Java/C2/Arithmetic-Operations/Assamese
From Script | Spoken-Tutorial
| Time' | Narration | ||
| 00:01 | জাভাত Arithmetic Operationsঅৰ বিশয়ে স্পকেন টিউটোৰিয়ালেলৈ আপনাক স্বাগতম। | ||
| 00:05 | এই টিউটোৰিয়ালেত,আপোনি বিভিন্ন Arithmetic Operations যেনে
Addition Subtraction Multiplication Division আৰু কেনেকৈ সিহতক বয়ৱহাৰ কৰে. বিষয়ে শিকিব | ||
| 00:16 | এই টিউটোৰিয়েলত আমি
উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো। | ||
| 00:24 | এই টিউটৰিয়েলটো চাবলৈ আপোনাৰ চিচটেমত Eclipse ইনস্টল হৈ থকা হব লাগিব | ||
| 00:28 | আৰু Eclipseঅত ফাইল এখন create, save আৰু run কৰা জানিব লাগিব | ||
| 00:32 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক | ||
| 00:42 | ইয়াত সিহতে দেখোৱা operators আৰু mathematical operations ৰ তালিকা আছে
| ||
| 00:54 | আমি তাৰে প্রতিটোক বিস্তাৰত চাম । | ||
| 01:05 | বাকি কোডৰ বাবে আমাৰ উচৰত eclipse IDE আৰু প্রয়োজনীয় skeleton আছে | ||
| 01:10 | আমি Arithmetic Operations নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো। | ||
| 01:17 | এতিয়া কিছো ভেৰিয়েবল যোগ কৰা যাওক | ||
| 01:22 | int x = 5; | ||
| 01:26 | 'int y = 10;
int result | ||
| 01:35 | x and y অপাৰেন্দ্চ হব আৰু ফলাফলটোৱে অপাৰেশনৰ আওটপুতক সংৰক্ষণ কৰিব | ||
| 01:41 | সিহতক যোগ কৰা যাওক আৰু ফলাফলটো প্ৰীন্ট কৰক Result= x+y; system. out. println ' বান্ধনীত result | ||
| 02:10 | Control S সংৰক্ষন কৰক আৰু ৰান কৰিবলৈ control F11 | ||
| 02:17 | আমি দেখো যে যোগ কৰাৰ আউটপুটটো resultত সংৰক্ষন হৈছে আৰু মান টো প্ৰীন্ট কৰা হল | ||
| 02:24 | এতিয়া মানবোৰক সলনি কৰা যাওক x=75,y = 15 | ||
| 02:37 | সংৰক্ষণ কৰক আৰু ৰান কৰক। | ||
| 02:42 | অামি দেখো যে আউটপুটটু সেইমতে ( তদুনসাৰে) সলনি হৈছে | ||
| 02:48 | এতিয়া নেতিবাচক মান y = -25. চেস্তা কৰা যাওক | ||
| 02:57 | সংৰক্ষণ কৰক আৰু ৰান কৰক। | ||
| 03:02 | অামি দেখো যে 75 plus -25 আউটপুটৰ প্ৰীন্ট কৰা হৈছে | ||
| 03:10 | এতিয়া বিয়োগ' চেস্তা কৰা যাওক y = 5'. x+y ক x-yলৈ সলনি কৰক | ||
| 03:25 | সংৰক্ষণ কৰক আৰু ৰান কৰক। | ||
| 03:32 | অামি দেখো যে 75 -5 ৰ আউটপুট প্ৰীন্ট কৰা হৈছে | ||
| 03:38 | এতিয়া multiplication চেস্তা কৰা যাওক . minus' ক asterisk লৈ সলনি কৰক | ||
| 03:46 | সংৰক্ষণ কৰক আৰু ৰান কৰক। | ||
| 03:52 | আমি দেখো যে asterisk বয়ৱহাৰ কৰি আমি ৭৫ক ৫ ৰে গুন কৰিব পাৰো | ||
| 03:58 | এতিয়া 'division চেস্তা কৰা যাওক . asterisk অতুৰুৱাই দিয়ক আৰু slash টাইপ কৰক
| ||
| 04:07 | সংৰক্ষণ কৰক আৰু ৰান কৰক। | ||
| 04:13 | আমি যেনে চাব পাৰো, আউটপোটটু আশা বা ভাবা দৰে হয় | ||
| 04:18 | এতিয়া অামি চাও কি হয়, যেতিয়া ভাবা মতে ফলাফলটো দশমিক পয়েন্ট সংখ্যা হয় . | ||
| 04:24 | ৫ক ১০লৈ সলনি কৰক | ||
| 04:28 | ফলাফলটো ৭.৫ হব লাগিব | ||
| 04:30 | সেয়ে ফলাফলটো float লৈ সলনি কৰা যাওক | ||
| 04:43 | সংৰক্ষণ কৰক আৰু ৰান কৰক। | ||
| 04:50 | মন কৰক যে যদিও বা স্বত্তেও আশা কৰা ফলাফলটো ৭.৫ হয়, আমি আউটপুটটো ৭.০ হিচাবে পাও | ||
| 04:57 | ইয়াৰ কাৰন হল, বিভাজনত মানে division থকা দুয়ো operandsবোৰ integers হয় | ||
| 05:01 | y ক float লৈ y=10f সলনি কৰা যাওক
| ||
| 05:15 | সংৰক্ষণ কৰক আৰু ৰান কৰক।
| ||
| 05:21 | আমি এতিয়া চাব পাৰো যে ফলাফলটো আশা বা ভাবা দৰে হয় | ||
| 05:24 | মনত ৰাখিব যে যেতিয়া ভাবা দৰে ফলাফলটো float হয় , operandsৰ পৰা এটায়ে অপেক্ষিত আউটপুট পাবলৈ float এটা হব লাগিব | ||
| 05:32 | এতিয়া আমি চাও কি হয়, যেতিয়া এটাতকৈ অধিক অপাৰেটৰ থাকে | ||
| 05:48 | int result= 8+4-2. সংৰক্ষণ কৰক আৰু ৰান কৰক। | ||
| 06:09 | আমি যেনে চাব পাৰো, আউটপোটটু আশা বা ভাবা দৰে হয় | ||
| 06:12 | এতিয়া minus ক slash এতালৈ সলনি কৰক | ||
| 06:19 | এতিয়া আউটপুট ৬ হব যদি divisionৰ আগত addition কৰা হৈছে | ||
| 06:25 | বা এইটো ১০হব যদি additionৰ আগত division কৰা হৈছে | ||
| 06:30 | ৰান কৰা যাওক আৰু আউটপুট চাওক | ||
| 06:38 | আমি যেনে চাব পাৰো, আউটপুট ১০ হয় আৰু additionৰ আগত division কৰা হৈছে. ইয়াৰ কাৰন এইটো হয় যে বেলেগ অপাৰেটৰতকৈ division operatorত বেছি precedence মানে প্ৰধানতা আছে | ||
| 06:50 | এনেকোৱা পৰিস্হিতীত , যদি আমি precedence মানে প্ৰধানতাক বাতিল কৰিব লগিয়া হয় তেতিয়া অামি প্রথম বন্ধনী বয়ৱহাৰ কৰিম | ||
| 07:04 | প্রথম বন্ধনী যোগ কৰি, আমি জাভাক divisionৰ আগত addition কৰিবলৈ নির্দেশ দিও | ||
| 07:10 | ফাইলটো ৰান কৰা যাওক | ||
| 07:15 | আমি যেনে চাব পাৰো addition প্ৰথমে সঞ্চালিত হৈছে আৰু অপেক্ষিত অনুযায়ী আউটপুট 6 হয়. | ||
| 07:22 | এটা নিয়ম হিসাবে, যেতিয়া অপাৰেশন বোৰৰ ক্রম স্পষ্ট নাথাক, প্রথম বন্ধনী ব্যবহাৰ কৰিবলৈ মন ৰাখিব. | ||
| 07:36 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে | ||
| 07:40 | আমি শিকিছো | ||
| 07:41 | জাভাত কেনেকৈ প্ৰাথমিক mathematical operation সম্পাদন কৰে | ||
| 07:44 | operator precedence, আৰু , | ||
| 07:45 | কেনেকৈ ইয়াক বাতিল কৰে | ||
| 07:49 | এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয.,
modulo operator মানে কি বুজায়, নির্ণয় কৰক আৰু ই কি কৰে . | ||
| 07:57 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
, তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1] | ||
| 08:02 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
| 08:05 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
| 08:10 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
| 08:12 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. | ||
| 08:14 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. | ||
| 08:18 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
| 08:24 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
- |
08:29 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 08:35 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
| 08:39 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |