C-and-Cpp/C2/Arithmetic-Operators/Assamese
From Script | Spoken-Tutorial
Time | Narration | |
00:01 | Arithmetic Operators in(আৰিথমেটিক অপাৰেতৰচ ইন) C C++ ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো | |
00:07 | এই টিউট’ৰিয়েল ( tutorial)ত আমি শিকিম | |
00:10 | আৰিথমেটিক অপাৰেতৰচ( Arithmetic operators) যেনে যোগফল(+ Addition) উদাহৰণ a+b | |
00:14 | - বিয়োগফল(- Subtraction) উদাহৰণ a-b | |
00:18 | / হৰণফল(/ Division) উদাহৰণ a/b | |
00:20 | পূৰণফল ( Multiplication)উদাহৰণ a*b | |
00:24 | % ভগ্নাংশ(% Modulus) উদাহৰণ a%b | |
00:27 | মই এই শিকনিতো( tutorial) বাণীবদ্ধ( record) কৰোতে ব্যৱহাৰকৰিছো উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) 11.10 তাঙৰণ(version) | |
00:32 | উবুনটোত gcc আৰু g++ কমপাইলাৰৰ( Compiler) 4.6.1 তাঙৰণ( version) | |
00:38 | মই এতিয়া এটা C প্ৰোগ্ৰামৰ সহায়েৰে এই আৰিথমেটিক অপাৰেচনচ(arithmetic operations) বিলাক ব্যৱ্হাৰৰ ব্যাখ্যা ( demonstrate)দিম | |
00:44 | মই ইতিমধ্যে প্ৰোগ্ৰাম( program) টো লিখি থৈছো | |
00:47 | গতিকে মই এদিতৰ( editor) টো খুলিম আৰু ক’ড টো বৰ্ণনা কৰিম | |
00:49 | আৰিথমেটিক অপাৰেতৰচ(Arithmetic operators) ৰ বাবে এইটো হ’ল C প্ৰোগ্ৰাম( program) | |
00:56 | প্ৰথম দুটা ষ্টেটমেন্তত(statement) ভেৰিয়েবল (variable) বিলাক ঘোষণা(declared) আৰু সুচোৱা( defined) হয় | |
01:02 | পাচৰ দুটা ষ্টেটমেন্তত(statement), | |
01:04 | a ৰ মান 5 ধাৰ্য্য( assigned) কৰা হৈছে | |
01:06 | b ৰ মান 2 ধাৰ্য্য( assigned) কৰা হৈছে | |
01:10 | এতিয়া এদিচন অপাৰেটৰে(addition operator) কেনেকৈ কাম কৰে চাওঁ আহক | |
01:14 | a আৰু b ৰ যোগফলটো c ত ৰখা হৈছে | |
01:19 | printf ষ্টেতমেন্ত্টোৱে( statement) a আৰু b ৰ যোগফলটো পৰ্দাত দৰ্শিত কৰিব | |
01:28 | ইয়াত % dot 2f য়ে ডেচিমেল পইন্তৰ( decimal point) পাছৰ দুটা সংখ্যা নিখুত( precision) ভাবে উপস্থাপন(provide) কৰে | |
01:37 | পাচৰ ষ্টেটমেন্ত( statement)টোত,a আৰু b ৰ পূৰণফলটো( product) c ত ৰখা হৈছে | |
01:43 | printf ষ্টেতমেন্ত্টোৱে( statement) a আৰু b ৰ পূৰণফলটো( product) পৰ্দাত দৰ্শিত কৰিব | |
01:48 | এই দুয়োটা অপাৰেটৰে(operator) কেনেকৈ কাম কৰে চাওঁ আহক | |
01:52 | আমি তলত উল্লেখিত লাইন সমূহত কমেন্ত( comment) কৰিম | |
01:55 | লিখক /* | |
02:01 | */ | |
02:05 | 'Save (ছেভ) টিপক | |
02:07 | ফাইলটো extension(এষ্টেনচন) .c ৰে ছেভ( Save)কৰক | |
02:10 | মই মোৰ ফাইলটো arithmetic.cৰে ছেভ( Save) কৰিছো | |
02:15 | তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ একেলগে 'Ctrl, Alt আৰু T কীছ( keys) টিপক | |
02:22 | ক’ডটো কম্পাইল (compile) কৰিবলৈ, তাৰমিনেল ( terminal)ত তলত দিয়া ধৰণে লিখক | |
02:27 | gcc স্পেচ(space) arithmetic dot c স্পেচ(space) minus o স্পেচ(space) arith | |
02:38 | Press Enter(এন্টাৰ প্ৰেছ কৰক) | |
02:40 | কাৰ্য্কৰী কৰিবলৈ, লিখক ./arith | |
02:48 | ( Enter)এন্টাৰ টিপক | |
02:50 | আউত্পুত( output)টো পৰ্দাত দৰ্শিত হব | |
02:53 | এইটোৱে দেখোৱাব, | |
02:54 | Sum of 5 and 2 is 7.00 আৰু | |
02:59 | Product of 5and 2 is 10.00 | |
03:03 | এতিয়া আপুনি ছাবৰ্ষ্টেকত্চন অপাৰেতৰ (subtraction operator)টো নিজে চেষ্টা কৰি চাওঁক | |
03:08 | এদিচন অপাৰেটৰ(addition operator)টো ছাবষ্ট্ৰেকত্চন অপাৰেতৰ (subtraction operator) ৰে সলনি( replacing) কৰি চেষ্টা কৰক | |
03:13 | আপুনি ফলাফলটো( result) 3 হিচাবে পাব | |
03:18 | প্ৰোগ্ৰামটোলৈ ঘূৰি আহো আৰু শেষৰ যোৰা ষ্টেতমেন্ত( statement)লৈ আহো | |
03:23 | এতিয়া মই হৰণফল( division)ৰ বাবে ক’ডটো বৰ্ণনা কৰিম | |
03:26 | মাল্টিলাইন কমেন্ত্চ( multi line comments ) ইয়াত আৰু ইয়াত নাইকীয়া কৰক | |
03:34 | এই ষ্টেতমেন্ত(statement)বোৰত a হৰণ b ৰ ইন্তিজাৰ হৰণফল( integer division)টো c ত ৰখা হৈছে | |
03:40 | অনুগ্ৰহ কৰি মন কৰিব যে ইন্তিজাৰ হৰণফল( integer division)ত ভগ্নাংশিক( fractional) অংশটো উপেক্ষা( truncated) কৰা হয় | |
03:47 | printf ষ্টেতমেন্ত(statement)টোৱে হৰণফলৰ আউটপুতটো(division output) টো পৰ্দাত দেখোৱাব | |
03:57 | এই ষ্টেতমেন্তটোত আমি ৰিয়েল দিভিজন( real division) প্ৰদৰ্শন(perform) কৰিছো | |
04:02 | ইয়াত এটা অপাৰেণ্ডচ( operands)ক float হিচাবে চিহ্নিত( cast) কৰিব লাগিব | |
04:10 | আমাৰ ওচৰত টাইপ কাষ্ট ভেৰিয়েবল( type-cast variable) a আছে | |
04:13 | এতিয়া এটা একক কাৰ্যক্ৰমৰ( single operation) বাবে a য়ে এটা ফ্ল’ট ভেৰিয়েবল(float variable) হিচাবে পৰিদৰ্শন( behave) কৰিব | |
04:22 | printf ষ্টেতমেন্ত্টোৱে( statement) ৰিয়েল দিভিজন( real division)ৰ আউটপুত( output)টো পৰ্দাত দৰ্শিত কৰিব | |
04:30 | return 0 লিখক আৰু সামৰনি মাজুবন্ধনি বন্ধ কৰক | |
04:37 | 'Save (ছেভ)ত টিপক | |
04:40 | ক’ডটো কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰিবলৈ তাৰ্মিনেল( terminal)লৈ ঘূৰি আহক | |
04:45 | কম্পাইল( compile) কৰিবলৈ লিখক typegcc space arithmetic dot c minus o space arith. এন্টাৰ টিপক | |
04:59 | ক’ডটো কাৰ্যকৰী( execute) কৰিবলৈ লিখক ./arithএন্টাৰ টিপক | |
05:05 | আ্উত্পুত( output)টো পৰ্দাত দৰ্শিত হৈছে | |
05:08 | আমাৰ ওচৰত এদিচন(addition) আৰু মাল্টিপ্লিকেচন অপাৰেটৰ(multiplication operator)ৰ আগতীয়া আ্উত্পুত( output) সমূহ আছে | |
05:16 | আমাৰ ওচৰত আছে the integer Division of 5 by 2 is 2 | |
05:22 | আমি দেখিছো যে ইন্তিজাৰ হৰণফল( integer division)ত ভগ্নাংশিক( fractional) অংশটো উপেক্ষা( truncated) কৰা হৈছে | |
05:29 | তাৰ পাছত আমাৰ ওচৰত আছে the real division of 5 by 2 is 2.5 | |
05:35 | ৰিয়েল দিভিজন( real division)ত ফলাফলটো বিচৰা ধৰণৰ | |
05:37 | আমি এই ফলাফল সমূহ পাবৰ কাৰণে টাইপ-কাষ্টিং (type-casting)ব্যৱহাৰ কৰিছো | |
05:45 | এতিয়া ধৰাহল,মই একেটা প্ৰোগ্ৰামকে C++ ত লিখিব বিছাৰিচো | |
05:50 | যদি মই একেটা ক’ড C++ টো ব্যৱহাৰ কৰিব পাৰো,তাক চাওঁ আহক? | |
05:54 | আহক বিচাৰি চাওঁ | |
05:56 | মই এতিয়া এদিতৰ( editor)লৈ ঘূৰি যাওঁ | |
06:00 | এইটো এটা C++ ক’ড | |
06:05 | লক্ষ্য কৰিব যে হেদাৰ( header)টো C ফাইলৰ হেদাৰ( header)তকৈ বেলেগ | |
06:12 | ইয়াত 'namespace টোও ব্যৱ্হাৰ হৈছে | |
06:18 | লগতে লক্ষ্য কৰিব যে C++ ত আউতপুত ষ্টেতমেন্ত( output statement) টো cout. | |
06:25 | গতিকে,এই ভিন্নতাৰ(difference) বাহিৰে,ক’ড দুটা একেবাৰে একে | |
06:32 | Save (ছেভ)ত টিপক. ফাইলটো .cpp' extension ৰে ছেভ কৰাটো প্ৰয়োজনীয় | |
06:37 | মই মোৰ ফাইলটো arithmetic.cpp হিচাবে ছেভ কৰিছো | |
06:41 | আহক ক’ডটো কাৰ্যকৰী( execute) কৰো আৰু আমি কি ফলাফল(result) পাম চাওঁ | |
06:49 | তাৰ্মিনেল( terminal) খোলক আৰু লিখক 'g++ space arithmetic dot cpp space minus o arithএন্টাৰ টিপক | |
07:09 | ক’ডটো কাৰ্যকৰী( execute) কৰিবলৈ লিখক ./ arith এন্টাৰ টিপক | |
07:16 | ইয়াত আউত্পুতটো দৰ্শিত হৈছে | |
07:19 | গতিকে আমি দেখিছো যে ফলাফলসমূহ C প্ৰোগ্ৰামৰ সৈতে একেবাৰে একে( similar) | |
07:23 | একমাত্ৰ ভিন্নতা( difference) হৈছে আউত্পুতৰ নিখুততা( precision) | |
07:29 | আহক আমি টিউটৰিয়েল( tutorial)ৰ মূলভাব চাওঁ | |
07:32 | আমি এই টিউটৰিয়েল( tutorial)ত শিকিলো আৰিথমেটিক অপাৰেতৰচ( Arithmetic operators)কেনেকৈ ব্যৱ্হাৰ কৰা হয় | |
07:36 | অনুশিলনী হিচাবে | |
07:38 | মডোলাছ অপাৰেতৰ( modulus operator) ব্যৱ্হাৰৰ ব্যাখ্যা(demonstrate) কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক | |
07:42 | মন কৰিব যে মডোলাছ অপাৰেতৰে( modulus operator) হৰণফলৰ উকলাটো( remainder of division) বিচাৰি ওলিয়াই । উদাহৰণঃ c = a % b; | |
07:50 | আপুনি ফলাফলটো 1 হিচাবে পাব | |
07:55 | এই কথা চিত্ৰটো( video) তলত দেখুওৱা সংযোজন (ink)ত দেখিবলৈ পাব | |
07:57 | এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ | |
08:00 | আপোনাৰ যদি বেণ্ডউইথ (bandwidth)ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download)কৰি চাওঁক | |
08:05 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও(workshop) পাতে | |
08:09 | “অনলাইন পৰীক্ষাত”( online test) উত্তীৰ্ন সকলক প্ৰমান পত্ৰ দিয়ে | |
08:14 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org লৈ লিখক | |
08:20 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয় | |
08:25 | ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷ | |
08:30 | ইয়াৰ বিষয়ে অধিক দেখা পাব৷ | |
08:33 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro | |
08:41 | মই কৃষ্ণ কমল দুৱৰা উপভোগ কৰাৰ বাবে ধন্যবাদ । |