COVID19/C2/Breastfeeding-during-COVID-19/Assamese
From Script | Spoken-Tutorial
|
|
00:02 | ক’ভিড-১৯ (COVID-19)ৰ সময়ত স্তনপান কৰোৱাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:09 | এই টিউট’ৰিয়েলটোত, আমি শিকিম |
00:12 | ক’ভিড-১৯ (COVID-19) কি হয় আৰু |
00:14 | ক’ভিড-১৯ (COVID-19)ৰ সময়ত স্তনপান কৰোৱাৰ বাবে গাইদলাইনচ |
00:19 | আহক আমি প্ৰথমে বুজো ক’ভিড-১৯ (COVID-19) কি হয়? |
00:24 | ক’ভিড-১৯ (COVID-19) হৈছে এটা সংক্ৰামক ৰোগ যি ক’ৰ’না ভাইৰাচ নামৰ ভাইৰাচ এটাৰ দ্বাৰা হয় |
00:33 | এই ভাইৰাচ সমগ্ৰ পৃথিবীতে বিয়পি পৰিছে |
00:37 | যেতিয়া সংক্ৰমিত লোকে হাঁচি বা কাহ মাৰে, তেওঁলোকে দ্ৰপলেতচ উৎপন্ন কৰে |
00:44 | এই দ্ৰপলেতচত ক’ৰ’না ভাইৰাচ থাকে |
00:49 | সংক্ৰমণ বিয়পে যেতিয়া আন লোকে এই সংক্ৰমিত দ্ৰপলেতচ উশাহত লয় |
00:56 | এই দ্ৰপলেতচ লগতে ১ ৰ পৰা ২ মিটাৰলৈ যাব পাৰে আৰু পৃষ্ঠসমূহত পৰি থাকে |
01:04 | তাত সিহঁতে ঘন্টা বা দিনলৈ জীয়াই থাকে |
01:09 | আন লোকে তেনে সংক্ৰমিত পৃষ্ঠসমূহত হাতেৰে স্পৰ্শ কৰে |
01:15 | তেতিয়া, তেওঁলোকে স্পৰ্শ কৰে চকু, |
01:18 | নাক বা মুখ তেওঁলোকৰ হাতদুটা নোধোৱাকৈ |
01:23 | এইটো হৈছে আন এটা পদ্ধতি যাৰদ্বাৰা সংক্ৰমণ বিয়পে |
01:28 | সংক্ৰমিত লোকে আনকি লক্ষণসমূহ প্ৰকাশ পোৱাৰ আগতেওঁ ভাইৰাচটো বিয়পাব পাৰে |
01:35 | বৰ্তমান তাৰিখলৈকে এই ভাইৰাচৰ জৰায়ুৰদ্বাৰা সংক্ৰমণৰ কোনো স্পষ্ট প্ৰমাণ নাই |
01:43 | সংক্ৰমিত মাকৰ স্তনৰ গাখীৰত এতিয়ালৈকে এই ভাইৰাচৰ অৱস্থিতি পোৱা হোৱা নাই |
01:51 | এতিয়ালৈকে কোনো প্ৰমাণ নাই যে ই স্তনপান কৰোৱাৰ দ্বাৰা বিয়পে |
01:57 | ক’ৰ’না ভাইৰাচ সংক্ৰমণৰ ৰোগজনীত লক্ষণসমূহ বিভিন্ন ধৰণৰ হয় |
02:03 | জ্বৰ, কাহ, |
02:05 | উশাহ-নিশাহত কষ্ট, অৱসাদ, |
02:07 | মুৰৰ বিষ, শুকান গলা হৈছে কমন |
02:12 | বমি কৰা, ডায়েৰিয়া, |
02:14 | হাঁচি মৰা আৰু চকু জ্বলা-পোৰা কৰা হৈছে আনকমন |
02:19 | সংক্ৰমিত লোকে লগতে কোনো লক্ষণ নেদেখাবওঁ পাৰে |
02:25 | নবজাতক আৰু শিশুসমুহৰ ক’ভিড-১৯ (COVID-19) ৰ ৰিক্স কম |
02:30 | ডেকা ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত মাত্ৰ কিছুহে নিশ্বিত ক’ভিড-১৯ (COVID-19) কেচ আহিছে |
02:37 | সৰহসংখ্যক সংক্ৰমিত শিশুৰ মাত্ৰ অলপ লক্ষণ প্ৰকাশ হৈছে বা হোৱা নাই |
02:44 | এতিয়া, আহক ক’ভিড-১৯ (COVID-19)ৰ সময়ত স্তনপান কৰোৱাৰ বাবে গাইদলাইনচ আলোচনা কৰো |
02:51 | স্তনৰ গাখীৰ সকলো শিশুৰ বাবে আৱশ্যক |
02:56 | ই সংলগ্ন কৰে সন্দেহজনক বা নিশ্বিত ক’ভিড-১৯ (COVID-19) থকা মাকসকলে জন্ম দিয়া শিশুসমূহক |
03:03 | ই লগতে সংলগ্ন কৰে সন্দেহজনক বা নিশ্বিত ক’ভিড-১৯ (COVID-19) থকা শিশুসমূহকো |
03:10 | সকলো শিশুকে আহাৰ খুওৱা উচিত বিশেষ শিশুক আহাৰ খুওৱাৰ গাইদলাইনচ অনুসৰি |
03:17 | স্তনপান আৰম্ভ কৰিব লাগে জন্মৰ ১ ঘন্টাৰ ভিতৰত |
03:22 | স্বতন্ত্ৰ স্তনপান ৬ মাহলৈকে কৰাব লাগে |
03:28 | যদি প্ৰয়োজন হয়, মাকৰ বাহিৰ কৰা স্তনৰ গাখীৰ দিব পাৰে |
03:34 | পৰিপূৰক আহাৰ ৬ মাহ বয়সৰ পৰাহে আৰম্ভ কৰিব লাগে |
03:40 | স্তনৰ গাখীৰ অতিকমেওঁ ২ বছৰ বয়সলৈকে খুৱাব লাগে |
03:46 | স্তনপান কৰোৱা, গাখীৰ বাহিৰ কৰা আৰু পৰিপূৰক আহাৰ দিয়া হৈছে আৱশ্যকীয় দক্ষতা |
03:54 | সিহতক আন টিউট’ৰিয়েলচত আলোচনা কৰা হৈছে |
03:59 | অনুগ্ৰহ কৰি পূৰ্বেপ্ৰয়োজনীয় স্বাস্থ্য আৰু পুষ্টি চিৰিজ আমাৰ ওৱেবচাইতত চাব |
04:06 | ক’ভিড-১৯ (COVID-19) ৰ সময়ত, শিশুটোক স্বচ্ছতাৰে আহাৰ খুৱাবলৈ বিশেষ যত্ন ল’ব লাগিব |
04:13 | মাকে হাতদুটা ২০ চেকেন্দৰ বাবে ধুব লাগিব, শিশুটোক স্পৰ্শ কৰাৰ আগতে আৰু পাছত |
04:21 | তেওঁ লগতে হাতদুটা ধুব লাগিব স্তনপান কৰোৱাৰ বা গাখীৰ উলিওৱাৰ আগতে আৰু পাছত |
04:28 | এটা এলকহল-যুক্ত হেন্দ ৰাব ব্যৱ্হাৰ কৰিব পাৰে হাত চাফা কৰিবলৈ |
04:34 | যদি তেওঁ এগৰাকী সন্দেহযুক্ত বা নিশ্বিত ক’ভিড-১৯ (COVID-19) ৰ কেচ হয়, মেদিকেল মাস্ক লাগিব |
04:43 | তেওঁ স্তনপান কৰোৱাৰ সময়ত মাস্ক এখন পিন্ধিব লাগিব |
04:46 | আৰু গাখীৰ উলিয়াওঁতে |
04:49 | মাস্কখন সেমেকা হ’লেই তাক সলাব লাগিব |
04:55 | ব্যৱহৃত মাস্কখন লগে লগেই পেলাব লাগিব |
05:01 | ইয়াক পুনৰ ব্যৱ্হাৰ কৰিব নালাগে |
05:04 | মাকে মাস্কখনৰ আগফালে স্পৰ্শ কৰিব নালাগে |
05:09 | তেওঁ ইয়াক পাছফালৰ পৰা খুলিব লাগে |
05:13 | কেতিয়াবা, মেডিকেল মাস্ক উপলদ্ধ নহ’ব পাৰে |
05:19 | তেনেক্ষেত্ৰত, মাকে ব্যৱ্হাৰ কৰিব লাগে এখন টিচু |
05:22 | বা এখন চাফা কাপোৰ বা এখন ৰূমাল |
05:27 | তেওঁ সদায় হাঁচি বা কাহ ইয়াত মাৰিব লাগে |
05:31 | তেওঁ লগে লগেই ইয়াক ডাষ্টবিনত পেলাব লাগে আৰু তেওঁৰ হাতদুটা ধুব লাগে |
05:38 | এখন লেতেৰা টিচু বা কাপোৰ |
05:40 | বা ৰূমাল প্ৰায়েই সলাব লাগে প্ৰয়োজন হ’লে |
05:46 | কাপোৰৰ মাস্ক লগতে ব্যৱ্হাৰ কৰিব পাৰি যদি মেডিকেল মাস্ক উপলদ্ধ নহয় |
05:53 | প্ৰতিবাৰ স্তনপান কৰোৱাৰ আগতে মাকে স্তন ধুব নালাগে |
05:58 | তেওঁ সিহতক ধুব লাগে যদিহে তেওঁ বুকুৰ ওপৰত কাহি মাৰিচে |
06:04 | তেওঁ চাবোন আৰু গৰম পানী ব্যৱ্হাৰ কৰি সিহতক অতিকমেওঁ ২০ চেকেন্দৰ বাবে লাহেকৈ ধুব লাগে |
06:12 | শিশুৰ পৰিচৰ্যাকাৰীয়ে শিশুক স্পৰ্শ কৰাৰ আগতে আৰু পাছত হাতদুটা ধুব লাগিব |
06:19 | কোঠাটোৰ সকলো পৃষ্ঠকে নিয়মিতভাবে চাফা আৰু বীজাণুমুক্ত কৰিব লাগিব |
06:26 | কিছু সংক্ৰমিত মাক স্তনপান কৰাবলৈ অসমৰ্থ হ’ব পাৰে |
06:32 | তেনেক্ষেত্ৰত, শিশুটোক মাকৰ বাহিৰ কৰা স্তনৰ গাখীৰ খুৱাব লাগে |
06:39 | নাৰ্চ এগৰাকী বা পৰিয়ালৰ লোকে এই গাখীৰ শিশুটোক খুৱাব পাৰে |
06:45 | খুওঁৱা লোকজন সংক্ৰমিত লোকৰ সংস্পৰ্শলৈ আহিব নালাগে |
06:51 | শিশুটোক বা গাখীৰক স্পৰ্শ কৰাৰ আগতে, তেওঁলোকে হাতদুটা ২০ চেকেন্দৰ বাবে ধুব লাগে |
06:59 | তেওঁলোকে হাতদুটা ধুৱাৰ পাছত, লগতে মাস্ক এখন পিন্ধিব লাগে |
07:05 | বাহিৰ কৰা গাখীৰ গৰম নকৰাকৈ শিশুটোক খুৱাব পাৰি |
07:11 | বাহিৰ কৰা গাখীৰৰ সংগ্ৰহ আৰু পৰিবহন অতি সাবধানে কৰিব লাগে |
07:18 | স্তনপান পুনৰ আৰম্ভ কৰিব লাগে যেতিয়া মাক সুস্থ হয় |
07:24 | কিছু সংক্ৰমিত মাক গাখীৰ বাহিৰ কৰিবলৈ হয়তো অতি অসুস্থ হ’ব পাৰে |
07:29 | তেনেক্ষেত্ৰত, শিশুটোক খুৱাবলৈ অন্য অপচনচ চেষ্টা কৰিব |
07:35 | ড’নৰ মানুহৰ গাখীৰৰ বেংক এটাত মানুহৰ গাখীৰ পায়নেকি চাব |
07:41 | ড’নৰ মানুহৰ গাখীৰ শিশুটোক খুৱাওঁক মাক সুস্থ নোহোৱালৈকে |
07:47 | যদি ড’নৰ মানুহৰ গাখীৰ উপলদ্ধ নহয়, ওৱেত-নাৰ্চিং চেষ্টা কৰক মাক সুস্থ নোহোৱালৈকে |
07:55 | ওৱেত-নাৰ্চিঙে বুজায় মহিলা এগৰাকীক শিশুটো স্তনপান কৰাবলৈ দিয়া, যোন মাক নহয় |
08:03 | যদি ওৱেত-নাৰ্চিং সম্ভৱ নহয়, শিশুটোক জন্তুৰ গাখীৰ খুৱাব |
08:10 | শিশুটোক খুওঁৱাৰ আগতে জন্তুৰ গাখীৰ সদাই উতলাই ল’ব |
08:16 | আপোনাৰ স্বাস্থ্যসেৱা প্ৰদানকাৰীক এই অপচনসমূহৰ বিষয়ে তেওঁলোকৰ মতামত সুধিব |
08:23 | ব্যৱ্হাৰ নকৰিব ফৰ্মূলা গাখীৰ, |
08:25 | আহাৰ খুওঁৱা বটল |
08:27 | আৰু প্লাষ্টিক, ৰাবাৰ বা ছিলিকনৰ স্তনাগ্ৰ |
08:32 | মাক সুস্থ হ’লে স্তনপান পুনৰ আৰম্ভ কৰিবলৈ সহায় কৰক |
08:38 | আন এটা গুৰূত্বপূৰ্ণ অভ্যাস হৈছে মাক আৰু শিশুটোৰ মাজত ছালৰ লগত ছালৰ স্পৰ্শ |
08:46 | ইয়াক জন্মৰ পাছত লগে লগেই আৰম্ভ কৰিব লাগে আনকি মাকৰ ক’ভিড-১৯ (COVID-19) থাকিলেওঁ |
08:53 | ই স্তনপান আৰম্ভ কৰাত সহায় কৰিব |
08:58 | কংগাৰু মাদাৰ কেয়াৰ সমস্ত দিন আৰু ৰাতি দিব লাগিব |
09:04 | স্তনপান আৰু ছালৰ লগত ছালৰ স্পৰ্শই শিশুসমূহৰ মৃত্যু ঘ্টাৰ বিপদক কমায় |
09:12 | সিহতে লগে লগে আৰু জীৱনযুৰি স্বাস্থ্য আৰু বিকাশৰ লাভ প্ৰদান কৰে |
09:20 | স্তনপান কৰালে লগতে মাকৰ স্তন আৰু অভেৰিয়ান কেঞ্চাৰ হোৱাৰ বিপদ কমে |
09:27 | এই লাভসমূহ যথেষ্ট বেছি হয় সংক্ৰমিত হোৱাৰ বিপদতকৈ |
09:34 | শেষত, মাক আৰু পৰিয়ালৰ লোকে ওৱাৰ্ণিং লক্ষণসমূহৰ বিষয়ে পৰামৰ্শ ল’ব লাগে |
09:42 | তেওঁলোকে শিশুটোৰ ওৱাৰ্ণিং লক্ষণসমূহ চাবলৈ প্ৰশিক্ষণ ল’ব লাগে |
09:48 | যদি তেওঁলোকে কিবা লক্ষণ দেখে, ডক্তৰক জনাব লাগে |
09:53 | এই টিউট’ৰিয়েলৰ গাইদলাইনচ হৈছে বৰ্ত্তমানলৈকে উপলদ্ধ সীমিত প্ৰমাণৰ ওপৰত ভিত্তি কৰি |
10:01 | নতুন প্ৰমাণ গৃহীত হ’লে, কিছুমান পৰামৰ্শ সলনি হ’ব পাৰে |
10:08 | অনুগ্ৰহ কৰি এই গাইদলাইনচ ব্যৱহাৰ কৰক সৰ্বশেষ চৰকাৰৰ আইন অনুসৰি |
10:14 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |