পিছত মই এটা দূৰবর্তী সিস্টেম-ত সংযোগ আৰু তাতে এটা ফাইল স্থানান্তৰ কৰা দেখোৱাম । |
05:42 | হোস্ট বাক্সত, মই remote machine-এৰ IP address টাইপ কৰিম। |
05:49 | আপোনি সেই মেশিনটোৰ IP address দিব পাৰে যিটো আপোনাৰ উছৰত উপলব্ধ । |
05:55 | তাৰপিছত দূৰবর্তী মেশিন-এৰ বাবে username অাৰু password লিখক। |
06:01 | পোর্ট হিসাবে ২২ টাইপ কৰক । |
06:04 | আৰু Quick Connectত ক্লিক কৰক। |
06:07 | আপোনি এটা বার্তা পাব - Unknown host key । |
06:12 | Always trust this host, add this key to the cache চেকবক্সেত ক্লিক কৰক আৰু OK' বোতামত ক্লিক কৰক |
06:23 | Details pane-ত এটা সফলতাৰ বার্তা প্ৰদর্শিত হয়। |
06:28 | এইটোৱে নিশ্চিত কৰে যে দূৰবর্তী মেশিন আৰু আপোনাৰ মেশিন নেটওয়ার্কৰ সৈতে সংযুক্ত। |
06:35 | মেশিনবোৰ সংযুক্ত নহলে, connection failed বার্তা প্ৰদর্শিত হব |
06:41 | এতিয়া আমাৰ মেশিনৰ পৰা দূৰবর্তী মেশিনত এটা ফাইল স্থানান্তৰ কৰো। |
06:47 | এইটো কৰাৰ বাবে, প্ৰথমে Local Site pane -ত সেই ফাইলটো ব্ৰাউজ কৰক যাক আপোনি স্থানান্তৰ কৰিব বিচাৰে। |
06:55 | মই আমাৰ মেশিনত ডেস্কটপ ফোল্ডাৰত যাম আৰু ফাইল sample.pdf নির্বাচন কৰিম। |
07:03 | ফাইলটোত সো-ক্লিক কৰক আৰু Upload নির্বাচন কৰক। |
07:08 | Status pane-ত, আপোনি file transfer status দেখিব |
07:13 | আপোনাৰ নেটওয়ার্ক গতিৰ উপৰত নির্ভৰ কৰি, এইটোৱে কিছু সময় লব পাৰে। |
07:18 | এইবাৰ ট্রান্সফাৰ সম্পূর্ণ হলে, Queued files ট্যাবৰ পৰা অগ্ৰগতি বাৰটো অদৃশ্য হৈ যাব। |
07:26 | Successful transfer ট্যাবত ক্লিক কৰক। ইয়াতে আমাৰটো দেখা গৈছে । |
07:31 | Status paneএ দেখাইছে যে ফাইল স্থানান্তৰ কৰা হৈছে। |
07:35 | আহক চাও ফাইলটো কোন স্থান-ত স্থানান্তৰিত হৈছে। |
07:40 | ডিফল্টৰুপে, ফাইলবোৰ Remote Site pane ত খোলা থাকা অবস্থানটোত স্থানান্তৰিত কৰিব। |
07:48 | ইয়াতে আমাৰ ফাইল sample.pdf |
07:52 | এইটো প্ৰদর্শিত নহলে, শর্টকাট আইকন বাৰ ত যাওক আৰু ৰিফ্ৰেশ বোতামত ক্লিক কৰক। |
07:59 | ইয়াৰ পিছত আমি শিকিম কিভাবে আমাৰ ফাইল বা ফোল্ডাৰ, এটা নির্দিষ্ট স্থানত আপলোড কৰা যায়। |
08:07 | Remote Site pane-ত, মই ফোল্ডাৰ ডেস্কটপ ব্ৰাউজ কৰিম। |
08:13 | তাৰপিছত ডেস্কটপ ফোল্ডাৰত, সো-ক্লিক কৰক আৰু Create directory নির্বাচন কৰক। |
08:20 | এটা উইন্ডো খুল খায়। |
08:22 | মই 'স্পোকেন টাইটেলিয়াল' হিসাবে ডিৰেক্টৰিৰ নাম দিও আৰু Ok বাটনত ক্লিক কৰিম। |
08:29 | ডেস্কটপ ত, আপোনি তৈয়াৰ কৰা 'স্পোকেন টাইটেলিয়েল' ফোল্ডাৰটো চাব পাৰে । |
08:36 | ইয়াৰ পিছত কোনো এটা ফাইল আপলোড কৰা যাওক। |
08:40 | মোৰ ডেস্কটপ-ত, intro.ogv নামৰ এটা ফাইল আছে। |
08:46 | মই এই ফাইলটো আপলোড কৰিম। |
08:49 | ফাইলটোত ক্লিক কৰক । Remote Site pane'-ত SpokenTutorial ফোল্ডাৰত টানি আনি ড্ৰপ কৰক । |
08:58 | মই ড্র্যাগ আৰু ড্ৰপ পদ্ধতি বা সো ক্লিক কৰি আৰু তাৰপিছত 'Upload নির্বাচন কৰি ফাইল বা ফোল্ডাৰ আপলোড কৰিব পাৰো । |
09:08 | ইয়াতে লক্ষ্য কৰক - intro.ogv ফাইলটো 'স্পোকেন টোউটৰিয়াল' ফোল্ডাৰত আপলোড কৰা হৈছে। |
09:16 | এতিয়া ৰিমোট মেশিনৰ পৰা ফাইল বা ফোল্ডাৰ ডাউনলোড কৰা শিকো। |
09:22 | এইটো কৰাৰ বাবে, Remote pane পৰা ফাইলটো স্থানীয় মেশিনত টানি আনক আৰু ড্ৰপ কৰক। |
09:29 | বিকল্পভাবে, সো ক্লিক কৰক আৰু Download নির্বাচন কৰক। |
09:34 | এতিয়া স্পোকেন টাইটেলিয়েল ফোল্ডাৰটো ৰিমোট মেশিনৰ পৰা আমাৰ স্থানীয় মেশিন-ত ডাউনলোড কৰা হৈছে। |
09:43 | অনুৰুপভাবে, আপোনি সহজেই আপোনাৰ মেশিনৰ পৰা কোনোও দূৰবর্তী মেশিনত ফাইল আপলোড বা ডাউনলোড কৰিব পাৰে। |
09:51 | ইয়াতে মই এই টিউটোৰিয়েলৰ শেষলৈ আহি পাইছো। আহক সাৰসংক্ষেপ কৰা যাওক । |
09:57 | এই টিউটোৰিয়েলত, মই শিকিছো- FileZilla সম্পর্কে |
10:02 | FileZilla-ৰ বৈশিষ্ট্য |
10:05 | FileZilla কীভাবে ইনস্টল কৰে |
10:08 | FileZilla ইন্টাৰফেস |
10:10 | FileZilla ব্যবহাৰ কৰি ফাইল আপলোড আৰু ডাউনলোড কৰা |
10:15 | এইটোক ডাউনলোড কৰক আৰু চাওক। |
10:24 | আমি কর্মশালা পৰিচালনা কৰো আৰু যোনে আমাৰ অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকে সার্টিফিকেট দিয়া হয়। আৰো তথ্যৰ বাবে, আমালৈ লিখক । |
10:35 | এই স্পোকেন টিউটোৰিয়েল সম্পর্কে আপোনাৰ কোনো প্ৰশ্ন আছে?
দয়া কৰি এই সাইটটো চাওক। |
10:40 | সেই মিনিট আৰু সেকেন্ডটো নির্বাচন কৰক যত আপোনাৰ প্ৰশ্ন আছে ।
আপোনাৰ প্ৰশ্ন সংক্ষিপ্তভাবে ব্যাখ্যা কৰক । |
10:48 | স্পোকেন টিউটোৰিয়েল দলে সেইবোৰৰ উত্তৰ দিব। |
10:53 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত সৰকাৰ দ্বাৰা পৰিচালিত হয়। |
11:02 | এই মিশনৰ উপৰত আৰু তথ্য এই লিঙ্ক ত উপলব্ধ। |
11:08 | আইআইটি বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ। |